Shuru
Apke Nagar Ki App…
কলগাছিয়াত এ আই ইউ ডি এফৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী। কলগাছিয়াত এ আই ইউ ডি এফৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী। আজি কলগাছিয়াৰ এ আই ইউ ডি এফৰ কাৰ্যালয়ত বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সম্পাদিকা আঞ্জুমনোৱাৰা খাতুনে এ আই ইউ ডি এফত যোগদান কৰে। এই সন্দৰ্ভত জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে মন্তব্য কৰে।
RECENT TIME
কলগাছিয়াত এ আই ইউ ডি এফৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী। কলগাছিয়াত এ আই ইউ ডি এফৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী। আজি কলগাছিয়াৰ এ আই ইউ ডি এফৰ কাৰ্যালয়ত বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সম্পাদিকা আঞ্জুমনোৱাৰা খাতুনে এ আই ইউ ডি এফত যোগদান কৰে। এই সন্দৰ্ভত জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে মন্তব্য কৰে।
More news from অসম and nearby areas
- কলগাছিয়াত এ আই ইউ ডি এফৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী। আজি কলগাছিয়াৰ এ আই ইউ ডি এফৰ কাৰ্যালয়ত বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সম্পাদিকা আঞ্জুমনোৱাৰা খাতুনে এ আই ইউ ডি এফত যোগদান কৰে। এই সন্দৰ্ভত জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে মন্তব্য কৰে।1
- বৰপেটা জিলাৰ চেঙাত ঈদৰ প্ৰস্তুতি সম্পন্ন।ঈদৰ সমূহীয়া নামাজ সম্পন্ন হ'ব প্ৰায় ২০পৰা ২৫ হাজাৰ লোকে অংশগ্ৰহণ কৰে । এমাহ পবিত্ৰ ৰোজাৰ কঠোৰ ব্ৰত পালনৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ঈদ উল-ফিটৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ মাজদিয়া- চেঙা- কুকাৰপাৰ মিলন আঞ্চলিক ঈদগাহ ময়দানতো সমাপন কৰা হয় ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ । আৰু এনেদৰে উলহ মালহেৰে ঈদৰ সমূহীয়া নামাজ সম্পন্ন কৰাৰ বাবে প্ৰস্তুতি চলাইছে বিভিন্ন জনে । বৰপেটা জিলাৰ কেইবাখনো গাঁৱৰ ৰাইজে এনেদৰে সজাই পৰাই তুলিছে সুন্দৰকৈ । এই দৃশ্য বৰপেটা জিলাৰ চেঙা মুছলমান গাঁওৰ এনদৰে এদল যুৱকে মিলি সজাই তুলিছে অঞ্চলটোৰ বিভিন্ন ৰাজপথ । সমান্তৰালকৈ কুকাৰপাৰ মছজিদৰ চৌহদ আৰু চেঙা জামে মছজিদৰ চৌহদটো সজাই তুলিছে স্থানীয় ৰাইজে ।1
- 🚨বিধানসভা নিৰ্বাচনকলৈ তৎপৰ হাগ্ৰামা মহিলাৰী। 🚨অহা তিনিদিনৰ ভিতৰত প্ৰাৰ্থী নিশ্চিত কৰিব বিপিএফে। 🚨হাউলীৰ হটাপাৰাস্তিত বিপিএফৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা কৰ্মীসভাত হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰি নিৰ্বাচনকলৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। . . . . . #NewsUpdate #HagramaMohilary #BPF #AssemblyElection2026 #ABCNewsAssam1
- 🏆🏆🧡💛🌟🌟🎉💙🌲🎊💝3
- 📌 বাক্সাৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড শিলাবৃষ্টি। #BreakingNews #NewsUpdate #BAKSALIVE24 #baksalive24digital1
- Post by 7831231
- पश्चिम बंगाल सहित पांच राज्यों में विधानसभा चुनाव की तारीखों का एलान, 4 मई को आएगा परिणाम भारत निर्वाचन आयोग ने पश्चिम बंगाल, असम, केरल, तमिलनाडु और पुडुचेरी सहित पांच राज्यों के विधानसभा चुनावों की तारीखों की घोषणा कर दी है। इन सभी विधानसभा चुनावों का परिणाम 4 मई को घोषित होगा।1
- কলগাছিয়াত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন সাংসদ আব্দুল খালেকৰ বিশাল বাইক ৰেলী। আব্দুল খালেক জিন্দাবাদ ধ্বনিৰে মুখৰিত আকাশ বতাহ। দলীয় নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন আব্দুল খালেকৰ। উল্লেখযোগ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভৰ পিছত আজি গুৱাহাটীৰ পৰা সমষ্টিলৈ আহে আব্দুল খালেকে। উত্তৰ বৰপেটা হাইস্কুল খেলপথাৰৰ পৰা বাইক ৰেলী ওলিয়াই মন্দিয়া, জনীয়া, বামুনটাৰী হৈ কলগাছিয়া লৈ আহে বিশাল বাইক ৰেলী। প্ৰাক্তন সাংসদ আব্দুল খালেকে টিকট লাভ কৰি উৎফুল্লিত হোৱাৰ লগতে দলীয় নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ কয় এই বেলি ৰাইজৰ বিপুল সমৰ্থন লাভ কৰিছো, সেয়ে এই বেলি বিপুল ভোটত জয়ী হ'ম বুলি কয়।1