Shuru
Apke Nagar Ki App…
783123
More news from অসম and nearby areas
- অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধুবুৰী অগপত অন্তঃকন্দল। দুটা ভাগত বিভক্ত ধুবুৰী অগপ । নিৰ্বাচনত আগমুহূৰ্তত অগপৰ ধুবুৰী বিধান পৰিষদৰ পুৰনি কমিটীৰ তিনিবছৰ সম্পূৰ্ণ নহওঁতেই অধিবেশন অবিহনে নতুন কমিটীৰ গঠন কৰি শপত গ্ৰহণ অনুষ্ঠান কৰাৰ বিৰুদ্ধে সৰৱ শিমুল সৰকাৰৰ । কাৰ সাহসত আৰু কাৰ নেতৃত্বত বিধান পৰিষদৰ পুৰণি কমিটীৰ বাহাল থকাৰ পিছতো নতুনকৈ কমিটী গঠন কৰিছে বুলি মন্তব্য শিমুল সৰকাৰৰ । অহা তিনিদিনৰ ভিতৰত কেনেকৈ আৰু কাৰ নেতৃত্বত পূৰ্বৰ কমিটীৰ চলি থকাৰ পিছতো বিধান পৰিষদৰ নতুন কমিটীৰ শপত গ্ৰহণ কৰা হল কেন্দ্ৰীয় নেতৃত্বই জবাব দিব লাগিব নহলে ধুবুৰী অগপই আগন্তুক দিনত একপ্ৰকাৰ আন্দোলন কৰিব বুলি হুংকাৰ প্ৰদান কৰে শিমূল সৰকাৰে।1
- Post by Shakil Ahmed- ABC News Digital1
- 🏆🏆🧡💛🌟🌟🎉💙🌲🎊💝3
- ছমৰীয়া সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক আদৰণি কংগ্ৰেছ কৰ্মীৰ। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচন লৈ মাজত মাত্ৰ দুটামান দিন বাকী। তেনে ক্ষেত্ৰত কংগ্ৰেছ দলে প্ৰকাশ কৰা দ্বিতীয় প্ৰাৰ্থী তালিকাত ছমৰীয়া সমষ্টিৰ বাবে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নাম প্ৰকাশ।1
- Post by Jamil.. social media channel i1
- पश्चिम बंगाल सहित पांच राज्यों में विधानसभा चुनाव की तारीखों का एलान, 4 मई को आएगा परिणाम भारत निर्वाचन आयोग ने पश्चिम बंगाल, असम, केरल, तमिलनाडु और पुडुचेरी सहित पांच राज्यों के विधानसभा चुनावों की तारीखों की घोषणा कर दी है। इन सभी विधानसभा चुनावों का परिणाम 4 मई को घोषित होगा।1
- ➡️নিৰ্বাচনী প্ৰতিশ্ৰুতি মতেই কাম ➡️একেদিনাই ৮ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰিলে ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে। ➡️উন্নত পথেৰে গাঁৱক চহৰৰ সৈতে সংযোগ কৰাৰ সংকল্প। #NewsUpdate #DigantaGayari #salbari #ABCNewsAssam1
- কৃত্ৰিম বানত ডুবিল ছয়গাঁও সাপ্তাহিক বজাৰ। উল্লেখযোগ্য যে ৰাতিপুৱাৰে পৰা হোৱা প্ৰচণ্ড শিল বৰষুণৰ ফলত ডুব গ'ল ছয়গাঁও বজাৰ। যাৰ ফলত বহু লোকচানৰ সন্মুখীন হয় ব্যৱসায়ি সকল।1
- চন্দন ব্ৰহ্ম পুনৰ BPFলৈ আহিলে আমি ৱেলকাম জনাম-- হাগ্ৰামা মহিলাৰী1