logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বৰপেটা জিলাৰ চেঙাত ঈদৰ প্ৰস্তুতি সম্পন্ন।ঈদৰ সমূহীয়া নামাজ সম্পন্ন হ'ব প্ৰায় ২০পৰা ২৫ হাজাৰ লোকে অংশগ্ৰহণ কৰে । বৰপেটা জিলাৰ চেঙাত ঈদৰ প্ৰস্তুতি সম্পন্ন।ঈদৰ সমূহীয়া নামাজ সম্পন্ন হ'ব প্ৰায় ২০পৰা ২৫ হাজাৰ লোকে অংশগ্ৰহণ কৰে । এমাহ পবিত্ৰ ৰোজাৰ কঠোৰ ব্ৰত পালনৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ঈদ উল-ফিটৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ মাজদিয়া- চেঙা- কুকাৰপাৰ মিলন আঞ্চলিক ঈদগাহ ময়দানতো সমাপন কৰা হয় ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ । আৰু এনেদৰে উলহ মালহেৰে ঈদৰ সমূহীয়া নামাজ সম্পন্ন কৰাৰ বাবে প্ৰস্তুতি চলাইছে বিভিন্ন জনে । বৰপেটা জিলাৰ কেইবাখনো গাঁৱৰ ৰাইজে এনেদৰে সজাই পৰাই তুলিছে সুন্দৰকৈ । এই দৃশ্য বৰপেটা জিলাৰ চেঙা মুছলমান গাঁওৰ এনদৰে এদল যুৱকে মিলি সজাই তুলিছে অঞ্চলটোৰ বিভিন্ন ৰাজপথ । সমান্তৰালকৈ কুকাৰপাৰ মছজিদৰ চৌহদ আৰু চেঙা জামে মছজিদৰ চৌহদটো সজাই তুলিছে স্থানীয় ৰাইজে ।

2 hrs ago
user_Sampler Group Assam
Sampler Group Assam
Farmer Barpeta, Assam•
2 hrs ago

বৰপেটা জিলাৰ চেঙাত ঈদৰ প্ৰস্তুতি সম্পন্ন।ঈদৰ সমূহীয়া নামাজ সম্পন্ন হ'ব প্ৰায় ২০পৰা ২৫ হাজাৰ লোকে অংশগ্ৰহণ কৰে । বৰপেটা জিলাৰ চেঙাত ঈদৰ প্ৰস্তুতি সম্পন্ন।ঈদৰ সমূহীয়া নামাজ সম্পন্ন হ'ব প্ৰায় ২০পৰা ২৫ হাজাৰ লোকে অংশগ্ৰহণ কৰে । এমাহ পবিত্ৰ ৰোজাৰ কঠোৰ ব্ৰত পালনৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ঈদ উল-ফিটৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ মাজদিয়া- চেঙা- কুকাৰপাৰ মিলন আঞ্চলিক ঈদগাহ ময়দানতো সমাপন কৰা হয় ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ । আৰু এনেদৰে উলহ মালহেৰে ঈদৰ সমূহীয়া নামাজ সম্পন্ন কৰাৰ বাবে প্ৰস্তুতি চলাইছে বিভিন্ন জনে । বৰপেটা জিলাৰ কেইবাখনো গাঁৱৰ ৰাইজে এনেদৰে সজাই পৰাই তুলিছে সুন্দৰকৈ । এই দৃশ্য বৰপেটা জিলাৰ চেঙা মুছলমান গাঁওৰ এনদৰে এদল যুৱকে মিলি সজাই তুলিছে অঞ্চলটোৰ বিভিন্ন ৰাজপথ । সমান্তৰালকৈ কুকাৰপাৰ মছজিদৰ চৌহদ আৰু চেঙা জামে মছজিদৰ চৌহদটো সজাই তুলিছে স্থানীয় ৰাইজে ।

More news from Assam and nearby areas
  • বৰপেটা জিলাৰ চেঙাত ঈদৰ প্ৰস্তুতি সম্পন্ন।ঈদৰ সমূহীয়া নামাজ সম্পন্ন হ'ব প্ৰায় ২০পৰা ২৫ হাজাৰ লোকে অংশগ্ৰহণ কৰে । এমাহ পবিত্ৰ ৰোজাৰ কঠোৰ ব্ৰত পালনৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ঈদ উল-ফিটৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ মাজদিয়া- চেঙা- কুকাৰপাৰ মিলন আঞ্চলিক ঈদগাহ ময়দানতো সমাপন কৰা হয় ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ । আৰু এনেদৰে উলহ মালহেৰে ঈদৰ সমূহীয়া নামাজ সম্পন্ন কৰাৰ বাবে প্ৰস্তুতি চলাইছে বিভিন্ন জনে । বৰপেটা জিলাৰ কেইবাখনো গাঁৱৰ ৰাইজে এনেদৰে সজাই পৰাই তুলিছে সুন্দৰকৈ । এই দৃশ্য বৰপেটা জিলাৰ চেঙা মুছলমান গাঁওৰ এনদৰে এদল যুৱকে মিলি সজাই তুলিছে অঞ্চলটোৰ বিভিন্ন ৰাজপথ । সমান্তৰালকৈ কুকাৰপাৰ মছজিদৰ চৌহদ আৰু চেঙা জামে মছজিদৰ চৌহদটো সজাই তুলিছে স্থানীয় ৰাইজে ।
    1
    বৰপেটা জিলাৰ চেঙাত ঈদৰ প্ৰস্তুতি সম্পন্ন।ঈদৰ সমূহীয়া নামাজ সম্পন্ন হ'ব প্ৰায় ২০পৰা ২৫  হাজাৰ লোকে অংশগ্ৰহণ কৰে । এমাহ পবিত্ৰ ৰোজাৰ কঠোৰ ব্ৰত পালনৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ঈদ উল-ফিটৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ মাজদিয়া- চেঙা- কুকাৰপাৰ মিলন আঞ্চলিক ঈদগাহ ময়দানতো সমাপন কৰা হয় ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ । আৰু এনেদৰে  উলহ মালহেৰে ঈদৰ সমূহীয়া নামাজ সম্পন্ন কৰাৰ বাবে প্ৰস্তুতি চলাইছে বিভিন্ন জনে ।
বৰপেটা জিলাৰ কেইবাখনো গাঁৱৰ ৰাইজে এনেদৰে সজাই পৰাই তুলিছে সুন্দৰকৈ । এই দৃশ্য বৰপেটা জিলাৰ চেঙা মুছলমান গাঁওৰ এনদৰে এদল যুৱকে মিলি সজাই তুলিছে অঞ্চলটোৰ বিভিন্ন ৰাজপথ । সমান্তৰালকৈ কুকাৰপাৰ মছজিদৰ চৌহদ আৰু চেঙা জামে মছজিদৰ চৌহদটো সজাই তুলিছে স্থানীয় ৰাইজে ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    2 hrs ago
  • কলগাছিয়াত এ আই ইউ ডি এফৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী। আজি কলগাছিয়াৰ এ আই ইউ ডি এফৰ কাৰ্যালয়ত বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সম্পাদিকা আঞ্জুমনোৱাৰা খাতুনে এ আই ইউ ডি এফত যোগদান কৰে। এই সন্দৰ্ভত জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে মন্তব্য কৰে।
    1
    কলগাছিয়াত এ আই ইউ ডি এফৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী। আজি কলগাছিয়াৰ এ আই ইউ ডি এফৰ কাৰ্যালয়ত বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সম্পাদিকা আঞ্জুমনোৱাৰা খাতুনে এ আই ইউ ডি এফত যোগদান কৰে। এই সন্দৰ্ভত জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে মন্তব্য কৰে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    4 hrs ago
  • 🚨বিধানসভা নিৰ্বাচনকলৈ তৎপৰ হাগ্ৰামা মহিলাৰী। 🚨অহা তিনিদিনৰ ভিতৰত প্ৰাৰ্থী নিশ্চিত কৰিব বিপিএফে। 🚨হাউলীৰ হটাপাৰাস্তিত বিপিএফৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা কৰ্মীসভাত হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰি নিৰ্বাচনকলৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। . . . . . #NewsUpdate #HagramaMohilary #BPF #AssemblyElection2026 #ABCNewsAssam
    1
    🚨বিধানসভা নিৰ্বাচনকলৈ তৎপৰ হাগ্ৰামা মহিলাৰী।
🚨অহা তিনিদিনৰ ভিতৰত  প্ৰাৰ্থী নিশ্চিত কৰিব বিপিএফে।
🚨হাউলীৰ হটাপাৰাস্তিত বিপিএফৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা  কৰ্মীসভাত হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰি নিৰ্বাচনকলৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
.
.
.
.
.
#NewsUpdate #HagramaMohilary #BPF #AssemblyElection2026 #ABCNewsAssam
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    5 hrs ago
  • 🏆🏆🧡💛🌟🌟🎉💙🌲🎊💝
    3
    🏆🏆🧡💛🌟🌟🎉💙🌲🎊💝
    user_Swapn Malakar
    Swapn Malakar
    বজালী, বজালী, অসম•
    18 hrs ago
  • 📌 বাক্সাৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড শিলাবৃষ্টি। #BreakingNews #NewsUpdate #BAKSALIVE24 #baksalive24digital
    1
    📌 বাক্সাৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড শিলাবৃষ্টি।
#BreakingNews #NewsUpdate #BAKSALIVE24 #baksalive24digital
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    1 hr ago
  • पश्चिम बंगाल सहित पांच राज्यों में विधानसभा चुनाव की तारीखों का एलान, 4 मई को आएगा परिणाम भारत निर्वाचन आयोग ने पश्चिम बंगाल, असम, केरल, तमिलनाडु और पुडुचेरी सहित पांच राज्यों के विधानसभा चुनावों की तारीखों की घोषणा कर दी है। इन सभी विधानसभा चुनावों का परिणाम 4 मई को घोषित होगा।
    1
    पश्चिम बंगाल सहित पांच राज्यों में विधानसभा चुनाव की तारीखों का एलान, 4 मई को आएगा परिणाम
भारत निर्वाचन आयोग ने पश्चिम बंगाल, असम, केरल, तमिलनाडु और पुडुचेरी सहित पांच राज्यों के विधानसभा चुनावों की तारीखों की घोषणा कर दी है। इन सभी विधानसभा चुनावों का परिणाम 4 मई को घोषित होगा।
    user_Arun kataria
    Arun kataria
    Barama Pt, Baksa•
    16 hrs ago
  • পুনৰ ছয়গাঁৱৰ এগৰাকী যুৱতী প্ৰতাৰণাৰ বলি হ'ল প্ৰেমিকৰ দ্বাৰা । ঘটনাটো ছয়গাঁৱৰ বৰুৱাপাৰাৰ ।পলাশবাৰীৰ ৰঙামাটিৰ অৰ্জিত দাসৰ সৈতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল যুৱতীগৰাকীৰ । এইগৰাকী ভণ্ড প্ৰেমিক অৰ্জিত দাসৰ বাবে প্ৰেমিকা গৰাকী নিজৰ ড্ৰঙিং ৰুমত আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল'বলৈ বাধ্য হয় । প্ৰেমিকা গৰাকীক অৰ্জিত দাসে প্ৰেমৰ জালত পেলাই শাৰিৰীক সম্পৰ্ক স্থাপন কৰি আন্ত:সত্বা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱতী গৰাকীৰ মাতৃ ইৰাৱতী দাসে । এই সংক্ৰান্তত মাতৃৰ এজাহাৰৰ ভিত্তিত ৰবিবাৰে নিশা ভণ্ড প্ৰেমিক অৰ্জিত দাসক ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । জানিব পৰা মতে বহু যুৱতীক সৰলতাৰ সুযোগ লৈ প্ৰেমৰ সম্পৰ্কৰে শাৰিৰীক সম্পৰ্ক স্থাপন কৰিছিল লম্পট অৰ্চিত দাসে । অৰ্জিত দাসে শেহতীয়াকৈ অন্ত:সত্বা কৰি প্ৰেমিকা গৰাকীৰ পৰা ফালৰি কাটিব খোজাৰ বাবে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাচি লয় । পিতৃহাৰা যুৱতী গৰাকী মাকৰ তত্বাৱধানত কনিষ্ঠ ভাতৃৰ সৈতে আছিল।
    1
    পুনৰ ছয়গাঁৱৰ এগৰাকী যুৱতী প্ৰতাৰণাৰ বলি হ'ল প্ৰেমিকৰ দ্বাৰা । ঘটনাটো ছয়গাঁৱৰ বৰুৱাপাৰাৰ ।পলাশবাৰীৰ ৰঙামাটিৰ অৰ্জিত দাসৰ সৈতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল যুৱতীগৰাকীৰ । এইগৰাকী ভণ্ড প্ৰেমিক অৰ্জিত দাসৰ বাবে প্ৰেমিকা গৰাকী নিজৰ ড্ৰঙিং ৰুমত আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল'বলৈ বাধ্য হয় । প্ৰেমিকা গৰাকীক অৰ্জিত দাসে প্ৰেমৰ জালত পেলাই শাৰিৰীক সম্পৰ্ক স্থাপন কৰি আন্ত:সত্বা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱতী গৰাকীৰ মাতৃ ইৰাৱতী দাসে । এই সংক্ৰান্তত মাতৃৰ এজাহাৰৰ ভিত্তিত ৰবিবাৰে নিশা ভণ্ড প্ৰেমিক অৰ্জিত দাসক ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
জানিব পৰা মতে বহু যুৱতীক সৰলতাৰ সুযোগ লৈ প্ৰেমৰ সম্পৰ্কৰে শাৰিৰীক সম্পৰ্ক স্থাপন কৰিছিল লম্পট অৰ্চিত  দাসে । অৰ্জিত দাসে শেহতীয়াকৈ অন্ত:সত্বা কৰি প্ৰেমিকা গৰাকীৰ পৰা ফালৰি কাটিব খোজাৰ বাবে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাচি লয় । পিতৃহাৰা যুৱতী গৰাকী মাকৰ তত্বাৱধানত কনিষ্ঠ ভাতৃৰ সৈতে আছিল।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    1 hr ago
  • কলগাছিয়াত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন সাংসদ আব্দুল খালেকৰ বিশাল বাইক ৰেলী। আব্দুল খালেক জিন্দাবাদ ধ্বনিৰে মুখৰিত আকাশ বতাহ। দলীয় নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন আব্দুল খালেকৰ। উল্লেখযোগ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভৰ পিছত আজি গুৱাহাটীৰ পৰা সমষ্টিলৈ আহে আব্দুল খালেকে। উত্তৰ বৰপেটা হাইস্কুল খেলপথাৰৰ পৰা বাইক ৰেলী ওলিয়াই মন্দিয়া, জনীয়া, বামুনটাৰী হৈ কলগাছিয়া লৈ আহে বিশাল বাইক ৰেলী। প্ৰাক্তন সাংসদ আব্দুল খালেকে টিকট লাভ কৰি উৎফুল্লিত হোৱাৰ লগতে দলীয় নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ কয় এই বেলি ৰাইজৰ বিপুল সমৰ্থন লাভ কৰিছো, সেয়ে এই বেলি বিপুল ভোটত জয়ী হ'ম বুলি কয়।
    1
    কলগাছিয়াত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন সাংসদ আব্দুল খালেকৰ বিশাল বাইক ৰেলী। আব্দুল খালেক জিন্দাবাদ ধ্বনিৰে মুখৰিত আকাশ বতাহ। দলীয় নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন আব্দুল খালেকৰ। 
উল্লেখযোগ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভৰ পিছত আজি গুৱাহাটীৰ পৰা সমষ্টিলৈ আহে আব্দুল খালেকে। উত্তৰ বৰপেটা হাইস্কুল খেলপথাৰৰ পৰা বাইক ৰেলী ওলিয়াই মন্দিয়া, জনীয়া, বামুনটাৰী হৈ কলগাছিয়া লৈ আহে বিশাল বাইক ৰেলী। প্ৰাক্তন সাংসদ আব্দুল খালেকে টিকট লাভ কৰি উৎফুল্লিত হোৱাৰ লগতে দলীয় নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ কয় এই বেলি ৰাইজৰ বিপুল সমৰ্থন লাভ কৰিছো, সেয়ে এই বেলি বিপুল ভোটত জয়ী হ'ম বুলি কয়।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.