প্ৰেমিকৰ প্ৰতাৰণাৰ বাবে চৰম পন্থা এগৰাকী যুৱতীৰ ঘটনাটো ছয়গাঁৱৰ বৰুৱাপাৰাৰ পুনৰ ছয়গাঁৱৰ এগৰাকী যুৱতী প্ৰতাৰণাৰ বলি হ'ল প্ৰেমিকৰ দ্বাৰা । ঘটনাটো ছয়গাঁৱৰ বৰুৱাপাৰাৰ ।পলাশবাৰীৰ ৰঙামাটিৰ অৰ্জিত দাসৰ সৈতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল যুৱতীগৰাকীৰ । এইগৰাকী ভণ্ড প্ৰেমিক অৰ্জিত দাসৰ বাবে প্ৰেমিকা গৰাকী নিজৰ ড্ৰঙিং ৰুমত আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল'বলৈ বাধ্য হয় । প্ৰেমিকা গৰাকীক অৰ্জিত দাসে প্ৰেমৰ জালত পেলাই শাৰিৰীক সম্পৰ্ক স্থাপন কৰি আন্ত:সত্বা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱতী গৰাকীৰ মাতৃ ইৰাৱতী দাসে । এই সংক্ৰান্তত মাতৃৰ এজাহাৰৰ ভিত্তিত ৰবিবাৰে নিশা ভণ্ড প্ৰেমিক অৰ্জিত দাসক ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । জানিব পৰা মতে বহু যুৱতীক সৰলতাৰ সুযোগ লৈ প্ৰেমৰ সম্পৰ্কৰে শাৰিৰীক সম্পৰ্ক স্থাপন কৰিছিল লম্পট অৰ্চিত দাসে । অৰ্জিত দাসে শেহতীয়াকৈ অন্ত:সত্বা কৰি প্ৰেমিকা গৰাকীৰ পৰা ফালৰি কাটিব খোজাৰ বাবে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাচি লয় । পিতৃহাৰা যুৱতী গৰাকী মাকৰ তত্বাৱধানত কনিষ্ঠ ভাতৃৰ সৈতে আছিল।

- পুনৰ ছয়গাঁৱৰ এগৰাকী যুৱতী প্ৰতাৰণাৰ বলি হ'ল প্ৰেমিকৰ দ্বাৰা । ঘটনাটো ছয়গাঁৱৰ বৰুৱাপাৰাৰ ।পলাশবাৰীৰ ৰঙামাটিৰ অৰ্জিত দাসৰ সৈতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল যুৱতীগৰাকীৰ । এইগৰাকী ভণ্ড প্ৰেমিক অৰ্জিত দাসৰ বাবে প্ৰেমিকা গৰাকী নিজৰ ড্ৰঙিং ৰুমত আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল'বলৈ বাধ্য হয় । প্ৰেমিকা গৰাকীক অৰ্জিত দাসে প্ৰেমৰ জালত পেলাই শাৰিৰীক সম্পৰ্ক স্থাপন কৰি আন্ত:সত্বা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱতী গৰাকীৰ মাতৃ ইৰাৱতী দাসে । এই সংক্ৰান্তত মাতৃৰ এজাহাৰৰ ভিত্তিত ৰবিবাৰে নিশা ভণ্ড প্ৰেমিক অৰ্জিত দাসক ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । জানিব পৰা মতে বহু যুৱতীক সৰলতাৰ সুযোগ লৈ প্ৰেমৰ সম্পৰ্কৰে শাৰিৰীক সম্পৰ্ক স্থাপন কৰিছিল লম্পট অৰ্চিত দাসে । অৰ্জিত দাসে শেহতীয়াকৈ অন্ত:সত্বা কৰি প্ৰেমিকা গৰাকীৰ পৰা ফালৰি কাটিব খোজাৰ বাবে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাচি লয় । পিতৃহাৰা যুৱতী গৰাকী মাকৰ তত্বাৱধানত কনিষ্ঠ ভাতৃৰ সৈতে আছিল।1
- 📌২০৩০ চনলৈ কংগ্ৰেছত কোনো হিন্দু নেতা নাথাকিব’ — মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য 📌 কংগ্ৰেছক লৈ ডাঙৰ মন্তব্য! ‘২০৩০ৰ ভিতৰত হিন্দু নেতা নাথাকিব’ — হিমন্ত বিশ্ব শৰ্মা #HimantaBiswaSarma #AssamPolitics #Congress #AssamNews #BreakingNews #NewsUpdate #PoliticalNews #AssamElection2026 #ViralNews #NewsToday1
- पश्चिम बंगाल सहित पांच राज्यों में विधानसभा चुनाव की तारीखों का एलान, 4 मई को आएगा परिणाम भारत निर्वाचन आयोग ने पश्चिम बंगाल, असम, केरल, तमिलनाडु और पुडुचेरी सहित पांच राज्यों के विधानसभा चुनावों की तारीखों की घोषणा कर दी है। इन सभी विधानसभा चुनावों का परिणाम 4 मई को घोषित होगा।1
- ৰঙিয়াত কলেজীয়া ছাত্ৰ নিৰুদ্দেশক লৈ চাঞ্চল্য। ৰঙিয়াৰ গোপালপুৰৰ জয়ন্ত বেজবৰুৱা নামৰ ২০ বছৰীয়া ছাত্ৰজন আজি সোমবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ থকাত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে পৰিয়ালৰ লোকৰ মনত । ৰঙিয়া মহাবিদ্যালয়ৰ ৪ৰ্থ ষান্মাসিকৰ ছাত্ৰ জয়ন্ত বেজবৰুৱাই পুৱা মাতৃক মহাবিদ্যালয়লৈ আহিব বুলি জানিবলৈ দি ঘৰৰ পৰা ওলাই আহে । কিন্তু অপ্ৰত্যাশিতভাবে সন্ধিয়াৰ ভাগলৈ ঘৰলৈ ওভটি নোযোৱাক লৈ উৎকণ্ঠিত হৈ পৰে পৰিয়ালৰ লোক। ইতিমধ্যে বিভিন্ন স্থানত যোগাযোগ কৰিও কোনো ধৰনৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম নহল । উপায়ন্তৰ বিহীন হৈ ছাত্ৰ গৰাকীৰ মাতৃয়ে কাষ চাপিছে ৰঙিয়া আৰক্ষীৰ ।ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে মাতৃয়ে ।1
- বৰপেটা জিলাৰ চেঙাত ঈদৰ প্ৰস্তুতি সম্পন্ন।ঈদৰ সমূহীয়া নামাজ সম্পন্ন হ'ব প্ৰায় ২০পৰা ২৫ হাজাৰ লোকে অংশগ্ৰহণ কৰে । এমাহ পবিত্ৰ ৰোজাৰ কঠোৰ ব্ৰত পালনৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ঈদ উল-ফিটৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ মাজদিয়া- চেঙা- কুকাৰপাৰ মিলন আঞ্চলিক ঈদগাহ ময়দানতো সমাপন কৰা হয় ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ । আৰু এনেদৰে উলহ মালহেৰে ঈদৰ সমূহীয়া নামাজ সম্পন্ন কৰাৰ বাবে প্ৰস্তুতি চলাইছে বিভিন্ন জনে । বৰপেটা জিলাৰ কেইবাখনো গাঁৱৰ ৰাইজে এনেদৰে সজাই পৰাই তুলিছে সুন্দৰকৈ । এই দৃশ্য বৰপেটা জিলাৰ চেঙা মুছলমান গাঁওৰ এনদৰে এদল যুৱকে মিলি সজাই তুলিছে অঞ্চলটোৰ বিভিন্ন ৰাজপথ । সমান্তৰালকৈ কুকাৰপাৰ মছজিদৰ চৌহদ আৰু চেঙা জামে মছজিদৰ চৌহদটো সজাই তুলিছে স্থানীয় ৰাইজে ।1
- Post by Rohan miah1
- 🏆🏆🧡💛🌟🌟🎉💙🌲🎊💝3
- 📌 ১৮ মাৰ্চৰ বিয়লি আহিব বিজেপিৰ প্ৰাৰ্থী তালিকা! ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 📌 বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ ডাঙৰ আপডেট — ১৮ মাৰ্চত প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা 📌 Assam Election 2026: ১৮ মাৰ্চত প্ৰকাশ পাব BJP প্ৰাৰ্থী তালিকা1