logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

12 hrs ago
user_Rohan miah
Rohan miah
মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
12 hrs ago

More news from অসম and nearby areas
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    8 hrs ago
  • पश्चिम बंगाल सहित पांच राज्यों में विधानसभा चुनाव की तारीखों का एलान, 4 मई को आएगा परिणाम भारत निर्वाचन आयोग ने पश्चिम बंगाल, असम, केरल, तमिलनाडु और पुडुचेरी सहित पांच राज्यों के विधानसभा चुनावों की तारीखों की घोषणा कर दी है। इन सभी विधानसभा चुनावों का परिणाम 4 मई को घोषित होगा।
    1
    पश्चिम बंगाल सहित पांच राज्यों में विधानसभा चुनाव की तारीखों का एलान, 4 मई को आएगा परिणाम
भारत निर्वाचन आयोग ने पश्चिम बंगाल, असम, केरल, तमिलनाडु और पुडुचेरी सहित पांच राज्यों के विधानसभा चुनावों की तारीखों की घोषणा कर दी है। इन सभी विधानसभा चुनावों का परिणाम 4 मई को घोषित होगा।
    user_Arun kataria
    Arun kataria
    Barama Pt, Baksa•
    15 hrs ago
  • কলগাছিয়াত এ আই ইউ ডি এফৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী। আজি কলগাছিয়াৰ এ আই ইউ ডি এফৰ কাৰ্যালয়ত বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সম্পাদিকা আঞ্জুমনোৱাৰা খাতুনে এ আই ইউ ডি এফত যোগদান কৰে। এই সন্দৰ্ভত জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে মন্তব্য কৰে।
    1
    কলগাছিয়াত এ আই ইউ ডি এফৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী। আজি কলগাছিয়াৰ এ আই ইউ ডি এফৰ কাৰ্যালয়ত বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সম্পাদিকা আঞ্জুমনোৱাৰা খাতুনে এ আই ইউ ডি এফত যোগদান কৰে। এই সন্দৰ্ভত জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে মন্তব্য কৰে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    3 hrs ago
  • Post by Bubu Nath
    1
    Post by Bubu Nath
    user_Bubu Nath
    Bubu Nath
    Local News Reporter মিকিৰভেটা, মৰিগাঁও, অসম•
    8 hrs ago
  • 🏆🏆🧡💛🌟🌟🎉💙🌲🎊💝
    3
    🏆🏆🧡💛🌟🌟🎉💙🌲🎊💝
    user_Swapn Malakar
    Swapn Malakar
    বজালী, বজালী, অসম•
    16 hrs ago
  • Post by U song my videos
    4
    Post by U song my videos
    user_U song my videos
    U song my videos
    Artist Baksa, Assam•
    1 hr ago
  • 📌নিজৰ শক্তিতেই নিৰ্বাচন খেলিব লাগে” — অগপক আসন এৰি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য 📌 অগপক আসন এৰি দিয়া বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ বাৰ্তা 📌 “ৰাজনৈতিক দলে নিজৰ স্থিতিৰ ওপৰত ভিত্তি কৰি লড়িব লাগে” — মুখ্যমন্ত্ৰীৰ কটাক্ষ 📌 অগপ-বিজেপি আসন বুজাবুজি! মুখ্যমন্ত্ৰীৰ মন্তব্যে উষ্ণ কৰিলে ৰাজনীতি #HimantaBiswaSarma #AssamPolitics #AssamElection2026 #BJPAssam #AGP #AssamNews #ElectionNews #PoliticalNews #AssamBreaking #NorthEastPolitics
    1
    📌নিজৰ শক্তিতেই নিৰ্বাচন খেলিব লাগে” — অগপক আসন এৰি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য
📌 অগপক আসন এৰি দিয়া বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ বাৰ্তা
📌 “ৰাজনৈতিক দলে নিজৰ স্থিতিৰ ওপৰত ভিত্তি কৰি লড়িব লাগে” — মুখ্যমন্ত্ৰীৰ কটাক্ষ
📌 অগপ-বিজেপি আসন বুজাবুজি! মুখ্যমন্ত্ৰীৰ মন্তব্যে উষ্ণ কৰিলে ৰাজনীতি
#HimantaBiswaSarma
#AssamPolitics
#AssamElection2026
#BJPAssam
#AGP
#AssamNews
#ElectionNews
#PoliticalNews
#AssamBreaking
#NorthEastPolitics
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    13 hrs ago
  • কলগাছিয়াত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন সাংসদ আব্দুল খালেকৰ বিশাল বাইক ৰেলী। আব্দুল খালেক জিন্দাবাদ ধ্বনিৰে মুখৰিত আকাশ বতাহ। দলীয় নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন আব্দুল খালেকৰ। উল্লেখযোগ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভৰ পিছত আজি গুৱাহাটীৰ পৰা সমষ্টিলৈ আহে আব্দুল খালেকে। উত্তৰ বৰপেটা হাইস্কুল খেলপথাৰৰ পৰা বাইক ৰেলী ওলিয়াই মন্দিয়া, জনীয়া, বামুনটাৰী হৈ কলগাছিয়া লৈ আহে বিশাল বাইক ৰেলী। প্ৰাক্তন সাংসদ আব্দুল খালেকে টিকট লাভ কৰি উৎফুল্লিত হোৱাৰ লগতে দলীয় নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ কয় এই বেলি ৰাইজৰ বিপুল সমৰ্থন লাভ কৰিছো, সেয়ে এই বেলি বিপুল ভোটত জয়ী হ'ম বুলি কয়।
    1
    কলগাছিয়াত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন সাংসদ আব্দুল খালেকৰ বিশাল বাইক ৰেলী। আব্দুল খালেক জিন্দাবাদ ধ্বনিৰে মুখৰিত আকাশ বতাহ। দলীয় নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন আব্দুল খালেকৰ। 
উল্লেখযোগ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভৰ পিছত আজি গুৱাহাটীৰ পৰা সমষ্টিলৈ আহে আব্দুল খালেকে। উত্তৰ বৰপেটা হাইস্কুল খেলপথাৰৰ পৰা বাইক ৰেলী ওলিয়াই মন্দিয়া, জনীয়া, বামুনটাৰী হৈ কলগাছিয়া লৈ আহে বিশাল বাইক ৰেলী। প্ৰাক্তন সাংসদ আব্দুল খালেকে টিকট লাভ কৰি উৎফুল্লিত হোৱাৰ লগতে দলীয় নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ কয় এই বেলি ৰাইজৰ বিপুল সমৰ্থন লাভ কৰিছো, সেয়ে এই বেলি বিপুল ভোটত জয়ী হ'ম বুলি কয়।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    4 hrs ago
  • 📌প্ৰিয় মানুহজনৰ শেষ আশ্ৰয়স্থলীৰ কাপোৰৰ টেণ্টৰ ওপৰত ত্ৰিপাল তৰিলে গৰিমা শইকীয়া গাৰ্গে। 📌দুদিন পূৰ্বে এজাক মূষলধাৰ বৰষুণত পানী সোমাইছিল জুবিন ক্ষেত্ৰত। নষ্ট হৈ গৈছিল অনুৰাগীয়ে হেঁপাহেৰে আগবঢ়োৱা উপহাৰসমূহ। 📌 আমাৰ প্ৰশ্ন আছে,এখন সমিতি থকাৰ পিছতো কিয় গৰিমা শইকীয়া গাৰ্গে ত্ৰিপাল তানিব লগা হল? 📌ক'ত গল প্ৰশাসনিক বিষয়াৰ লগতে সমিতিৰ বিষয়ববীয়া সকল ?
    1
    📌প্ৰিয় মানুহজনৰ শেষ আশ্ৰয়স্থলীৰ কাপোৰৰ টেণ্টৰ ওপৰত ত্ৰিপাল তৰিলে গৰিমা শইকীয়া গাৰ্গে। 
📌দুদিন পূৰ্বে এজাক মূষলধাৰ বৰষুণত পানী সোমাইছিল জুবিন ক্ষেত্ৰত। নষ্ট হৈ গৈছিল অনুৰাগীয়ে হেঁপাহেৰে আগবঢ়োৱা উপহাৰসমূহ।
📌 আমাৰ প্ৰশ্ন আছে,এখন সমিতি থকাৰ পিছতো কিয় গৰিমা শইকীয়া গাৰ্গে ত্ৰিপাল তানিব লগা হল? 
📌ক'ত গল প্ৰশাসনিক বিষয়াৰ লগতে সমিতিৰ বিষয়ববীয়া সকল ?
    user_Bubu Nath
    Bubu Nath
    Local News Reporter মিকিৰভেটা, মৰিগাঁও, অসম•
    8 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.