logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্র সমাজক অপমান কৰা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ বিৰুদ্ধে সৰৱ ছাত্র একতা সভা। ছবছৰীয়া অসম আন্দোলন আৰু ৮৫৫ জন শ্বহীদক অপমান কৰা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুক ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাই।

11 hrs ago
user_Dibrugarh Local News
Dibrugarh Local News
Local News Reporter ডিব্ৰুগড় পশ্চিম, ডিব্ৰুগড়, অসম•
11 hrs ago

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্র সমাজক অপমান কৰা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ বিৰুদ্ধে সৰৱ ছাত্র একতা সভা। ছবছৰীয়া অসম আন্দোলন আৰু ৮৫৫ জন শ্বহীদক অপমান কৰা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুক ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাই।

More news from অসম and nearby areas
  • আহোম জনগোষ্ঠীৰ সমস্যা, সম্ভাৱনা আৰু চৰাইদেউ জিলাৰ উন্নয়ন বিষয়ক এক বিশেষ আলোচনা। "চৰাইদেউ সংলাপ" সদৌ তাই আহোম ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতি ৰ বিষয়ববীয়া লগত প্ৰত্যক্ষ মত- বিনিময় অনুষ্ঠানত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা , মাহমৰা সমষ্টিৰ যুৱ নেতা সুৰুজ দিহিঙীয়া ৰ লগতে আটাছু কেন্দ্ৰীয় সহঃ সম্পাদক নিৰোত্তম ফুকন, সাংগঠনিক সম্পাদক উত্তম বৰুৱা, সাংস্কৃতিক সম্পাদক অনুপম বৰুৱা উপস্থিত থাকে। উক্ত অনুষ্ঠানত সদৌ তাই আহোম ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা ১৩ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ সন্মানীয় মন্ত্ৰীৰ হাতত প্ৰদান কৰা হয়।অতি শীঘ্ৰে ই তেখেতে এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।
    1
    আহোম জনগোষ্ঠীৰ সমস্যা, সম্ভাৱনা আৰু চৰাইদেউ জিলাৰ উন্নয়ন বিষয়ক এক বিশেষ আলোচনা।
"চৰাইদেউ সংলাপ"
সদৌ তাই আহোম ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতি ৰ বিষয়ববীয়া লগত প্ৰত্যক্ষ  মত- বিনিময় অনুষ্ঠানত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা , মাহমৰা সমষ্টিৰ যুৱ নেতা সুৰুজ দিহিঙীয়া ৰ লগতে আটাছু কেন্দ্ৰীয় সহঃ সম্পাদক নিৰোত্তম ফুকন, সাংগঠনিক সম্পাদক উত্তম বৰুৱা, সাংস্কৃতিক সম্পাদক অনুপম বৰুৱা উপস্থিত থাকে। উক্ত অনুষ্ঠানত সদৌ তাই আহোম ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা ১৩ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ সন্মানীয় মন্ত্ৰীৰ হাতত প্ৰদান কৰা হয়।অতি শীঘ্ৰে ই তেখেতে এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    2 hrs ago
  • ​শিৱসাগৰৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ শাসকীয় দলৰ বিৰুদ্ধে! বিগত পাঁচ বছৰ দলৰ মজিয়াত সেৱাই আগবঢ়াই অহাৰ পিছতেই যোগদান কৰিবলগীয়া হ'ল আন এটি ৰাষ্ট্ৰীয় দলত।​দলীয় মজিয়াত বিভিন্ন সেৱা আগবঢ়াই অহাৰ পিছতো কিয় এনে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিবলগীয়া হ'ল? সেই সন্দৰ্ভত প্ৰাক্তন সদস্যা গৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ উল্লেখ কৰা মতে, নিষ্ঠাৰে দলৰ কাম কৰি অহাৰ পাছতো উচিত গুৰুত্ব বা মূল্যায়ন লাভ নকৰাৰ বাবে তেওঁ অতিষ্ঠ হৈ এই সিদ্ধান্ত ল’বলৈ বাধ্য হয়। বিশেষকৈ শাসকীয় দলটোৰ ভিতৰচ’ৰাত চলা কিছুমান নীতি-নিয়ম আৰু উপেক্ষাৰ বলি হোৱাৰ বাবেই তেওঁ অন্য এক ৰাষ্ট্ৰীয় দলৰ পতাকা হাতত তুলি লয়।আঞ্চলিক পঞ্চায়তৰ সদস্যাগৰাকীৰ এই পদক্ষেপে এতিয়া নাজিৰাৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা লাভ কৰিছে।
    1
    ​শিৱসাগৰৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ শাসকীয় দলৰ বিৰুদ্ধে! বিগত পাঁচ বছৰ দলৰ মজিয়াত সেৱাই আগবঢ়াই অহাৰ পিছতেই যোগদান কৰিবলগীয়া হ'ল আন এটি ৰাষ্ট্ৰীয় দলত।​দলীয় মজিয়াত বিভিন্ন সেৱা আগবঢ়াই অহাৰ পিছতো কিয় এনে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিবলগীয়া হ'ল? সেই সন্দৰ্ভত প্ৰাক্তন সদস্যা গৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ উল্লেখ কৰা মতে, নিষ্ঠাৰে দলৰ কাম কৰি অহাৰ পাছতো উচিত গুৰুত্ব বা মূল্যায়ন লাভ নকৰাৰ বাবে তেওঁ অতিষ্ঠ হৈ এই সিদ্ধান্ত ল’বলৈ বাধ্য হয়। বিশেষকৈ শাসকীয় দলটোৰ ভিতৰচ’ৰাত চলা কিছুমান নীতি-নিয়ম আৰু উপেক্ষাৰ বলি হোৱাৰ বাবেই তেওঁ অন্য এক ৰাষ্ট্ৰীয় দলৰ পতাকা হাতত তুলি লয়।আঞ্চলিক পঞ্চায়তৰ সদস্যাগৰাকীৰ এই পদক্ষেপে এতিয়া নাজিৰাৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা লাভ কৰিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
  • ৰূপহীহাটত সু/ৰা/সক্ত যুৱকৰ তা/ণ্ডৱ। কেইবাটাও মাছৰ দোকান ভ/ঙি ল/ণ্ডভ/ণ্ড কৰিলে।
    1
    ৰূপহীহাটত সু/ৰা/সক্ত যুৱকৰ তা/ণ্ডৱ।
কেইবাটাও মাছৰ দোকান ভ/ঙি ল/ণ্ডভ/ণ্ড কৰিলে।
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    26 min ago
  • বিধায়ক নুৰুল হুদাই আজি এই ম'বাইল ফোন বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰায় তিনি শতাধিক আশাকৰ্মীক ম'বাইল ফোন বিতৰণ কৰা হয়। আশাকৰ্মী সকলৰ কৰ্মৰ সলাগ লয় বিধায়ক নুৰুল হুদাই
    1
    বিধায়ক নুৰুল হুদাই আজি এই ম'বাইল ফোন বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰায় তিনি শতাধিক আশাকৰ্মীক ম'বাইল ফোন বিতৰণ কৰা হয়। আশাকৰ্মী সকলৰ কৰ্মৰ সলাগ লয় বিধায়ক নুৰুল হুদাই
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    1 hr ago
  • মৃত লোকজন কলনি জলাহৰ ইউনুচ আলী বুলি চিনাক্ত হৈছে। মংগলবাৰৰ দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল লোকজন। স্থানীয় লোকৰ ভাষ্য অনুসৰি মৃত লোকজন মানসিক ভাৱে বিকাৰগ্ৰস্ত আছিল। দ পুখুৰীত গা ধুবলৈ আহি সন্ধানহীন হৈ আছিল লোকজন। SDRF বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰে লোক জনৰ মৃতদেহ।
    1
    মৃত লোকজন কলনি জলাহৰ ইউনুচ আলী বুলি চিনাক্ত হৈছে। 
মংগলবাৰৰ দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল লোকজন।
স্থানীয় লোকৰ ভাষ্য অনুসৰি মৃত লোকজন মানসিক ভাৱে বিকাৰগ্ৰস্ত আছিল। 
দ পুখুৰীত গা ধুবলৈ আহি সন্ধানহীন হৈ আছিল লোকজন। 
SDRF বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰে লোক জনৰ মৃতদেহ।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    21 hrs ago
  • Post by HOJAI JUGIJAN NEWS
    1
    Post by HOJAI JUGIJAN NEWS
    user_HOJAI JUGIJAN NEWS
    HOJAI JUGIJAN NEWS
    Local News Reporter Lanka, Hojai•
    1 hr ago
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্র সমাজক আলোচনালৈ মাতি আন্দোলনৰ বিৰুদ্ধে এনেদৰে তীৰ্যক মন্তব্য কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।
    1
    ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্র সমাজক আলোচনালৈ মাতি আন্দোলনৰ বিৰুদ্ধে এনেদৰে তীৰ্যক মন্তব্য কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।
    user_Dibrugarh Local News
    Dibrugarh Local News
    Local News Reporter ডিব্ৰুগড় পশ্চিম, ডিব্ৰুগড়, অসম•
    14 hrs ago
  • সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ১৬২৫ গৰাকী মহিলাক প্ৰদান কৰিলে উদ্যমিতা আঁচনিৰ চেক। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত বিতৰণ কৰিলে চেক।
    1
    সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ১৬২৫ গৰাকী মহিলাক প্ৰদান কৰিলে উদ্যমিতা আঁচনিৰ চেক। 
সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত বিতৰণ কৰিলে চেক।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    5 hrs ago
  • শিৱসাগৰ আৰু যোৰহাট জিলাৰ মধ্যস্থলত চিন্তামণি গড় গাঁও পঞ্চায়তৰ অধীনস্থ বিভিন্ন স্থানত পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত মুঠ ২৮ টা উন্নয়ন মুলক কামৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ হৈ শুভাৰম্ভ কৰে বামুন পুখুৰী জিলা পৰিষদৰ সদস্য শ্ৰীমান্ত বৰাই।
    4
    শিৱসাগৰ আৰু যোৰহাট জিলাৰ মধ্যস্থলত  চিন্তামণি গড় গাঁও পঞ্চায়তৰ অধীনস্থ বিভিন্ন স্থানত পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত মুঠ ২৮ টা উন্নয়ন মুলক কামৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ হৈ শুভাৰম্ভ কৰে বামুন পুখুৰী জিলা পৰিষদৰ সদস্য শ্ৰীমান্ত বৰাই।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.