Shuru
Apke Nagar Ki App…
সোণাৰিত অসম চৰকাৰৰ উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠান। সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ১৬২৫ গৰাকী মহিলাক প্ৰদান কৰিলে উদ্যমিতা আঁচনিৰ চেক। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত বিতৰণ কৰিলে চেক।
Charaideo news
সোণাৰিত অসম চৰকাৰৰ উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠান। সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ১৬২৫ গৰাকী মহিলাক প্ৰদান কৰিলে উদ্যমিতা আঁচনিৰ চেক। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত বিতৰণ কৰিলে চেক।
More news from অসম and nearby areas
- শিৱসাগৰৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ শাসকীয় দলৰ বিৰুদ্ধে! বিগত পাঁচ বছৰ দলৰ মজিয়াত সেৱাই আগবঢ়াই অহাৰ পিছতেই যোগদান কৰিবলগীয়া হ'ল আন এটি ৰাষ্ট্ৰীয় দলত।দলীয় মজিয়াত বিভিন্ন সেৱা আগবঢ়াই অহাৰ পিছতো কিয় এনে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিবলগীয়া হ'ল? সেই সন্দৰ্ভত প্ৰাক্তন সদস্যা গৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ উল্লেখ কৰা মতে, নিষ্ঠাৰে দলৰ কাম কৰি অহাৰ পাছতো উচিত গুৰুত্ব বা মূল্যায়ন লাভ নকৰাৰ বাবে তেওঁ অতিষ্ঠ হৈ এই সিদ্ধান্ত ল’বলৈ বাধ্য হয়। বিশেষকৈ শাসকীয় দলটোৰ ভিতৰচ’ৰাত চলা কিছুমান নীতি-নিয়ম আৰু উপেক্ষাৰ বলি হোৱাৰ বাবেই তেওঁ অন্য এক ৰাষ্ট্ৰীয় দলৰ পতাকা হাতত তুলি লয়।আঞ্চলিক পঞ্চায়তৰ সদস্যাগৰাকীৰ এই পদক্ষেপে এতিয়া নাজিৰাৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা লাভ কৰিছে।1
- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্র সমাজক অপমান কৰা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ বিৰুদ্ধে সৰৱ ছাত্র একতা সভা। ছবছৰীয়া অসম আন্দোলন আৰু ৮৫৫ জন শ্বহীদক অপমান কৰা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুক ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাই।1
- ৰূপহীহাটত সু/ৰা/সক্ত যুৱকৰ তা/ণ্ডৱ। কেইবাটাও মাছৰ দোকান ভ/ঙি ল/ণ্ডভ/ণ্ড কৰিলে।1
- বিধায়ক নুৰুল হুদাই আজি এই ম'বাইল ফোন বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰায় তিনি শতাধিক আশাকৰ্মীক ম'বাইল ফোন বিতৰণ কৰা হয়। আশাকৰ্মী সকলৰ কৰ্মৰ সলাগ লয় বিধায়ক নুৰুল হুদাই1
- Post by HOJAI JUGIJAN NEWS1
- Post by লংকাৰ খবৰ1
- সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ১৬২৫ গৰাকী মহিলাক প্ৰদান কৰিলে উদ্যমিতা আঁচনিৰ চেক। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত বিতৰণ কৰিলে চেক।1
- শিৱসাগৰ আৰু যোৰহাট জিলাৰ মধ্যস্থলত চিন্তামণি গড় গাঁও পঞ্চায়তৰ অধীনস্থ বিভিন্ন স্থানত পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত মুঠ ২৮ টা উন্নয়ন মুলক কামৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ হৈ শুভাৰম্ভ কৰে বামুন পুখুৰী জিলা পৰিষদৰ সদস্য শ্ৰীমান্ত বৰাই।4
- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্র সমাজক আলোচনালৈ মাতি আন্দোলনৰ বিৰুদ্ধে এনেদৰে তীৰ্যক মন্তব্য কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।1