পশ্চিম আমবাৰীত এছএছবিৰ উদ্যোগত বন্ধুত্বমূলক ভলীবল খেল আৰু ক্ৰীড়া সামগ্ৰী বিতৰণ পশ্চিম আমবাৰীত এছএছবিৰ উদ্যোগত বন্ধুত্বমূলক ভলীবল খেল আৰু ক্ৰীড়া সামগ্ৰী বিতৰণ তামুলপুৰ, ১০ মাৰ্চ: যোৱা ৮ মাৰ্চত সশস্ত্র সীমা বল চমূকৈ এছএছবিৰ ৬৪ নং বাহিনীৰ কমান্ডেণ্ট অনুজ কুমাৰৰ নিৰ্দেশনাত আৰু বাহিনীটোৰ পশ্চিম আমবাৰী সীমান্ত চকীৰ উদ্যোগত তামুলপুৰ জিলাৰ অন্তৰ্গত 'ভাইব্ৰেণ্ট ভিলেজ' ১ নম্বৰ পাহাৰপুৰৰ স্থানীয় যুৱকসকলৰ সৈতে এক বন্ধুত্বমূলক ভলীবল খেল অনুষ্ঠিত হৈ যায়। ২০২৫-২৬ বৰ্ষৰ নাগৰিক কল্যাণ কাৰ্যসূচীৰ (উত্তৰ-পূব অঞ্চল) অংশ হিচাপে আয়োজিত এই অনুষ্ঠানটোত সভাপতিত্ব কৰে পৰিদৰ্শক (সাধাৰণ) জায়ো কিণ্টচোৱে। অতি উৎসাহ আৰু উদ্দীপনাৰে ভৰা এই খেলখনত স্থানীয় যুৱকসকলৰ লগতে পশ্চিম আমবাৰী সীমান্ত চকীৰ জোৱানসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে। খেলৰ শেষত স্থানীয় যুৱকসকলক ভৱিষ্যতেও ক্ৰীড়া চৰ্চা অব্যাহত ৰাখিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে নাগৰিক কল্যাণ আঁচনিৰ অধীনত ভলীবল আৰু ভলীবল নেট বিতৰণ কৰা হয়। সশস্ত্র সীমা বলৰ এই প্ৰশংসনীয় পদক্ষেপৰ বাবে তামুলপুৰৰ ১ নম্বৰ পাহাৰপুৰৰ স্থানীয় যুৱক তথা উপস্থিত গাঁওবাসীয়ে বাহিনীটোৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে আৰু ভৱিষ্যতেও এনে ধৰণৰ জনহিতকৰ তথা ক্ৰীড়া সম্পৰ্কীয় কাৰ্যসূচী গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।
পশ্চিম আমবাৰীত এছএছবিৰ উদ্যোগত বন্ধুত্বমূলক ভলীবল খেল আৰু ক্ৰীড়া সামগ্ৰী বিতৰণ পশ্চিম আমবাৰীত এছএছবিৰ উদ্যোগত বন্ধুত্বমূলক ভলীবল খেল আৰু ক্ৰীড়া সামগ্ৰী বিতৰণ তামুলপুৰ, ১০ মাৰ্চ: যোৱা ৮ মাৰ্চত সশস্ত্র সীমা বল চমূকৈ এছএছবিৰ ৬৪ নং বাহিনীৰ কমান্ডেণ্ট অনুজ কুমাৰৰ নিৰ্দেশনাত আৰু বাহিনীটোৰ পশ্চিম আমবাৰী সীমান্ত চকীৰ উদ্যোগত তামুলপুৰ জিলাৰ অন্তৰ্গত 'ভাইব্ৰেণ্ট ভিলেজ' ১ নম্বৰ পাহাৰপুৰৰ স্থানীয় যুৱকসকলৰ
সৈতে এক বন্ধুত্বমূলক ভলীবল খেল অনুষ্ঠিত হৈ যায়। ২০২৫-২৬ বৰ্ষৰ নাগৰিক কল্যাণ কাৰ্যসূচীৰ (উত্তৰ-পূব অঞ্চল) অংশ হিচাপে আয়োজিত এই অনুষ্ঠানটোত সভাপতিত্ব কৰে পৰিদৰ্শক (সাধাৰণ) জায়ো কিণ্টচোৱে। অতি উৎসাহ আৰু উদ্দীপনাৰে ভৰা এই খেলখনত স্থানীয় যুৱকসকলৰ লগতে পশ্চিম আমবাৰী সীমান্ত চকীৰ জোৱানসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে। খেলৰ শেষত স্থানীয় যুৱকসকলক ভৱিষ্যতেও
ক্ৰীড়া চৰ্চা অব্যাহত ৰাখিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে নাগৰিক কল্যাণ আঁচনিৰ অধীনত ভলীবল আৰু ভলীবল নেট বিতৰণ কৰা হয়। সশস্ত্র সীমা বলৰ এই প্ৰশংসনীয় পদক্ষেপৰ বাবে তামুলপুৰৰ ১ নম্বৰ পাহাৰপুৰৰ স্থানীয় যুৱক তথা উপস্থিত গাঁওবাসীয়ে বাহিনীটোৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে আৰু ভৱিষ্যতেও এনে ধৰণৰ জনহিতকৰ তথা ক্ৰীড়া সম্পৰ্কীয় কাৰ্যসূচী গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।
- চিকিৎসক হোৱাৰ সপোন গণিত বিষয়ত ১০০ নম্বৰ লাভ কৰা লছিমাৰ চানম হকৰ।1
- Post by Mahesh kumar das1
- পূব মৰিগাঁও নগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ সোণালী জয়ন্তীৰ শুভ আৰম্ভণি: বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে সকলোকে1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ ডিব্ৰুদৰং চাহ বাগিছাত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড পূজাৰ মেৰু ভঙা অনুষ্ঠান1
- Post by Mogrob1
- খাটোৱালৰ পৰা খেদি খেদি হাতীপুখুৰীৰ পৰা আটক কৰে জামাল উদ্দীন নামৰ ডকাইটিক। দীৰ্ঘদিননৰ পৰা আৰক্ষীৰ চকুত ফাঁকি দি পলায় ফুৰিছিল ডকাইত জামাল উদ্দীনে। জামাল উদ্দীনৰ বিৰুদ্ধে কেইবাটাও আৰক্ষী থানাত ডকাইতিৰ গোচৰ ৰুজু হৈ আছিল। গড়াজান আৰক্ষীয়ে ধৃত ডকাইত জামাল উদ্দীনক সম্প্ৰতি বেবেজীয়া আৰক্ষীক গতাই দিয়ে।1
- Post by DeV 24 News1
- মুখ্য অতিথি হিচাপে উপস্থিত থাকি পৱিত্ৰ বুখাৰী পাঠ কৰে অল আচাম তালীমি তৰক্কী বৰ্ডৰ পৰীক্ষা সচীব মৌলানা আহমেদ হুছেইন কাছিমীয়ে আজি পৱিত্ৰ বুখাৰী পাঠৰ জৰিয়তে পাঠদান কাৰ্যসূচী আৰম্ভ কৰে মাদ্ৰাছা খনে উত্তৰ পূৰ্বাঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে অতিকৈ ভাল খবৰৰ লগতে এক সুনালী সুযোগ । আপুনি আপোনাৰ কন্যা সন্তানটি স্কুলীয়া শিক্ষাৰ লগতে দ্বীনি শিক্ষা দিব বিচাৰে নেকি ? তেনেহলে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো কাৰণ নাই । ৰূপহী হাটৰ কাৱৈমাৰী স্থিত সুখ্যাতি অৰ্জন কৰা এক অগ্ৰণী শিক্ষানুষ্ঠান খনৰ নাম হৈছে দাৰুল হাদিছ মাৰ্কাজুল উলুম কাৱৈমাৰী হালিমাতুল ছাদিয়া মাদ্ৰাছাতুল বানাত ২০০৯ চনত স্হাপিত হোৱা অনুষ্ঠান খনৰ পৰা প্ৰতি বছৰেই শিক্ষাৰ্থী সকলে সুখ্যাতিৰে আলিমা ডিগ্ৰী অৰ্জন কৰিবলৈ সক্ষম হয়। উক্ত মাদ্ৰাছাৰ শিক্ষাৰ্থী সকলে অতি কম দিনৰ ভিতৰতে স্পষ্টতাৰে ইংৰাজী, উৰ্দু , আৰবী, অসমীয়া আদি বিভিন্ন ভাষাত বক্তৃতাৰ লগতে বাৰ্তালাপ কৰিব পাৰে । লক্ষ্যণীয় যে উক্ত মাদ্ৰাছাখনত ২০২৬/২৭ বৰ্ষৰ নামভৰ্তি অতি শীঘ্ৰেই সমাপ্ত হ'ব বুলি মাদ্ৰাছা কতৃপক্ষই জানিব দিয়ে গতিকে পলম নকৰি এতিয়াই যোগাযোগ কৰক মাদ্ৰাছা কতৃপক্ষৰ সৈতে কিয়নো আসনৰ সংখ্যা সীমিত। মাদ্ৰাছাখনত শিক্ষাৰ্থী সকলৰ বাবে সম্পূৰ্ণ নিৰাপত্তাত থকা খোৱাৰ সু-ব্যৱস্থা উপলব্ধ আছে বুলি জানিব পৰা গৈছে। উক্ত মাদ্ৰাছা খনত শিক্ষাৰ্থীৰ হাৰ অধিক হোৱাৰ বাবে নতুনকৈ এখন বিল্ডিংৰ কাম চলি থকা পৰিলক্ষিত হৈছে গতিকে উক্ত বিল্ডিংৰ কাম সম্পূৰ্ণ কৰিবলৈ ধৰ্মপ্ৰাণ ৰাইজলৈ আৰ্থিক সহায়ৰ আহ্বান জনায় মাদ্ৰাছা কতৃপক্ষই নামভৰ্তিৰ বাবে সবিশেষ জানিবলৈ 6397644743 নম্বৰত যোগাযোগ কৰিব পাৰে ।1
- দাৰুল হাদিছ মাৰ্কাজুল উলুম কাৱৈমাৰী হালিমাতুল ছাদিয়া মাদ্ৰাছাতুল বানাতৰ পাঠদানৰ শুভাৰম্ভ #viral india1