logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

video coming soon facebook page.........,..............

2 hrs ago
user_Liton Malakar
Liton Malakar
Content Creator (YouTuber) কাটিগৰা, কাছাৰ, অসম•
2 hrs ago
b93e1592-a291-4290-a8c7-9c5927d0552e

video coming soon facebook page.........,..............

More news from অসম and nearby areas
  • ব্রজপুরে ইয়াকুবিয়া টাইটাল মাদ্রাসার শৈক্ষিক পরিবেশ ও পাঠদানে সন্তোষ ব‍্যক্ত করল পড়ুয়ারা
    1
    ব্রজপুরে ইয়াকুবিয়া টাইটাল মাদ্রাসার শৈক্ষিক পরিবেশ ও পাঠদানে সন্তোষ ব‍্যক্ত করল পড়ুয়ারা
    user_BAHAR UDDIN LASKAR
    BAHAR UDDIN LASKAR
    হাইলাকান্দি, হাইলাকান্দি, অসম•
    21 hrs ago
  • এইবাৰ নলবাৰীৰ ৰহিম আলীয়ে জুবিন গাৰ্গৰ জনপ্ৰিয় গীতৰ হামিং প‌ৰিৱেশন কৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। #northeasttalks #ZubeenGarg #RohimRaj #stageprogram #viralsongs #assamesenews #hummingking
    1
    এইবাৰ নলবাৰীৰ ৰহিম আলীয়ে জুবিন গাৰ্গৰ জনপ্ৰিয় গীতৰ  হামিং প‌ৰিৱেশন কৰি  সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। 
#northeasttalks #ZubeenGarg #RohimRaj #stageprogram #viralsongs #assamesenews #hummingking
    user_Northeast Talks
    Northeast Talks
    Local News Reporter লংকা, হোজাই, অসম•
    9 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    5 hrs ago
  • গুৱাহাটীত বানপানীৰ বাবে ৩ টা মৃতদেহ উদ্ধাৰ, খাওকোছি অঞ্চলৰ বাহিনী নদীৰ পানীত এটা, আনটো পামোহীত আৰু তৃতীয়টো মৃতদেহ জ্যোতিকোছি মৰাভৰলু নদীত উটি যোৱা অৱস্থাত উদ্ধাৰ হয়। ৰাইজ আৰু প্ৰশাসনে কয় যে ১৯ তাৰিখে গুৱাহাটীত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বান সদৃশ পৰিস্থিতিত এই তিনিওজনৰ মৃত্যু হ’ব পাৰে। এজনৰ নাম আখতাৰ আলী আৰু আনটো মৃতদেহ মাৰ্ধুজা ৰাভা বুলি চিনাক্ত কৰা হৈছে। পামোহিত উদ্ধাৰ হোৱা মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই। #newsreport
    1
    গুৱাহাটীত বানপানীৰ বাবে ৩ টা মৃতদেহ উদ্ধাৰ, খাওকোছি অঞ্চলৰ  বাহিনী নদীৰ পানীত এটা, আনটো পামোহীত আৰু তৃতীয়টো মৃতদেহ জ্যোতিকোছি মৰাভৰলু নদীত উটি যোৱা অৱস্থাত উদ্ধাৰ হয়। ৰাইজ আৰু প্ৰশাসনে কয় যে ১৯ তাৰিখে গুৱাহাটীত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বান সদৃশ পৰিস্থিতিত এই তিনিওজনৰ মৃত্যু হ’ব পাৰে। এজনৰ নাম আখতাৰ আলী আৰু আনটো মৃতদেহ মাৰ্ধুজা ৰাভা বুলি চিনাক্ত কৰা হৈছে। পামোহিত উদ্ধাৰ হোৱা মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই।
#newsreport
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    1 hr ago
  • মৈৰাবাৰীত উচ্ছেদ! ২৩ বছৰৰ অন্তত উচ্চতম ন্যায়ালয়ৰ ৰায়ত ভুক্তভোগীৰ ন্যায় লাভ। Voice: দক্ষিণ মৈৰাবাৰী অঞ্চলত আজি এক উচ্ছেদ অভিযান চলোৱা হয়, য’ত ২৩ বছৰৰ দীঘলীয়া আইনী সংগ্ৰামৰ অন্তত ভুক্তভোগীয়ে ন্যায় লাভ কৰিবলৈ সক্ষম হয়। প্ৰায় ২৩ বছৰ পূৰ্বে ৪ বিঘা ১ কঠা ১৪ লোচা মাটি আবুল হাই নামৰ এজন ব্যক্তিৰ হাতত বিক্ৰী কৰা হৈছিল। কিন্তু , উক্ত মাটিৰ ওপৰিও বলপূৰ্বকভাৱে অধিক ১ বিঘা ১৩ লোচা মাটি তেওঁ দখল কৰি ৰাখিছিল। এই বিষয়টো লৈ ভুক্তভোগী চৌধুৰী পৰিয়ালে প্ৰথমে জিলা আদালতত গোচৰ ৰুজু কৰে। তাৰ পিছত উচ্চ ন্যায়ালয় আৰু অৱশেষত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হয়। দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত উচ্চতম ন্যায়ালয়ে ভুক্তভোগীৰ পক্ষত ৰায়দান কৰে। উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশ অনুসৰি আজি প্ৰশাসনে দখল কৰা মাটিত থকা অবৈধ বাসগৃহত উচ্ছেদ অভিযান চলায় আৰু দখলমুক্ত কৰে। মৈৰাবাৰী অঞ্চলত এইটো প্ৰথম উচ্ছেদ অভিযান বুলি জনা গৈছে। ইফালে, দীঘলীয়া সময়ৰ পিছত ন্যায় লাভ কৰাত ভুক্তভোগী চৌধুৰী পৰিয়ালে সন্তোষ প্ৰকাশ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ক কৃতজ্ঞতা জ্ঞাপন কৰে।
    1
    মৈৰাবাৰীত উচ্ছেদ!
২৩ বছৰৰ অন্তত উচ্চতম ন্যায়ালয়ৰ ৰায়ত ভুক্তভোগীৰ ন্যায় লাভ।
Voice: দক্ষিণ মৈৰাবাৰী অঞ্চলত আজি এক উচ্ছেদ অভিযান চলোৱা হয়, য’ত ২৩ বছৰৰ দীঘলীয়া আইনী সংগ্ৰামৰ অন্তত ভুক্তভোগীয়ে ন্যায় লাভ কৰিবলৈ সক্ষম হয়।
প্ৰায় ২৩ বছৰ পূৰ্বে ৪ বিঘা ১ কঠা ১৪ লোচা মাটি আবুল হাই নামৰ এজন ব্যক্তিৰ হাতত বিক্ৰী কৰা হৈছিল। কিন্তু , উক্ত মাটিৰ ওপৰিও বলপূৰ্বকভাৱে অধিক ১ বিঘা ১৩ লোচা মাটি তেওঁ দখল কৰি ৰাখিছিল।
এই বিষয়টো লৈ ভুক্তভোগী চৌধুৰী পৰিয়ালে প্ৰথমে জিলা আদালতত গোচৰ ৰুজু কৰে। তাৰ পিছত উচ্চ ন্যায়ালয় আৰু অৱশেষত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হয়। 
দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত উচ্চতম ন্যায়ালয়ে ভুক্তভোগীৰ পক্ষত ৰায়দান কৰে।
উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশ অনুসৰি আজি প্ৰশাসনে দখল কৰা মাটিত থকা অবৈধ বাসগৃহত উচ্ছেদ অভিযান চলায় আৰু দখলমুক্ত কৰে। মৈৰাবাৰী অঞ্চলত এইটো প্ৰথম উচ্ছেদ অভিযান বুলি জনা গৈছে।
ইফালে, দীঘলীয়া সময়ৰ পিছত ন্যায় লাভ কৰাত ভুক্তভোগী চৌধুৰী পৰিয়ালে সন্তোষ প্ৰকাশ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ক কৃতজ্ঞতা জ্ঞাপন কৰে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    2 hrs ago
  • চৰকাৰী বজাৰৰ মাটিৰ পৰা আৰম্ভ কৰি দুখীয়া দৰিদ্ৰ লোকৰ মাটিলৈকে চকু এইটো ভূ মাফিয়াৰ।হাফিজুৰ ৰহমান নামৰ ভূ মাফিয়াটোৱে জ্বলা কলা খুৱাইছে চলচলি মুছলিম গাওঁ আৰু পোটনী মুছলিম গাঁৱৰ বহু পৰিয়ালক।অতি চতুৰ,ঠগ প্ৰৱঞ্চক হাফিজুৰে কৌশলেৰে দুখীয়া লোকৰ মাটি দখল কৰি চৰকাৰী নীতি নিয়ম অমান্য কৰি বলপূৰ্বকভাৱে মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।ঠগ প্ৰৱঞ্চনা,ভয় ভাবুকিৰ গোচৰত কেইবাবাৰো আটক হোৱা হাফিজুৰৰ বিৰুদ্ধে নিজৰ গাঁৱতো ৰাইজমেল অনুষ্ঠিত হৈছে।
    1
    চৰকাৰী বজাৰৰ মাটিৰ পৰা আৰম্ভ কৰি দুখীয়া দৰিদ্ৰ লোকৰ মাটিলৈকে চকু এইটো ভূ মাফিয়াৰ।হাফিজুৰ ৰহমান নামৰ ভূ মাফিয়াটোৱে জ্বলা কলা খুৱাইছে চলচলি মুছলিম গাওঁ আৰু পোটনী মুছলিম গাঁৱৰ বহু পৰিয়ালক।অতি চতুৰ,ঠগ প্ৰৱঞ্চক হাফিজুৰে কৌশলেৰে দুখীয়া লোকৰ মাটি দখল কৰি চৰকাৰী নীতি নিয়ম অমান্য কৰি বলপূৰ্বকভাৱে মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।ঠগ প্ৰৱঞ্চনা,ভয় ভাবুকিৰ গোচৰত কেইবাবাৰো আটক হোৱা হাফিজুৰৰ বিৰুদ্ধে নিজৰ গাঁৱতো ৰাইজমেল অনুষ্ঠিত হৈছে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    20 hrs ago
  • মৈৰাবাৰীত উচ্ছেদ! ২৩ বছৰৰ অন্তত উচ্চতম ন্যায়ালয়ৰ ৰায়ত ভুক্তভোগীৰ ন্যায় লাভ। Voice: দক্ষিণ মৈৰাবাৰী অঞ্চলত আজি এক উচ্ছেদ অভিযান চলোৱা হয়, য’ত ২৩ বছৰৰ দীঘলীয়া আইনী সংগ্ৰামৰ অন্তত ভুক্তভোগীয়ে ন্যায় লাভ কৰিবলৈ সক্ষম হয়। প্ৰায় ২৩ বছৰ পূৰ্বে ৪ বিঘা ১ কঠা ১৪ লোচা মাটি আবুল হাই নামৰ এজন ব্যক্তিৰ হাতত বিক্ৰী কৰা হৈছিল। কিন্তু , উক্ত মাটিৰ ওপৰিও বলপূৰ্বকভাৱে অধিক ১ বিঘা ১৩ লোচা মাটি তেওঁ দখল কৰি ৰাখিছিল। এই বিষয়টো লৈ ভুক্তভোগী চৌধুৰী পৰিয়ালে প্ৰথমে জিলা আদালতত গোচৰ ৰুজু কৰে। তাৰ পিছত উচ্চ ন্যায়ালয় আৰু অৱশেষত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হয়। দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত উচ্চতম ন্যায়ালয়ে ভুক্তভোগীৰ পক্ষত ৰায়দান কৰে। উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশ অনুসৰি আজি প্ৰশাসনে দখল কৰা মাটিত থকা অবৈধ বাসগৃহত উচ্ছেদ অভিযান চলায় আৰু দখলমুক্ত কৰে। মৈৰাবাৰী অঞ্চলত এইটো প্ৰথম উচ্ছেদ অভিযান বুলি জনা গৈছে। ইফালে, দীঘলীয়া সময়ৰ পিছত ন্যায় লাভ কৰাত ভুক্তভোগী চৌধুৰী পৰিয়ালে সন্তোষ প্ৰকাশ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ক কৃতজ্ঞতা জ্ঞাপন কৰে।
    1
    মৈৰাবাৰীত উচ্ছেদ!
২৩ বছৰৰ অন্তত উচ্চতম ন্যায়ালয়ৰ ৰায়ত ভুক্তভোগীৰ ন্যায় লাভ।
Voice: দক্ষিণ মৈৰাবাৰী অঞ্চলত আজি এক উচ্ছেদ অভিযান চলোৱা হয়, য’ত ২৩ বছৰৰ দীঘলীয়া আইনী সংগ্ৰামৰ অন্তত ভুক্তভোগীয়ে ন্যায় লাভ কৰিবলৈ সক্ষম হয়।
প্ৰায় ২৩ বছৰ পূৰ্বে ৪ বিঘা ১ কঠা ১৪ লোচা মাটি আবুল হাই নামৰ এজন ব্যক্তিৰ হাতত বিক্ৰী কৰা হৈছিল। কিন্তু , উক্ত মাটিৰ ওপৰিও বলপূৰ্বকভাৱে অধিক ১ বিঘা ১৩ লোচা মাটি তেওঁ দখল কৰি ৰাখিছিল।
এই বিষয়টো লৈ ভুক্তভোগী চৌধুৰী পৰিয়ালে প্ৰথমে জিলা আদালতত গোচৰ ৰুজু কৰে। তাৰ পিছত উচ্চ ন্যায়ালয় আৰু অৱশেষত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হয়। 
দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত উচ্চতম ন্যায়ালয়ে ভুক্তভোগীৰ পক্ষত ৰায়দান কৰে।
উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশ অনুসৰি আজি প্ৰশাসনে দখল কৰা মাটিত থকা অবৈধ বাসগৃহত উচ্ছেদ অভিযান চলায় আৰু দখলমুক্ত কৰে। মৈৰাবাৰী অঞ্চলত এইটো প্ৰথম উচ্ছেদ অভিযান বুলি জনা গৈছে।
ইফালে, দীঘলীয়া সময়ৰ পিছত ন্যায় লাভ কৰাত ভুক্তভোগী চৌধুৰী পৰিয়ালে সন্তোষ প্ৰকাশ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ক কৃতজ্ঞতা জ্ঞাপন কৰে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    4 hrs ago
  • गुवाहाटी में बार स्थिति में भयंकर हालत में कुछ मजेदार और कुछ भयंकर वीडियो सामने आए। #newsreport #NationalNews
    2
    गुवाहाटी में बार स्थिति में भयंकर हालत में कुछ मजेदार और कुछ भयंकर वीडियो सामने आए।
#newsreport #NationalNews
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.