জোনাইৰ একলব্য মডেল ৰেচিডেন্সিয়েল স্কুলত চাঞ্চল্য ঘটনা৷ হোষ্টেলৰ পৰা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী নিৰুদ্দেশ, পৰৱৰ্তী সময়ত নিজ গৃহৰ পৰা উদ্ধাৰ৷ জোনাইৰ একলব্য মডেল ৰেচিডেন্সিয়েল স্কুলত চাঞ্চল্য ঘটনা৷ হোষ্টেলৰ পৰা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী নিৰুদ্দেশ, পৰৱৰ্তী সময়ত নিজ গৃহত উদ্ধাৰৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া AJYCPৰ #জোনাইৰ একলব্য মডেল ৰেচিডেন্সিয়েল স্কুলৰ হোষ্টেলৰ পৰা আজি পুৱাই ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰী হঠাৎ নিৰুদ্দেশ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। # জানিব পৰা মতে, পুৱাই হোষ্টেলৰ পৰা ওলাই যোৱাৰ পিছত বহু ঠাইত অনুসন্ধান চলোৱাৰ পিছতো ছাত্ৰীগৰাকীৰ কোনো সন্ধান পোৱা নাছিল। # অৱশেষত ছাত্ৰীগৰাকী পোনে পোনে নিজ গৃহত উপস্থিত হোৱাত পৰিয়ালৰ লোকে স্বস্তিৰ নিশ্বাস পেলায়। তথ্যও প্ৰদান নকৰিলে বুলি অভিযোগ কৰিছে সংগঠনটোৱে। # এগৰাকী ছাত্ৰী হোষ্টেলৰ পৰা নিৰুদ্দেশ হোৱাৰ দৰে গুৰুতৰ ঘটনাৰ পিছতো বিদ্যালয় কৰ্তৃপক্ষৰ এনে ভূমিকাক লৈ ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰ সংগঠনটোৱে। # ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু বিদ্যালয়ৰ নিৰাপত্তা ব্যৱস্থাৰ কোনো গাফিলতি আছিল নেকি, সেই সন্দৰ্ভত অতি শীঘ্ৰে উচ্চপদস্থ বিষয়াৰ দ্বাৰা নিৰপেক্ষ তদন্তৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। Visual & Byte in Whatapp number. চিচিবৰগাওৰ পৰা বৃষ্টি পাংগিঙৰ প্ৰতিবেদন, Shuru. Apps
জোনাইৰ একলব্য মডেল ৰেচিডেন্সিয়েল স্কুলত চাঞ্চল্য ঘটনা৷ হোষ্টেলৰ পৰা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী নিৰুদ্দেশ, পৰৱৰ্তী সময়ত নিজ গৃহৰ পৰা উদ্ধাৰ৷ জোনাইৰ একলব্য মডেল ৰেচিডেন্সিয়েল স্কুলত চাঞ্চল্য ঘটনা৷ হোষ্টেলৰ পৰা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী নিৰুদ্দেশ, পৰৱৰ্তী সময়ত নিজ গৃহত উদ্ধাৰৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া AJYCPৰ #জোনাইৰ একলব্য মডেল ৰেচিডেন্সিয়েল স্কুলৰ হোষ্টেলৰ পৰা আজি পুৱাই ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰী হঠাৎ নিৰুদ্দেশ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। # জানিব পৰা মতে, পুৱাই হোষ্টেলৰ পৰা ওলাই যোৱাৰ পিছত বহু ঠাইত অনুসন্ধান চলোৱাৰ পিছতো ছাত্ৰীগৰাকীৰ কোনো সন্ধান পোৱা নাছিল। # অৱশেষত ছাত্ৰীগৰাকী পোনে পোনে নিজ গৃহত উপস্থিত হোৱাত পৰিয়ালৰ লোকে স্বস্তিৰ নিশ্বাস পেলায়। তথ্যও প্ৰদান নকৰিলে বুলি অভিযোগ কৰিছে সংগঠনটোৱে। # এগৰাকী ছাত্ৰী হোষ্টেলৰ পৰা নিৰুদ্দেশ হোৱাৰ দৰে গুৰুতৰ ঘটনাৰ পিছতো বিদ্যালয় কৰ্তৃপক্ষৰ এনে ভূমিকাক লৈ ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰ সংগঠনটোৱে। # ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু বিদ্যালয়ৰ নিৰাপত্তা ব্যৱস্থাৰ কোনো গাফিলতি আছিল নেকি, সেই সন্দৰ্ভত অতি শীঘ্ৰে উচ্চপদস্থ বিষয়াৰ দ্বাৰা নিৰপেক্ষ তদন্তৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। Visual & Byte in Whatapp number. চিচিবৰগাওৰ পৰা বৃষ্টি পাংগিঙৰ প্ৰতিবেদন, Shuru. Apps
- জোনাইৰ একলব্য মডেল ৰেচিডেন্সিয়েল স্কুলত চাঞ্চল্য ঘটনা৷ হোষ্টেলৰ পৰা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী নিৰুদ্দেশ, পৰৱৰ্তী সময়ত নিজ গৃহৰ পৰা উদ্ধাৰ৷ জোনাইৰ একলব্য মডেল ৰেচিডেন্সিয়েল স্কুলত চাঞ্চল্য ঘটনা৷ হোষ্টেলৰ পৰা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী নিৰুদ্দেশ, পৰৱৰ্তী সময়ত নিজ গৃহত উদ্ধাৰৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া AJYCPৰ #জোনাইৰ একলব্য মডেল ৰেচিডেন্সিয়েল স্কুলৰ হোষ্টেলৰ পৰা আজি পুৱাই ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰী হঠাৎ নিৰুদ্দেশ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। # জানিব পৰা মতে, পুৱাই হোষ্টেলৰ পৰা ওলাই যোৱাৰ পিছত বহু ঠাইত অনুসন্ধান চলোৱাৰ পিছতো ছাত্ৰীগৰাকীৰ কোনো সন্ধান পোৱা নাছিল। # অৱশেষত ছাত্ৰীগৰাকী পোনে পোনে নিজ গৃহত উপস্থিত হোৱাত পৰিয়ালৰ লোকে স্বস্তিৰ নিশ্বাস পেলায়। তথ্যও প্ৰদান নকৰিলে বুলি অভিযোগ কৰিছে সংগঠনটোৱে। # এগৰাকী ছাত্ৰী হোষ্টেলৰ পৰা নিৰুদ্দেশ হোৱাৰ দৰে গুৰুতৰ ঘটনাৰ পিছতো বিদ্যালয় কৰ্তৃপক্ষৰ এনে ভূমিকাক লৈ ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰ সংগঠনটোৱে। # ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু বিদ্যালয়ৰ নিৰাপত্তা ব্যৱস্থাৰ কোনো গাফিলতি আছিল নেকি, সেই সন্দৰ্ভত অতি শীঘ্ৰে উচ্চপদস্থ বিষয়াৰ দ্বাৰা নিৰপেক্ষ তদন্তৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। Visual & Byte in Whatapp number. চিচিবৰগাওৰ পৰা বৃষ্টি পাংগিঙৰ প্ৰতিবেদন, Shuru. Apps1
- চ্যুকাফা নগৰত দিন-দুপৰতে চুৰিকাণ্ড । চোৰে নিলে নগদ এক লাখ টকা আৰু সোণৰ গহণা চৰাইদেউৰ চ্যুকাফা নগৰত দিন-দুপৰতে চুৰিকাণ্ড । চৰাইদেউ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বিধান চেতিয়াৰ ঘৰত কোনো নথকাৰ সুযোগত চোৰে চুৰ কৰে নগদ এক লাখ টকা আৰু সোণৰ গহণা ।অহা মাহত অধ্যক্ষ গৰাকীৰ কন্যাৰ ঘৰ উঠা অনুষ্ঠান আছিল । কন্যাৰ গহণা আৰু ফাৰ্ণিচাৰ বাবে ধন গোটাই ৰাখিছিল। স্থানীয় আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ।1
- টিংখাঙত চুলাই মদ আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান আদিবাসী ছাত্ৰ সন্থা; ঘৰে ঘৰে সোমাই ধ্বংস কৰিলে অবৈধ ভাটি। টিংখাঙত অবৈধ মাদক দ্ৰব্য আৰু চুলাই-মদৰ বিৰুদ্ধে অভিযান সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (আছা)। জিলা প্ৰশাসন আৰু আবকাৰী বিভাগৰ নিষ্ক্ৰিয়তাৰ অভিযোগ তুলি এইবাৰ সংগঠনটোৰ সদস্যসকলে নিজেই নামিল এই নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে। টিংখাং সমষ্টিৰ বিভিন্ন গাঁও আৰু চাহ বাগিচা অঞ্চলত চলি থকা চুলাই মদৰ ভাটি, গাঞ্জাৰ ঘাটিত আদিবাসী ছাত্ৰ সন্থাই চলালে উচ্ছেদ অভিযান। টিংখাং সমষ্টিৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি চলি অহা অবৈধ চুলাই মদ, গাঞ্জা আৰু ড্ৰাগছৰ বেহা বন্ধ কৰিবলৈ প্ৰশাসনক বাৰম্বাৰ দাবী জনোৱাৰ পিছতো কোনো ফল নধৰিল। অৱশেষত উপায়হীন হৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক সমিতিয়ে নিজেই নামি পৰিল প্ৰত্যক্ষ একশ্যনত। কেঁন্দুগুৰি, উচাবাম, চটনিবাম, পিঠাগুটি, দিৰৈ, চৰ্জনি, টিংখাং বাগান আৰু তিনিআলিকে ধৰি সমগ্ৰ অঞ্চলটোত চলোৱা হ’য় এই উচ্ছেদ অভিযান। চাহ বাগিচাসমূহত একাংশ উদণ্ড যুৱকে গাঞ্জা-ভাং সেৱন কৰি মা-ভগ্নীসকলৰ সুৰক্ষাত ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। সন্থাৰ স্পষ্ট মত— নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় কোনো কাৰণতে সহ্য কৰা নহ’ব। এখন সুস্থ আৰু সবল সমাজ গঢ়াৰ স্বাৰ্থত স্থানীয় প্ৰতিগৰাকী ৰাইজক এই আন্দোলনত অংশ ল'বলৈ আহ্বান জনাইছে সংগঠনটোৱে।1
- শিৱসাগৰ, নাজিৰা, মৰিয়নি সমষ্টিৰ অন্তৰ্গত ১০০ টা বানাক্ৰান্ত পৰিয়াললৈ সমন্বয়। সাংস্কৃতিক গোষ্ঠীৰ সহযোগত “সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম”ৰ সহায়ৰ হাত *সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম* ৰ তৰফৰ পৰা বানাক্ৰান্ত ৰাইজলৈ সহায়ৰ হাত সেৱাই পৰম ধৰ্ম। সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ সৌজন্যত, “দীনেশ সাহৰা ফাউণ্ডেশ্যন”ৰ তত্বাৱধানত আৰু *সমন্বয় সাংস্কৃতিক গোষ্ঠী* ৰ সহযোগত ২৬ আৰু ২৭ আগষ্টত দুদিনীয়াকৈ এক বিশেষ সাহাৰ্য্য অভিযান চলোৱা হয়৷ সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে চন্টকৰ চেতিয়া সন্দিকৈ গাওঁ, শিমলুগুৰিৰ ৰামুগাওঁ, জাঁজী ধনতুলা আদি বানাক্ৰান্ত অঞ্চলৰ প্ৰায় ১০০ টা পৰিয়াললৈ কিঞ্চিত সহায়ৰ হাত আগবঢ়ায়৷ সন্মিলনৰ মুখ্য সম্পাদক অমৃত কুমাৰ শৰ্মাই পৰিচালনা কৰা এই সাহাৰ্য্য অভিযানত ৰাইজৰ মাজত সৰ্বমুঠ ১ লাখ ৪৯ হাজাৰ টকাৰ গাদী, গাৰু, বিচনা চাদৰ, পাটী, নিউট্ৰেলাৰ পেকেট আদিৰ উপৰিও নামঘোষা বিতৰণ কৰা হয়৷ উক্ত কাৰ্য্যসূচীত ৰাজলক্ষ্মী ভূঞা, ৰাজীৱ গগৈ, প্ৰণৱ শৰ্মা, পৰী শইকীয়া, দেৱযানী ৰাজখোৱা, ৰঞ্জিত বৰদলৈ, অনুস্কা বৰুৱা আদি উপস্থিত থাকে।4
- যোৰহাটৰ ধনুকা কাণ্ডৰ লগত জড়িত জুৱেলাৰীৰ স্বত্বাধিকাৰীৰ যোৰহাট সদৰ থানাত আত্মসমৰ্পণ | যোৰহাটৰ য়শ ধনুকা কাণ্ডৰ লগত জড়িত জুৱেলাৰীৰ স্বত্বাধিকাৰীক যোৱা কালি যোৰহাট সদৰ থানাত আত্মসমৰ্পণ কৰে আৰু তাৰ পাছত আজি যোৰহাট সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । য়শ ধনুকাৰ পৰা চুৰি সোণ এখন জুৱেলাৰীত বিক্ৰী কৰিছিল । উল্লেখ্য যে, চুৰি সোণ লোৱাৰ অপৰাধত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । কিছু সময়ৰ আগতে যোৰহাট আৰক্ষীয়ে দুজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।2
- BIG BREAKING ⭕মাকুম দূলীয়াজান সংযোগী মূখ্য পথ মেৰামতিত অইল অৱৰোধ কাৰ্যসূচী স্থানীয় ৰাইজৰ। ⭕নিৰ্মাণ কাৰ্য আৰম্ভণি দিনৰ পৰাই পথ নিৰ্মাণত বিসংগতি । ⭕পথটোৰ ঠাইয়ে ঠাইয়ে পুখুৰী সদৃশ গাত। ⭕দীৰ্ঘ দিন ধৰি জীয়াটো ভূগি আছে স্থানীয়ৰ লগতে চলাচল কৰা যান-বাহনৰ গৰাকী সকল। ⭕পথটোৰ পুখুৰী সদৃশ গাতত আৱদ্ধ হৈ আছে ৰাজগড়-বজালনী চাহ বাগিচালৈ কাঢ়িয়াই অনা সাৰ ভৰ্তি ট্ৰাক। ⭕অইল ইণ্ডিয়া বাহন সমূহ আৱদ্ধ কৰি অনিৰ্দিষ্ট কাললৈ অইল অৱৰোধ কাৰ্যসূচী স্থানীয় ৰাইজৰ। BIG BREAKING ⭕মাকুম দূলীয়াজান সংযোগী মূখ্য পথ মেৰামতিত অইল অৱৰোধ কাৰ্যসূচী স্থানীয় ৰাইজৰ। ⭕নিৰ্মাণ কাৰ্য আৰম্ভণি দিনৰ পৰাই পথ নিৰ্মাণত বিসংগতি । ⭕পথটোৰ ঠাইয়ে ঠাইয়ে পুখুৰী সদৃশ গাত। ⭕দীৰ্ঘ দিন ধৰি জীয়াটো ভূগি আছে স্থানীয়ৰ লগতে চলাচল কৰা যান-বাহনৰ গৰাকী সকল। ⭕পথটোৰ পুখুৰী সদৃশ গাতত আৱদ্ধ হৈ আছে ৰাজগড়-বজালনী চাহ বাগিচালৈ কাঢ়িয়াই অনা সাৰ ভৰ্তি ট্ৰাক। ⭕অইল ইণ্ডিয়া বাহন সমূহ আৱদ্ধ কৰি অনিৰ্দিষ্ট কাললৈ অইল অৱৰোধ কাৰ্যসূচী স্থানীয় ৰাইজৰ।4
- SLUG: মাজুলীত ভূতৰ আতংক / অদৃশ্য শক্তিৰ শিলগুটি নিক্ষেপ* একবিংশ শতিকা... বিজ্ঞানে চন্দ্ৰত, মংগলত ভৰি থৈছে... কিন্তু মাজুলীত আজিও ভূতৰ আতংক! হয়, শুনি আচৰিত যেন লাগিলেও এয়াই সত্য। মাজুলীৰ গায়ন গাঁৱত এতিয়া ভূতৰ সন্ত্ৰাস। এসপ্তাহ ধৰি এটা অদৃশ্য শক্তিয়ে জ্বলাকলা কৰিছে গাঁওখনৰ এটা চুবুৰীত। মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত গায়ন গাঁৱত যোৱা প্ৰায় এসপ্তাহ ধৰি গাঁওখনৰ এটা চুবুৰীত বিৰাজ কৰিছে চাঞ্চল্য আৰু আতংক। গাঁওখনৰ প্ৰায় ৭ টা পৰিয়ালৰ ঘৰলৈ অদৃশ্য শক্তিয়ে নিক্ষেপ কৰিছে শিলগুটি। মানুহৰ গাতো আহি পৰিছে এই অদৃশ্য শিলগুটি। কোনোবা ঘৰত গ্লাচ ভাঙিছে, কোনোবা ঘৰত শিলগুটি নিক্ষেপ... আন কোনোবা ঘৰত আকৌ বিচনাৰ লেপ তুলি ফালি তহিলং কৰিছে এই অদৃশ্য শক্তিয়ে। আটাইতকৈ আচৰিত কথা... ৰাতি হ'লেই কান্দে এই অদৃশ্য শক্তিটোৱে। সেই কান্দোন শুনি এতিয়া ঘৰত থাকিবলৈকে ভয় কৰা হৈছে গায়ন গাঁৱৰ এটৱ চুবুৰীৰ এই লোকসকল। যি সময়ত বিজ্ঞানে মহাকাশত অৱতৰণ কৰিছে, চন্দ্ৰত, মংগলত মহাকাশচাৰী পঠিয়াইছে, তেনে সময়তে মাজুলীৰ এই ঘটনাই প্ৰমাণ কৰিছে যে আজিও মানুহ অন্ধবিশ্বাসৰ কবলত। এইয়া ভূত নে ভ্ৰম? নে ইয়াৰ আঁৰত আছে কোনো দুষ্ট চক্ৰ? এতিয়া সকলোৰে মনত একেই প্ৰশ্ন। ফুলনি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। SLUG: মাজুলীত ভূতৰ আতংক / অদৃশ্য শক্তিৰ শিলগুটি নিক্ষেপ* একবিংশ শতিকা... বিজ্ঞানে চন্দ্ৰত, মংগলত ভৰি থৈছে... কিন্তু মাজুলীত আজিও ভূতৰ আতংক! হয়, শুনি আচৰিত যেন লাগিলেও এয়াই সত্য। মাজুলীৰ গায়ন গাঁৱত এতিয়া ভূতৰ সন্ত্ৰাস। এসপ্তাহ ধৰি এটা অদৃশ্য শক্তিয়ে জ্বলাকলা কৰিছে গাঁওখনৰ এটা চুবুৰীত। মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত গায়ন গাঁৱত যোৱা প্ৰায় এসপ্তাহ ধৰি গাঁওখনৰ এটা চুবুৰীত বিৰাজ কৰিছে চাঞ্চল্য আৰু আতংক। গাঁওখনৰ প্ৰায় ৭ টা পৰিয়ালৰ ঘৰলৈ অদৃশ্য শক্তিয়ে নিক্ষেপ কৰিছে শিলগুটি। মানুহৰ গাতো আহি পৰিছে এই অদৃশ্য শিলগুটি। কোনোবা ঘৰত গ্লাচ ভাঙিছে, কোনোবা ঘৰত শিলগুটি নিক্ষেপ... আন কোনোবা ঘৰত আকৌ বিচনাৰ লেপ তুলি ফালি তহিলং কৰিছে এই অদৃশ্য শক্তিয়ে। আটাইতকৈ আচৰিত কথা... ৰাতি হ'লেই কান্দে এই অদৃশ্য শক্তিটোৱে। সেই কান্দোন শুনি এতিয়া ঘৰত থাকিবলৈকে ভয় কৰা হৈছে গায়ন গাঁৱৰ এটৱ চুবুৰীৰ এই লোকসকল। যি সময়ত বিজ্ঞানে মহাকাশত অৱতৰণ কৰিছে, চন্দ্ৰত, মংগলত মহাকাশচাৰী পঠিয়াইছে, তেনে সময়তে মাজুলীৰ এই ঘটনাই প্ৰমাণ কৰিছে যে আজিও মানুহ অন্ধবিশ্বাসৰ কবলত। এইয়া ভূত নে ভ্ৰম? নে ইয়াৰ আঁৰত আছে কোনো দুষ্ট চক্ৰ? এতিয়া সকলোৰে মনত একেই প্ৰশ্ন। ফুলনি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।1
- তিনিচুকীয়াৰ বৰডুবিত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি গৰ্ভৱতী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ এক তিনিচুকীয়াৰ বৰডুবিত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি গৰ্ভৱতী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ এক৷ বৰডুবি আৰক্ষী থানাত নাবালিকা গৰাকীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত বৰডুবি আৰক্ষীয়ে শদিয়াত অভিযান চলাই গ্ৰেপ্তাৰ কৰে কমল প্ৰধানক৷1