Shuru
Apke Nagar Ki App…
NDA 3.0 PM AWAS YOJANA ONLINE APPLY, PM AWAS YOJANA ONLINE APPLY
Pk net cafe
NDA 3.0 PM AWAS YOJANA ONLINE APPLY, PM AWAS YOJANA ONLINE APPLY
More news from অসম and nearby areas
- বাৰপেটা জিলাৰ ক'লগাছিয়াত নকল টিকটসহ এজন আৰক্ষীক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আৰক্ষী বিভাগৰ সততাক লৈ প্ৰশ্ন উত্থাপন হৈছে।1
- ব্ৰক্ষ্মপুত্ৰৰ বুকুত শিহুৰ জলকেলি। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে বিশেষ ভিডিও। ব্ৰক্ষ্মপুত্ৰৰ বুকুত শিহুৰ জলকেলি। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে বিশেষ ভিডিও।1
- নয়া মছজিদৰ কাষত স্থানান্তৰ কৰা হল কেৰিয়াৰ মন্ত্ৰৰ ইনষ্টিটিউট। আজি ধুবুৰী চহৰৰ কলেজ ৰোডৰ নয়া মছজিদৰ কাষত স্থানান্তৰ কৰা হল কেৰিয়াৰ মন্ত্ৰৰ ইনষ্টিটিউট। নতুন বিল্ডিঙৰ শুভ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত সেনা বিষয়া তথা কেৰিয়াৰ মন্ত্ৰৰ উপদেষ্টা কৰ্নেল সহিদুল ইচলামে।1
- অসমৰ পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ভক্তৰডবাৰ কৃষকসকলৰ মাজত গভীৰ দুৰ্দশাই দেখা দিছে। বৰ্তমান তেওঁলোকৰ কৃষিভিত্তিক জীৱন-ধাৰণ কঠিন হৈ পৰিছে।1
- ধুবুৰী জিলাৰ গৌৰীপুৰৰ গেৰামাৰী ৩য় খণ্ড গাঁৱত আব্দুল মোন্নাফৰ ঘৰত ডকাইতি সংঘটিত হৈছে। ঘৰত কোনো নথকাৰ সুযোগ লৈ ডকাইতসকলে ৪ লাখ টকা, সোণ-ৰূপৰ আ-অলংকাৰ আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰ লৈ যায়। এই সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।1
- NE 24 ASSAM, উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ডিজিটেল মাধ্যমে গৌৰীপুৰকে ধৰি সমগ্ৰ অঞ্চলটোৰ পৰা সমৰ্থন বিচাৰিছে। এই মাধ্যমে স্থানীয় বাতৰি আৰু তথ্য জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।1
- ধুবুৰী জিলাৰ সাপটগ্ৰামত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু)ৰ উদ্যোগত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ'ল। নেমছুৰ বিলাসীপাৰা জিলা সমিতিৰ অন্তৰ্গত সাপটগ্ৰাম আঞ্চলিক সমিতিয়ে এই বিশেষ অনুষ্ঠান আয়োজন কৰিছিল।1
- এজন ধৰ্মপ্ৰচাৰকে ঘোষণা কৰিছে যে তেওঁৰ মৃত্যুৰ পাছতো কালিমাৰ পবিত্ৰ বাণী চিৰকাল বৰ্তি থাকিব। এই গভীৰ বিশ্বাসেৰে তেওঁ আল্লাহ আৰু নবীৰ পক্ষত সদায় থকাৰ কথা কয়।1