Shuru
Apke Nagar Ki App…
ব্ৰক্ষ্মপুত্ৰৰ বুকুত শিহুৰ জলকেলি। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে বিশেষ ভিডিও। ব্ৰক্ষ্মপুত্ৰৰ বুকুত শিহুৰ জলকেলি। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে বিশেষ ভিডিও।
Amar Dhubri
ব্ৰক্ষ্মপুত্ৰৰ বুকুত শিহুৰ জলকেলি। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে বিশেষ ভিডিও। ব্ৰক্ষ্মপুত্ৰৰ বুকুত শিহুৰ জলকেলি। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে বিশেষ ভিডিও।
- NE 24 ASSAM MEDIA NETWORKগৌৰীপুৰ, ধুবুৰী, অসম😂36 min ago
More news from অসম and nearby areas
- ব্ৰক্ষ্মপুত্ৰৰ বুকুত শিহুৰ জলকেলি। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে বিশেষ ভিডিও। ব্ৰক্ষ্মপুত্ৰৰ বুকুত শিহুৰ জলকেলি। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে বিশেষ ভিডিও।1
- নয়া মছজিদৰ কাষত স্থানান্তৰ কৰা হল কেৰিয়াৰ মন্ত্ৰৰ ইনষ্টিটিউট। আজি ধুবুৰী চহৰৰ কলেজ ৰোডৰ নয়া মছজিদৰ কাষত স্থানান্তৰ কৰা হল কেৰিয়াৰ মন্ত্ৰৰ ইনষ্টিটিউট। নতুন বিল্ডিঙৰ শুভ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত সেনা বিষয়া তথা কেৰিয়াৰ মন্ত্ৰৰ উপদেষ্টা কৰ্নেল সহিদুল ইচলামে।1
- ধুবুৰী জিলাৰ গৌৰীপুৰৰ গেৰামাৰী ৩য় খণ্ড গাঁৱত আব্দুল মোন্নাফৰ ঘৰত ডকাইতি সংঘটিত হৈছে। ঘৰত কোনো নথকাৰ সুযোগ লৈ ডকাইতসকলে ৪ লাখ টকা, সোণ-ৰূপৰ আ-অলংকাৰ আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰ লৈ যায়। এই সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।1
- NE 24 ASSAM, উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ডিজিটেল মাধ্যমে গৌৰীপুৰকে ধৰি সমগ্ৰ অঞ্চলটোৰ পৰা সমৰ্থন বিচাৰিছে। এই মাধ্যমে স্থানীয় বাতৰি আৰু তথ্য জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।1
- ধুবুৰী জিলাৰ সাপটগ্ৰামত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু)ৰ উদ্যোগত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ'ল। নেমছুৰ বিলাসীপাৰা জিলা সমিতিৰ অন্তৰ্গত সাপটগ্ৰাম আঞ্চলিক সমিতিয়ে এই বিশেষ অনুষ্ঠান আয়োজন কৰিছিল।1
- অহাকালি অসমত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। আজি তেওঁ খানাপাৰাত উপস্থিত হৈ শপতগ্ৰহণ অনুষ্ঠানৰ যাৱতীয় বুজ লয়।1
- pvc id card printing services Pvc id card printing business1
- অসমৰ এন ডি এ বিধায়িনী দলে বৈঠক অনুষ্ঠিত কৰি ৰাজ্যপাল শ্ৰীলক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। এই সাক্ষাতত তেওঁলোকে পৰৱৰ্তী চৰকাৰ গঠনৰ প্ৰস্তাৱ দাখিল কৰে।1