logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মা কামাখ্যাৰ অম্বুবাচীৰ মহা মেলাৰ মহাযোগ সমাপ্ত হোৱাৰ পিছত ভক্তসকলৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হৈছে। এই মহাযোগৰ সময়ছোৱাত উদ্ভৱ হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ সন্দৰ্ভত কামাখ্যা মন্দিৰৰ দলৈয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। দলৈয়ে মন্তব্য কৰিছে যে মানুহৰ মাজৰ পৰা মানৱতা নোহোৱা হৈছে। তেওঁ উল্লেখ কৰে যে মা কামাখ্যা এক আধ্যাত্মিক দৰ্শনৰ স্থলী হোৱা স্বত্বেও, ভিৰৰ মাজত যদি কোনোবাই মূৰ ঘূৰাই পৰি যায়, তেন্তে মানৱীয় দৃষ্টিভংগীৰে সহায় নকৰি আগবাঢ়ি যোৱাটো শুভলক্ষণ নহয়। ইয়াৰ উপৰিও, তেওঁ সাধু-সন্ন্যাসীসকলৰ মাজত কাজিয়া, মাৰপিট আৰু খেদা-খেদি হোৱাটো উচিত নহয় বুলি স্পষ্ট কৰি কয়। দলৈয়ে দৃঢ়তাৰে কয় যে মানুহে তেওঁলোকৰ পৰা এনে আচৰণ কেতিয়াও আশা নকৰে। সাধু-সন্ন্যাসী আৰু দৰ্শনাৰ্থীসকলৰ এনে আচৰণক লৈ দলৈ সমাজ স্তম্ভিত হৈ পৰিছে।

5 hrs ago
user_DSL LIVE
DSL LIVE
গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
5 hrs ago

মা কামাখ্যাৰ অম্বুবাচীৰ মহা মেলাৰ মহাযোগ সমাপ্ত হোৱাৰ পিছত ভক্তসকলৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হৈছে। এই মহাযোগৰ সময়ছোৱাত উদ্ভৱ হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ সন্দৰ্ভত কামাখ্যা মন্দিৰৰ দলৈয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। দলৈয়ে মন্তব্য কৰিছে যে মানুহৰ মাজৰ পৰা মানৱতা নোহোৱা হৈছে। তেওঁ উল্লেখ কৰে যে মা কামাখ্যা এক আধ্যাত্মিক দৰ্শনৰ স্থলী হোৱা স্বত্বেও, ভিৰৰ মাজত যদি কোনোবাই মূৰ ঘূৰাই পৰি যায়, তেন্তে মানৱীয় দৃষ্টিভংগীৰে সহায় নকৰি আগবাঢ়ি যোৱাটো শুভলক্ষণ নহয়। ইয়াৰ উপৰিও, তেওঁ সাধু-সন্ন্যাসীসকলৰ মাজত কাজিয়া, মাৰপিট আৰু খেদা-খেদি হোৱাটো উচিত নহয় বুলি স্পষ্ট কৰি কয়। দলৈয়ে দৃঢ়তাৰে কয় যে মানুহে তেওঁলোকৰ পৰা এনে আচৰণ কেতিয়াও আশা নকৰে। সাধু-সন্ন্যাসী আৰু দৰ্শনাৰ্থীসকলৰ এনে আচৰণক লৈ দলৈ সমাজ স্তম্ভিত হৈ পৰিছে।

More news from অসম and nearby areas
  • মা কামাখ্যাৰ অম্বুবাচীৰ মহা মেলাৰ মহাযোগ সমাপ্ত হোৱাৰ পিছত ভক্তসকলৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হৈছে। এই মহাযোগৰ সময়ছোৱাত উদ্ভৱ হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ সন্দৰ্ভত কামাখ্যা মন্দিৰৰ দলৈয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। দলৈয়ে মন্তব্য কৰিছে যে মানুহৰ মাজৰ পৰা মানৱতা নোহোৱা হৈছে। তেওঁ উল্লেখ কৰে যে মা কামাখ্যা এক আধ্যাত্মিক দৰ্শনৰ স্থলী হোৱা স্বত্বেও, ভিৰৰ মাজত যদি কোনোবাই মূৰ ঘূৰাই পৰি যায়, তেন্তে মানৱীয় দৃষ্টিভংগীৰে সহায় নকৰি আগবাঢ়ি যোৱাটো শুভলক্ষণ নহয়। ইয়াৰ উপৰিও, তেওঁ সাধু-সন্ন্যাসীসকলৰ মাজত কাজিয়া, মাৰপিট আৰু খেদা-খেদি হোৱাটো উচিত নহয় বুলি স্পষ্ট কৰি কয়। দলৈয়ে দৃঢ়তাৰে কয় যে মানুহে তেওঁলোকৰ পৰা এনে আচৰণ কেতিয়াও আশা নকৰে। সাধু-সন্ন্যাসী আৰু দৰ্শনাৰ্থীসকলৰ এনে আচৰণক লৈ দলৈ সমাজ স্তম্ভিত হৈ পৰিছে।
    1
    মা কামাখ্যাৰ অম্বুবাচীৰ মহা মেলাৰ মহাযোগ সমাপ্ত হোৱাৰ পিছত ভক্তসকলৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হৈছে। এই মহাযোগৰ সময়ছোৱাত উদ্ভৱ হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ সন্দৰ্ভত কামাখ্যা মন্দিৰৰ দলৈয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

দলৈয়ে মন্তব্য কৰিছে যে মানুহৰ মাজৰ পৰা মানৱতা নোহোৱা হৈছে। তেওঁ উল্লেখ কৰে যে মা কামাখ্যা এক আধ্যাত্মিক দৰ্শনৰ স্থলী হোৱা স্বত্বেও, ভিৰৰ মাজত যদি কোনোবাই মূৰ ঘূৰাই পৰি যায়, তেন্তে মানৱীয় দৃষ্টিভংগীৰে সহায় নকৰি আগবাঢ়ি যোৱাটো শুভলক্ষণ নহয়। ইয়াৰ উপৰিও, তেওঁ সাধু-সন্ন্যাসীসকলৰ মাজত কাজিয়া, মাৰপিট আৰু খেদা-খেদি হোৱাটো উচিত নহয় বুলি স্পষ্ট কৰি কয়। দলৈয়ে দৃঢ়তাৰে কয় যে মানুহে তেওঁলোকৰ পৰা এনে আচৰণ কেতিয়াও আশা নকৰে।

সাধু-সন্ন্যাসী আৰু দৰ্শনাৰ্থীসকলৰ এনে আচৰণক লৈ দলৈ সমাজ স্তম্ভিত হৈ পৰিছে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    5 hrs ago
  • সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ জাহিৰ আউলিয়া দৰগাহত দশম মহৰম অত্যন্ত উলহ-মালহেৰে উদযাপন কৰা হয়।
    1
    সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ জাহিৰ আউলিয়া দৰগাহত দশম মহৰম অত্যন্ত উলহ-মালহেৰে উদযাপন কৰা হয়।
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    10 hrs ago
  • ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত লোক্ৰাই আৰু মাৰৈ-দুমুনিচকী গাঁও পঞ্চায়তত বিধায়ক ড° পৰমানন্দ ৰাজবংশীক এক গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। এই অনুষ্ঠান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ ১২ বছৰ’ উদযাপন উপলক্ষে আয়োজিত ‘ৰাইজৰ পদুলিত, ৰাইজৰ সমাধান’ কাৰ্যসূচীৰ এক অংশ হিচাপে অনুষ্ঠিত হয়। এই সভাত স্থানীয় গণ্য-মান্য ব্যক্তি, পঞ্চায়ত প্ৰতিনিধি, বিজেপিৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াৰ লগতে বহু সংখ্যক দলীয় কৰ্মী উপস্থিত থাকে। বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে নিজৰ বক্তব্যত অঞ্চলটোৰ উন্নয়ন, জনকল্যাণমূলক আঁচনি আৰু আগন্তুক উন্নয়নমূলক পৰিকল্পনাসমূহৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে। সভাত তেওঁক ফুলাম গামোচা, শৰাই আৰু স্মাৰক প্ৰদান কৰি উষ্ম সম্বৰ্ধনা জনোৱা হয়।
    1
    ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত লোক্ৰাই আৰু মাৰৈ-দুমুনিচকী গাঁও পঞ্চায়তত বিধায়ক ড° পৰমানন্দ ৰাজবংশীক এক গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। এই অনুষ্ঠান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ ১২ বছৰ’ উদযাপন উপলক্ষে আয়োজিত ‘ৰাইজৰ পদুলিত, ৰাইজৰ সমাধান’ কাৰ্যসূচীৰ এক অংশ হিচাপে অনুষ্ঠিত হয়।

এই সভাত স্থানীয় গণ্য-মান্য ব্যক্তি, পঞ্চায়ত প্ৰতিনিধি, বিজেপিৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াৰ লগতে বহু সংখ্যক দলীয় কৰ্মী উপস্থিত থাকে। বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে নিজৰ বক্তব্যত অঞ্চলটোৰ উন্নয়ন, জনকল্যাণমূলক আঁচনি আৰু আগন্তুক উন্নয়নমূলক পৰিকল্পনাসমূহৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে। সভাত তেওঁক ফুলাম গামোচা, শৰাই আৰু স্মাৰক প্ৰদান কৰি উষ্ম সম্বৰ্ধনা জনোৱা হয়।
    user_Ne Assam Digital
    Ne Assam Digital
    Local News Reporter শিপাঝাৰ, দৰং, অসম•
    12 hrs ago
  • ৰঙিয়াত আজি পণ্য আৰু সেৱা কৰ (জিএছটি) সম্পৰ্কীয় এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। গুৱাহাটী কৰ ভৱন (ইউনিট বি)-ৰ উদ্যোগত আৰু ৰঙিয়া চেম্বাৰ অব কমাৰ্চৰ সহযোগত স্থানীয় 'ৰাইজমেল কৃষক শ্বহীদ ভৱন' প্ৰাঙ্গণত এই সভা আয়োজন কৰা হৈছিল। এই সভাত ৰঙিয়াৰ শতাধিক ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে। কৰ বিভাগৰ উপ-আয়ুক্ত ৰিণ্টু কুমাৰ শৰ্মা আৰু অধীক্ষক পংকজ বৰ্মন উপস্থিত থাকি ব্যৱসায়ীসকলক জিএছটি সম্পৰ্কীয় বিভিন্ন শেহতীয়া অধিনিয়মৰ বিষয়ে অৱগত কৰে। অনুষ্ঠানত ৰঙিয়া চেম্বাৰ অব কমাৰ্চৰ উপ-সভাপতি হৰি ৰাম ক্যাল, সম্পাদক মুকুতানন্দ ভট্টাচাৰ্য, স্থানীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰিন্স চাৰাফৰ লগতে সুশিল জাজোদিয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
    1
    ৰঙিয়াত আজি পণ্য আৰু সেৱা কৰ (জিএছটি) সম্পৰ্কীয় এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। গুৱাহাটী কৰ ভৱন (ইউনিট বি)-ৰ উদ্যোগত আৰু ৰঙিয়া চেম্বাৰ অব কমাৰ্চৰ সহযোগত স্থানীয় 'ৰাইজমেল কৃষক শ্বহীদ ভৱন' প্ৰাঙ্গণত এই সভা আয়োজন কৰা হৈছিল।

এই সভাত ৰঙিয়াৰ শতাধিক ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে। কৰ বিভাগৰ উপ-আয়ুক্ত ৰিণ্টু কুমাৰ শৰ্মা আৰু অধীক্ষক পংকজ বৰ্মন উপস্থিত থাকি ব্যৱসায়ীসকলক জিএছটি সম্পৰ্কীয় বিভিন্ন শেহতীয়া অধিনিয়মৰ বিষয়ে অৱগত কৰে।

অনুষ্ঠানত ৰঙিয়া চেম্বাৰ অব কমাৰ্চৰ উপ-সভাপতি হৰি ৰাম ক্যাল, সম্পাদক মুকুতানন্দ ভট্টাচাৰ্য, স্থানীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰিন্স চাৰাফৰ লগতে সুশিল জাজোদিয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    10 hrs ago
  • কামৰূপ জিলাৰ ছমৰীয়াৰ মাকালি গাঁৱত মহিন্দ্ৰ চন্দ্ৰ বিশ্বাসৰ পুত্ৰ নাৰায়ণ বিশ্বাসৰ দাগ নং ৫১৬ আৰু পাট্টা নং ১৮ ৰ অধীনৰ ২ বিঘা ৩ কঠা মাটি বলপূৰ্বকভাৱে বেদখল কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ভূমি বেদখলক লৈ ভুক্তভোগী পৰিয়ালটোৱে ন্যায় বিচাৰি কামৰূপ জিলা আয়ুক্ত, ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, লগতে বকো আৰু ছমৰীয়া আৰক্ষী বিষয়াক আহ্বান জনাইছে।
    1
    কামৰূপ জিলাৰ ছমৰীয়াৰ মাকালি গাঁৱত মহিন্দ্ৰ চন্দ্ৰ বিশ্বাসৰ পুত্ৰ নাৰায়ণ বিশ্বাসৰ দাগ নং ৫১৬ আৰু পাট্টা নং ১৮ ৰ অধীনৰ ২ বিঘা ৩ কঠা মাটি বলপূৰ্বকভাৱে বেদখল কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ভূমি বেদখলক লৈ ভুক্তভোগী পৰিয়ালটোৱে ন্যায় বিচাৰি কামৰূপ জিলা আয়ুক্ত, ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, লগতে বকো আৰু ছমৰীয়া আৰক্ষী বিষয়াক আহ্বান জনাইছে।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    11 hrs ago
  • বড়োলেণ্ড সাংবাদিক সংস্থাৰ উদ্যোগত আৰু তামুলপুৰ প্ৰেছ ক্লাৱৰ সহযোগত ড্ৰাগছৰ বিৰুদ্ধে সমাজক সজাগ কৰাৰ উদ্দেশ্যে এক বিশাল চাইকেল সমদল। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে আজি তামুলপুৰ জিলা সদৰত এক অভূতপূৰ্ব জাগৰণ দেখিবলৈ পোৱা যায়। বড়োলেণ্ড সাংবাদিক সংস্থাৰ উদ্যোগত আৰু তামুলপুৰ প্ৰেছ ক্লাৱৰ সহযোগত ড্ৰাগছৰ বিৰুদ্ধে সমাজক সজাগ কৰাৰ উদ্দেশ্যে এক বিশাল চাইকেল সমদলৰ আয়োজন কৰা হয়। আজি পুৱা ঠিক ৬:৩০ বজাত তামুলপুৰ প্ৰেছ ক্লাৱৰ প্ৰাংগণৰ পৰা আৰম্ভ হোৱা এই সজাগতামূলক সমদলটো আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰি উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী (ভজন) দাসে। সমদলটো প্ৰেছ ক্লাৱৰ পৰা ওলাই দ্বাৰকুছী হৈ পুনৰ তামুলপুৰ প্ৰেছ ক্লাৱ প্ৰাংগণলৈ আহি সফলতাৰে সামৰণি পৰে। এই বিশেষ কাৰ্যসূচীত তামুলপুৰৰ জ্যেষ্ঠ নাগৰিক, প্ৰাক্তন সৈনিকৰ লগতে আছু, আৰছু, মহিলা ঐক্য মঞ্চ, সাহিত্য সভা, ক্ৰিকেট এচোছিয়েশ্যনকে ধৰি অঞ্চলটোৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু অলেখ উৎসাহী ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। সমদলৰ এক আকৰ্ষণীয় দিশ আছিল এই যে, অংশগ্ৰহণকাৰীসকলে নিজ নিজ চাইকেলত "ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হওঁক সমাজ", "আমাৰ লক্ষ্য ড্ৰাগছ মুক্ত সমাজ গঢ়া", "ড্ৰাগছৰ বিৰুদ্ধে সজাগ হওঁক, সচেতন হওঁক", "আমি সচেতন আমি সজাগ, ড্ৰাগছ মুক্ত হ'ব আমাৰ সমাজ" আৰু "নতুন প্ৰজন্মৰ ভৱিষ্যত ৰক্ষা কৰাটো আমাৰ দায়িত্ব" আদি বিভিন্ন সজাগতামূলক শ্লোগান সম্বলিত বেনাৰ-পোষ্টাৰ লগাই সমগ্ৰ তামুলপুৰবাসীক ড্ৰাগছৰ ভয়াবহতাৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ সজোৰে আহ্বান জনায়।
    1
    বড়োলেণ্ড সাংবাদিক সংস্থাৰ উদ্যোগত আৰু তামুলপুৰ প্ৰেছ ক্লাৱৰ সহযোগত ড্ৰাগছৰ বিৰুদ্ধে সমাজক সজাগ কৰাৰ উদ্দেশ্যে এক বিশাল চাইকেল সমদল।
আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে আজি তামুলপুৰ জিলা সদৰত এক অভূতপূৰ্ব জাগৰণ দেখিবলৈ পোৱা যায়। বড়োলেণ্ড সাংবাদিক সংস্থাৰ উদ্যোগত আৰু তামুলপুৰ প্ৰেছ ক্লাৱৰ সহযোগত ড্ৰাগছৰ বিৰুদ্ধে সমাজক সজাগ কৰাৰ উদ্দেশ্যে এক বিশাল চাইকেল সমদলৰ আয়োজন কৰা হয়। আজি পুৱা ঠিক ৬:৩০ বজাত তামুলপুৰ প্ৰেছ ক্লাৱৰ প্ৰাংগণৰ পৰা আৰম্ভ হোৱা এই সজাগতামূলক সমদলটো আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰি উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী (ভজন) দাসে। সমদলটো প্ৰেছ ক্লাৱৰ পৰা ওলাই দ্বাৰকুছী হৈ পুনৰ তামুলপুৰ প্ৰেছ ক্লাৱ প্ৰাংগণলৈ আহি সফলতাৰে সামৰণি পৰে। এই বিশেষ কাৰ্যসূচীত তামুলপুৰৰ জ্যেষ্ঠ নাগৰিক, প্ৰাক্তন সৈনিকৰ লগতে আছু, আৰছু, মহিলা ঐক্য মঞ্চ, সাহিত্য সভা, ক্ৰিকেট এচোছিয়েশ্যনকে ধৰি অঞ্চলটোৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু অলেখ উৎসাহী ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। সমদলৰ এক আকৰ্ষণীয় দিশ আছিল এই যে, অংশগ্ৰহণকাৰীসকলে নিজ নিজ চাইকেলত "ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হওঁক সমাজ", "আমাৰ লক্ষ্য ড্ৰাগছ মুক্ত সমাজ গঢ়া", "ড্ৰাগছৰ বিৰুদ্ধে সজাগ হওঁক, সচেতন হওঁক", "আমি সচেতন আমি সজাগ, ড্ৰাগছ মুক্ত হ'ব আমাৰ সমাজ" আৰু "নতুন প্ৰজন্মৰ ভৱিষ্যত ৰক্ষা কৰাটো আমাৰ দায়িত্ব" আদি বিভিন্ন সজাগতামূলক শ্লোগান সম্বলিত বেনাৰ-পোষ্টাৰ লগাই সমগ্ৰ তামুলপুৰবাসীক ড্ৰাগছৰ ভয়াবহতাৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ সজোৰে আহ্বান জনায়।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    15 hrs ago
  • বাক্সা জিলাৰ মানস বিধানসভা সমষ্টিৰ অন্তৰ্গত বড়োবজাৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে।
    1
    বাক্সা জিলাৰ মানস বিধানসভা সমষ্টিৰ অন্তৰ্গত বড়োবজাৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    6 hrs ago
  • ১৯৬৯ চনত স্থাপন হোৱা দেশৰ প্ৰথমটো প্ৰাকৃতিক গেছ ভিত্তিক নামৰূপ সাৰ কাৰখানাৰ প্ৰথমটো গোট ধ্বংসস্তূপত বিলীন হৈছে। দেশৰ অন্যতম গুৰুত্বপূৰ্ণ এই সাৰ কাৰখানাটো ভাঙি পেলোৱাৰ পাছতে এক দীঘলীয়া আৰু উল্লেখযোগ্য যুগৰ অৱসান ঘটিছে।
    1
    ১৯৬৯ চনত স্থাপন হোৱা দেশৰ প্ৰথমটো প্ৰাকৃতিক গেছ ভিত্তিক নামৰূপ সাৰ কাৰখানাৰ প্ৰথমটো গোট ধ্বংসস্তূপত বিলীন হৈছে। দেশৰ অন্যতম গুৰুত্বপূৰ্ণ এই সাৰ কাৰখানাটো ভাঙি পেলোৱাৰ পাছতে এক দীঘলীয়া আৰু উল্লেখযোগ্য যুগৰ অৱসান ঘটিছে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    12 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.