Shuru
Apke Nagar Ki App…
বাৰ্তা ... জীয়ানৈ বসন্ত উৎসৱ... #অহা ২ আৰু ৩ মে' ত নিজৰাপাৰাত .... বাৰ্তা ... জীয়ানৈ বসন্ত উৎসৱ... #অহা ২ আৰু ৩ মে' ত নিজৰাপাৰাত
Sadiya Time
বাৰ্তা ... জীয়ানৈ বসন্ত উৎসৱ... #অহা ২ আৰু ৩ মে' ত নিজৰাপাৰাত .... বাৰ্তা ... জীয়ানৈ বসন্ত উৎসৱ... #অহা ২ আৰু ৩ মে' ত নিজৰাপাৰাত
More news from অসম and nearby areas
- বাৰ্তা ... জীয়ানৈ বসন্ত উৎসৱ... #অহা ২ আৰু ৩ মে' ত নিজৰাপাৰাত1
- বৰদলৈ নগৰত অনলাইন লটাৰী প্ৰৱঞ্চনা, সতৰ্কতাৰ আহ্বান1
- ⭕যোৱা ইংৰাজী ১৭ এপ্ৰিল তাৰিখে অকাল মৃত্যু হোৱা আহোম জনগোষ্ঠীৰ অন্যতম যোদ্ধা তথা অসমীয়াৰ জাতিৰ প্ৰধান সেৱক হিচাপে পৰিচিত প্ৰাঞ্জল ৰাজকোঁৱৰ। ⭕আজি তিনিচুকীয়াত আটাছু নেতা প্ৰাঞ্জল ৰাজকোঁৱৰৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হৈছে। ⭕সদৌ তাই আহোম ছাত্র সন্থা,সদৌ অসম আহোম সভা তিনিচুকীয়া জিলা সমিতি আৰু তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ যৌথ উদ্যোগত তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা এই আদ্যশ্ৰাদ্ধ। ⭕আহোম জনগোষ্ঠীৰ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা আদ্যশ্ৰাদ্ধ। ⭕প্ৰাঞ্জল ৰাজকোঁৱৰৰ সোঁৱৰণীত অক্লান্ত সৈনিক নামৰ এখনি স্মৃতি গ্ৰন্থ উন্মোচন। ⭕উক্ত ৰাজহুৱা আদ্যশ্ৰাদ্ধ খনিত তিনিচুকীয়া বিধান সভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী পুলক গোহাঁই প্ৰমুখ্যে কৰি যথেষ্ট সংখ্যক গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।1
- Breaking news - লেখাপানীৰ শিঙৰি গাঁৱত দ্বিতীয় বিশ্ব যুদ্ধৰ এটা প্ৰকাণ্ড গুলি উদ্ধাৰ। উদ্ধাৰ হোৱা গুলিটো টেঙ্কৰ বুলি ধাৰণা কৰা হৈছে। মহম্মদ ইছমাইল নামৰ বক্তিজনৰ দোকান ঘৰৰ গাঁত খান্দি থকাৰ সময়তে উদ্ধাৰ গুলিটো।1
- ভৱিষ্যতে এজন শিক্ষক হোৱাৰ সপোন ছাত্ৰজনৰ । নিজ পুত্ৰৰ সাফল্যত মাক এফালে যেনেকৈ আনন্দিত হৈছে আন এক দিশত তেওঁ চিন্তিত হৈ পৰিছে । শিক্ষক হোৱাৰ সপোন দেখা ছাত্ৰজনক শিক্ষা দিবৰ বাবে সামথ্য নাই পৰিয়ালটোৰ । সেয়ে ছাত্ৰ জনক কিছু সহায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে মাতৃয়ে ।1
- Slug: Moran– Irregularities in school construction —--------------------------------------------1
- Commonwealth Youth and Junior Weightlifting Championship (Samoa)ত চৰাইদেউৰ অভিনৱ গগৈয়ে ৭১ কেজি Youth & Junior শ্ৰেণীত ৪টা ৰেকৰ্ড গঢ়ি স্বৰ্ণ পদক জয় কৰে । তেওঁৰ দৰ্শনীয় প্ৰদৰ্শন— 🏋️♂️ Snatch: ১২৯ কেজি 🏋️♂️ Clean & Jerk: ১৫৫ কেজি 🏋️♂️ Total: ২৮৪ কেজি1
- তিনিচুকীয়াৰ হাঁহখাটী অঞ্চলৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয় তথা চিনিয়ৰ চেকেণ্ডাৰীয়ে এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথমবাৰৰ বাবে অংশ লৈ উজ্জ্বল সফলতা লাভ কৰে। মুঠ ৪ গৰাকী প্ৰথম বিভাগত (৩ গৰাকী ষ্টাৰ), ১৩ গৰাকী দ্বিতীয় আৰু ১৭ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। পিছপৰা অঞ্চলটোত গুণগত শিক্ষাৰ বাবে বিদ্যালয়খন বিশেষভাৱে পৰিচিত।1