logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

লেখাপানীত আৰক্ষী চকীৰ অন্তৰ্গত শিঙৰি গাঁৱত দ্বিতীয় বিশ্ব যুদ্ধৰ এটা প্ৰকাণ্ড গুলি উদ্ধাৰ । Breaking news - লেখাপানীৰ শিঙৰি গাঁৱত দ্বিতীয় বিশ্ব যুদ্ধৰ এটা প্ৰকাণ্ড গুলি উদ্ধাৰ। উদ্ধাৰ হোৱা গুলিটো টেঙ্কৰ বুলি ধাৰণা কৰা হৈছে। মহম্মদ ইছমাইল নামৰ বক্তিজনৰ দোকান ঘৰৰ গাঁত খান্দি থকাৰ সময়তে উদ্ধাৰ গুলিটো।

2 hrs ago
user_Deepak Das
Deepak Das
Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
2 hrs ago

লেখাপানীত আৰক্ষী চকীৰ অন্তৰ্গত শিঙৰি গাঁৱত দ্বিতীয় বিশ্ব যুদ্ধৰ এটা প্ৰকাণ্ড গুলি উদ্ধাৰ । Breaking news - লেখাপানীৰ শিঙৰি গাঁৱত দ্বিতীয় বিশ্ব যুদ্ধৰ এটা প্ৰকাণ্ড গুলি উদ্ধাৰ। উদ্ধাৰ হোৱা গুলিটো টেঙ্কৰ বুলি ধাৰণা কৰা হৈছে। মহম্মদ ইছমাইল নামৰ বক্তিজনৰ দোকান ঘৰৰ গাঁত খান্দি থকাৰ সময়তে উদ্ধাৰ গুলিটো।

More news from অসম and nearby areas
  • Breaking news - লেখাপানীৰ শিঙৰি গাঁৱত দ্বিতীয় বিশ্ব যুদ্ধৰ এটা প্ৰকাণ্ড গুলি উদ্ধাৰ। উদ্ধাৰ হোৱা গুলিটো টেঙ্কৰ বুলি ধাৰণা কৰা হৈছে। মহম্মদ ইছমাইল নামৰ বক্তিজনৰ দোকান ঘৰৰ গাঁত খান্দি থকাৰ সময়তে উদ্ধাৰ গুলিটো।
    1
    Breaking news - লেখাপানীৰ শিঙৰি গাঁৱত দ্বিতীয় বিশ্ব যুদ্ধৰ এটা প্ৰকাণ্ড গুলি  উদ্ধাৰ। উদ্ধাৰ হোৱা গুলিটো টেঙ্কৰ বুলি ধাৰণা কৰা হৈছে। মহম্মদ ইছমাইল নামৰ বক্তিজনৰ দোকান ঘৰৰ গাঁত খান্দি থকাৰ সময়তে উদ্ধাৰ গুলিটো।
    user_Deepak Das
    Deepak Das
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    2 hrs ago
  • ⭕যোৱা ইংৰাজী ১৭ এপ্ৰিল তাৰিখে অকাল মৃত্যু হোৱা আহোম জনগোষ্ঠীৰ অন্যতম যোদ্ধা তথা অসমীয়াৰ জাতিৰ প্ৰধান সেৱক হিচাপে পৰিচিত প্ৰাঞ্জল ৰাজকোঁৱৰ। ⭕আজি তিনিচুকীয়াত আটাছু নেতা প্ৰাঞ্জল ৰাজকোঁৱৰৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হৈছে। ⭕সদৌ তাই আহোম ছাত্র সন্থা,সদৌ অসম আহোম সভা তিনিচুকীয়া জিলা সমিতি আৰু তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ যৌথ উদ্যোগত তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা এই আদ্যশ্ৰাদ্ধ। ⭕আহোম জনগোষ্ঠীৰ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা আদ্যশ্ৰাদ্ধ। ⭕প্ৰাঞ্জল ৰাজকোঁৱৰৰ সোঁৱৰণীত অক্লান্ত সৈনিক নামৰ এখনি স্মৃতি গ্ৰন্থ উন্মোচন। ⭕উক্ত ৰাজহুৱা আদ্যশ্ৰাদ্ধ খনিত তিনিচুকীয়া বিধান সভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী পুলক গোহাঁই প্ৰমুখ্যে কৰি যথেষ্ট সংখ্যক গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।
    1
    ⭕যোৱা ইংৰাজী ১৭ এপ্ৰিল তাৰিখে অকাল মৃত্যু হোৱা আহোম জনগোষ্ঠীৰ অন্যতম যোদ্ধা তথা অসমীয়াৰ জাতিৰ প্ৰধান সেৱক হিচাপে পৰিচিত প্ৰাঞ্জল ৰাজকোঁৱৰ।
⭕আজি তিনিচুকীয়াত আটাছু নেতা প্ৰাঞ্জল ৰাজকোঁৱৰৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হৈছে।
⭕সদৌ তাই আহোম ছাত্র সন্থা,সদৌ অসম আহোম সভা তিনিচুকীয়া জিলা সমিতি আৰু তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ যৌথ উদ্যোগত তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা এই আদ্যশ্ৰাদ্ধ।
⭕আহোম জনগোষ্ঠীৰ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা আদ্যশ্ৰাদ্ধ।
⭕প্ৰাঞ্জল ৰাজকোঁৱৰৰ সোঁৱৰণীত অক্লান্ত সৈনিক নামৰ এখনি স্মৃতি গ্ৰন্থ উন্মোচন।
⭕উক্ত ৰাজহুৱা আদ্যশ্ৰাদ্ধ খনিত তিনিচুকীয়া বিধান সভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী পুলক গোহাঁই প্ৰমুখ্যে কৰি যথেষ্ট সংখ্যক গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    2 hrs ago
  • বৰদলৈ নগৰত অনলাইন লটাৰী প্ৰৱঞ্চনা, সতৰ্কতাৰ আহ্বান
    1
    বৰদলৈ নগৰত অনলাইন লটাৰী প্ৰৱঞ্চনা, সতৰ্কতাৰ আহ্বান
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    4 hrs ago
  • বাৰ্তা ... জীয়ানৈ বসন্ত উৎসৱ... #অহা ২ আৰু ৩ মে' ত নিজৰাপাৰাত
    1
    বাৰ্তা ... জীয়ানৈ বসন্ত উৎসৱ...
#অহা ২ আৰু ৩ মে'  ত নিজৰাপাৰাত
    user_Sadiya Time
    Sadiya Time
    Local News Reporter শদিয়া, তিনিচুকীয়া, অসম•
    1 hr ago
  • ভৱিষ্যতে এজন শিক্ষক হোৱাৰ সপোন ছাত্ৰজনৰ । নিজ পুত্ৰৰ সাফল্যত মাক এফালে যেনেকৈ আনন্দিত হৈছে আন এক দিশত তেওঁ চিন্তিত হৈ পৰিছে । শিক্ষক হোৱাৰ সপোন দেখা ছাত্ৰজনক শিক্ষা দিবৰ বাবে সামথ্য নাই পৰিয়ালটোৰ । সেয়ে ছাত্ৰ জনক কিছু সহায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে মাতৃয়ে ।
    1
    ভৱিষ্যতে এজন শিক্ষক হোৱাৰ সপোন ছাত্ৰজনৰ । নিজ পুত্ৰৰ সাফল্যত মাক এফালে যেনেকৈ আনন্দিত হৈছে আন এক দিশত তেওঁ চিন্তিত হৈ পৰিছে । শিক্ষক হোৱাৰ সপোন দেখা ছাত্ৰজনক শিক্ষা দিবৰ বাবে সামথ্য নাই পৰিয়ালটোৰ । সেয়ে ছাত্ৰ জনক কিছু সহায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে মাতৃয়ে ।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    17 min ago
  • Slug: Moran– Irregularities in school construction —--------------------------------------------
    1
    Slug: Moran– Irregularities in school construction
—--------------------------------------------
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    6 hrs ago
  • Commonwealth Youth and Junior Weightlifting Championship (Samoa)ত চৰাইদেউৰ অভিনৱ গগৈয়ে ৭১ কেজি Youth & Junior শ্ৰেণীত ৪টা ৰেকৰ্ড গঢ়ি স্বৰ্ণ পদক জয় কৰে । তেওঁৰ দৰ্শনীয় প্ৰদৰ্শন— 🏋️‍♂️ Snatch: ১২৯ কেজি 🏋️‍♂️ Clean & Jerk: ১৫৫ কেজি 🏋️‍♂️ Total: ২৮৪ কেজি
    1
    Commonwealth Youth and Junior Weightlifting Championship (Samoa)ত চৰাইদেউৰ অভিনৱ গগৈয়ে ৭১ কেজি Youth & Junior শ্ৰেণীত ৪টা ৰেকৰ্ড গঢ়ি স্বৰ্ণ পদক জয় কৰে ।  
তেওঁৰ দৰ্শনীয় প্ৰদৰ্শন—
🏋️‍♂️ Snatch: ১২৯ কেজি
🏋️‍♂️ Clean & Jerk: ১৫৫ কেজি
🏋️‍♂️ Total: ২৮৪ কেজি
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    11 hrs ago
  • *আজি নিশা লেখাপানীত এক বাইক চুৰিৰ ঘটনা সংঘটিত হৈছে। *লেখাপানী ৰেলৱে ষ্টেচনৰ সমীপৰ আনন্দ গুৰুঙ নামৰ লোকজনৰ ঘৰৰ পৰা কোনো দুৰ্বৃত্তই চুৰ কৰি নিয়ে বাইকখন। *জাগুন চেণ্ট ভিনচেণ্ট বিদ্যালয়ত শিক্ষকতা কৰা আনন্দ গুৰুঙ পুৱা বিদ্যালয়লৈ যাবলৈ ওলাই নিৰ্দিষ্ট স্থানত বাইক খন নেদেখি ওচৰ চুবুৰীয়াৰ ঘৰত খবৰ কৰি কোনো শুংসূত্ৰ লাভ নকৰাত অঞ্চলটোত হুৱা দুৱা লাগে। *AS-23-Y-7218 নম্বৰৰ কলা ৰঙৰ ছুপাৰ স্পেলেণ্ডৰ বাইক খন সন্দৰ্ভত ইতিমধ্যে গৰাকী আনন্দ গুৰুঙ আৰু স্থানীয় গাওঁ প্ৰধান ভৰত ছেত্ৰীয়ে লেখাপানী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। *বাইক খন সন্দৰ্ভত কোনো লোকে সম্ভেদ লাভ কৰিলে তৎক্ষণাত লেখাপানী আৰক্ষী থানাত খবৰ দিবলৈ অনুৰোধ জনাইছে বাইক খনৰ গৰাকীয়ে।
    1
    *আজি নিশা লেখাপানীত এক বাইক চুৰিৰ ঘটনা সংঘটিত হৈছে।
*লেখাপানী ৰেলৱে ষ্টেচনৰ সমীপৰ আনন্দ গুৰুঙ নামৰ লোকজনৰ ঘৰৰ পৰা কোনো দুৰ্বৃত্তই চুৰ কৰি নিয়ে বাইকখন।
*জাগুন চেণ্ট ভিনচেণ্ট বিদ্যালয়ত শিক্ষকতা কৰা আনন্দ গুৰুঙ পুৱা বিদ্যালয়লৈ যাবলৈ ওলাই নিৰ্দিষ্ট স্থানত বাইক খন নেদেখি ওচৰ চুবুৰীয়াৰ ঘৰত খবৰ কৰি কোনো শুংসূত্ৰ লাভ নকৰাত অঞ্চলটোত হুৱা দুৱা লাগে।
*AS-23-Y-7218 নম্বৰৰ কলা ৰঙৰ ছুপাৰ স্পেলেণ্ডৰ বাইক খন সন্দৰ্ভত ইতিমধ্যে গৰাকী আনন্দ গুৰুঙ আৰু স্থানীয় গাওঁ প্ৰধান ভৰত ছেত্ৰীয়ে লেখাপানী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।
*বাইক খন সন্দৰ্ভত কোনো লোকে সম্ভেদ লাভ কৰিলে তৎক্ষণাত লেখাপানী আৰক্ষী থানাত খবৰ দিবলৈ অনুৰোধ জনাইছে বাইক খনৰ গৰাকীয়ে।
    user_Deepak Das
    Deepak Das
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    21 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.