logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

তিনিচুকীয়াত উচ্চ শিক্ষা সাহায্য আঁচনিৰ অধীনত ১২৫ গৰাকী শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান তিনিচুকীয়াত উচ্চ শিক্ষা সাহায্য আঁচনিৰ অধীনত ১২৫ গৰাকী শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান মৰাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ‘উচ্চ শিক্ষা সাহায্য আঁচনি’ৰ অধীনত ১২৫ গৰাকী যোগ্য শিক্ষাৰ্থীক এককালীন ১০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য। তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত অনুষ্ঠিত সাহায্য প্ৰদান অনুষ্ঠান। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভ উদ্বোধন কৰে অনুষ্ঠানৰ। উপস্থিত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ, সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়া, জিলা আয়ুক্ত সুমিত সাত্তাৱান আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক মায়ংক কুমাৰ। উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে আৰ্থিক সহায়ৰ লক্ষ্যৰে এই উদ্যোগ।

9 hrs ago
user_Tinsukia TIME
Tinsukia TIME
তিনিচুকীয়া, তিনিচুকীয়া, অসম•
9 hrs ago

তিনিচুকীয়াত উচ্চ শিক্ষা সাহায্য আঁচনিৰ অধীনত ১২৫ গৰাকী শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান তিনিচুকীয়াত উচ্চ শিক্ষা সাহায্য আঁচনিৰ অধীনত ১২৫ গৰাকী শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান মৰাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ‘উচ্চ শিক্ষা সাহায্য আঁচনি’ৰ অধীনত ১২৫ গৰাকী যোগ্য শিক্ষাৰ্থীক এককালীন ১০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য। তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত অনুষ্ঠিত সাহায্য প্ৰদান অনুষ্ঠান। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভ উদ্বোধন কৰে অনুষ্ঠানৰ। উপস্থিত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ, সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়া, জিলা আয়ুক্ত সুমিত সাত্তাৱান আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক মায়ংক কুমাৰ। উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে আৰ্থিক সহায়ৰ লক্ষ্যৰে এই উদ্যোগ।

More news from অসম and nearby areas
  • তিনিচুকীয়া নতুন গাঁৱত আৱকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। তিনিচুকীয়া নতুন গাঁৱত আৱকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। অৰ্ধসামৰিক বাহিনীৰ সহযোগত চলোৱা অভিযানত ৬২০০ লিটাৰ চুলাই মদৰ পাচৰ লগতে ভালেসংখ্যক চুলাই মদ প্ৰস্তুত কৰা সা-সামগ্ৰী আৰু চুলাই মদ নষ্ট কৰে৷ অনাগত দিনতো আৱকাৰী বিভাগে এনেদৰেই অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলাই থাকিব৷
    1
    তিনিচুকীয়া নতুন গাঁৱত আৱকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। 
তিনিচুকীয়া নতুন গাঁৱত আৱকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। 
অৰ্ধসামৰিক বাহিনীৰ সহযোগত চলোৱা অভিযানত ৬২০০ লিটাৰ চুলাই মদৰ পাচৰ লগতে ভালেসংখ্যক চুলাই মদ প্ৰস্তুত কৰা সা-সামগ্ৰী আৰু চুলাই মদ নষ্ট কৰে৷
অনাগত দিনতো আৱকাৰী বিভাগে এনেদৰেই অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলাই থাকিব৷
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    9 hrs ago
  • ৰঙাজানত ড্ৰাগছ সৰবৰাহকাৰীৰ পলায়নক কেন্দ্ৰ কৰি ৰাজহুৱা সভা। ৰাইজ দল সংগঠনৰ উদ্যোগত ডুমডুমা প্ৰশাসনৰ উপস্থিতিত সভা অনুষ্ঠিত। যোৱা ২২ আগষ্টত স্থানীয় ৰাইজ, মৰাণ ছাত্ৰ সন্থা, মহিলা পৰিষদ আৰু যুৱক সংঘই এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিছিল। অভিযোগ অনুসৰি, আৰক্ষীৰ উপস্থিতিতেই অভিযুক্তজন পলাই যায়। ঘটনাক লৈ ৰাইজৰ প্ৰশ্ন—আৰক্ষীৰ উপস্থিতিত কেনেকৈ অভিযুক্ত পলাবলৈ সক্ষম হ'ল? আৰক্ষী-প্ৰশাসনৰ ভূমিকাক লৈ ৰাইজৰ তীব্ৰ ক্ষোভ। ড্ৰাগছৰ বিৰুদ্ধে বুঢ়া-মেথা, মহিলা আৰু যুৱকসহ সকলো শ্ৰেণীৰ লোকৰ ঐক্যবদ্ধ প্ৰতিবাদ। অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী। প্ৰশাসনৰ আশ্বাস—“৫ মিনিটো হ’ব পাৰে, ৫ দিনো লাগিব পাৰে, কিন্তু মই কৰিমেই, কৰি দেখুৱাম।” গাঁৱত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী। এতিয়া প্ৰশাসনে অভিযুক্তক কেতিয়া পুনৰ কৰায়ত্ত কৰে, সেয়া হ’ব লক্ষ্যণীয়। ৰঙাজানত ড্ৰাগছ সৰবৰাহকাৰীৰ পলায়নক কেন্দ্ৰ কৰি ৰাজহুৱা সভা। ৰাইজ দল সংগঠনৰ উদ্যোগত ডুমডুমা প্ৰশাসনৰ উপস্থিতিত সভা অনুষ্ঠিত। যোৱা ২২ আগষ্টত স্থানীয় ৰাইজ, মৰাণ ছাত্ৰ সন্থা, মহিলা পৰিষদ আৰু যুৱক সংঘই এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিছিল। অভিযোগ অনুসৰি, আৰক্ষীৰ উপস্থিতিতেই অভিযুক্তজন পলাই যায়। ঘটনাক লৈ ৰাইজৰ প্ৰশ্ন—আৰক্ষীৰ উপস্থিতিত কেনেকৈ অভিযুক্ত পলাবলৈ সক্ষম হ'ল? আৰক্ষী-প্ৰশাসনৰ ভূমিকাক লৈ ৰাইজৰ তীব্ৰ ক্ষোভ। ড্ৰাগছৰ বিৰুদ্ধে বুঢ়া-মেথা, মহিলা আৰু যুৱকসহ সকলো শ্ৰেণীৰ লোকৰ ঐক্যবদ্ধ প্ৰতিবাদ। অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী। প্ৰশাসনৰ আশ্বাস—“৫ মিনিটো হ’ব পাৰে, ৫ দিনো লাগিব পাৰে, কিন্তু মই কৰিমেই, কৰি দেখুৱাম।” গাঁৱত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী। এতিয়া প্ৰশাসনে অভিযুক্তক কেতিয়া পুনৰ কৰায়ত্ত কৰে, সেয়া হ’ব লক্ষ্যণীয়।
    1
    ৰঙাজানত ড্ৰাগছ সৰবৰাহকাৰীৰ পলায়নক কেন্দ্ৰ কৰি ৰাজহুৱা সভা।

ৰাইজ দল সংগঠনৰ উদ্যোগত ডুমডুমা প্ৰশাসনৰ উপস্থিতিত সভা অনুষ্ঠিত।

যোৱা ২২ আগষ্টত স্থানীয় ৰাইজ, মৰাণ ছাত্ৰ সন্থা, মহিলা পৰিষদ আৰু যুৱক সংঘই এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিছিল।

অভিযোগ অনুসৰি, আৰক্ষীৰ উপস্থিতিতেই অভিযুক্তজন পলাই যায়।

ঘটনাক লৈ ৰাইজৰ প্ৰশ্ন—আৰক্ষীৰ উপস্থিতিত কেনেকৈ অভিযুক্ত পলাবলৈ সক্ষম হ'ল?

আৰক্ষী-প্ৰশাসনৰ ভূমিকাক লৈ ৰাইজৰ তীব্ৰ ক্ষোভ।

ড্ৰাগছৰ বিৰুদ্ধে বুঢ়া-মেথা, মহিলা আৰু যুৱকসহ সকলো শ্ৰেণীৰ লোকৰ ঐক্যবদ্ধ প্ৰতিবাদ।

অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী।

প্ৰশাসনৰ আশ্বাস—“৫ মিনিটো হ’ব পাৰে, ৫ দিনো লাগিব পাৰে, কিন্তু মই কৰিমেই, কৰি দেখুৱাম।”

গাঁৱত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী।

এতিয়া প্ৰশাসনে অভিযুক্তক কেতিয়া পুনৰ কৰায়ত্ত কৰে, সেয়া হ’ব লক্ষ্যণীয়।
ৰঙাজানত ড্ৰাগছ সৰবৰাহকাৰীৰ পলায়নক কেন্দ্ৰ কৰি ৰাজহুৱা সভা।
ৰাইজ দল সংগঠনৰ উদ্যোগত ডুমডুমা প্ৰশাসনৰ উপস্থিতিত সভা অনুষ্ঠিত।
যোৱা ২২ আগষ্টত স্থানীয় ৰাইজ, মৰাণ ছাত্ৰ সন্থা, মহিলা পৰিষদ আৰু যুৱক সংঘই এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিছিল।
অভিযোগ অনুসৰি, আৰক্ষীৰ উপস্থিতিতেই অভিযুক্তজন পলাই যায়।
ঘটনাক লৈ ৰাইজৰ প্ৰশ্ন—আৰক্ষীৰ উপস্থিতিত কেনেকৈ অভিযুক্ত পলাবলৈ সক্ষম হ'ল?
আৰক্ষী-প্ৰশাসনৰ ভূমিকাক লৈ ৰাইজৰ তীব্ৰ ক্ষোভ।
ড্ৰাগছৰ বিৰুদ্ধে বুঢ়া-মেথা, মহিলা আৰু যুৱকসহ সকলো শ্ৰেণীৰ লোকৰ ঐক্যবদ্ধ প্ৰতিবাদ।
অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী।
প্ৰশাসনৰ আশ্বাস—“৫ মিনিটো হ’ব পাৰে, ৫ দিনো লাগিব পাৰে, কিন্তু মই কৰিমেই, কৰি দেখুৱাম।”
গাঁৱত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী।
এতিয়া প্ৰশাসনে অভিযুক্তক কেতিয়া পুনৰ কৰায়ত্ত কৰে, সেয়া হ’ব লক্ষ্যণীয়।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    5 hrs ago
  • ​শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এক তীব্ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰীসকলে শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানপানীৰ প্ৰকৃত ৰহস্য ৰাজহুৱা কৰিবলৈ দাবী জনায়। লগতে দুয়োখন জিলাৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা দুখনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ চৰকাৰক ১০,০০০ কোটি টকাৰ এক বিশেষ পুঁজি আৱণ্টন কৰিবলৈ দাবী উত্থাপন কৰে।
    4
    ​শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এক তীব্ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰীসকলে শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানপানীৰ প্ৰকৃত ৰহস্য ৰাজহুৱা কৰিবলৈ দাবী জনায়। লগতে দুয়োখন জিলাৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা দুখনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ চৰকাৰক ১০,০০০ কোটি টকাৰ এক বিশেষ পুঁজি আৱণ্টন কৰিবলৈ দাবী উত্থাপন কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    6 hrs ago
  • ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল। ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।
    1
    ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।
ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    6 hrs ago
  • বিহপুৰীয়া ৰ কেঞামৰা সোণাৰী গাৱত ৰাধা গোবিন্দ। মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন ৭০ বছৰ পুৰণি তামাল গছ সংৰক্ষণ বিহপুৰীযাঃ বিহপুৰীয়াৰ কেঞামৰা সোণাৰী গাৱত ৰধা গোবিন্দ মন্দিৰত ৰ প্ৰতিষ্ঠা দিৱস টি ২৩ আগষ্টৰ পৰা চাৰিদিনীয়া কায্যসূচীৰে ৰাইজে উলহমালহেৰে পালন কৰি আছে৷ এই কায্যসূচী ৰূপায়ন। কৰিবলৈ যাওতে স্হানীয় উদ্যমী ব্যক্তি সুশীল ৰয়ে ৭০ বছৰীয়া এজোপা তামাল গছ সংৰক্ষণ কৰাৰ বিষয়ে উল্লেখ কৰে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷
    3
    বিহপুৰীয়া ৰ কেঞামৰা সোণাৰী গাৱত ৰাধা গোবিন্দ। মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন
৭০ বছৰ পুৰণি তামাল গছ সংৰক্ষণ
বিহপুৰীযাঃ বিহপুৰীয়াৰ কেঞামৰা সোণাৰী গাৱত ৰধা গোবিন্দ মন্দিৰত ৰ প্ৰতিষ্ঠা দিৱস টি ২৩ আগষ্টৰ পৰা চাৰিদিনীয়া কায্যসূচীৰে ৰাইজে উলহমালহেৰে পালন কৰি আছে৷ এই কায্যসূচী ৰূপায়ন। কৰিবলৈ যাওতে স্হানীয় উদ্যমী ব্যক্তি সুশীল ৰয়ে ৭০ বছৰীয়া এজোপা তামাল গছ সংৰক্ষণ কৰাৰ বিষয়ে উল্লেখ কৰে৷
নৱজ্যোতি শৰ্মা 
বিহপুৰীয়া৷
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    10 hrs ago
  • গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু দুৰাৰোগ্য ৰোগত মৃ/ত্যু দ্বীপন ৰাজবংশীৰ সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু দুৰাৰোগ্য ৰোগত মৃ/ত্যু দ্বীপন ৰাজবংশীৰ সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ
    1
    গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু
দুৰাৰোগ্য ৰোগত মৃ/ত্যু  দ্বীপন ৰাজবংশীৰ
সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি
দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ

 
গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু
দুৰাৰোগ্য ৰোগত মৃ/ত্যু  দ্বীপন ৰাজবংশীৰ
সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি
দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ
    user_RJ news digital
    RJ news digital
    Local News Reporter Golaghat, Assam•
    7 hrs ago
  • নিজ সতীৰ্থ যোদ্ধাক হেৰুৱাই শোকত ম্ৰিয়মান জনপ্ৰিয় YOUTUBER MR.BITU । মহুৰামুখৰ আশ্ৰমত জনালে শ্ৰদ্ধাঞ্জলি। শিৱসাগৰৰ বানাক্ৰান্তক নিৰৱে সহায় কৰা মানস জ্যোতি চেতিয়া (MJ CHETIA) নামৰ যুৱক জনে দুদিন পুৰ্বে দুৰ্ঘটনাত পতিত হয় কৰুণ মৃত্যুক আঁকোৱালি লয়। যুৱক জনৰ লগত MR.BITU ৰ আছিল মধুৰ সম্পৰ্ক। শিৱসাগৰৰ বানাক্ৰান্ত ক সহায় কৰা ,ঘৰ নিৰ্মাণত MR.BITU ৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিল শিমলুগুৰিৰ আঞ্চলিকৰ বীৰ লাচিত সেনাৰ সমাপতি MJ CHETIA । ২০২৩ চনতে ফোন যোগে চিনাকি হোৱা যুৱক জন MR.BITU ৰ বাবে হৈ পৰিছিল এজন সতীৰ্থ তথা যোদ্ধা। শিৱসাগৰৰ বানাক্ৰান্তক সহায় কৰাত যুৱক জনৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। যুৱক জনৰ সদায় প্ৰচাৰ বিমুখ কেৱল সহায় কৰি ভাল পাই মানুহক। সেই জন যুৱকৰ অকাল বিয়োগত মৰ্মাহত আজি বিতু। MR.BITU য়ে যুৱক জনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিজৰ মহুৰামুখ স্থিত আশ্ৰমত। পৰৱৰ্তী সময়ত যুৱক জনৰ কৰ্মৰাজী জীয়াই ৰাখিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ব্যক্ত কৰে জনপ্ৰিয় ইউটিউবাৰ জনে।
    1
    নিজ  সতীৰ্থ যোদ্ধাক  হেৰুৱাই শোকত ম্ৰিয়মান জনপ্ৰিয়  YOUTUBER  MR.BITU  । মহুৰামুখৰ আশ্ৰমত  জনালে শ্ৰদ্ধাঞ্জলি।
শিৱসাগৰৰ  বানাক্ৰান্তক  নিৰৱে  সহায় কৰা  মানস  জ্যোতি চেতিয়া (MJ CHETIA) নামৰ যুৱক জনে  দুদিন পুৰ্বে  দুৰ্ঘটনাত পতিত হয়  কৰুণ মৃত্যুক আঁকোৱালি লয়।  যুৱক  জনৰ  লগত  MR.BITU ৰ আছিল  মধুৰ সম্পৰ্ক।  শিৱসাগৰৰ বানাক্ৰান্ত ক সহায় কৰা  ,ঘৰ নিৰ্মাণত  MR.BITU ৰ লগত ওতঃপ্ৰোত ভাৱে  জড়িত আছিল  শিমলুগুৰিৰ আঞ্চলিকৰ বীৰ লাচিত সেনাৰ সমাপতি MJ CHETIA  ।  ২০২৩ চনতে  ফোন যোগে  চিনাকি  হোৱা  যুৱক জন  MR.BITU ৰ বাবে হৈ পৰিছিল এজন সতীৰ্থ তথা যোদ্ধা।  শিৱসাগৰৰ বানাক্ৰান্তক সহায় কৰাত যুৱক জনৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। যুৱক জনৰ  সদায় প্ৰচাৰ বিমুখ  কেৱল সহায় কৰি ভাল পাই মানুহক।   সেই জন যুৱকৰ অকাল বিয়োগত মৰ্মাহত  আজি  বিতু।  MR.BITU য়ে যুৱক জনক শেষ  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে  নিজৰ  মহুৰামুখ স্থিত আশ্ৰমত।  পৰৱৰ্তী সময়ত যুৱক জনৰ  কৰ্মৰাজী জীয়াই ৰাখিবলৈ  বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ব্যক্ত কৰে জনপ্ৰিয় ইউটিউবাৰ জনে।
    user_The TIME marangi
    The TIME marangi
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    13 hrs ago
  • তিনিচুকীয়াত উচ্চ শিক্ষা সাহায্য আঁচনিৰ অধীনত ১২৫ গৰাকী শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান তিনিচুকীয়াত উচ্চ শিক্ষা সাহায্য আঁচনিৰ অধীনত ১২৫ গৰাকী শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান মৰাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ‘উচ্চ শিক্ষা সাহায্য আঁচনি’ৰ অধীনত ১২৫ গৰাকী যোগ্য শিক্ষাৰ্থীক এককালীন ১০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য। তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত অনুষ্ঠিত সাহায্য প্ৰদান অনুষ্ঠান। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভ উদ্বোধন কৰে অনুষ্ঠানৰ। উপস্থিত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ, সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়া, জিলা আয়ুক্ত সুমিত সাত্তাৱান আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক মায়ংক কুমাৰ। উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে আৰ্থিক সহায়ৰ লক্ষ্যৰে এই উদ্যোগ।
    1
    তিনিচুকীয়াত উচ্চ শিক্ষা সাহায্য আঁচনিৰ অধীনত ১২৫ গৰাকী শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান
তিনিচুকীয়াত উচ্চ শিক্ষা সাহায্য আঁচনিৰ অধীনত ১২৫ গৰাকী শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান
মৰাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ‘উচ্চ শিক্ষা সাহায্য আঁচনি’ৰ অধীনত ১২৫ গৰাকী যোগ্য শিক্ষাৰ্থীক এককালীন ১০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য।
তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত অনুষ্ঠিত সাহায্য প্ৰদান অনুষ্ঠান।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভ উদ্বোধন কৰে অনুষ্ঠানৰ।
উপস্থিত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ, সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়া, জিলা আয়ুক্ত সুমিত সাত্তাৱান আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক মায়ংক কুমাৰ।
উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে আৰ্থিক সহায়ৰ লক্ষ্যৰে এই উদ্যোগ।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.