logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

চৰকাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক সপ্তাহত ১ বাৰ দুপৰীয়াৰ মধ্যাহ্ন ভোজনত চিকেন বিৰিয়ানি দিব তামিল নাডুৰ মুখ্যমন্ত্ৰী Vijay Thalapathi এ। Ummah generate: ChatGPT

2 hrs ago
user_ALI HUSSAIN
ALI HUSSAIN
Local News Reporter লংকা, হোজাই, অসম•
2 hrs ago
14e57a7c-2b30-458d-80b2-1316be893776

চৰকাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক সপ্তাহত ১ বাৰ দুপৰীয়াৰ মধ্যাহ্ন ভোজনত চিকেন বিৰিয়ানি দিব তামিল নাডুৰ মুখ্যমন্ত্ৰী Vijay Thalapathi এ। Ummah generate: ChatGPT

More news from অসম and nearby areas
  • বানৰ সোঁতত বহু ঘৰ উটি গ'ল, কিন্তু মানৱতাৰ নাওখন এতিয়াও ভাহি আছে..সেই নাৱৰে এজন বিশেষ যাত্ৰী তথা সমাজকৰ্মী, মানৱতাৰ দূত হুছেইন মনছুৰী। আপোনাৰ এই নিঃস্বাৰ্থ সেৱাক চিৰদিন মনত ৰাখিব অসমে
    1
    বানৰ সোঁতত বহু ঘৰ উটি গ'ল, কিন্তু মানৱতাৰ নাওখন এতিয়াও ভাহি আছে..সেই নাৱৰে এজন বিশেষ যাত্ৰী তথা সমাজকৰ্মী, মানৱতাৰ দূত হুছেইন মনছুৰী। আপোনাৰ এই নিঃস্বাৰ্থ সেৱাক চিৰদিন মনত ৰাখিব অসমে
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    1 hr ago
  • YouTube: Untold by Ali Hussain বানাক্ৰান্তক ৫ লাখ ২০ হাজাৰ টকা বৃহৎ সাহায্য জয়নগৰ মাদ্ৰাছাৰ।
    1
    YouTube: Untold by Ali Hussain 

বানাক্ৰান্তক ৫ লাখ ২০ হাজাৰ টকা বৃহৎ সাহায্য জয়নগৰ মাদ্ৰাছাৰ।
    user_ALI HUSSAIN
    ALI HUSSAIN
    Local News Reporter লংকা, হোজাই, অসম•
    8 hrs ago
  • অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কলিয়াবৰ অন্তৰ্গত লাওখোৱাত শাখা গঠন। দুদিনীয়াকৈ আয়োজন গীত আৰু কবিতা আবৃত্তিৰ দ্বাৰা কৰ্মশালা আয়োজন। লাওখোৱা বনগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাংগণত অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী গুণদা দাস হাজৰিকাৰ নেতৃত্ব কলিয়াবৰ সমষ্টিৰ লাওখোৱাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ নতুন শাখা আনুষ্ঠানিকভাৱে গঠন কৰা হয়। এই উপলক্ষে ৩০ আৰু ৩১ জুলাইত দুদিনীয়াকৈ গীত আৰু কবিতা আবৃত্তিৰ এক কৰ্মশালাৰ আয়োজন কৰিছে। কৰ্মশালাত অঞ্চলটোৰ শিক্ষাৰ্থী আৰু সংস্কৃতিপ্ৰেমীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। অভিজ্ঞ প্ৰশিক্ষকসকলে আবৃত্তি, কবিতা পাঠ, উচ্চাৰণ, কণ্ঠচৰ্চা আৰু গীত পৰিবেশনৰ বিভিন্ন দিশত হাতে-কলমে প্ৰশিক্ষণ প্ৰদান কৰে।
    1
    অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কলিয়াবৰ  অন্তৰ্গত লাওখোৱাত শাখা গঠন।

দুদিনীয়াকৈ আয়োজন গীত আৰু কবিতা আবৃত্তিৰ দ্বাৰা কৰ্মশালা আয়োজন।
লাওখোৱা বনগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাংগণত অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী গুণদা দাস হাজৰিকাৰ নেতৃত্ব কলিয়াবৰ সমষ্টিৰ লাওখোৱাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ নতুন শাখা আনুষ্ঠানিকভাৱে গঠন কৰা হয়। এই উপলক্ষে ৩০ আৰু ৩১ জুলাইত দুদিনীয়াকৈ গীত আৰু কবিতা আবৃত্তিৰ এক কৰ্মশালাৰ আয়োজন কৰিছে।
কৰ্মশালাত অঞ্চলটোৰ শিক্ষাৰ্থী আৰু সংস্কৃতিপ্ৰেমীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে।
অভিজ্ঞ প্ৰশিক্ষকসকলে আবৃত্তি, কবিতা পাঠ, উচ্চাৰণ, কণ্ঠচৰ্চা আৰু গীত পৰিবেশনৰ বিভিন্ন দিশত হাতে-কলমে প্ৰশিক্ষণ প্ৰদান কৰে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • নগাঁৱৰ *ৰিজুৱানা মেমৰিয়েল গেলেক্সি ৱমেন হস্পিতালৰ বিৰুদ্ধে নগাঁও জিলা আয়ুক্তক অভিযোগ পত্ৰ দাখিল *অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ*৷ নগাঁৱৰ ৰিজুৱানা মেমৰিয়েল গেলেক্সি ৱমেন হস্পিতাল নামৰ এখন অৰ্ধ-নিৰ্মিত হস্পিতালত ৰোগীক ভুল চিকিৎসা প্ৰদান কৰাৰ অভিযোগ। অৰ্ধ-নিৰ্মিত হস্পিতালৰ ভুল চিকিৎসাৰ বাবেই মাতৃৰ গৰ্ভত মৃত্যু হৈ জন্ম লয় এটি শিশুৰ৷ চিকিৎসালয় খনত আল্ট্ৰাচাউণ্ড কৰা চিকিৎসকৰ পৰিৱৰ্তে আয়ুৰ্বেদিক চিকিৎসকে বিভাগীয় আল্ট্ৰাচাউণ্ড কৰাৰো ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। হস্পিতাল কৰ্তৃপক্ষই আশা কৰ্মীৰ সৈতে ধনৰ লেনদেন কৰি ৰূগীক কাঢ়ি আনি ভুৱা চিকিৎসা কৰাৰ অভিযোগ৷ বিগত কেইদিনমান পূৰ্বে বটদ্ৰৱাৰ থানাৰ অন্তৰ্গত ধনিয়া ভেটি গাঁৱৰ মিনাৰা খাতুন (৩৫) নামৰ এগৰাকী অন্তসত্তা মহিলাক অৰ্ধনিৰ্মিত হস্পিতালত আশা কৰ্মীয়ে লৈ গৈ কৰাইছিল ভুল চিকিৎসা। আল্ট্ৰাছাউণ্ডৰ ৰিপোৰ্টত খেলি মেলি থকাৰ বাবে মিনাৰা খাতুনৰ স্বামীয়ে আন এখন চিকিসালয়ত আল্ট্ৰাছাউণ্ড কৰাই গ’ম পায় তেখেতৰ গৰ্ভত থকা সন্তানৰ অৱস্থা জটিল। আনহাতে সমস্ত ঘটনাটো চিকিৎসালয়ৰ কৰ্তৃপক্ষক অৱগত কৰাত কৰ্তৃপক্ষই মিনাৰা খাতুনৰ স্বামীক ভয় ভাবুকি প্ৰদান কৰিছিল। উক্ত ঘটনাটোৰ সন্দৰ্ভত পৰিয়ালৰ লোক *সংগ্ৰাম পৰিষদ জনোৱাত, নগাঁও জিলা আয়ুক্তক অভিযোগ পত্ৰ দাখিল কৰে *অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে*। আনফালে চিকিৎসালয় খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে মিনাৰা খাতুনৰ স্বামীয়ে হয়বৰগাঁও আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। নগাঁৱৰ *ৰিজুৱানা মেমৰিয়েল গেলেক্সি ৱমেন হস্পিতালৰ বিৰুদ্ধে নগাঁও জিলা আয়ুক্তক অভিযোগ পত্ৰ দাখিল *অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ*৷ নগাঁৱৰ ৰিজুৱানা মেমৰিয়েল গেলেক্সি ৱমেন হস্পিতাল নামৰ এখন অৰ্ধ-নিৰ্মিত হস্পিতালত ৰোগীক ভুল চিকিৎসা প্ৰদান কৰাৰ অভিযোগ। অৰ্ধ-নিৰ্মিত হস্পিতালৰ ভুল চিকিৎসাৰ বাবেই মাতৃৰ গৰ্ভত মৃত্যু হৈ জন্ম লয় এটি শিশুৰ৷ চিকিৎসালয় খনত আল্ট্ৰাচাউণ্ড কৰা চিকিৎসকৰ পৰিৱৰ্তে আয়ুৰ্বেদিক চিকিৎসকে বিভাগীয় আল্ট্ৰাচাউণ্ড কৰাৰো ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। হস্পিতাল কৰ্তৃপক্ষই আশা কৰ্মীৰ সৈতে ধনৰ লেনদেন কৰি ৰূগীক কাঢ়ি আনি ভুৱা চিকিৎসা কৰাৰ অভিযোগ৷ বিগত কেইদিনমান পূৰ্বে বটদ্ৰৱাৰ থানাৰ অন্তৰ্গত ধনিয়া ভেটি গাঁৱৰ মিনাৰা খাতুন (৩৫) নামৰ এগৰাকী অন্তসত্তা মহিলাক অৰ্ধনিৰ্মিত হস্পিতালত আশা কৰ্মীয়ে লৈ গৈ কৰাইছিল ভুল চিকিৎসা। আল্ট্ৰাছাউণ্ডৰ ৰিপোৰ্টত খেলি মেলি থকাৰ বাবে মিনাৰা খাতুনৰ স্বামীয়ে আন এখন চিকিসালয়ত আল্ট্ৰাছাউণ্ড কৰাই গ’ম পায় তেখেতৰ গৰ্ভত থকা সন্তানৰ অৱস্থা জটিল। আনহাতে সমস্ত ঘটনাটো চিকিৎসালয়ৰ কৰ্তৃপক্ষক অৱগত কৰাত কৰ্তৃপক্ষই মিনাৰা খাতুনৰ স্বামীক ভয় ভাবুকি প্ৰদান কৰিছিল। উক্ত ঘটনাটোৰ সন্দৰ্ভত পৰিয়ালৰ লোক *সংগ্ৰাম পৰিষদ জনোৱাত, নগাঁও জিলা আয়ুক্তক অভিযোগ পত্ৰ দাখিল কৰে *অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে*। আনফালে চিকিৎসালয় খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে মিনাৰা খাতুনৰ স্বামীয়ে হয়বৰগাঁও আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ।
    1
    নগাঁৱৰ *ৰিজুৱানা মেমৰিয়েল গেলেক্সি ৱমেন হস্পিতালৰ বিৰুদ্ধে নগাঁও জিলা আয়ুক্তক অভিযোগ পত্ৰ দাখিল *অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ*৷

নগাঁৱৰ ৰিজুৱানা মেমৰিয়েল গেলেক্সি ৱমেন হস্পিতাল নামৰ এখন অৰ্ধ-নিৰ্মিত হস্পিতালত ৰোগীক ভুল চিকিৎসা প্ৰদান কৰাৰ অভিযোগ।

অৰ্ধ-নিৰ্মিত হস্পিতালৰ ভুল চিকিৎসাৰ বাবেই মাতৃৰ গৰ্ভত মৃত্যু হৈ জন্ম লয় এটি শিশুৰ৷

চিকিৎসালয় খনত  আল্ট্ৰাচাউণ্ড কৰা চিকিৎসকৰ পৰিৱৰ্তে আয়ুৰ্বেদিক চিকিৎসকে বিভাগীয় আল্ট্ৰাচাউণ্ড কৰাৰো ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে।

হস্পিতাল কৰ্তৃপক্ষই আশা কৰ্মীৰ সৈতে ধনৰ লেনদেন কৰি ৰূগীক কাঢ়ি আনি ভুৱা চিকিৎসা কৰাৰ অভিযোগ৷

বিগত কেইদিনমান পূৰ্বে বটদ্ৰৱাৰ থানাৰ অন্তৰ্গত  ধনিয়া ভেটি গাঁৱৰ মিনাৰা খাতুন (৩৫) নামৰ এগৰাকী অন্তসত্তা মহিলাক অৰ্ধনিৰ্মিত হস্পিতালত আশা কৰ্মীয়ে লৈ গৈ কৰাইছিল ভুল চিকিৎসা।

আল্ট্ৰাছাউণ্ডৰ ৰিপোৰ্টত খেলি মেলি থকাৰ বাবে মিনাৰা খাতুনৰ স্বামীয়ে আন এখন চিকিসালয়ত আল্ট্ৰাছাউণ্ড কৰাই গ’ম পায় তেখেতৰ গৰ্ভত থকা সন্তানৰ অৱস্থা জটিল।

আনহাতে সমস্ত ঘটনাটো চিকিৎসালয়ৰ কৰ্তৃপক্ষক অৱগত কৰাত কৰ্তৃপক্ষই মিনাৰা খাতুনৰ স্বামীক ভয় ভাবুকি প্ৰদান কৰিছিল।

উক্ত ঘটনাটোৰ সন্দৰ্ভত পৰিয়ালৰ লোক *সংগ্ৰাম পৰিষদ জনোৱাত, নগাঁও জিলা আয়ুক্তক অভিযোগ পত্ৰ দাখিল কৰে *অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে*।

আনফালে চিকিৎসালয় খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে মিনাৰা খাতুনৰ স্বামীয়ে হয়বৰগাঁও আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ।


নগাঁৱৰ *ৰিজুৱানা মেমৰিয়েল গেলেক্সি ৱমেন হস্পিতালৰ বিৰুদ্ধে নগাঁও জিলা আয়ুক্তক অভিযোগ পত্ৰ দাখিল *অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ*৷
নগাঁৱৰ ৰিজুৱানা মেমৰিয়েল গেলেক্সি ৱমেন হস্পিতাল নামৰ এখন অৰ্ধ-নিৰ্মিত হস্পিতালত ৰোগীক ভুল চিকিৎসা প্ৰদান কৰাৰ অভিযোগ।
অৰ্ধ-নিৰ্মিত হস্পিতালৰ ভুল চিকিৎসাৰ বাবেই মাতৃৰ গৰ্ভত মৃত্যু হৈ জন্ম লয় এটি শিশুৰ৷
চিকিৎসালয় খনত  আল্ট্ৰাচাউণ্ড কৰা চিকিৎসকৰ পৰিৱৰ্তে আয়ুৰ্বেদিক চিকিৎসকে বিভাগীয় আল্ট্ৰাচাউণ্ড কৰাৰো ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে।
হস্পিতাল কৰ্তৃপক্ষই আশা কৰ্মীৰ সৈতে ধনৰ লেনদেন কৰি ৰূগীক কাঢ়ি আনি ভুৱা চিকিৎসা কৰাৰ অভিযোগ৷
বিগত কেইদিনমান পূৰ্বে বটদ্ৰৱাৰ থানাৰ অন্তৰ্গত  ধনিয়া ভেটি গাঁৱৰ মিনাৰা খাতুন (৩৫) নামৰ এগৰাকী অন্তসত্তা মহিলাক অৰ্ধনিৰ্মিত হস্পিতালত আশা কৰ্মীয়ে লৈ গৈ কৰাইছিল ভুল চিকিৎসা।
আল্ট্ৰাছাউণ্ডৰ ৰিপোৰ্টত খেলি মেলি থকাৰ বাবে মিনাৰা খাতুনৰ স্বামীয়ে আন এখন চিকিসালয়ত আল্ট্ৰাছাউণ্ড কৰাই গ’ম পায় তেখেতৰ গৰ্ভত থকা সন্তানৰ অৱস্থা জটিল।
আনহাতে সমস্ত ঘটনাটো চিকিৎসালয়ৰ কৰ্তৃপক্ষক অৱগত কৰাত কৰ্তৃপক্ষই মিনাৰা খাতুনৰ স্বামীক ভয় ভাবুকি প্ৰদান কৰিছিল।
উক্ত ঘটনাটোৰ সন্দৰ্ভত পৰিয়ালৰ লোক *সংগ্ৰাম পৰিষদ জনোৱাত, নগাঁও জিলা আয়ুক্তক অভিযোগ পত্ৰ দাখিল কৰে *অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে*।
আনফালে চিকিৎসালয় খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে মিনাৰা খাতুনৰ স্বামীয়ে হয়বৰগাঁও আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    15 hrs ago
  • বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে উজনি অসমৰ ভয়াবহ বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলৰ কাষত থিয় দিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সেই উদ্দেশ্যে বানত ক্ষতিগ্ৰস্ত কৃষিভূমিত পুনৰ খেতি আৰম্ভ কৰাৰ বাবে কৃষকসকলক উৎসাহিত কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰীকা আৰু মন্ত্ৰী সুশান্ত বৰগোঁহায়ে কৃষিভূমিত উপস্থিত হৈ প্ৰতীকীভাৱে কঠিয়া সিঁচে। এই কাৰ্যসূচীৰ জৰিয়তে বানৰ পিছত কৃষি উৎপাদন পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীদ্বয়ে কৃষকসকলৰ সৈতে মতবিনিময় কৰি ক্ষয়-ক্ষতিৰ বুজ লয় আৰু চৰকাৰৰ পৰা প্ৰদান কৰা সহায়-সাহায্য, বীজ, সাৰ আৰু অন্যান্য কৃষি সামগ্ৰী সময়মতে যোগান ধৰা হ'ব বুলি আশ্বাস দিয়ে। তেওঁলোকে কয় যে কৃষকসকল অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড। সেয়েহে বানৰ ফলত হোৱা ক্ষতিৰ পৰা কৃষকসকলক উদ্ধাৰ কৰি পুনৰ স্বাভাৱিক কৃষিকাৰ্য আৰম্ভ কৰাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। ৰাজ্য চৰকাৰে কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আৰু কৃষি খণ্ডক পুনৰ শক্তিশালী কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি যাব বুলিও তেওঁলোকে উল্লেখ কৰে।
    1
    বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে
বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে
উজনি অসমৰ ভয়াবহ বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলৰ কাষত থিয় দিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সেই উদ্দেশ্যে বানত ক্ষতিগ্ৰস্ত কৃষিভূমিত পুনৰ খেতি আৰম্ভ কৰাৰ বাবে কৃষকসকলক উৎসাহিত কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰীকা আৰু মন্ত্ৰী সুশান্ত বৰগোঁহায়ে কৃষিভূমিত উপস্থিত হৈ প্ৰতীকীভাৱে কঠিয়া সিঁচে।
এই কাৰ্যসূচীৰ জৰিয়তে বানৰ পিছত কৃষি উৎপাদন পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীদ্বয়ে কৃষকসকলৰ সৈতে মতবিনিময় কৰি ক্ষয়-ক্ষতিৰ বুজ লয় আৰু চৰকাৰৰ পৰা প্ৰদান কৰা সহায়-সাহায্য, বীজ, সাৰ আৰু অন্যান্য কৃষি সামগ্ৰী সময়মতে যোগান ধৰা হ'ব বুলি আশ্বাস দিয়ে।
তেওঁলোকে কয় যে কৃষকসকল অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড। সেয়েহে বানৰ ফলত হোৱা ক্ষতিৰ পৰা কৃষকসকলক উদ্ধাৰ কৰি পুনৰ স্বাভাৱিক কৃষিকাৰ্য আৰম্ভ কৰাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। ৰাজ্য চৰকাৰে কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আৰু কৃষি খণ্ডক পুনৰ শক্তিশালী কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি যাব বুলিও তেওঁলোকে উল্লেখ কৰে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    2 hrs ago
  • দৈগ্ৰোঙৰ ভাৰতী আৰ্ট এণ্ড ক্ৰাফট্ বিদ্যালয় প্ৰাঙ্গণত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ, গোলাঘাট জিলা প্ৰশাসন আৰু লাইট অফ টুমৰ ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সফলতাৰে সামৰণি পৰে। খুমটাই সমষ্টিভিত্তিক এই কৰ্মশালাত শতাধিক ছাত্ৰ-ছাত্ৰীক মাটিৰ সামগ্ৰী তৈয়াৰ, চিত্ৰাংকন আৰু নাট অভিনয়ৰ প্ৰশিক্ষণ দিয়ে ফাউণ্ডেচনৰ সঞ্চালক মাজিফ আহমেদ আৰু ভাৰতী হাজৰিকাই।​মাটিৰ সামগ্ৰী প্ৰস্তুতকৰণ, চিত্ৰাংকন আৰু নাট অভিনয়।অতিৰিক্ত উপায়ুক্ত জিন্তু বৰা, সাংস্কৃতিক বিষয়া শান্তনু শৌলিক, শংকৰী সংস্কৃতিৰ সাধক গোলাপ শইকীয়া, মৰঙি প্ৰেছ ক্লাবৰ বিষয়ববীয়া আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকল।প্ৰশিক্ষণ সামৰণিত জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো প্ৰশিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।​অনুষ্ঠানৰ শেষত প্ৰশিক্ষক মাজিফ আহমেদে আঁতধৰা সামৰণি সমাৰোহত ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও স্থানীয় ৰাইজ আৰু অভিভাৱকসকল ব্যাপকভাৱে উপস্থিত থাকে।
    3
    দৈগ্ৰোঙৰ ভাৰতী আৰ্ট এণ্ড ক্ৰাফট্ বিদ্যালয় প্ৰাঙ্গণত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ, গোলাঘাট জিলা প্ৰশাসন আৰু লাইট অফ টুমৰ ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সফলতাৰে সামৰণি পৰে।
খুমটাই সমষ্টিভিত্তিক এই কৰ্মশালাত শতাধিক ছাত্ৰ-ছাত্ৰীক মাটিৰ সামগ্ৰী তৈয়াৰ, চিত্ৰাংকন আৰু নাট অভিনয়ৰ প্ৰশিক্ষণ দিয়ে ফাউণ্ডেচনৰ সঞ্চালক মাজিফ আহমেদ আৰু ভাৰতী হাজৰিকাই।​মাটিৰ সামগ্ৰী প্ৰস্তুতকৰণ, চিত্ৰাংকন আৰু নাট অভিনয়।অতিৰিক্ত উপায়ুক্ত জিন্তু বৰা, সাংস্কৃতিক বিষয়া শান্তনু শৌলিক, শংকৰী সংস্কৃতিৰ সাধক গোলাপ শইকীয়া, মৰঙি প্ৰেছ ক্লাবৰ বিষয়ববীয়া আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকল।প্ৰশিক্ষণ সামৰণিত জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো প্ৰশিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।​অনুষ্ঠানৰ শেষত প্ৰশিক্ষক মাজিফ আহমেদে আঁতধৰা সামৰণি সমাৰোহত ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও স্থানীয় ৰাইজ আৰু অভিভাৱকসকল ব্যাপকভাৱে উপস্থিত থাকে।
    user_D B
    D B
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    9 hrs ago
  • কলিয়াবৰৰ ভকুৱামাৰীত চৰকাৰী কৃষি বান্ধ বন্ধ কৰাক লৈ শতাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ তিনিশ পৰিয়ালে যাতায়ত কৰা চৰকাৰী কৃষি বান্ধ বন্ধ কৰাক লৈ এই প্ৰতিবাদ মুজিবুৰ ৰহমান আৰু আমীৰ আলী নামৰ দুজন লোকে চৰকাৰী কৃষিবান্ধ দখল কৰাৰ অভিযোগ বৰঘুলী গড়কাপ্তানি পথৰ পৰা ভকুৱামাৰী খালপাৰ জামে মছজিদলৈ যোৱা কৃষি বান্ধটো কাটি দিয়াত যাতায়ত বন্ধ হৈ পৰিছে তিনি শতাধিক পৰিয়ালৰ এই কৃষি বান্ধটোৰে দৈনিক হাজাৰ হাজাৰ লোকে অহা যোৱা কৰিছিল যদিও মজিবুৰে বাহুবল প্ৰয়োগ কৰি কৃষিবান্ধ টো কাটি খেতি কৰাৰ অভিযোগ আমাৰ ৰাস্তা আমাক লাগিবই, চৰকাৰী ৰাস্তা বন্ধ কৰা নচলিব, মজিবুৰ হাই হাই আদি শ্লোগানেৰে সাব্যস্ত কৰে এই প্ৰতিবাদ
    1
    কলিয়াবৰৰ ভকুৱামাৰীত চৰকাৰী কৃষি বান্ধ বন্ধ কৰাক লৈ শতাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ
তিনিশ পৰিয়ালে যাতায়ত কৰা চৰকাৰী কৃষি বান্ধ বন্ধ কৰাক লৈ এই প্ৰতিবাদ
মুজিবুৰ ৰহমান আৰু আমীৰ আলী নামৰ দুজন লোকে চৰকাৰী কৃষিবান্ধ দখল কৰাৰ অভিযোগ
বৰঘুলী গড়কাপ্তানি পথৰ পৰা ভকুৱামাৰী খালপাৰ জামে মছজিদলৈ যোৱা কৃষি বান্ধটো কাটি দিয়াত যাতায়ত বন্ধ হৈ পৰিছে তিনি শতাধিক পৰিয়ালৰ
এই কৃষি বান্ধটোৰে দৈনিক হাজাৰ হাজাৰ লোকে অহা যোৱা কৰিছিল যদিও মজিবুৰে বাহুবল প্ৰয়োগ কৰি কৃষিবান্ধ টো কাটি খেতি কৰাৰ অভিযোগ
আমাৰ ৰাস্তা আমাক লাগিবই, চৰকাৰী ৰাস্তা বন্ধ কৰা নচলিব, মজিবুৰ হাই হাই আদি শ্লোগানেৰে সাব্যস্ত কৰে এই প্ৰতিবাদ
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • Slug:-চতিয়াত আৰক্ষীৰ জুৱা বিৰোধী অভিযান #চতিয়াৰ দক্ষিণাঞ্চলত বিশ্বনাথ আৰু চতিয়া আৰক্ষীৰ যুটীয়া অভিযান। #অভিযানত ৭খন মটৰচাইকেল জব্দ কৰাৰ লগতে দুজন অভিযুক্ত জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। V/O:-বিহস্পতি বাৰে চতিয়াৰ দক্ষিণাঞ্চলৰ ২ নং ভোজমাৰী অঞ্চলত বিশ্বনাথ আৰু চতিয়া আৰক্ষীয়ে যুটীয়াভাৱে জুৱা বিৰোধী অভিযান চলায়। অভিযানকালত আৰক্ষীয়ে ৭খন মটৰচাইকেল জব্দ কৰাৰ লগতে দুজন অভিযুক্ত জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন দুয়োজনৰ ভিতৰত এজন বলোডুঙাৰ আব্দুল চহিদ আৰু আনজন আদাভেটিৰ আচমত আলি বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে আটকাধীন দুয়োজন অভিযুক্তক আজি আদালতত হাজিৰ কৰোৱাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিব।
    4
    Slug:-চতিয়াত আৰক্ষীৰ জুৱা বিৰোধী অভিযান

 #চতিয়াৰ দক্ষিণাঞ্চলত বিশ্বনাথ আৰু চতিয়া আৰক্ষীৰ যুটীয়া অভিযান। 

#অভিযানত ৭খন মটৰচাইকেল জব্দ কৰাৰ লগতে দুজন অভিযুক্ত জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

V/O:-বিহস্পতি বাৰে চতিয়াৰ দক্ষিণাঞ্চলৰ ২ নং ভোজমাৰী অঞ্চলত বিশ্বনাথ আৰু চতিয়া আৰক্ষীয়ে যুটীয়াভাৱে জুৱা বিৰোধী অভিযান চলায়। 
অভিযানকালত আৰক্ষীয়ে ৭খন মটৰচাইকেল জব্দ কৰাৰ লগতে দুজন অভিযুক্ত জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন দুয়োজনৰ ভিতৰত এজন বলোডুঙাৰ আব্দুল চহিদ আৰু আনজন আদাভেটিৰ আচমত আলি বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰক্ষীয়ে আটকাধীন দুয়োজন অভিযুক্তক আজি আদালতত হাজিৰ কৰোৱাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিব।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    11 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.