Shuru
Apke Nagar Ki App…
বিধান সভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও নিৰ্বাচন জিলাত অহা ৪ মে'ত ভোটগণনা প্ৰক্ৰিয়া শেষ নোহোৱালৈকে ড্ৰাই ডে' ঘোষণা কৰা হৈছে। বিধান সভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও নিৰ্বাচন জিলাত অহা ৪ মে'ত ভোটগণনা প্ৰক্ৰিয়া শেষ নোহোৱালৈকে ড্ৰাই ডে' ঘোষণা কৰা হৈছে। জিলা আয়ুক্তই জাৰি কৰা নিৰ্দেশ অনুসৰি এই সময়ছোৱাত সকলো পাইকাৰী আৰু খুচুৰা সুৰাৰ বিপনী বন্ধ থাকিব। লগতে সুৰা বিক্ৰীৰ অনুজ্ঞাপ্ৰাপ্ত ক্লাব, হোটেল আদিতো সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে।
Dhiren Medhi

More news from Nagaon and nearby areas
- ৰূপহীহাটৰ নতুন বজাৰত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধী কেন্দ্ৰ মুকলি #viral video1
- হোজাই স্থিত আজমল ফাউণ্ডেচনৰ অন্তৰ্গত আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। আনন্দ উল্লাসৰ মাজতেই শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়। এইবেলি উচ্চতৰ মাধ্যমিকৰ কলা শাখাত শিক্ষানুষ্ঠান খনিৰ ৮০ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু তাৰে ৫১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগ, ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ আৰু এগৰাকী ছাত্ৰই ডিষ্টিংচন লাভ কৰাত স্থানীয় ৰাইজ, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকল উৎফুল্লিত হৈ পৰিছে।1
- কর্ণাটক কাম করা মানুষ কোন সহায় না পাওয়ার কারণে হয়তো আসাম থেকে কর্নাটকে আসছে আসামের কাম করা মানুষগুলোর কোন মূল্য নাই আশা মত এবং বেশি4
- উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা প্ৰীতি বৈশ্যক সম্বৰ্ধনা আমছুৰ1
- *অখিল গগৈৰ বৃহৎ মন্তব্য* ♦️"Exit Polls এ যি কয় কৈ থাকক"। ♦️"চৰকাৰ বিৰোধীৰ হ’ব"। ♦️ ষ্ট্ৰং ৰূমসমূহ সঠিকভাৱে পহৰা দি থাকিবলৈ আহ্বান অখিল গগৈৰ1
- রেল নগরী লামডিংয়ে আট দিনব্যাপী শীতলা পূজা ও বসন্ত মেলার পর্দা নামল মঙ্গলবার।1
- হিমন্ত বিশ্ব শৰ্মাৰ থৰকা ছুটি হেৰুৱাইছে | এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ গাদীচ্যুত হোৱা টো খাটাং | গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছৰ চৰকাৰ হোৱা টো খাটাং | গৌৰৱ গগৈ মূখ্য মন্ত্ৰী হব |......মীৰা বৰঠাকুৰ1
- নগাঁও চহৰৰ নিউ মিছন মাৰ্কেটত অৱস্থিত শিক্ষানুষ্ঠান খনে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। শিক্ষা প্ৰতিষ্ঠান খনিৰ ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে। ইয়াৰে নিকিতা হাজৰীকাই ৯৫% জাহ্নু বৰাই ৯২% অনংশী বৰাই ৯০% আৰু প্ৰণাম প্ৰতিম শৰ্মাই ৮৯% নম্বৰ লাভ কৰি প্ৰতিষ্ঠান খনিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আনন্দ উল্লাসৰ মাজতেই শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়।1
- ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাৰ ফলাফল ৷ উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ উৰ্ত্তীৰ্ণ হৈ উজলি উঠিল ঢেকীয়াজুলি ৰিজনেঞ্চ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰ-ছাত্ৰী সকল1