Shuru
Apke Nagar Ki App…
বিশ্বনাথত দূৰ্নীতিগ্ৰস্থ প্ৰাক্তন বি.ডি.অ’ অজয় সিন্হাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এক অভিযান চলাইছে। আয়বৰ্হিভুত সম্পত্তিৰ গোচৰত এই অভিযান চলি আছে। এটা দলে ১১/২৬ নম্বৰত গোচৰ ৰুজু কৰি এই অভিযান চলাইছে। জানিব পৰা মতে, প্ৰাক্তন বি.ডি.অ’ গৰাকীয়ে ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত বিহালী বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় ভাবে প্ৰতিদ্বন্দ্বীতাও কৰিছিল। যদিও মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এই সন্দৰ্ভত সাংবাদিকক কোনো মন্তব্য কৰা নাই, তথাপিয়ো অজয় সিন্হাই বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত কেইবাখনো ঘৰ আৰু সম্পত্তিৰ পাহাৰ গঢ়ি তোলা বুলি পোহৰলৈ আহিছে।
KHABAR 24 BISWANATH
বিশ্বনাথত দূৰ্নীতিগ্ৰস্থ প্ৰাক্তন বি.ডি.অ’ অজয় সিন্হাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এক অভিযান চলাইছে। আয়বৰ্হিভুত সম্পত্তিৰ গোচৰত এই অভিযান চলি আছে। এটা দলে ১১/২৬ নম্বৰত গোচৰ ৰুজু কৰি এই অভিযান চলাইছে। জানিব পৰা মতে, প্ৰাক্তন বি.ডি.অ’ গৰাকীয়ে ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত বিহালী বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় ভাবে প্ৰতিদ্বন্দ্বীতাও কৰিছিল। যদিও মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এই সন্দৰ্ভত সাংবাদিকক কোনো মন্তব্য কৰা নাই, তথাপিয়ো অজয় সিন্হাই বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত কেইবাখনো ঘৰ আৰু সম্পত্তিৰ পাহাৰ গঢ়ি তোলা বুলি পোহৰলৈ আহিছে।
More news from অসম and nearby areas
- বিশ্বনাথত দূৰ্নীতিগ্ৰস্থ প্ৰাক্তন বি.ডি.অ’ অজয় সিন্হাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এক অভিযান চলাইছে। আয়বৰ্হিভুত সম্পত্তিৰ গোচৰত এই অভিযান চলি আছে। এটা দলে ১১/২৬ নম্বৰত গোচৰ ৰুজু কৰি এই অভিযান চলাইছে। জানিব পৰা মতে, প্ৰাক্তন বি.ডি.অ’ গৰাকীয়ে ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত বিহালী বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় ভাবে প্ৰতিদ্বন্দ্বীতাও কৰিছিল। যদিও মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এই সন্দৰ্ভত সাংবাদিকক কোনো মন্তব্য কৰা নাই, তথাপিয়ো অজয় সিন্হাই বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত কেইবাখনো ঘৰ আৰু সম্পত্তিৰ পাহাৰ গঢ়ি তোলা বুলি পোহৰলৈ আহিছে।1
- বুধবাৰে দিনৰ ১ বজাত অসম গৌৰৱ বঁটা প্ৰাপক যুৱ কৃষক নীলম দত্তৰ প্ৰচেষ্টাত বিশ্বনাথ জিলাৰ পাভৈ গ্ৰীণছত এখন বীজ মেলাৰ আয়োজন কৰা হয়। এই মেলাত প্ৰায় পাঁচশতাধিক কৃষকে অংশগ্ৰহণ কৰে। বিশ্বনাথকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত জৈৱিক কৃষিৰ প্ৰসাৰ আৰু উন্নত বীজ সংৰক্ষণৰ গুৰুত্ব দি এই মেলাখন অনুষ্ঠিত কৰা হৈছিল। নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন’লজী এপ্লিকেচন এণ্ড ৰিচাৰ্চৰ সঞ্চালক প্ৰধান ডঃ অৰুণ কুমাৰ শৰ্মাই এই বীজ মেলাখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত তেওঁ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলক উন্নত বীজ সংৰক্ষণ আৰু উৎপাদনত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়। ড° শৰ্মাই কয় যে এনে প্ৰচেষ্টাৰ জৰিয়তে কৃষকসকল আৰ্থিকভাৱে সফল হ’ব পাৰিব আৰু লগতে বীজ উৎপাদনৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল স্বাৱলম্বী হৈ উঠিব। এই অনুষ্ঠানত নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া সুমন চেটাৰ্জী, কৃষি বিষয়া হিমাশ্ৰী গোস্বামী, কেডেটৰ মনোৰঞ্জন হাজৰিকাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।4
- নুমলীগড়ৰ কানাইঘাটৰ কালিয়নী নদীত নামৰূপৰ নৱজিত বৰপাত্ৰগোঁহাই নামৰ এজন যুৱকে জাঁপ দিছে। নুমলীগড় শোধনাগাৰৰ এটা ব্যক্তিগত কোম্পানীত অভিযন্তা হিচাপে কৰ্মৰত আছিল নৱজিত। ঘটনাৰ সময়ত তেওঁৰ সৈতে থকা কৰ্মস্থলীৰ বন্ধুবৰ্গৰ মতে, পাৰিবাৰিক কন্দলৰ বাবে নৱজিত মানসিক চাপত ভুগি আছিল। সংগী সকলে বাধা দিবলৈ চেষ্টা কৰাৰ পূৰ্বেই তেওঁ নৈত জাঁপ দিয়াত পলকতে নদীৰ বুকুত হেৰাই যায়। ইতিমধ্যে ঘটনাস্থলীত নুমলীগড় আৰক্ষী আৰু SDRF ৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।2
- নীপক বান্ধ খুলি দিয়াৰ পিছত এক হৃদয়বিদাৰক দৃশ্য পোহৰলৈ আহিছে, য’ত বানৰ মাজত এজন লোকক তেওঁৰ পোহনীয়া কুকুৰটোৰ সৈতে আৱদ্ধ হৈ থকা দেখা গৈছে।1
- বিহপুৰীয়াৰ ডিক্ৰংপৰীয়া ৰাইজ বাৰিষাৰ বতৰত প্ৰতি বছৰে নিপকোৱে গেট খুলি দিয়াৰ বাবে এইবাৰো আতংকিত হৈ পৰিছে। এইবাৰ অৰুণাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলত ধাৰাষাৰে পানী ববলৈ ধৰাত উপায়ন্তৰ হৈ নিপকোৱে জৰুৰী গেটসমূহ খুলি দিয়ে। নিপকোৰ এই কাৰ্যৰ ফলত ডিক্ৰং নদীৰ বক্ষ ফেনে-ফুটুকাৰে ভৰি পৰিছে, যাৰ ফলত নদীপৰীয়া ৰাইজৰ মাজত গভীৰ চিন্তাৰ সৃষ্টি হৈছে। ডিক্ৰংপৰীয়া ৰাইজে এই পৰিস্থিতিত এক দোকোলটকা বানৰ আশংকা কৰিছে।3
- গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাক মূল বিষয়বস্তু হিচাপে লৈ এক বিশেষ বক্তৃতা অনুষ্ঠান আৰু আলোচনা অনুষ্ঠিত হয়।1
- গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত এটি বিশেষ বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ মূল বিষয়বস্তু আছিল ভাৰতীয় জ্ঞান পৰম্পৰা, যাক লৈ এখন বিশেষ আলোচনা সভা আয়োজন কৰা হৈছিল।1
- বিশ্বনাথ চাৰিআলিত প্ৰাক্তন বিডিঅ’ অজয় সিন্হাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষে এক অভিযান চলাইছে। আয়বৰ্হিভূত সম্পত্তি সংগ্ৰহ কৰাৰ গোচৰত এই অভিযান লোৱা হৈছে, য’ত ১১/২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। জানিব পৰা মতে, এই প্ৰাক্তন বিডিঅ’গৰাকীয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিহালী বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। যদিও মুখ্যমন্ত্ৰী তদাৰকী কোষে এই সন্দৰ্ভত সাংবাদিকক কোনো মন্তব্য কৰা নাই, তথাপিয়ো কোৱা হৈছে যে তেওঁ বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত কেইবাখনো ঘৰ আৰু সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছে।4