logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ডিগবৈত Fashion Icon Of Assam Season Four ৰ ব্যাপক প্ৰস্তুতি ডিগবৈত অসম ভিত্তিত 'Fashion Icon Of Assam Season Four'ৰ ব্যাপক প্ৰস্তুতি। ডিগবৈৰ এগৰাকী উদ্যোমী মহিলা নিতু চক্ৰৱৰ্তী দাসৰ উদ্যোগত ২ আৰু ৩ এপ্ৰিলত ডিগবৈত অনুষ্ঠিত হ'বলগীয়া উক্ত সৌন্দৰ্য প্ৰতিযোগিতাত কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱতী মহিলা সকলোৱে অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰিও উক্ত অনুষ্ঠানৰ লগতে সংগতি ৰাখি গৃহিনী মহিলা সকলৰ স্বাৱলম্বিতাৰ উদ্দেশ্যে নিজৰ হাতেৰে নিৰ্মান কৰা সামগ্ৰীৰে প্ৰদৰ্শনীৰ বাবে ডিগবৈ ইণ্ডিয়া ক্লাৱত অহা চাৰি এপ্ৰিলৰ দিনা ষ্টলৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাই। অসম ভিত্তিত আয়োজিত উক্ত প্ৰতিযোগিতাত কণ কণ শিশুক সকলক প্ৰশিক্ষণ প্ৰদান কৰিব Miss Fashion Icon Of Assam 2021 ৰ বিজয়ী চিমাদ্ৰিতা কাশ্যপে। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাষ্ট্রীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ভাস্কৰ কাশ্যপ আৰু জুৰি সদস্য অসমৰে জীয়ৰী UMB Present ৰ Mrs India Director Choice 2025 ৰ অনিন্দিতা কাশ্যপ।

2 hrs ago
user_Tinsukia TIME
Tinsukia TIME
তিনিচুকীয়া, তিনিচুকীয়া, অসম•
2 hrs ago

ডিগবৈত Fashion Icon Of Assam Season Four ৰ ব্যাপক প্ৰস্তুতি ডিগবৈত অসম ভিত্তিত 'Fashion Icon Of Assam Season Four'ৰ ব্যাপক প্ৰস্তুতি। ডিগবৈৰ এগৰাকী উদ্যোমী মহিলা নিতু চক্ৰৱৰ্তী দাসৰ উদ্যোগত ২ আৰু ৩ এপ্ৰিলত ডিগবৈত অনুষ্ঠিত হ'বলগীয়া উক্ত সৌন্দৰ্য প্ৰতিযোগিতাত কণ কণ শিশুৰ পৰা আৰম্ভ কৰি

cd4def13-3ec5-4c32-a285-1dbea1d6c081

যুৱতী মহিলা সকলোৱে অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰিও উক্ত অনুষ্ঠানৰ লগতে সংগতি ৰাখি গৃহিনী মহিলা সকলৰ স্বাৱলম্বিতাৰ উদ্দেশ্যে নিজৰ হাতেৰে নিৰ্মান কৰা সামগ্ৰীৰে প্ৰদৰ্শনীৰ বাবে ডিগবৈ ইণ্ডিয়া ক্লাৱত অহা চাৰি এপ্ৰিলৰ দিনা ষ্টলৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাই। অসম ভিত্তিত আয়োজিত উক্ত প্ৰতিযোগিতাত

c2692c31-7375-40b5-a397-37a99943d5bc

কণ কণ শিশুক সকলক প্ৰশিক্ষণ প্ৰদান কৰিব Miss Fashion Icon Of Assam 2021 ৰ বিজয়ী চিমাদ্ৰিতা কাশ্যপে। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাষ্ট্রীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ভাস্কৰ কাশ্যপ আৰু জুৰি সদস্য অসমৰে জীয়ৰী UMB Present ৰ Mrs India Director Choice 2025 ৰ অনিন্দিতা কাশ্যপ।

More news from অসম and nearby areas
  • অসম চাহ মজদুৰ সংঘ, সোণাৰি শাখাৰ 'চুপাৰ মাৰ্কেট কমপ্লেক্স'ৰ আধাৰশিলা স্থাপন। অসম চাহ মজদুৰ সংঘ, সোণাৰি শাখাৰ 'চুপাৰ মাৰ্কেট কমপ্লেক্স'টিৰ প্ৰাক্তন কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱৰ্নসিং ঘাটোৱাৰে আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ আঁত ধৰে সোণাৰি শাখা সংঘৰ সম্পাদক প্ৰকাশ নাগে। শাখা সংঘৰ সমূহ বিষয়ববীয়া আৰু সদস্য সকলৰ লগতে কাষৰীয়া চাহ বাগিচাৰ পৰিচালক সকলো অনুষ্ঠানত উপস্থিত থাকে।
    1
    অসম চাহ মজদুৰ সংঘ, সোণাৰি শাখাৰ 'চুপাৰ মাৰ্কেট কমপ্লেক্স'ৰ আধাৰশিলা স্থাপন।
অসম চাহ মজদুৰ সংঘ, সোণাৰি শাখাৰ 'চুপাৰ মাৰ্কেট কমপ্লেক্স'টিৰ প্ৰাক্তন কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱৰ্নসিং ঘাটোৱাৰে আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ আঁত ধৰে সোণাৰি শাখা সংঘৰ সম্পাদক প্ৰকাশ নাগে। শাখা সংঘৰ সমূহ বিষয়ববীয়া আৰু সদস্য সকলৰ লগতে কাষৰীয়া চাহ বাগিচাৰ পৰিচালক সকলো অনুষ্ঠানত উপস্থিত থাকে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    13 hrs ago
  • যোৰহাট প্ৰেছ ক্লাবৰ সৌজন্যত আজি 'এই মাহৰ অতিথি' শীর্ষক অনুষ্ঠান অনুষ্ঠিত হয় । #উক্ত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচিত্র নির্মাতা তথা ভিলেজ ৰকষ্টাৰ্ছ খ্যাত ৰীমা দাস বিশিষ্ট অতিথি হিচাপে অংশ গ্রহণ
    1
    যোৰহাট প্ৰেছ ক্লাবৰ সৌজন্যত আজি 'এই মাহৰ অতিথি' শীর্ষক অনুষ্ঠান অনুষ্ঠিত হয় ।
#উক্ত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচিত্র নির্মাতা তথা ভিলেজ ৰকষ্টাৰ্ছ খ্যাত ৰীমা দাস বিশিষ্ট অতিথি হিচাপে অংশ গ্রহণ
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    13 hrs ago
  • SK ASIK parbaria
    1
    SK ASIK
parbaria
    user_Sek Asik
    Sek Asik
    চাম্বাং চাৰ্কল, ক্ৰা ডাদি, অৰুণাচল প্ৰদেশ•
    3 hrs ago
  • golaghat numaligarh pathar 👌👌👌
    1
    golaghat         numaligarh pathar  👌👌👌
    user_Love you Assam India
    Love you Assam India
    গোলাঘাট, গোলাঘাট, অসম•
    3 hrs ago
  • residents of Koraijhar Long Terang Gaon, P/o, Ok-kereng, P/s, Howraghat, Karbi anglong face severe issues due to the lack of proper roads. During monsoons, the path becomes unusable, affecting school children and healthcare access. We request urgent action under government schemes to construct a road. #RuralDevelopment #AssamRoads"
    4
    residents of Koraijhar Long Terang Gaon, P/o, Ok-kereng, P/s, Howraghat, Karbi anglong  face severe issues due to the lack of proper roads. During monsoons, the path becomes unusable, affecting school children and healthcare access. We request urgent action under government schemes to construct a road. #RuralDevelopment #AssamRoads"
    user_Robinson Terang
    Robinson Terang
    ফুলনি, কাৰ্বি আংলং, অসম•
    23 hrs ago
  • চামগুৰি সমষ্টি অগপক এৰি নিদিয়ে ‌ বিজেপিয়ে। এতিয়া লৈকে কোনো সিদ্ধান্ত হোৱা নাই দলৰ ফালৰ পৰা,ভুৱা প্ৰচাৰ চলি আছে।
    1
    চামগুৰি সমষ্টি অগপক এৰি নিদিয়ে ‌ বিজেপিয়ে।
এতিয়া লৈকে কোনো  সিদ্ধান্ত হোৱা নাই দলৰ ফালৰ পৰা,ভুৱা প্ৰচাৰ চলি আছে।
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    20 min ago
  • তিনিচুকীয়াৰ শ্ৰীপুৰীয়া বিহুতলিৰ খেলপথাৰত আজি অসম চৰকাৰৰ অৰুণোদয় ৩.০ আঁচনিৰ জড়িয়তে হিতাধিকাৰীসকলক ধনৰাশি বিতৰণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠিত কৰে। অনুষ্ঠানটোত তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষান উপস্থিত থাকে। অনুষ্ঠানত বহু সংখ্যক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। এই আঁচনিখনৰ জড়িয়তে দুখীয়া আৰু আৰ্থিকভাবে পিছপৰা পৰিয়ালসমূহক সহায় আগবঢ়োৱাৰ লক্ষ্য লোৱা হৈছে। অনুষ্ঠানত বিধায়ক সঞ্জয় কিষানে অৰুণোদয় আঁচনিখনে বহু পৰিয়ালৰ জীৱনত আৰ্থিক সহায় আগবঢ়াইছে বুলি উল্লেখ কৰে। লগতে আগন্তুক দিনতো চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে বিভিন্ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে।
    1
    তিনিচুকীয়াৰ শ্ৰীপুৰীয়া বিহুতলিৰ খেলপথাৰত আজি অসম চৰকাৰৰ অৰুণোদয় ৩.০ আঁচনিৰ জড়িয়তে হিতাধিকাৰীসকলক ধনৰাশি বিতৰণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠিত কৰে। অনুষ্ঠানটোত তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষান উপস্থিত থাকে।
অনুষ্ঠানত বহু সংখ্যক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। এই আঁচনিখনৰ জড়িয়তে দুখীয়া আৰু আৰ্থিকভাবে পিছপৰা পৰিয়ালসমূহক সহায় আগবঢ়োৱাৰ লক্ষ্য লোৱা হৈছে। অনুষ্ঠানত বিধায়ক সঞ্জয় কিষানে অৰুণোদয় আঁচনিখনে বহু পৰিয়ালৰ জীৱনত আৰ্থিক সহায় আগবঢ়াইছে বুলি উল্লেখ কৰে। লগতে আগন্তুক দিনতো চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে বিভিন্ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    2 hrs ago
  • সোণাৰি স্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ আবাসৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী চিকিৎসা সাহায্য পুঁজিৰ অধীনত চেক প্ৰদান অনুষ্ঠান কাৰ্যসূচী সম্পন্ন কৰা হয় । এই অনুষ্ঠানৰ জৰিয়তে চিকিৎসাৰ বাবে সহায় প্ৰয়োজন হোৱা ২৬৫ গৰাকী ৰোগীলৈ চেক প্ৰদান কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।
    1
    সোণাৰি স্থিত  বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ আবাসৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী চিকিৎসা সাহায্য পুঁজিৰ অধীনত চেক প্ৰদান অনুষ্ঠান কাৰ্যসূচী সম্পন্ন কৰা হয় । এই অনুষ্ঠানৰ জৰিয়তে চিকিৎসাৰ বাবে সহায় প্ৰয়োজন হোৱা ২৬৫ গৰাকী ৰোগীলৈ চেক প্ৰদান কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    14 hrs ago
  • ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে AIUDF দলৰ প্ৰথমখন প্রার্থী তালিকা প্রকাশ
    1
    ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে AIUDF দলৰ প্ৰথমখন প্রার্থী তালিকা প্রকাশ
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    23 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.