LIC ৰ তৰফৰ পৰা তিনিচুকীয়াৰ পৰমানন্দ বিদ্যালয়ত স্কুলবাছ প্ৰদান LIC ৰ তৰফৰ পৰা তিনিচুকীয়া ভাৰত সেৱাশ্ৰম সংঘৰ পৰমানন্দ বিদ্যালয়ত স্কুল বাছ প্ৰদান। ভাৰত চৰকাৰৰ অৰ্থ সাপেক্ষে নাগৰিক সুৰক্ষা প্ৰদানৰ অন্যতম অনুষ্ঠান জীৱন বীমা নিগম অৰ্থাৎ LIC ৰ গল্ডেন জুবিলী ফাউণ্ডেশ্যনৰ পুঁজিৰ তৰফৰ পৰা ভাৰত বৰ্ষৰ অন্যতম সেৱামূলক অনুষ্ঠান ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ পৰমানন্দ বিদ্যামন্দিৰত বিদ্যালয়ৰ বাবে এটা বাস গাড়ী প্ৰদান হৈছে। আজি তিনিচুকীয়া শাখা ভাৰত সেৱাশ্ৰম সংঘৰ পৰমানন্দ বিদ্যালয়ত সভাকক্ষত আয়োজিত সভাত এই বাছৰ চাবি প্ৰদান কৰা হয়। বিদ্যামন্দিৰৰ দুই শিক্ষয়িত্ৰী ক্ৰমে মনিকা শৰ্মা আৰু তানিয়া মজুমদাৰৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত LIC ৰ ৰিজনেল মেনেজাৰ এচ দে চিনিয়ৰ ডিভিজনেল মেনেজাৰ মনোজ নুফানিয়াল, বিষয়া সকল ক্ৰমে নবাৰুন ঘোষ, অৰুণ বৰুৱা আৰু তিনিচুকীয়া শাখা ভাৰত সেৱাশ্ৰম সংঘৰ বিশ্বমবৰানন্দজী মহাৰাজ, পৰমানন্দ বিদ্যামন্দিৰৰ অধ্যক্ষা সুস্মিতা সেন গুপ্তা, সামন্ত দাস সহ ভাৰত সেৱাশ্ৰম সংঘৰ পদাধিকাৰ সকল উপস্থিত আছিল ৷ প্ৰদীপ প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত সমবেত সংগীত পৰিবেশন কৰাৰ পাছত অনুষ্ঠিত LICৰ বিষয়া সকলে বাছ গাড়ীৰ চাবি প্ৰদান কৰা হয়। চাবি প্ৰদান কৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি নৃত্য প্ৰদৰ্শন কৰা হয়।

- তিনিচুকীয়াৰ ৰে’ল লাইনত পুনৰ সংঘটিত হৈছে এক অঘটন। মাকুম পথত দুৰ্ভাগ্যজনকভাৱে এখন বাহনে ৰে’ল লাইন পাৰ হোৱাৰ সময়ত সোমাই পৰে ৰে’ল লাইনৰ ভিতৰত । সেই সময়তে কাষেৰে ৰে’ল পাৰ হৈ যায় যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে আৰোহীৰ লগতে বাহনখন। পৰৱৰ্তী সময়ত উদ্ধাৰকাৰী বাহন আহি বাহনখন উদ্ধাৰ কৰে ৰে’ল লাইনৰ পৰা । উল্লেখযোগ্য যে কিছুদিনৰ পুৰ্বে তিনিচুকীয়াৰ লাইপুলিত এখন বাহনক মহতিয়াই নিছিল চলন্ত ৰে’লে ।1
- naharkatiya sasoni park 🏞️1
- ছয় মাহ ওকলি যোৱাৰ পাছতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় নোপোৱা আৰু জুবিন ক্ষেত্ৰ বিশ্বৰ মানদণ্ডত প্ৰতিষ্ঠা কৰাৰ দাবী মৌন শিখা সমদল কাৰ্যসূচী ৰূপায়ণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ1
- বিজেপিৰ নেতা সুৰুয দিহিঙ্গীয়াই মাহমৰা বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব লাভৰ পাছতেই উৎফুল্লিত সমৰ্থক সকল। বিহুনাম জুৰিলে সমৰ্থকে। পিতৃয়ে প্ৰাৰ্থীত্ব লাভ কৰাৰ আনন্দত এপাক নাচিলে জিয়ৰীয়ে।1
- নিৰ্বাচনী বতাহে গৰম কৰি তোলা ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত এইবাৰ বিশেষ চৰ্চালৈ আহিছে ডিমৌ বিধানসভা সমষ্টি। ডিমৌত এতিয়া সক্ৰিয় ৰূপত দেখা গৈছে ৰাইজৰ দলক। আজি সমষ্টিটোত ৰাইজৰ দলৰ নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে এক উষ্ম পৰিৱেশৰ সৃষ্টি হয়। ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে আজিৰ পৰাই নিজৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ তীব্ৰতৰ কৰি তুলিছে।1
- সংকটজনক অৱস্থাত ২ জনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ1
- লালুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত SFT টিমৰ অভিযান বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতেই প্রতি খন বাহনত চলাইছে পৰীক্ষা।1
- LIC ৰ তৰফৰ পৰা তিনিচুকীয়া ভাৰত সেৱাশ্ৰম সংঘৰ পৰমানন্দ বিদ্যালয়ত স্কুল বাছ প্ৰদান। ভাৰত চৰকাৰৰ অৰ্থ সাপেক্ষে নাগৰিক সুৰক্ষা প্ৰদানৰ অন্যতম অনুষ্ঠান জীৱন বীমা নিগম অৰ্থাৎ LIC ৰ গল্ডেন জুবিলী ফাউণ্ডেশ্যনৰ পুঁজিৰ তৰফৰ পৰা ভাৰত বৰ্ষৰ অন্যতম সেৱামূলক অনুষ্ঠান ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ পৰমানন্দ বিদ্যামন্দিৰত বিদ্যালয়ৰ বাবে এটা বাস গাড়ী প্ৰদান হৈছে। আজি তিনিচুকীয়া শাখা ভাৰত সেৱাশ্ৰম সংঘৰ পৰমানন্দ বিদ্যালয়ত সভাকক্ষত আয়োজিত সভাত এই বাছৰ চাবি প্ৰদান কৰা হয়। বিদ্যামন্দিৰৰ দুই শিক্ষয়িত্ৰী ক্ৰমে মনিকা শৰ্মা আৰু তানিয়া মজুমদাৰৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত LIC ৰ ৰিজনেল মেনেজাৰ এচ দে চিনিয়ৰ ডিভিজনেল মেনেজাৰ মনোজ নুফানিয়াল, বিষয়া সকল ক্ৰমে নবাৰুন ঘোষ, অৰুণ বৰুৱা আৰু তিনিচুকীয়া শাখা ভাৰত সেৱাশ্ৰম সংঘৰ বিশ্বমবৰানন্দজী মহাৰাজ, পৰমানন্দ বিদ্যামন্দিৰৰ অধ্যক্ষা সুস্মিতা সেন গুপ্তা, সামন্ত দাস সহ ভাৰত সেৱাশ্ৰম সংঘৰ পদাধিকাৰ সকল উপস্থিত আছিল ৷ প্ৰদীপ প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত সমবেত সংগীত পৰিবেশন কৰাৰ পাছত অনুষ্ঠিত LICৰ বিষয়া সকলে বাছ গাড়ীৰ চাবি প্ৰদান কৰা হয়। চাবি প্ৰদান কৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি নৃত্য প্ৰদৰ্শন কৰা হয়।1