logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

দৈনিক কাম/নিজা বাতৰি দিওঁতা, বামুণ গাঁৱৰ পৰা প্ৰচাৰিত । অসমীয়া চুটি ভিডিঅ; কাঠৰ পৰা প্ৰস্তুত কৰা হৈছে এটা হৰিণা পহু।

2 hrs ago
user_Sri Gaurab Jyoti Saikia
Sri Gaurab Jyoti Saikia
Artist গোলাঘাট, গোলাঘাট, অসম•
2 hrs ago

দৈনিক কাম/নিজা বাতৰি দিওঁতা, বামুণ গাঁৱৰ পৰা প্ৰচাৰিত । অসমীয়া চুটি ভিডিঅ; কাঠৰ পৰা প্ৰস্তুত কৰা হৈছে এটা হৰিণা পহু।

  • user_Sri Gaurab Jyoti Saikia
    Sri Gaurab Jyoti Saikia
    গোলাঘাট, গোলাঘাট, অসম
    👏
    2 hrs ago
More news from অসম and nearby areas
  • অসমীয়া চুটি ভিডিঅ; কাঠৰ পৰা প্ৰস্তুত কৰা হৈছে এটা হৰিণা পহু।
    1
    অসমীয়া চুটি ভিডিঅ; কাঠৰ পৰা প্ৰস্তুত কৰা হৈছে এটা হৰিণা পহু।
    user_Sri Gaurab Jyoti Saikia
    Sri Gaurab Jyoti Saikia
    Artist গোলাঘাট, গোলাঘাট, অসম•
    2 hrs ago
  • এজাক বৰষুনতে নুমলীগড়ৰ ৩৯ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ স্থলী একাঠু পানী পৰ্যন্ত ডুব গ’ল কৃত্ৰিম বানত৷ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন আৰু প্ৰাধীকৰণ, চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কোম্পানীৰ বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱৰ বাবেই ৰাইজে জীয়াতু ভুগিব লগা হৈছে৷ দুয়োকাষৰ পানী নিস্কাশনৰ ব্যবস্থাত হোৱা অনিয়মৰ বাবেই প্ৰতি বৰ্ষৰ বাৰিষা কালত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি ৰাইজে অভিযোগ কৰিছে৷
    3
    এজাক বৰষুনতে নুমলীগড়ৰ ৩৯ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ স্থলী একাঠু পানী পৰ্যন্ত ডুব গ’ল কৃত্ৰিম বানত৷ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন আৰু প্ৰাধীকৰণ, চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কোম্পানীৰ বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱৰ বাবেই ৰাইজে জীয়াতু ভুগিব লগা হৈছে৷ দুয়োকাষৰ পানী নিস্কাশনৰ ব্যবস্থাত হোৱা অনিয়মৰ বাবেই প্ৰতি বৰ্ষৰ বাৰিষা কালত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি ৰাইজে অভিযোগ কৰিছে৷
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    11 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    6 hrs ago
  • ৰাকেশ ৰিয়ানৰ গীতত এই দৰে তেজপুৰ মাজ গাওঁ স্বহীদ বাকৰিত গীতৰ মাজতে এই দৰে কান্দিলে দৰ্শকে।
    1
    ৰাকেশ ৰিয়ানৰ গীতত এই দৰে তেজপুৰ মাজ গাওঁ স্বহীদ বাকৰিত গীতৰ মাজতে এই দৰে কান্দিলে দৰ্শকে।
    user_Asom khobor(অসম খবৰ)
    Asom khobor(অসম খবৰ)
    Local News Reporter বিশ্বনাথ, বিশ্বনাথ, অসম•
    3 hrs ago
  • আমাৰ চহকী সংস্কৃতিক শিশুসকলৰ মাজত প্ৰসাৰ কৰাৰ এক উত্তম উপায় প্ৰাথমিক বিদ্যালয় সমূহ।
    3
    আমাৰ চহকী সংস্কৃতিক শিশুসকলৰ মাজত প্ৰসাৰ কৰাৰ এক উত্তম উপায় প্ৰাথমিক বিদ্যালয় সমূহ।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    5 hrs ago
  • ই ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়া বিশ্বনাথৰ ৰীমা উজলিল প্ৰথম বিভাগত শিক্ষাৰ প্ৰতি ধাউতি থকা বিশ্বনাথ বাণিজ্য চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰী তথা অসম অৰুণাচল সিমান্তৰ মিছামাৰীৰ ৰীমা তেৰংপীয়ে প্ৰমাণ কৰি দেখুৱালে যে হেজাৰ বাধা থাকিলেও নিজৰ লক্ষ্যত উপনীত হ'ব পাৰি
    1
    ই ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়া বিশ্বনাথৰ ৰীমা উজলিল প্ৰথম বিভাগত
শিক্ষাৰ প্ৰতি ধাউতি থকা বিশ্বনাথ বাণিজ্য চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰী তথা অসম অৰুণাচল সিমান্তৰ মিছামাৰীৰ ৰীমা তেৰংপীয়ে প্ৰমাণ কৰি দেখুৱালে যে হেজাৰ বাধা থাকিলেও নিজৰ লক্ষ্যত উপনীত হ'ব পাৰি
    user_Bubu_Biswanath
    Bubu_Biswanath
    Journalist বিশ্বনাথ, বিশ্বনাথ, অসম•
    10 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    15 hrs ago
  • গোলাঘাটৰ লুৰুকীহাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । এখন টেংকাৰে মহতিয়াই লৈ যায় এজন বাইক আৰোহীক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন। তেওঁক তৎক্ষণাত সংকটজনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত পতিত হোৱা বাইকৰ নম্বৰ হৈছে AS-05T-2781 আৰু AS-05AC-0597 নম্বৰ টেংকাৰখনৰ । আহত বাইক আৰোহীজন মৰঙি চাৰিআলিৰ "বিমান ঠাকুৰ" বুলি জানিব পৰা গৈছে।
    2
    গোলাঘাটৰ লুৰুকীহাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । এখন টেংকাৰে মহতিয়াই লৈ যায় এজন বাইক আৰোহীক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন। তেওঁক তৎক্ষণাত সংকটজনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত পতিত হোৱা বাইকৰ নম্বৰ হৈছে AS-05T-2781 আৰু  AS-05AC-0597 নম্বৰ টেংকাৰখনৰ । আহত বাইক আৰোহীজন মৰঙি চাৰিআলিৰ  "বিমান ঠাকুৰ" বুলি জানিব পৰা গৈছে।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    12 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.