logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

লিডুৰ টিৰাপ কলিয়ৰিত ডেৰ কোটী টকাৰ ড্ৰাগছ জব্দ । ,,,,,,, লিডুত মাদকবিৰোধী অভিযানত "২০ অসম ৰাইফলছ"ৰ বৃহৎ সাফল্য ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডু অঞ্চলত মাদকবিৰোধী অভিযানত বৃহৎ সাফল্য লাভ কৰিছে ২০ অসম ৰাইফলছ আৰু লিডু আৰক্ষীয়ে। বুধবাৰে চলোৱা এক সুপৰিকল্পিত যৌথ অভিযানত প্ৰায় ১.৫ কোটি টকা মূল্যৰ ড্ৰাগছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে। জানিব পৰা মতে, লিডু চাহ বাগিচাৰ ৬ নম্বৰ লাইনৰ বাইপাছ পথৰ সমীপত গোপন তথ্যৰ ভিত্তিত অভিযান আৰম্ভ হয়। এই বৃহৎ অভিযান চলায় টিপংস্থিত ২০ নম্বৰ বেটেলিয়নৰ অসম ৰাইফলছৰ এটা দলে। অভিযানৰ সময়ত ২৪৪.৫০ গ্ৰাম ড্ৰাগছসহ ফিনবিৰো নিবাসী আচোঁ ৱাংছু (৩১) আৰু লিডুৰ জামিৰ আলি(৩০)ক হাতে-লোটে আটক কৰা হয়। এই দুজনে এখন নম্বৰবিহীন বলেৰো পিকআপ বাহন ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিছিল । ইফালে, ঘটনাটোৰ আঁৰত এটা বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। আটকাধীন দুয়োজনকে সোধা-পোছা অব্যাহত ৰখাৰ লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আন লোক আৰু নেটৱৰ্কৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

5 hrs ago
user_Shyam Jadhav
Shyam Jadhav
Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
5 hrs ago

লিডুৰ টিৰাপ কলিয়ৰিত ডেৰ কোটী টকাৰ ড্ৰাগছ জব্দ । ,,,,,,, লিডুত মাদকবিৰোধী অভিযানত "২০ অসম ৰাইফলছ"ৰ বৃহৎ সাফল্য ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডু অঞ্চলত মাদকবিৰোধী অভিযানত বৃহৎ সাফল্য লাভ কৰিছে ২০ অসম ৰাইফলছ আৰু লিডু আৰক্ষীয়ে। বুধবাৰে চলোৱা এক সুপৰিকল্পিত যৌথ অভিযানত প্ৰায় ১.৫ কোটি টকা মূল্যৰ ড্ৰাগছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে। জানিব পৰা মতে, লিডু চাহ বাগিচাৰ ৬ নম্বৰ লাইনৰ বাইপাছ পথৰ সমীপত গোপন তথ্যৰ ভিত্তিত অভিযান আৰম্ভ হয়। এই বৃহৎ অভিযান চলায় টিপংস্থিত ২০ নম্বৰ বেটেলিয়নৰ অসম ৰাইফলছৰ এটা দলে। অভিযানৰ সময়ত ২৪৪.৫০ গ্ৰাম ড্ৰাগছসহ ফিনবিৰো নিবাসী আচোঁ ৱাংছু (৩১) আৰু লিডুৰ জামিৰ আলি(৩০)ক হাতে-লোটে আটক কৰা হয়। এই দুজনে এখন নম্বৰবিহীন বলেৰো পিকআপ বাহন ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিছিল । ইফালে, ঘটনাটোৰ আঁৰত এটা বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। আটকাধীন দুয়োজনকে সোধা-পোছা অব্যাহত ৰখাৰ লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আন লোক আৰু নেটৱৰ্কৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

More news from অসম and nearby areas
  • লিডুৰ টিৰাপ কলিয়ৰিত ডেৰ কোটী টকাৰ ড্ৰাগছ জব্দ । ,,,,,,, লিডুত মাদকবিৰোধী অভিযানত "২০ অসম ৰাইফলছ"ৰ বৃহৎ সাফল্য ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডু অঞ্চলত মাদকবিৰোধী অভিযানত বৃহৎ সাফল্য লাভ কৰিছে ২০ অসম ৰাইফলছ আৰু লিডু আৰক্ষীয়ে। বুধবাৰে চলোৱা এক সুপৰিকল্পিত যৌথ অভিযানত প্ৰায় ১.৫ কোটি টকা মূল্যৰ ড্ৰাগছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে। জানিব পৰা মতে, লিডু চাহ বাগিচাৰ ৬ নম্বৰ লাইনৰ বাইপাছ পথৰ সমীপত গোপন তথ্যৰ ভিত্তিত অভিযান আৰম্ভ হয়। এই বৃহৎ অভিযান চলায় টিপংস্থিত ২০ নম্বৰ বেটেলিয়নৰ অসম ৰাইফলছৰ এটা দলে। অভিযানৰ সময়ত ২৪৪.৫০ গ্ৰাম ড্ৰাগছসহ ফিনবিৰো নিবাসী আচোঁ ৱাংছু (৩১) আৰু লিডুৰ জামিৰ আলি(৩০)ক হাতে-লোটে আটক কৰা হয়। এই দুজনে এখন নম্বৰবিহীন বলেৰো পিকআপ বাহন ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিছিল । ইফালে, ঘটনাটোৰ আঁৰত এটা বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। আটকাধীন দুয়োজনকে সোধা-পোছা অব্যাহত ৰখাৰ লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আন লোক আৰু নেটৱৰ্কৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
    1
    লিডুৰ টিৰাপ কলিয়ৰিত ডেৰ কোটী টকাৰ ড্ৰাগছ জব্দ । ,,,,,,,
লিডুত মাদকবিৰোধী অভিযানত "২০ অসম ৰাইফলছ"ৰ বৃহৎ সাফল্য ৷
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডু অঞ্চলত মাদকবিৰোধী অভিযানত বৃহৎ সাফল্য লাভ কৰিছে ২০ অসম ৰাইফলছ আৰু লিডু আৰক্ষীয়ে। 
বুধবাৰে চলোৱা এক সুপৰিকল্পিত যৌথ অভিযানত প্ৰায় ১.৫ কোটি টকা মূল্যৰ ড্ৰাগছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে।
জানিব পৰা মতে, লিডু চাহ বাগিচাৰ ৬ নম্বৰ লাইনৰ বাইপাছ পথৰ সমীপত গোপন তথ্যৰ ভিত্তিত অভিযান  আৰম্ভ হয়। 
এই বৃহৎ অভিযান চলায় টিপংস্থিত ২০ নম্বৰ বেটেলিয়নৰ অসম ৰাইফলছৰ এটা দলে। 
অভিযানৰ সময়ত ২৪৪.৫০ গ্ৰাম ড্ৰাগছসহ ফিনবিৰো নিবাসী আচোঁ ৱাংছু (৩১) আৰু লিডুৰ জামিৰ আলি(৩০)ক হাতে-লোটে আটক কৰা হয়। 
এই দুজনে এখন নম্বৰবিহীন বলেৰো পিকআপ বাহন  ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিছিল ।
ইফালে, ঘটনাটোৰ আঁৰত এটা বৃহৎ  ড্ৰাগছ  সৰবৰাহকাৰী চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। 
আটকাধীন দুয়োজনকে সোধা-পোছা অব্যাহত ৰখাৰ লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আন লোক আৰু নেটৱৰ্কৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
    user_Shyam Jadhav
    Shyam Jadhav
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    5 hrs ago
  • লিডোত ২০ অসম ৰাইফলছৰ বৃহৎ অভিযান, ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ । লিডো, ১৬ ছেপ্টেম্বৰ ২০২৬: নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাপে ২০ অসম ৰাইফলছে মাৰ্ঘেৰিটা অঞ্চলৰ অন্তৰ্গত লিডোৰ বৰ্মা কেম্পত বৃহৎ অভিযান চলাই প্ৰায় ডেৰ কোটি টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। বিশেষ সূত্ৰৰ ভিত্তিত চলোৱা এই অভিযানত আছু ৱাঞ্চু (Aaccho Wanchu) নামৰ এগৰাকী মহিলা আৰু জমীৰ আলী নামৰ এজন যুৱকক আটক কৰা হয়। জব্দ কৰা নিচাযুক্ত দ্ৰব্য আৰু আটকাধীন দুয়োগৰাকী ব্যক্তিক পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে লিডো আৰক্ষী থানাত গতাই দিয়া হৈছে। ঘটনাটোৰ তদন্ত অব্যাহত আছে। জব্দ কৰা নিচাযুক্ত দ্ৰব্যৰ প্ৰকাৰ আৰু সঠিক পৰিমাণ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা বিস্তৃত তথ্য প্ৰকাশ পোৱা এতিয়াও বাকী আছে। নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে নিৰাপত্তা সংস্থাসমূহে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে। ২০ অসম ৰাইফলছৰ এই অভিযানক অঞ্চলটোত নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায় নিয়ন্ত্ৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।
    1
    লিডোত ২০ অসম ৰাইফলছৰ বৃহৎ অভিযান, ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ ।
লিডো, ১৬ ছেপ্টেম্বৰ ২০২৬: নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাপে ২০ অসম ৰাইফলছে মাৰ্ঘেৰিটা অঞ্চলৰ অন্তৰ্গত লিডোৰ বৰ্মা কেম্পত বৃহৎ অভিযান চলাই প্ৰায় ডেৰ কোটি টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে।
বিশেষ সূত্ৰৰ ভিত্তিত চলোৱা এই অভিযানত আছু ৱাঞ্চু (Aaccho Wanchu) নামৰ এগৰাকী মহিলা আৰু জমীৰ আলী নামৰ এজন যুৱকক আটক কৰা হয়।
জব্দ কৰা নিচাযুক্ত দ্ৰব্য আৰু আটকাধীন দুয়োগৰাকী ব্যক্তিক পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে লিডো আৰক্ষী থানাত গতাই দিয়া হৈছে। ঘটনাটোৰ তদন্ত অব্যাহত আছে।
জব্দ কৰা নিচাযুক্ত দ্ৰব্যৰ প্ৰকাৰ আৰু সঠিক পৰিমাণ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা বিস্তৃত তথ্য প্ৰকাশ পোৱা এতিয়াও বাকী আছে।
নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে নিৰাপত্তা সংস্থাসমূহে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে। ২০ অসম ৰাইফলছৰ এই অভিযানক অঞ্চলটোত নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায় নিয়ন্ত্ৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।
    user_Deepak Das
    Deepak Das
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    23 hrs ago
  • মাকুম বিধানসভা সমষ্টিতো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA) ১.০ আৰু (CMAAA )২.০ ৰ অধীনত আৰ্থিক সাহায্যৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নৱগঠিত মাকুম বিধানসভা সমষ্টিতো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA) ১.০ আৰু (CMAAA )২.০ ৰ অধীনত আৰ্থিক সাহায্যৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে। নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ গেলাপুখুৰীস্থিত নতুন আৱৰ্তভৱনত আয়োজন কৰে অনুষ্ঠানটো৷ সমষ্টিটোৰ পাঁচ শতাধিক লোকক সাঙুৰি আয়োজন কৰা অনুষ্ঠানটোত বিধায়ক সঞ্জয় কিষাণে উপস্থিত থাকি সম্বোধন কৰে অনুষ্ঠানটো৷
    1
    মাকুম বিধানসভা সমষ্টিতো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA) ১.০ আৰু (CMAAA )২.০ ৰ অধীনত আৰ্থিক সাহায্যৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী 
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নৱগঠিত মাকুম বিধানসভা সমষ্টিতো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA) ১.০ আৰু (CMAAA )২.০ ৰ অধীনত আৰ্থিক সাহায্যৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে।
নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ গেলাপুখুৰীস্থিত নতুন আৱৰ্তভৱনত আয়োজন কৰে অনুষ্ঠানটো৷
সমষ্টিটোৰ পাঁচ শতাধিক লোকক সাঙুৰি আয়োজন কৰা অনুষ্ঠানটোত বিধায়ক সঞ্জয় কিষাণে উপস্থিত থাকি সম্বোধন কৰে অনুষ্ঠানটো৷
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    2 hrs ago
  • ⭕পুনৰ অভিযোগ উত্থাপন তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে । ⭕ ষ্টেচাৰ অভাৱৰ অভিযোগৰ পাছতেই আজি একাধিক গুৰুতৰ অভিযোগ উত্থাপন । ⭕চিকিৎসা মহাবিদ্যালয়খনত ৰোগীয়ে মৌলিক সা-সুবিধা নোপোৱাৰ গুৰুতৰ অভিযোগ । ⭕ ৰোগীক ভৰ্তি কৰি এদিনৰ পাছতো চিকিৎসাৰ সুবিধা নোপোৱাত পুৱাই উভতাই লৈ যাব লগা হয় ৰোগী । ⭕লিফ্ট বিকল হৈ থকাৰ বাবে শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা ৰোগীক চিকিৎসালয়খনৰ চিৰিৰে উঠা-নমা কৰিব লগীয়া হোৱাৰ অভিযোগ । ⭕ ৰোগীৰ আত্মীয়ৰ সৈতে ডক্টৰে দুৰ্ব্যৱহাৰ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন । ⭕পুনৰ অভিযোগ উত্থাপন তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে । ⭕ ষ্টেচাৰ অভাৱৰ অভিযোগৰ পাছতেই আজি একাধিক গুৰুতৰ অভিযোগ উত্থাপন । ⭕চিকিৎসা মহাবিদ্যালয়খনত ৰোগীয়ে মৌলিক সা-সুবিধা নোপোৱাৰ গুৰুতৰ অভিযোগ । ⭕ ৰোগীক ভৰ্তি কৰি এদিনৰ পাছতো চিকিৎসাৰ সুবিধা নোপোৱাত পুৱাই উভতাই লৈ যাব লগা হয় ৰোগী । ⭕লিফ্ট বিকল হৈ থকাৰ বাবে শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা ৰোগীক চিকিৎসালয়খনৰ চিৰিৰে উঠা-নমা কৰিব লগীয়া হোৱাৰ অভিযোগ । ⭕ ৰোগীৰ আত্মীয়ৰ সৈতে ডক্টৰে দুৰ্ব্যৱহাৰ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন ।
    1
    ⭕পুনৰ অভিযোগ উত্থাপন তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে ।

⭕ ষ্টেচাৰ অভাৱৰ অভিযোগৰ পাছতেই আজি একাধিক গুৰুতৰ অভিযোগ উত্থাপন ।

⭕চিকিৎসা মহাবিদ্যালয়খনত ৰোগীয়ে মৌলিক সা-সুবিধা নোপোৱাৰ গুৰুতৰ অভিযোগ ।

⭕ ৰোগীক ভৰ্তি কৰি এদিনৰ পাছতো চিকিৎসাৰ সুবিধা নোপোৱাত পুৱাই উভতাই লৈ যাব লগা হয় ৰোগী ।

⭕লিফ্ট বিকল হৈ থকাৰ বাবে শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা ৰোগীক চিকিৎসালয়খনৰ চিৰিৰে উঠা-নমা কৰিব লগীয়া হোৱাৰ অভিযোগ  ।

⭕ ৰোগীৰ আত্মীয়ৰ সৈতে ডক্টৰে দুৰ্ব্যৱহাৰ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন ।
⭕পুনৰ অভিযোগ উত্থাপন তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে ।
⭕ ষ্টেচাৰ অভাৱৰ অভিযোগৰ পাছতেই আজি একাধিক গুৰুতৰ অভিযোগ উত্থাপন ।
⭕চিকিৎসা মহাবিদ্যালয়খনত ৰোগীয়ে মৌলিক সা-সুবিধা নোপোৱাৰ গুৰুতৰ অভিযোগ ।
⭕ ৰোগীক ভৰ্তি কৰি এদিনৰ পাছতো চিকিৎসাৰ সুবিধা নোপোৱাত পুৱাই উভতাই লৈ যাব লগা হয় ৰোগী ।
⭕লিফ্ট বিকল হৈ থকাৰ বাবে শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা ৰোগীক চিকিৎসালয়খনৰ চিৰিৰে উঠা-নমা কৰিব লগীয়া হোৱাৰ অভিযোগ  ।
⭕ ৰোগীৰ আত্মীয়ৰ সৈতে ডক্টৰে দুৰ্ব্যৱহাৰ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন ।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    19 hrs ago
  • সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধীনত অনুষ্ঠিত আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধীনত অনুষ্ঠিত আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান । চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৫৯৫ জন হিতাধিকাৰীৰ মাজত আৰ্থিক সহায় আগবঢ়াই । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ যুৱক-যুৱতী আৰু উদ্যোগীসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা এনে পদক্ষেপে স্বাৱলম্বিতাৰ নতুন দুৱাৰ মুকলি কৰিছে। উক্ত অনুষ্ঠানত চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত নৱদ্বীপ চাংমাই , সহকাৰী আয়ুক্ত বিবেক শৰ্মা , চৰাইদেউ জিলা উদ্যোগ বিষয়া ধিৰাজ বসুমতাৰী , বিশিষ্ট সমাজকৰ্মী নিতুমণি প্ৰধান , নাৰায়ণ লাহন , চৰাইদেউ জিলা পৰিষদৰ চেয়াৰমেন সংগীতা গগৈৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ উপৰিও হিতাধিকাৰী সকল উপস্থিত আছিল।
    1
    সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত  অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধীনত অনুষ্ঠিত আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান 
সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত  অনুষ্ঠিত হয় ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধীনত অনুষ্ঠিত আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান । চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে 
৫৯৫ জন হিতাধিকাৰীৰ মাজত আৰ্থিক সহায় আগবঢ়াই  । 
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ যুৱক-যুৱতী আৰু উদ্যোগীসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা এনে পদক্ষেপে স্বাৱলম্বিতাৰ নতুন দুৱাৰ মুকলি কৰিছে।
উক্ত অনুষ্ঠানত চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত  নৱদ্বীপ চাংমাই , সহকাৰী আয়ুক্ত  বিবেক শৰ্মা , চৰাইদেউ  জিলা উদ্যোগ বিষয়া  ধিৰাজ বসুমতাৰী , বিশিষ্ট সমাজকৰ্মী  নিতুমণি প্ৰধান , নাৰায়ণ লাহন , চৰাইদেউ জিলা পৰিষদৰ চেয়াৰমেন  সংগীতা গগৈৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ উপৰিও হিতাধিকাৰী সকল উপস্থিত আছিল।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    5 hrs ago
  • বানবিধ্বস্ত অসমলৈ নহাৰ ক্ষোভ: প্ৰধানমন্ত্ৰীৰ জন্মদিনতে আমগুৰিত মোদীৰ প্ৰতিকৃতি দাহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ| ​শেহতীয়া প্ৰলয়ংকাৰী বানত বিধ্বস্ত উজনি অসমৰ ভয়াৱহ পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ নহাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS)। আমগুৰি নগৰৰ ব্যস্ত চাৰিআলিতে সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে একত্ৰিত হৈ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি বিজেপি চৰকাৰৰ অসম বিৰোধী স্থিতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।
    1
    বানবিধ্বস্ত অসমলৈ নহাৰ ক্ষোভ: প্ৰধানমন্ত্ৰীৰ জন্মদিনতে আমগুৰিত মোদীৰ প্ৰতিকৃতি দাহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ|

​শেহতীয়া প্ৰলয়ংকাৰী বানত বিধ্বস্ত উজনি অসমৰ ভয়াৱহ পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ নহাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS)। আমগুৰি নগৰৰ ব্যস্ত চাৰিআলিতে সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে একত্ৰিত হৈ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি বিজেপি চৰকাৰৰ অসম বিৰোধী স্থিতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
  • সূৰ্য্যকণ্ঠ জুবিন গাৰ্গৰ পৱিত্ৰ স্মৃতিত ভাৰতীয় সাংবাদিক মহাসংঘ(IJF) শিৱসাগৰ জিলা সমিতি আৰু সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ বক্তৃতানুষ্ঠান/সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান৷ ভাৰতীয় সাংবাদিক মহাসংঘ (IJF), শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান "সমন্বয় সাংস্কৃতিক গোষ্ঠী"ৰ সৌজন্যত অহা ১৯ ছেপ্তেম্বৰ, শনিবাৰে শিৱসাগৰ চিনিয়ৰ চেকেণ্ডৰী স্কুলত প্ৰাণৰ শিল্পী, সূৰ্য্যকণ্ঠ #জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষ্যে “অসমীয়াৰ হিয়াৰ আমঠু, সূৰ্য্যকণ্ঠ জুবিন গাৰ্গৰ গীত আৰু বৃহত্তৰ অসমীয়া সমাজ” শীৰ্ষক এক *বক্তৃতানুষ্ঠান* ৰ লগতে সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ জুবিনদাৰ পৱিত্ৰ স্মৃতিত আয়োজন কৰা অনুষ্ঠানভাগিলৈ সমূহ ৰাইজক আয়োজক সমিতিৰ হৈ শিৱসাগৰ জিলা আইজেএফৰ কাৰ্য্যকৰী সভাপতি দিগন্ত বৰাই সাদৰ আমন্ত্ৰণ জনাইছে৷
    4
    সূৰ্য্যকণ্ঠ জুবিন গাৰ্গৰ পৱিত্ৰ স্মৃতিত ভাৰতীয় সাংবাদিক মহাসংঘ(IJF) শিৱসাগৰ জিলা সমিতি আৰু সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ বক্তৃতানুষ্ঠান/সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান৷ 
ভাৰতীয় সাংবাদিক মহাসংঘ (IJF), শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান "সমন্বয় সাংস্কৃতিক গোষ্ঠী"ৰ সৌজন্যত অহা ১৯ ছেপ্তেম্বৰ, শনিবাৰে শিৱসাগৰ চিনিয়ৰ চেকেণ্ডৰী স্কুলত প্ৰাণৰ শিল্পী, সূৰ্য্যকণ্ঠ #জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষ্যে “অসমীয়াৰ হিয়াৰ আমঠু, সূৰ্য্যকণ্ঠ জুবিন গাৰ্গৰ গীত আৰু বৃহত্তৰ অসমীয়া সমাজ” শীৰ্ষক এক *বক্তৃতানুষ্ঠান* ৰ লগতে সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ জুবিনদাৰ পৱিত্ৰ স্মৃতিত আয়োজন কৰা  অনুষ্ঠানভাগিলৈ সমূহ ৰাইজক আয়োজক সমিতিৰ হৈ শিৱসাগৰ জিলা আইজেএফৰ কাৰ্য্যকৰী সভাপতি দিগন্ত বৰাই সাদৰ আমন্ত্ৰণ জনাইছে৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক শিৱসাগৰ, শিৱসাগৰ, অসম•
    21 hrs ago
  • আজি ডুমডুমাত গণেশ পূজাৰ বিসৰ্জনৰ দৃশ্য শান্তিপূৰ্ণ ভাৱে পৰিলক্ষিত হয়। ভক্তসকলৰ উৎসাহ আৰু প্ৰশাসনৰ তৎপৰতাত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা অবিহনে বিসৰ্জন কাৰ্যসূচী সম্পন্ন হয়। আজি ডুমডুমাত গণেশ পূজাৰ বিসৰ্জনৰ দৃশ্য শান্তিপূৰ্ণ ভাৱে পৰিলক্ষিত হয়। ভক্তসকলৰ উৎসাহ আৰু প্ৰশাসনৰ তৎপৰতাত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা অবিহনে বিসৰ্জন কাৰ্যসূচী সম্পন্ন হয়।
    1
    আজি ডুমডুমাত গণেশ পূজাৰ বিসৰ্জনৰ দৃশ্য শান্তিপূৰ্ণ ভাৱে পৰিলক্ষিত হয়। ভক্তসকলৰ উৎসাহ আৰু প্ৰশাসনৰ তৎপৰতাত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা অবিহনে বিসৰ্জন কাৰ্যসূচী সম্পন্ন হয়।
আজি ডুমডুমাত গণেশ পূজাৰ বিসৰ্জনৰ দৃশ্য শান্তিপূৰ্ণ ভাৱে পৰিলক্ষিত হয়। ভক্তসকলৰ উৎসাহ আৰু প্ৰশাসনৰ তৎপৰতাত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা অবিহনে বিসৰ্জন কাৰ্যসূচী সম্পন্ন হয়।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    19 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.