⭕পুনৰ অভিযোগ উত্থাপন তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে । ⭕ ষ্টেচাৰ অভাৱৰ অভিযোগৰ পাছতেই আজি একাধিক গুৰুতৰ অভিযোগ উত্থাপন । ⭕চিকিৎসা মহাবিদ্যালয়খনত ৰোগীয়ে মৌলিক সা-সুবিধা নোপোৱাৰ গুৰুতৰ অভিযোগ । ⭕ ৰোগীক ভৰ্তি কৰি এদিনৰ পাছতো চিকিৎসাৰ সুবিধা নোপোৱাত পুৱাই উভতাই লৈ যাব লগা হয় ৰোগী । ⭕লিফ্ট বিকল হৈ থকাৰ বাবে শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা ৰোগীক চিকিৎসালয়খনৰ চিৰিৰে উঠা-নমা কৰিব লগীয়া হোৱাৰ অভিযোগ । ⭕ ৰোগীৰ আত্মীয়ৰ সৈতে ডক্টৰে দুৰ্ব্যৱহাৰ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন । ⭕পুনৰ অভিযোগ উত্থাপন তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে । ⭕ ষ্টেচাৰ অভাৱৰ অভিযোগৰ পাছতেই আজি একাধিক গুৰুতৰ অভিযোগ উত্থাপন । ⭕চিকিৎসা মহাবিদ্যালয়খনত ৰোগীয়ে মৌলিক সা-সুবিধা নোপোৱাৰ গুৰুতৰ অভিযোগ । ⭕ ৰোগীক ভৰ্তি কৰি এদিনৰ পাছতো চিকিৎসাৰ সুবিধা নোপোৱাত পুৱাই উভতাই লৈ যাব লগা হয় ৰোগী । ⭕লিফ্ট বিকল হৈ থকাৰ বাবে শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা ৰোগীক চিকিৎসালয়খনৰ চিৰিৰে উঠা-নমা কৰিব লগীয়া হোৱাৰ অভিযোগ । ⭕ ৰোগীৰ আত্মীয়ৰ সৈতে ডক্টৰে দুৰ্ব্যৱহাৰ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন ।
⭕পুনৰ অভিযোগ উত্থাপন তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে । ⭕ ষ্টেচাৰ অভাৱৰ অভিযোগৰ পাছতেই আজি একাধিক গুৰুতৰ অভিযোগ উত্থাপন । ⭕চিকিৎসা মহাবিদ্যালয়খনত ৰোগীয়ে মৌলিক সা-সুবিধা নোপোৱাৰ গুৰুতৰ অভিযোগ । ⭕ ৰোগীক ভৰ্তি কৰি এদিনৰ পাছতো চিকিৎসাৰ সুবিধা নোপোৱাত পুৱাই উভতাই লৈ যাব লগা হয় ৰোগী । ⭕লিফ্ট বিকল হৈ থকাৰ বাবে শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা ৰোগীক চিকিৎসালয়খনৰ চিৰিৰে উঠা-নমা কৰিব লগীয়া হোৱাৰ অভিযোগ । ⭕ ৰোগীৰ আত্মীয়ৰ সৈতে ডক্টৰে দুৰ্ব্যৱহাৰ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন । ⭕পুনৰ অভিযোগ উত্থাপন তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে । ⭕ ষ্টেচাৰ অভাৱৰ অভিযোগৰ পাছতেই আজি একাধিক গুৰুতৰ অভিযোগ উত্থাপন । ⭕চিকিৎসা মহাবিদ্যালয়খনত ৰোগীয়ে মৌলিক সা-সুবিধা নোপোৱাৰ গুৰুতৰ অভিযোগ । ⭕ ৰোগীক ভৰ্তি কৰি এদিনৰ পাছতো চিকিৎসাৰ সুবিধা নোপোৱাত পুৱাই উভতাই লৈ যাব লগা হয় ৰোগী । ⭕লিফ্ট বিকল হৈ থকাৰ বাবে শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা ৰোগীক চিকিৎসালয়খনৰ চিৰিৰে উঠা-নমা কৰিব লগীয়া হোৱাৰ অভিযোগ । ⭕ ৰোগীৰ আত্মীয়ৰ সৈতে ডক্টৰে দুৰ্ব্যৱহাৰ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন ।
- ⭕পুনৰ অভিযোগ উত্থাপন তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে । ⭕ ষ্টেচাৰ অভাৱৰ অভিযোগৰ পাছতেই আজি একাধিক গুৰুতৰ অভিযোগ উত্থাপন । ⭕চিকিৎসা মহাবিদ্যালয়খনত ৰোগীয়ে মৌলিক সা-সুবিধা নোপোৱাৰ গুৰুতৰ অভিযোগ । ⭕ ৰোগীক ভৰ্তি কৰি এদিনৰ পাছতো চিকিৎসাৰ সুবিধা নোপোৱাত পুৱাই উভতাই লৈ যাব লগা হয় ৰোগী । ⭕লিফ্ট বিকল হৈ থকাৰ বাবে শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা ৰোগীক চিকিৎসালয়খনৰ চিৰিৰে উঠা-নমা কৰিব লগীয়া হোৱাৰ অভিযোগ । ⭕ ৰোগীৰ আত্মীয়ৰ সৈতে ডক্টৰে দুৰ্ব্যৱহাৰ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন । ⭕পুনৰ অভিযোগ উত্থাপন তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে । ⭕ ষ্টেচাৰ অভাৱৰ অভিযোগৰ পাছতেই আজি একাধিক গুৰুতৰ অভিযোগ উত্থাপন । ⭕চিকিৎসা মহাবিদ্যালয়খনত ৰোগীয়ে মৌলিক সা-সুবিধা নোপোৱাৰ গুৰুতৰ অভিযোগ । ⭕ ৰোগীক ভৰ্তি কৰি এদিনৰ পাছতো চিকিৎসাৰ সুবিধা নোপোৱাত পুৱাই উভতাই লৈ যাব লগা হয় ৰোগী । ⭕লিফ্ট বিকল হৈ থকাৰ বাবে শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা ৰোগীক চিকিৎসালয়খনৰ চিৰিৰে উঠা-নমা কৰিব লগীয়া হোৱাৰ অভিযোগ । ⭕ ৰোগীৰ আত্মীয়ৰ সৈতে ডক্টৰে দুৰ্ব্যৱহাৰ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন ।1
- লিডোত ২০ অসম ৰাইফলছৰ বৃহৎ অভিযান, ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ । লিডো, ১৬ ছেপ্টেম্বৰ ২০২৬: নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাপে ২০ অসম ৰাইফলছে মাৰ্ঘেৰিটা অঞ্চলৰ অন্তৰ্গত লিডোৰ বৰ্মা কেম্পত বৃহৎ অভিযান চলাই প্ৰায় ডেৰ কোটি টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। বিশেষ সূত্ৰৰ ভিত্তিত চলোৱা এই অভিযানত আছু ৱাঞ্চু (Aaccho Wanchu) নামৰ এগৰাকী মহিলা আৰু জমীৰ আলী নামৰ এজন যুৱকক আটক কৰা হয়। জব্দ কৰা নিচাযুক্ত দ্ৰব্য আৰু আটকাধীন দুয়োগৰাকী ব্যক্তিক পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে লিডো আৰক্ষী থানাত গতাই দিয়া হৈছে। ঘটনাটোৰ তদন্ত অব্যাহত আছে। জব্দ কৰা নিচাযুক্ত দ্ৰব্যৰ প্ৰকাৰ আৰু সঠিক পৰিমাণ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা বিস্তৃত তথ্য প্ৰকাশ পোৱা এতিয়াও বাকী আছে। নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে নিৰাপত্তা সংস্থাসমূহে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে। ২০ অসম ৰাইফলছৰ এই অভিযানক অঞ্চলটোত নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায় নিয়ন্ত্ৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।1
- আজী লিডু লেখাঁ পানী এলেকাত বোৰখন বতৰ আজীৰ দিনটো একেবাৰে ডাৱৰীয়া হৈ যাক যাক ব্ৰখন দিথকা হৈ সে সালেকিপাহাৰ বংমগৰ ইলাকত যাক যাক বৰোখন ডিথকা হৈছে আজিৰ দিন একেবাৰে ডাৱৰীয়া হৈ বৰুখুন আজিৰ আজি নিশা লৈ। কে একে নিচিনা থাকিব যেন লাগে।1
- বামপথাৰ বেঙেনাবাৰী চৰকাৰী MVSৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ:: বামপথাৰ বেঙেনাবাৰী চৰকাৰী MVSৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ:: সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত সাপেখাতী উন্নয়ন খণ্ডৰ বামপথাৰ বেঙেনাবাৰী চৰকাৰী MVSৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে আজি DAJGUA আঁচনিৰ অধীনত ৭৫ লাখ টকা ব্যয়সাপেক্ষ Major Renovation কামৰ আধাৰশিলা স্থাপন কৰা হয়। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি আনুষ্ঠানিকভাৱে এই উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে। Tribal Affairs (Plains) বিভাগৰ অধীনত আৰু APTDC Ltd.-ৰ ৰূপায়ণত কামটো সম্পন্ন কৰা হ’ব। এই উপলক্ষে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয় যে, বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধিক সুন্দৰ, উন্নত আৰু সুবিধাজনক শিক্ষাৰ পৰিৱেশ সৃষ্টি কৰাই এই পদক্ষেপৰ মূল লক্ষ্য। বিদ্যালয়খনৰ উন্নয়নমূলক কামে শিক্ষাৰ্থীসকলৰ শৈক্ষিক পৰিৱেশ অধিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। আধাৰশিলা স্থাপনৰ অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মিনু ফুকন, বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জুৰি দেৱী ফুকন, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰিণ গগৈ, স্থানীয় সমাজকৰ্মী ৰঞ্জন বসুমতাৰী, বেঙেনাবাৰী গাঁও পঞ্চায়তৰ সভাপতি মোহন দিহিঙীয়া, লংপতীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰিতুমণি বৰুৱা বসুমতাৰী, সমাজকৰ্মী পৰাগ বসুমতাৰীৰ লগতে স্থানীয় ৰাইজ, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ এই পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনোৱাৰ লগতে ইয়াৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱেশ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰে।1
- সূৰ্য্যকণ্ঠ জুবিন গাৰ্গৰ পৱিত্ৰ স্মৃতিত ভাৰতীয় সাংবাদিক মহাসংঘ(IJF) শিৱসাগৰ জিলা সমিতি আৰু সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ বক্তৃতানুষ্ঠান/সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান৷ ভাৰতীয় সাংবাদিক মহাসংঘ (IJF), শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান "সমন্বয় সাংস্কৃতিক গোষ্ঠী"ৰ সৌজন্যত অহা ১৯ ছেপ্তেম্বৰ, শনিবাৰে শিৱসাগৰ চিনিয়ৰ চেকেণ্ডৰী স্কুলত প্ৰাণৰ শিল্পী, সূৰ্য্যকণ্ঠ #জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষ্যে “অসমীয়াৰ হিয়াৰ আমঠু, সূৰ্য্যকণ্ঠ জুবিন গাৰ্গৰ গীত আৰু বৃহত্তৰ অসমীয়া সমাজ” শীৰ্ষক এক *বক্তৃতানুষ্ঠান* ৰ লগতে সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ জুবিনদাৰ পৱিত্ৰ স্মৃতিত আয়োজন কৰা অনুষ্ঠানভাগিলৈ সমূহ ৰাইজক আয়োজক সমিতিৰ হৈ শিৱসাগৰ জিলা আইজেএফৰ কাৰ্য্যকৰী সভাপতি দিগন্ত বৰাই সাদৰ আমন্ত্ৰণ জনাইছে৷4
- উজনি অসমৰ টীয়কত বলৰাম জয়ন্তী তথা কৃষক দিৱস উদযাপন |"সুস্থ জীৱন, জৈৱিক কৃষি, স্বাৱলম্বী গাঁও" বাৰ্তাৰে বলৰাম জয়ন্তী উদযাপন | ভাৰতীয় কিষাণ সংঘৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত টীয়ক কেন্দ্ৰীয় প্ৰেক্ষাগৃহত "সুস্থ জীৱন, জৈৱিক কৃষি, স্বাৱলম্বী গাঁও" বাৰ্তাৰে বলৰাম জয়ন্তী উদযাপন কৰা হয়। জিলা সম্পাদক বিৰেণ দত্তই আঁত ধৰা এই অনুষ্ঠানত বিষয়াসকলে কৃষকসকলক জৈৱিক কৃষি আৰু আত্মনিৰ্ভৰশীলতাৰ বিষয়ে দিকদৰ্শন দিয়ে। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সফল ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৃষকসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।2
- আজি ডুমডুমাত গণেশ পূজাৰ বিসৰ্জনৰ দৃশ্য শান্তিপূৰ্ণ ভাৱে পৰিলক্ষিত হয়। ভক্তসকলৰ উৎসাহ আৰু প্ৰশাসনৰ তৎপৰতাত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা অবিহনে বিসৰ্জন কাৰ্যসূচী সম্পন্ন হয়। আজি ডুমডুমাত গণেশ পূজাৰ বিসৰ্জনৰ দৃশ্য শান্তিপূৰ্ণ ভাৱে পৰিলক্ষিত হয়। ভক্তসকলৰ উৎসাহ আৰু প্ৰশাসনৰ তৎপৰতাত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা অবিহনে বিসৰ্জন কাৰ্যসূচী সম্পন্ন হয়।1
- তিনিচুকীয়াৰ চহৰৰ চাইদিং বজাৰত উদ্ধাৰ হৈছে আন এটা মৃতদেহ তিনিচুকীয়াত আজি পুনৰ উদ্ধাৰ হৈছে আন এটা মৃতদেহ৷ তিনিচুকীয়াৰ AT Road ৰ পৰা Low College ৰ প্ৰৱেশ পথত চাইদিংত উদ্ধাৰ হয় মৃতদেহটো৷ মৃতদেহটো পৰিয়ালৰ লোকে নিউ ডেভেলপমেণ্টৰ অশোক মাহাতু চিনাক্ত কৰিছে৷ লোকজনৰ শৰীৰত চোকা অস্ত্ৰই আঘাত কৰা চিন স্পষ্ট হৈ পৰাক লৈ এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে৷ ইতিমধ্যে ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী, ফৰেনছিকৰ দ’ল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷ ইফালে, মংগলবাৰেও হিজুগুৰিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ হৈছিল আন এটা মৃতদেহ৷ তিনিচুকীয়াত সঘনাই সংঘটিত হোৱা এনেধৰণৰ ঘটনাই সাধাৰণ জনতাৰ মাজত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে৷1