Shuru
Apke Nagar Ki App…
মাকুম বিধানসভা সমষ্টিতো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA) ১.০ আৰু (CMAAA )২.০ ৰ অধীনত আৰ্থিক সাহায্যৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নৱগঠিত মাকুম বিধানসভা সমষ্টিতো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA) ১.০ আৰু (CMAAA )২.০ ৰ অধীনত আৰ্থিক সাহায্যৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে। নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ গেলাপুখুৰীস্থিত নতুন আৱৰ্তভৱনত আয়োজন কৰে অনুষ্ঠানটো৷ সমষ্টিটোৰ পাঁচ শতাধিক লোকক সাঙুৰি আয়োজন কৰা অনুষ্ঠানটোত বিধায়ক সঞ্জয় কিষাণে উপস্থিত থাকি সম্বোধন কৰে অনুষ্ঠানটো৷
Tinsukia TIME
মাকুম বিধানসভা সমষ্টিতো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA) ১.০ আৰু (CMAAA )২.০ ৰ অধীনত আৰ্থিক সাহায্যৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নৱগঠিত মাকুম বিধানসভা সমষ্টিতো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA) ১.০ আৰু (CMAAA )২.০ ৰ অধীনত আৰ্থিক সাহায্যৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে। নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ গেলাপুখুৰীস্থিত নতুন আৱৰ্তভৱনত আয়োজন কৰে অনুষ্ঠানটো৷ সমষ্টিটোৰ পাঁচ শতাধিক লোকক সাঙুৰি আয়োজন কৰা অনুষ্ঠানটোত বিধায়ক সঞ্জয় কিষাণে উপস্থিত থাকি সম্বোধন কৰে অনুষ্ঠানটো৷
More news from অসম and nearby areas
- বানপীড়িতক সাহায্য প্ৰদান আৰু অবৈধ খনন ৰোধৰ দাবীত শিৱসাগৰত টাইপাৰ উত্তাল প্ৰতিবাদ|অবৈধ খনন কাৰ্য বন্ধ কৰাৰ দাবী| বানপীড়িত ৰাইজক অনতিপলমে ক্ষতিপূৰণসহ সাহায্য প্ৰদান কৰা আৰু অবাধে চলি থকা অবৈধ খনন কাৰ্য বন্ধ কৰাৰ দাবীত আজি শিৱসাগৰত টাইপাই এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে ৰাজপথলৈ ওলাই আহি প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।1
- দুখনকৈ কাঠভৰ্তি বাহন জব্দ লখিমপুৰ জিলাৰ পথালিপাম বনৰক্ষীৰ লখিমপুৰ জিলাৰ পথালিপাম বনৰক্ষীৰ বৃহৎ সফলতা। জব্দ কৰে দুখনকৈ কাঠভৰ্তি বাহন। তদন্ত অব্যাহত।1
- বিহপুৰীয়া লালুক সংযোগী ৰাজ্যিক ঘাইপথৰ শোচনীয় অৱস্হা কাণসাৰ নাই লোকনিৰ্মাণ বিভাগৰ বিহপুৰীয়াঃ অসম চৰকাৰে বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে নাৰায়নপুৰৰ পৰা বিহপুৰীয়া বঙালমৰা হৈ লালুকলৈকে মুঠ ২৫ কিমি পথ মেৰামতিৰ বাবে ২৬ কোটি আৱন্টন দিয়া বুলি চৰকাৰী ঢাক ঢোল বজাই প্ৰচাৰ চলাই ৰাইজৰ পৰা ভোট আদায় কৰিলে৷প্ৰতিশ্ৰুতি মৰ্মে অৱশ্যে। নাৰায়নপুৰৰ পৰা বিহপুৰীয়ালৈ কে মুঠ দহ কিমি পথো মেৰামতি কৰিলে৷বাকী থাকিল বিহপুৰীয়াৰ পৰা লালুক সংযোগী ১৫ কিমি পথ৷ কি কাৰণত আৰু কিয় এই অঞ্চলৰ ৰাইজক একমাত্ৰ পথ টো যাতায়তৰ সূচল নকৰিলে সেয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিল৷ এতিয়া ৰাইজে ভোগ কৰি থকা চৰম যান্ত্ৰনাৰ মাজত নিতৌ একোটাকৈ দূৰ্ঘটনা সংঘটিত হৈ ৰাইজক বিপদৰ মাজলৈ ঠেলি দিয়া এই অৱস্হাৰ অতি শীঘ্ৰে সমাধান কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷4
- Sri Ganesh chaturthi puja visarjan Rally at Gar Ali Jorhat City Sri Sri Ganesh chaturthi puja visarjan Rally at Gar Ali Jorhat City2
- নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ উদ্দেশ্যে বন্তি প্ৰজ্বলনৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে আৰক্ষীৰ উপস্থিতিতে হাতত কলা পতকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে চৰকাৰে বন্তি প্ৰজ্বলনৰ আহ্বানৰ বিৰোধিতা কৰি বিভিন্ন দল সংগঠনে ঠায়ে ঠায়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। নুমলীগড়ৰ পোৰাবাংলাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে হাতত কলা পতাকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। ঘটনাস্থলীত নুমলীগড় আৰক্ষীৰ এটা বৃহত দল উপস্থিত হৈ পিন্টু গগৈৰ হাতৰ পৰা পতাকা কাঢ়ি লয়।1
- বোকাজানত মাংস ব্যৱসায়ীক গালি-গালাজ আৰু ভাবুকিৰ অভিযোগ, তীব্ৰ প্ৰতিক্ৰিয়া 🔴 বোকাজানত মাংস ব্যৱসায়ীক গালি-গালাজ আৰু ভাবুকিৰ অভিযোগ, তীব্ৰ প্ৰতিক্ৰিয়া বাকী ধন বিচৰাক কেন্দ্ৰ কৰি এগৰাকী মাংস ব্যৱসায়ীক অশ্লীল ভাষাৰে গালি-গালাজ, দোকান বন্ধ আৰু জেলৰ ভাবুকি দিয়াৰ অভিযোগ। ঘটনাক লৈ বোকাজান বজাৰ সমিতি আৰু স্থানীয় ৰাইজে আৰক্ষীৰ কাষ চাপিছে। 📍 বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপৰ্ট #বোকাজান #অসমবাতৰি #BreakingNews #বোকাজানবজাৰ #FocusAxom241
- অবৈধ বাংলাদেশী বিতাড়ন আৰু ড্ৰাগছ-সুৰাৰ সৰবৰাহ বন্ধৰ দাবীত হালোৱাটিংত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদঃ আৰক্ষীক জবাবদিহি | অবৈধ বাংলাদেশী বিতাড়নৰ লগতে অঞ্চলটোত ব্যাপক হাৰত বৃদ্ধি পোৱা ড্ৰাগছ, অবৈধ সুৰা আৰু বাৰ্মিজ ছুপাৰিৰ সৰবৰাহ বন্ধ কৰাৰ দাবীত আজি আমগুৰিৰ হালোৱাটিংত অসমীয়া যুৱ মঞ্চই এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিশেষকৈ অবৈধ সুৰা আৰু নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহত সন্দেহজনক বাংলাদেশী চক্ৰ জড়িত থকাৰ অভিযোগ তুলি সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।4
- এজাক নেৰানেপেৰা বৰষুণতে জলমগ্ন হৈ পৰিল লখিমপুৰ জিলাৰ বৃহত্তৰ চাউলধোৱা অঞ্চল।আজি দিনৰ ভাগত অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত সোৱণশিৰি, ঘাগৰ আৰু কণানদীৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰাত সমগ্ৰ অঞ্চলটোতে এই কৃত্ৰিম বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়। এজাক নেৰানেপেৰা বৰষুণতে জলমগ্ন হৈ পৰিল লখিমপুৰ জিলাৰ বৃহত্তৰ চাউলধোৱা অঞ্চল।আজি দিনৰ ভাগত অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত সোৱণশিৰি, ঘাগৰ আৰু কণানদীৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰাত সমগ্ৰ অঞ্চলটোতে এই কৃত্ৰিম বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়। #newsfeed #NewsUpdate1
- নুমলীগড়ত নিশা ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ'ল এটি পৰিয়ালৰ বাসগৃহ। নুমলীগড়ৰ কাষৰীয়া কাঠনিত নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ'ল চুৰেচ চৰেং নামৰ লোকজনৰ বাসগৃহ। বৰ্তমানেও জানিব পৰা নাই অগ্নিকাণ্ডৰ কাৰণ।1