সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধীনত অনুষ্ঠিত আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধীনত অনুষ্ঠিত আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান । চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৫৯৫ জন হিতাধিকাৰীৰ মাজত আৰ্থিক সহায় আগবঢ়াই । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ যুৱক-যুৱতী আৰু উদ্যোগীসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা এনে পদক্ষেপে স্বাৱলম্বিতাৰ নতুন দুৱাৰ মুকলি কৰিছে। উক্ত অনুষ্ঠানত চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত নৱদ্বীপ চাংমাই , সহকাৰী আয়ুক্ত বিবেক শৰ্মা , চৰাইদেউ জিলা উদ্যোগ বিষয়া ধিৰাজ বসুমতাৰী , বিশিষ্ট সমাজকৰ্মী নিতুমণি প্ৰধান , নাৰায়ণ লাহন , চৰাইদেউ জিলা পৰিষদৰ চেয়াৰমেন সংগীতা গগৈৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ উপৰিও হিতাধিকাৰী সকল উপস্থিত আছিল।
সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধীনত অনুষ্ঠিত আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধীনত অনুষ্ঠিত আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান । চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৫৯৫ জন হিতাধিকাৰীৰ মাজত আৰ্থিক সহায় আগবঢ়াই । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ যুৱক-যুৱতী আৰু উদ্যোগীসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা এনে পদক্ষেপে স্বাৱলম্বিতাৰ নতুন দুৱাৰ মুকলি কৰিছে। উক্ত অনুষ্ঠানত চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত নৱদ্বীপ চাংমাই , সহকাৰী আয়ুক্ত বিবেক শৰ্মা , চৰাইদেউ জিলা উদ্যোগ বিষয়া ধিৰাজ বসুমতাৰী , বিশিষ্ট সমাজকৰ্মী নিতুমণি প্ৰধান , নাৰায়ণ লাহন , চৰাইদেউ জিলা পৰিষদৰ চেয়াৰমেন সংগীতা গগৈৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ উপৰিও হিতাধিকাৰী সকল উপস্থিত আছিল।
- সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধীনত অনুষ্ঠিত আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধীনত অনুষ্ঠিত আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান । চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৫৯৫ জন হিতাধিকাৰীৰ মাজত আৰ্থিক সহায় আগবঢ়াই । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ যুৱক-যুৱতী আৰু উদ্যোগীসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা এনে পদক্ষেপে স্বাৱলম্বিতাৰ নতুন দুৱাৰ মুকলি কৰিছে। উক্ত অনুষ্ঠানত চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত নৱদ্বীপ চাংমাই , সহকাৰী আয়ুক্ত বিবেক শৰ্মা , চৰাইদেউ জিলা উদ্যোগ বিষয়া ধিৰাজ বসুমতাৰী , বিশিষ্ট সমাজকৰ্মী নিতুমণি প্ৰধান , নাৰায়ণ লাহন , চৰাইদেউ জিলা পৰিষদৰ চেয়াৰমেন সংগীতা গগৈৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ উপৰিও হিতাধিকাৰী সকল উপস্থিত আছিল।1
- বানবিধ্বস্ত অসমলৈ নহাৰ ক্ষোভ: প্ৰধানমন্ত্ৰীৰ জন্মদিনতে আমগুৰিত মোদীৰ প্ৰতিকৃতি দাহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ| শেহতীয়া প্ৰলয়ংকাৰী বানত বিধ্বস্ত উজনি অসমৰ ভয়াৱহ পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ নহাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS)। আমগুৰি নগৰৰ ব্যস্ত চাৰিআলিতে সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে একত্ৰিত হৈ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি বিজেপি চৰকাৰৰ অসম বিৰোধী স্থিতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।1
- সূৰ্য্যকণ্ঠ জুবিন গাৰ্গৰ পৱিত্ৰ স্মৃতিত ভাৰতীয় সাংবাদিক মহাসংঘ(IJF) শিৱসাগৰ জিলা সমিতি আৰু সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ বক্তৃতানুষ্ঠান/সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান৷ ভাৰতীয় সাংবাদিক মহাসংঘ (IJF), শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান "সমন্বয় সাংস্কৃতিক গোষ্ঠী"ৰ সৌজন্যত অহা ১৯ ছেপ্তেম্বৰ, শনিবাৰে শিৱসাগৰ চিনিয়ৰ চেকেণ্ডৰী স্কুলত প্ৰাণৰ শিল্পী, সূৰ্য্যকণ্ঠ #জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষ্যে “অসমীয়াৰ হিয়াৰ আমঠু, সূৰ্য্যকণ্ঠ জুবিন গাৰ্গৰ গীত আৰু বৃহত্তৰ অসমীয়া সমাজ” শীৰ্ষক এক *বক্তৃতানুষ্ঠান* ৰ লগতে সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ জুবিনদাৰ পৱিত্ৰ স্মৃতিত আয়োজন কৰা অনুষ্ঠানভাগিলৈ সমূহ ৰাইজক আয়োজক সমিতিৰ হৈ শিৱসাগৰ জিলা আইজেএফৰ কাৰ্য্যকৰী সভাপতি দিগন্ত বৰাই সাদৰ আমন্ত্ৰণ জনাইছে৷4
- মাকুম বিধানসভা সমষ্টিতো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA) ১.০ আৰু (CMAAA )২.০ ৰ অধীনত আৰ্থিক সাহায্যৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নৱগঠিত মাকুম বিধানসভা সমষ্টিতো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA) ১.০ আৰু (CMAAA )২.০ ৰ অধীনত আৰ্থিক সাহায্যৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে। নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ গেলাপুখুৰীস্থিত নতুন আৱৰ্তভৱনত আয়োজন কৰে অনুষ্ঠানটো৷ সমষ্টিটোৰ পাঁচ শতাধিক লোকক সাঙুৰি আয়োজন কৰা অনুষ্ঠানটোত বিধায়ক সঞ্জয় কিষাণে উপস্থিত থাকি সম্বোধন কৰে অনুষ্ঠানটো৷1
- লিডুৰ টিৰাপ কলিয়ৰিত ডেৰ কোটী টকাৰ ড্ৰাগছ জব্দ । ,,,,,,, লিডুত মাদকবিৰোধী অভিযানত "২০ অসম ৰাইফলছ"ৰ বৃহৎ সাফল্য ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডু অঞ্চলত মাদকবিৰোধী অভিযানত বৃহৎ সাফল্য লাভ কৰিছে ২০ অসম ৰাইফলছ আৰু লিডু আৰক্ষীয়ে। বুধবাৰে চলোৱা এক সুপৰিকল্পিত যৌথ অভিযানত প্ৰায় ১.৫ কোটি টকা মূল্যৰ ড্ৰাগছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে। জানিব পৰা মতে, লিডু চাহ বাগিচাৰ ৬ নম্বৰ লাইনৰ বাইপাছ পথৰ সমীপত গোপন তথ্যৰ ভিত্তিত অভিযান আৰম্ভ হয়। এই বৃহৎ অভিযান চলায় টিপংস্থিত ২০ নম্বৰ বেটেলিয়নৰ অসম ৰাইফলছৰ এটা দলে। অভিযানৰ সময়ত ২৪৪.৫০ গ্ৰাম ড্ৰাগছসহ ফিনবিৰো নিবাসী আচোঁ ৱাংছু (৩১) আৰু লিডুৰ জামিৰ আলি(৩০)ক হাতে-লোটে আটক কৰা হয়। এই দুজনে এখন নম্বৰবিহীন বলেৰো পিকআপ বাহন ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিছিল । ইফালে, ঘটনাটোৰ আঁৰত এটা বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। আটকাধীন দুয়োজনকে সোধা-পোছা অব্যাহত ৰখাৰ লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আন লোক আৰু নেটৱৰ্কৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।1
- ⭕পুনৰ অভিযোগ উত্থাপন তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে । ⭕ ষ্টেচাৰ অভাৱৰ অভিযোগৰ পাছতেই আজি একাধিক গুৰুতৰ অভিযোগ উত্থাপন । ⭕চিকিৎসা মহাবিদ্যালয়খনত ৰোগীয়ে মৌলিক সা-সুবিধা নোপোৱাৰ গুৰুতৰ অভিযোগ । ⭕ ৰোগীক ভৰ্তি কৰি এদিনৰ পাছতো চিকিৎসাৰ সুবিধা নোপোৱাত পুৱাই উভতাই লৈ যাব লগা হয় ৰোগী । ⭕লিফ্ট বিকল হৈ থকাৰ বাবে শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা ৰোগীক চিকিৎসালয়খনৰ চিৰিৰে উঠা-নমা কৰিব লগীয়া হোৱাৰ অভিযোগ । ⭕ ৰোগীৰ আত্মীয়ৰ সৈতে ডক্টৰে দুৰ্ব্যৱহাৰ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন । ⭕পুনৰ অভিযোগ উত্থাপন তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে । ⭕ ষ্টেচাৰ অভাৱৰ অভিযোগৰ পাছতেই আজি একাধিক গুৰুতৰ অভিযোগ উত্থাপন । ⭕চিকিৎসা মহাবিদ্যালয়খনত ৰোগীয়ে মৌলিক সা-সুবিধা নোপোৱাৰ গুৰুতৰ অভিযোগ । ⭕ ৰোগীক ভৰ্তি কৰি এদিনৰ পাছতো চিকিৎসাৰ সুবিধা নোপোৱাত পুৱাই উভতাই লৈ যাব লগা হয় ৰোগী । ⭕লিফ্ট বিকল হৈ থকাৰ বাবে শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা ৰোগীক চিকিৎসালয়খনৰ চিৰিৰে উঠা-নমা কৰিব লগীয়া হোৱাৰ অভিযোগ । ⭕ ৰোগীৰ আত্মীয়ৰ সৈতে ডক্টৰে দুৰ্ব্যৱহাৰ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন ।1
- দুখনকৈ কাঠভৰ্তি বাহন জব্দ লখিমপুৰ জিলাৰ পথালিপাম বনৰক্ষীৰ লখিমপুৰ জিলাৰ পথালিপাম বনৰক্ষীৰ বৃহৎ সফলতা। জব্দ কৰে দুখনকৈ কাঠভৰ্তি বাহন। তদন্ত অব্যাহত।1
- বানপীড়িতক সাহায্য প্ৰদান আৰু অবৈধ খনন ৰোধৰ দাবীত শিৱসাগৰত টাইপাৰ উত্তাল প্ৰতিবাদ|অবৈধ খনন কাৰ্য বন্ধ কৰাৰ দাবী| বানপীড়িত ৰাইজক অনতিপলমে ক্ষতিপূৰণসহ সাহায্য প্ৰদান কৰা আৰু অবাধে চলি থকা অবৈধ খনন কাৰ্য বন্ধ কৰাৰ দাবীত আজি শিৱসাগৰত টাইপাই এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে ৰাজপথলৈ ওলাই আহি প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।1