logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

তিনিচুকীয়াত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলিপ শইকীয়া তিনিচুকীয়াত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলিপ শইকীয়া ৷ নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ পাছত তিনিচুকীয়া বিধানসভা সমষ্টিৰ মানৱ কল্যাণ ভৱনত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যিক সভাপতিগৰাকীয়ে। উপস্থিত জনতাক ৰাজ্যিক সভাপতিগৰাকীয়ে সম্বোধন কৰি অতি নিষ্ঠাভাৱে নিজৰ দায়িত্ব পালন কৰা আৰু কৰ্মদক্ষ প্ৰাৰ্থী পুলক গোঁহাইক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায় । সমান্তৰালভাৱে সভাপতিগৰাকীয়ে কংগ্ৰেছ দলক তীক্ষ্ণ বাণ নিক্ষেপ কৰাৰ লগতে বিজেপি চৰকাৰৰ সময়ৰ অভিলাষী আচঁনি সমূহৰ বিষয়ে উল্লেখ কৰে ৷ ৰাজ্যত জনতাৰ পৰা প্ৰতিটো স্থানতেই অভূতপূৰ্বভাৱে সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰে।

1 hr ago
user_Tinsukia TIME
Tinsukia TIME
তিনিচুকীয়া, তিনিচুকীয়া, অসম•
1 hr ago

তিনিচুকীয়াত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলিপ শইকীয়া তিনিচুকীয়াত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলিপ শইকীয়া ৷ নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ পাছত তিনিচুকীয়া বিধানসভা সমষ্টিৰ মানৱ কল্যাণ ভৱনত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যিক সভাপতিগৰাকীয়ে। উপস্থিত জনতাক ৰাজ্যিক সভাপতিগৰাকীয়ে সম্বোধন কৰি অতি নিষ্ঠাভাৱে নিজৰ দায়িত্ব পালন কৰা আৰু কৰ্মদক্ষ প্ৰাৰ্থী পুলক গোঁহাইক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায় । সমান্তৰালভাৱে সভাপতিগৰাকীয়ে কংগ্ৰেছ দলক তীক্ষ্ণ বাণ নিক্ষেপ কৰাৰ লগতে বিজেপি চৰকাৰৰ সময়ৰ অভিলাষী আচঁনি সমূহৰ বিষয়ে উল্লেখ কৰে ৷ ৰাজ্যত জনতাৰ পৰা প্ৰতিটো স্থানতেই অভূতপূৰ্বভাৱে সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰে।

More news from অসম and nearby areas
  • তিনিচুকীয়াত নদুৱাৰ ঘটনাৰ বিৰুদ্ধে গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ । সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ দলৰ নদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী সুনিল ছেত্ৰীৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ । নদুৱাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাৰ একাংশ সমৰ্থকে সুনিল ছেত্ৰীক আক্ৰমণৰ কৰাৰ অভিযোগ । সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি সুনিল ছেত্ৰীৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদ । তিনিচুকীয়া থানা চাৰিআলিত গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি উক্ত ঘটনাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । পদ্ম হাজৰিকাৰ প্ৰতিমূৰ্তি চোচৰাই দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । গণতান্ত্ৰিক দেশত এগৰাকী প্ৰাৰ্থীৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাক তিব্ৰ নিন্দা জনাই আক্ৰমণকাৰীৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰে ।
    1
    তিনিচুকীয়াত নদুৱাৰ ঘটনাৰ বিৰুদ্ধে গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ ।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ দলৰ নদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী সুনিল ছেত্ৰীৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ ।
নদুৱাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাৰ একাংশ সমৰ্থকে সুনিল ছেত্ৰীক আক্ৰমণৰ কৰাৰ অভিযোগ ।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি সুনিল ছেত্ৰীৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদ ।
তিনিচুকীয়া থানা চাৰিআলিত গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি উক্ত ঘটনাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।
পদ্ম হাজৰিকাৰ প্ৰতিমূৰ্তি চোচৰাই দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।
গণতান্ত্ৰিক দেশত এগৰাকী প্ৰাৰ্থীৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাক তিব্ৰ নিন্দা জনাই আক্ৰমণকাৰীৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰে ।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    1 hr ago
  • হলৌফুকন পঞ্চায়তৰ টেঙাপুখুৰী ৰঙ্গমঞ্চ, চুমনি ৰঙ্গমঞ্চ আৰু শিলিখাগুৰি ৰঙ্গমঞ্চত বিজেপিৰ তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই । সভাত উপস্থিত ৰাইজৰ আগত ভাষণ প্ৰসঙ্গত সকলোৰে সহযোগত মাহমৰাক নৱৰূপ দিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিম বুলি মন্তব্য প্ৰাৰ্থী গৰাকীৰ ।
    1
    হলৌফুকন পঞ্চায়তৰ টেঙাপুখুৰী ৰঙ্গমঞ্চ, চুমনি ৰঙ্গমঞ্চ আৰু শিলিখাগুৰি ৰঙ্গমঞ্চত বিজেপিৰ তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই ।  সভাত উপস্থিত ৰাইজৰ আগত 
ভাষণ প্ৰসঙ্গত  সকলোৰে সহযোগত  মাহমৰাক নৱৰূপ দিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিম বুলি মন্তব্য প্ৰাৰ্থী গৰাকীৰ ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    10 hrs ago
  • সোণাৰিত কংগ্ৰেছত খহনীয়া।নিৰ্বাচনী ধাম খুমিয়াৰ মাজতেই কংগ্ৰেছ দল ত্যাগ কৰি আজি বিজেপি দলত যোগদান চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সোণাৰি টাউন ব্লকৰ তত্বাৱধায়ক জেষ্ঠ কংগ্ৰেছ নেতা বুলুমণি বৰঠাকুৰ ৰ।কংগ্ৰেছ দলে এক বিশেষ শ্ৰেণীক লৈ ৰাজনীতি আৰম্ভ কৰাৰ বাবেই দলত্যাগ জেষ্ঠ কংগ্ৰেছ কৰ্মী গৰাকীৰ।
    1
    সোণাৰিত কংগ্ৰেছত খহনীয়া।নিৰ্বাচনী ধাম খুমিয়াৰ মাজতেই কংগ্ৰেছ দল ত্যাগ কৰি আজি বিজেপি দলত যোগদান চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সোণাৰি টাউন ব্লকৰ তত্বাৱধায়ক জেষ্ঠ কংগ্ৰেছ নেতা বুলুমণি বৰঠাকুৰ ৰ।কংগ্ৰেছ দলে এক বিশেষ শ্ৰেণীক লৈ ৰাজনীতি আৰম্ভ কৰাৰ বাবেই দলত্যাগ জেষ্ঠ কংগ্ৰেছ কৰ্মী গৰাকীৰ।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    17 hrs ago
  • ​শিৱসাগৰৰ শেহতীয়া ৰাজনৈতিক পৰিৱেশক লৈ বিজেপি নেতা বিশ্ব ভূঞা আৰু স্থানীয় সচেতন ব্যক্তি জ্যোতি প্ৰসাদ কলিতাই বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনা কৰিছে। বিশ্ব ভূঞাই অভিযোগ কৰা মতে, কৃষক নেতাৰ পৰা বিধায়ক হোৱা গগৈয়ে সমষ্টিটোৰ উন্নয়ন আৰু কৃষকৰ স্বাৰ্থত কোনো ফলপ্ৰসূ কাম কৰা নাই, যাৰ ফলত জিলাখন বহু পিছপৰি ৰৈছে। আনকি তেওঁ বিধায়কগৰাকীৰ বিৰুদ্ধে জঘন্য অপৰাধত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ তুলি কুশল দুৱৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ আদালতত প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনায়। ​একেদৰে জ্যোতি প্ৰসাদ কলিতাই বৰ্তমানৰ ৰাজনৈতিক চৰিত্ৰ হননৰ পৰিৱেশক লৈ দুখ প্ৰকাশ কৰি স্থায়ী উন্নয়নৰ অভাৱৰ কথা আঙুলিয়াই দিয়ে। তেওঁৰ মতে, কেৱল অস্থায়ী পথ নিৰ্মাণেই উন্নয়ন নহয়; মেটেকাঘাটৰ দলং বা যান-জঁতৰ দৰে স্থায়ী সমস্যা সমাধানত বিধায়কগৰাকী ব্যৰ্থ হৈছে। নগৰৰ মাজমজিয়াৰ নিৰ্মাণকাৰ্যৰ দুৰ্বল মানদণ্ড আৰু কদৰ্যময় পৰিৱেশক লৈ প্ৰশ্ন উত্থাপন কৰি কলিতাই কয় যে অনাগত প্ৰজন্মৰ বাবে ইতিহাস সৃষ্টি কৰিব পৰা দূৰদৰ্শী উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰাটো বিধায়কজনৰ দায়িত্ব আছিল, য’ত তেওঁ সম্পূৰ্ণৰূপে বিফল হৈছে।
    2
    ​শিৱসাগৰৰ শেহতীয়া ৰাজনৈতিক পৰিৱেশক লৈ বিজেপি নেতা বিশ্ব ভূঞা আৰু স্থানীয় সচেতন ব্যক্তি জ্যোতি প্ৰসাদ কলিতাই বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনা কৰিছে। বিশ্ব ভূঞাই অভিযোগ কৰা মতে, কৃষক নেতাৰ পৰা বিধায়ক হোৱা গগৈয়ে সমষ্টিটোৰ উন্নয়ন আৰু কৃষকৰ স্বাৰ্থত কোনো ফলপ্ৰসূ কাম কৰা নাই, যাৰ ফলত জিলাখন বহু পিছপৰি ৰৈছে। আনকি তেওঁ বিধায়কগৰাকীৰ বিৰুদ্ধে জঘন্য অপৰাধত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ তুলি কুশল দুৱৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ আদালতত প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনায়।
​একেদৰে জ্যোতি প্ৰসাদ কলিতাই বৰ্তমানৰ ৰাজনৈতিক চৰিত্ৰ হননৰ পৰিৱেশক লৈ দুখ প্ৰকাশ কৰি স্থায়ী উন্নয়নৰ অভাৱৰ কথা আঙুলিয়াই দিয়ে। তেওঁৰ মতে, কেৱল অস্থায়ী পথ নিৰ্মাণেই উন্নয়ন নহয়; মেটেকাঘাটৰ দলং বা যান-জঁতৰ দৰে স্থায়ী সমস্যা সমাধানত বিধায়কগৰাকী ব্যৰ্থ হৈছে। নগৰৰ মাজমজিয়াৰ নিৰ্মাণকাৰ্যৰ দুৰ্বল মানদণ্ড আৰু কদৰ্যময় পৰিৱেশক লৈ প্ৰশ্ন উত্থাপন কৰি কলিতাই কয় যে অনাগত প্ৰজন্মৰ বাবে ইতিহাস সৃষ্টি কৰিব পৰা দূৰদৰ্শী উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰাটো বিধায়কজনৰ দায়িত্ব আছিল, য’ত তেওঁ সম্পূৰ্ণৰূপে বিফল হৈছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    20 hrs ago
  • মাজুলী বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ । বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ১০ টা দিন বাকী থকা অৱস্থাত তুংগত উঠিছে শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ। ৯৮ নং মাজুলী জনজাতি বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ বিজেপি কৰ্মী সকল। আজি ভুৱন গামৰ হৈ ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ কৰ্মী সকলে গাৱেঁ পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই। নিৰ্বাচনী প্ৰচাৰত অংশ লয় মাজুলী জিলা পৰিষদৰ সভানেত্ৰী নবনিতা দাস, ফুলনি গাওঁ পঞ্চায়তৰ সভানেত্ৰী ববিতা নৰহ , কাউঞ্চিলা গৰাকী লগতে আন আন বিজেপি নেতা সকলে।
    1
    মাজুলী বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ ।
বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ১০ টা দিন বাকী থকা অৱস্থাত তুংগত উঠিছে শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ।
৯৮ নং মাজুলী জনজাতি বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ বিজেপি কৰ্মী সকল।
আজি ভুৱন গামৰ হৈ ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ কৰ্মী সকলে গাৱেঁ পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই।
নিৰ্বাচনী প্ৰচাৰত অংশ লয় মাজুলী জিলা পৰিষদৰ সভানেত্ৰী নবনিতা দাস, ফুলনি গাওঁ পঞ্চায়তৰ সভানেত্ৰী ববিতা নৰহ , কাউঞ্চিলা গৰাকী লগতে আন আন বিজেপি নেতা সকলে।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    8 hrs ago
  • হিমন্ত বিশ্ব শর্মা কেতিয়া কি কয় নিজেই গম নাপায় আচলতে কোনটো সঁচা ??
    1
    হিমন্ত বিশ্ব শর্মা কেতিয়া কি কয় নিজেই গম নাপায় আচলতে কোনটো সঁচা ??
    user_NS DIGITAL SOLUTIONS
    NS DIGITAL SOLUTIONS
    Car and Motor Insurance Agency মৰিয়নি, যোৰহাট, অসম•
    1 hr ago
  • গোলাঘাট ঘিলাধাৰীত অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ,২০০ লিটাৰতকৈ অধিক সুৰা জব্দ। মঙ্গলবাৰে অবৈধ মদৰ বিৰুদ্ধে ঘিলাধাৰী পি এছৰ উদ্যোগত অভিযান । পি এছৰ অধীনত থকা সমাজবাদী পাথেৰ গাঁৱত অভিযান চলাই মঙ্গলবাৰে পুৱা ২০০ লিটাৰ অবৈধ সুৰাৰ লগতে আনুষংগিক সামগ্ৰী ধ্বংস কৰে আৰক্ষী আৰু আবকাৰী দলটোৱে।
    1
    গোলাঘাট ঘিলাধাৰীত অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ,২০০ লিটাৰতকৈ অধিক সুৰা জব্দ।  মঙ্গলবাৰে অবৈধ মদৰ বিৰুদ্ধে ঘিলাধাৰী পি এছৰ উদ্যোগত অভিযান ।  পি এছৰ অধীনত থকা সমাজবাদী পাথেৰ গাঁৱত অভিযান চলাই মঙ্গলবাৰে পুৱা  ২০০ লিটাৰ অবৈধ সুৰাৰ লগতে আনুষংগিক সামগ্ৰী ধ্বংস কৰে আৰক্ষী আৰু আবকাৰী দলটোৱে।
    user_Malobika bora
    Malobika bora
    গোলাঘাট, গোলাঘাট, অসম•
    8 hrs ago
  • তিনিচুকীয়াত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলিপ শইকীয়া ৷ নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ পাছত তিনিচুকীয়া বিধানসভা সমষ্টিৰ মানৱ কল্যাণ ভৱনত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যিক সভাপতিগৰাকীয়ে। উপস্থিত জনতাক ৰাজ্যিক সভাপতিগৰাকীয়ে সম্বোধন কৰি অতি নিষ্ঠাভাৱে নিজৰ দায়িত্ব পালন কৰা আৰু কৰ্মদক্ষ প্ৰাৰ্থী পুলক গোঁহাইক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায় । সমান্তৰালভাৱে সভাপতিগৰাকীয়ে কংগ্ৰেছ দলক তীক্ষ্ণ বাণ নিক্ষেপ কৰাৰ লগতে বিজেপি চৰকাৰৰ সময়ৰ অভিলাষী আচঁনি সমূহৰ বিষয়ে উল্লেখ কৰে ৷ ৰাজ্যত জনতাৰ পৰা প্ৰতিটো স্থানতেই অভূতপূৰ্বভাৱে সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰে।
    1
    তিনিচুকীয়াত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলিপ শইকীয়া ৷
নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ পাছত তিনিচুকীয়া বিধানসভা সমষ্টিৰ মানৱ কল্যাণ ভৱনত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যিক সভাপতিগৰাকীয়ে। 
উপস্থিত জনতাক ৰাজ্যিক সভাপতিগৰাকীয়ে সম্বোধন কৰি অতি নিষ্ঠাভাৱে নিজৰ দায়িত্ব পালন কৰা আৰু কৰ্মদক্ষ প্ৰাৰ্থী পুলক গোঁহাইক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায় । 
সমান্তৰালভাৱে সভাপতিগৰাকীয়ে কংগ্ৰেছ দলক তীক্ষ্ণ বাণ নিক্ষেপ কৰাৰ লগতে বিজেপি চৰকাৰৰ সময়ৰ অভিলাষী আচঁনি সমূহৰ বিষয়ে উল্লেখ কৰে ৷
ৰাজ্যত জনতাৰ পৰা প্ৰতিটো স্থানতেই অভূতপূৰ্বভাৱে সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰে।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.