তিনিচুকীয়াত নদুৱাৰ ঘটনাৰ বিৰুদ্ধে গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ তিনিচুকীয়াত নদুৱাৰ ঘটনাৰ বিৰুদ্ধে গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ । সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ দলৰ নদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী সুনিল ছেত্ৰীৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ । নদুৱাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাৰ একাংশ সমৰ্থকে সুনিল ছেত্ৰীক আক্ৰমণৰ কৰাৰ অভিযোগ । সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি সুনিল ছেত্ৰীৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদ । তিনিচুকীয়া থানা চাৰিআলিত গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি উক্ত ঘটনাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । পদ্ম হাজৰিকাৰ প্ৰতিমূৰ্তি চোচৰাই দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । গণতান্ত্ৰিক দেশত এগৰাকী প্ৰাৰ্থীৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাক তিব্ৰ নিন্দা জনাই আক্ৰমণকাৰীৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰে ।

- তিনিচুকীয়াত নদুৱাৰ ঘটনাৰ বিৰুদ্ধে গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ । সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ দলৰ নদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী সুনিল ছেত্ৰীৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ । নদুৱাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাৰ একাংশ সমৰ্থকে সুনিল ছেত্ৰীক আক্ৰমণৰ কৰাৰ অভিযোগ । সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি সুনিল ছেত্ৰীৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদ । তিনিচুকীয়া থানা চাৰিআলিত গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি উক্ত ঘটনাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । পদ্ম হাজৰিকাৰ প্ৰতিমূৰ্তি চোচৰাই দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । গণতান্ত্ৰিক দেশত এগৰাকী প্ৰাৰ্থীৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাক তিব্ৰ নিন্দা জনাই আক্ৰমণকাৰীৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰে ।1
- হলৌফুকন পঞ্চায়তৰ টেঙাপুখুৰী ৰঙ্গমঞ্চ, চুমনি ৰঙ্গমঞ্চ আৰু শিলিখাগুৰি ৰঙ্গমঞ্চত বিজেপিৰ তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই । সভাত উপস্থিত ৰাইজৰ আগত ভাষণ প্ৰসঙ্গত সকলোৰে সহযোগত মাহমৰাক নৱৰূপ দিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিম বুলি মন্তব্য প্ৰাৰ্থী গৰাকীৰ ।1
- সোণাৰিত কংগ্ৰেছত খহনীয়া।নিৰ্বাচনী ধাম খুমিয়াৰ মাজতেই কংগ্ৰেছ দল ত্যাগ কৰি আজি বিজেপি দলত যোগদান চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সোণাৰি টাউন ব্লকৰ তত্বাৱধায়ক জেষ্ঠ কংগ্ৰেছ নেতা বুলুমণি বৰঠাকুৰ ৰ।কংগ্ৰেছ দলে এক বিশেষ শ্ৰেণীক লৈ ৰাজনীতি আৰম্ভ কৰাৰ বাবেই দলত্যাগ জেষ্ঠ কংগ্ৰেছ কৰ্মী গৰাকীৰ।1
- আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে আজি কলিয়াপানী মণ্ডলৰ অন্তৰ্গত পাঁচখন পঞ্চায়তত বুথ কাৰ্যকৰ্তা সন্মিলনৰ লগতে এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা হয়। এই কাৰ্যসূচীত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উপস্থিত থাকি দলীয় কৰ্মীসকলক উৎসাহিত কৰাৰ লগতে ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লয়। সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কলিয়াপানী মণ্ডলৰ সভানেত্ৰী ভাৰতী শইকীয়া বৰুৱাৰ লগতে জিলা সভাপতিগৰাকীয়ে কয় যে নিৰ্বাচনী প্ৰচাৰত ৰাইজৰ বিপুল সঁহাৰি পৰিলক্ষিত হৈছে। চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ বাবে আগন্তুক নিৰ্বাচনত দলটোৰ বিজয় নিশ্চিত বুলিও তেওঁলোকে দৃঢ়তাৰে মত প্ৰকাশ কৰে। এই সন্মিলনৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত এক নতুন উছাহৰ সঞ্চাৰ হোৱা দেখা গৈছে।4
- মাজুলী বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ । বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ১০ টা দিন বাকী থকা অৱস্থাত তুংগত উঠিছে শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ। ৯৮ নং মাজুলী জনজাতি বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ বিজেপি কৰ্মী সকল। আজি ভুৱন গামৰ হৈ ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ কৰ্মী সকলে গাৱেঁ পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই। নিৰ্বাচনী প্ৰচাৰত অংশ লয় মাজুলী জিলা পৰিষদৰ সভানেত্ৰী নবনিতা দাস, ফুলনি গাওঁ পঞ্চায়তৰ সভানেত্ৰী ববিতা নৰহ , কাউঞ্চিলা গৰাকী লগতে আন আন বিজেপি নেতা সকলে।1
- হিমন্ত বিশ্ব শর্মা কেতিয়া কি কয় নিজেই গম নাপায় আচলতে কোনটো সঁচা ??1
- গোলাঘাট ঘিলাধাৰীত অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ,২০০ লিটাৰতকৈ অধিক সুৰা জব্দ। মঙ্গলবাৰে অবৈধ মদৰ বিৰুদ্ধে ঘিলাধাৰী পি এছৰ উদ্যোগত অভিযান । পি এছৰ অধীনত থকা সমাজবাদী পাথেৰ গাঁৱত অভিযান চলাই মঙ্গলবাৰে পুৱা ২০০ লিটাৰ অবৈধ সুৰাৰ লগতে আনুষংগিক সামগ্ৰী ধ্বংস কৰে আৰক্ষী আৰু আবকাৰী দলটোৱে।1
- তিনিচুকীয়াত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলিপ শইকীয়া ৷ নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ পাছত তিনিচুকীয়া বিধানসভা সমষ্টিৰ মানৱ কল্যাণ ভৱনত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যিক সভাপতিগৰাকীয়ে। উপস্থিত জনতাক ৰাজ্যিক সভাপতিগৰাকীয়ে সম্বোধন কৰি অতি নিষ্ঠাভাৱে নিজৰ দায়িত্ব পালন কৰা আৰু কৰ্মদক্ষ প্ৰাৰ্থী পুলক গোঁহাইক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায় । সমান্তৰালভাৱে সভাপতিগৰাকীয়ে কংগ্ৰেছ দলক তীক্ষ্ণ বাণ নিক্ষেপ কৰাৰ লগতে বিজেপি চৰকাৰৰ সময়ৰ অভিলাষী আচঁনি সমূহৰ বিষয়ে উল্লেখ কৰে ৷ ৰাজ্যত জনতাৰ পৰা প্ৰতিটো স্থানতেই অভূতপূৰ্বভাৱে সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰে।1