Shuru
Apke Nagar Ki App…
আমাৰ গাওঁ খন ছবি পৰিচালনা কৰিছিল যদিও পাছলৈ তেখেতে এই সময়ছোৱাতে তেওঁ শিক্ষা সাং কৰাৰ বাবে ধন্যবাদ থাকিল আৰু এটাৰ বাবে আবেদন কৰিলে সকলোৰে কাম বাঢ়ে আৰু এটাৰ আমাৰ গাওঁ খন ছবি পৰিচালনা কৰিছিল যদিও পাছলৈ তেখেতে এই সময়ছোৱাতে তেওঁ শিক্ষা সাং কৰাৰ বাবে ধন্যবাদ থাকিল আৰু এটাৰ বাবে আবেদন কৰিলে সকলোৰে কাম বাঢ়ে আৰু এটাৰ
Kalpojit borgohain
আমাৰ গাওঁ খন ছবি পৰিচালনা কৰিছিল যদিও পাছলৈ তেখেতে এই সময়ছোৱাতে তেওঁ শিক্ষা সাং কৰাৰ বাবে ধন্যবাদ থাকিল আৰু এটাৰ বাবে আবেদন কৰিলে সকলোৰে কাম বাঢ়ে আৰু এটাৰ আমাৰ গাওঁ খন ছবি পৰিচালনা কৰিছিল যদিও পাছলৈ তেখেতে এই সময়ছোৱাতে তেওঁ শিক্ষা সাং কৰাৰ বাবে ধন্যবাদ থাকিল আৰু এটাৰ বাবে আবেদন কৰিলে সকলোৰে কাম বাঢ়ে আৰু এটাৰ
More news from অসম and nearby areas
- সামাজিক মাধ্যমত চৰ্চা চলিছে এটি ভিডিঅৰ। বান্দৰক লৈ কবিতা জুৰিলে এজন যুৱকে1
- Datura flowers1
- নুমলীগড়ৰ বকিয়ালত ভয়ংকৰ ঘটনা। এগৰাকী যুৱতীক অশ্লীল মন্তব্য প্ৰদান কৰাক লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। চাৰিজন যুৱকে মদ্যপান কৰি যুৱতী গৰাকীৰ ঘৰত গৈ মাৰপিত কৰাৰ অভিযোগ। যুৱক কেইজন হল ক্ৰমে মনজিল গড় চুমিত গুৱালা কাৰ্তিক ৰজত. চুমিত গড়। যুৱতী গৰাকীৰক চুলিত ধৰি যুৱক কেইজনে মাৰপিট কৰে। ছোৱালী জনী অচেতন হৈ পৰে।তাৰ পৰা দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সৃষ্টি হয় গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত যুৱতী গৰাকীৰ সহ তিনিজন লোক উন্নত চিকিৎসাৰ বাবে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। বগীজান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।3
- Post by অঞ্জন শইকীয়া1
- ৰূপহীহাট আৰক্ষীৰ জালত ডকাইত ৰূপহীহাট আৰক্ষীয়ে কাঠপাৰাৰ পৰা এজন ডকাইত গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ডকাইতজনৰ নাম মুকছিদুল ইছলাম ওৰফে মুশু। কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ১০-১২ জনীয়া ডকাইতৰ দলে চলাইছিল লুট-পাত । উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুকছিদুলক জেল হাজোতলৈ প্ৰেৰণ কৰে।1
- সমূহ অসমবাসী ৰাইজলৈ চলমান এষ্ট্ৰ'লজাৰে অসমীয়া নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে #viralpost #ytshort1
- যোৱাবছৰ বিহুত মাজুলীত এনেদৰেই দেখা গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক1
- আজি গৰু বিহু। ৰাজ্যজুৰি অসমীয়া ৰাইজে পালন কৰিছে গৰু বিহু। গো- ধনৰ শ্ৰী বৃদ্ধিৰ কামনাৰে মাহ- হালধীৰে গৰুক নোৱাই ধোৱাই যোগীবাৰী পৰ্যটন ক্ষেত্ৰৰ নান্দনিক পৰিৱেশত গৰু বিহু উদযাপন কৰিছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে স্থানীয় ৰাইজে । চাটৰ লাউ , বেঙেনা, কেৰালা আদি সাজু কৰি আনিছে গৰু বিহুৰ বাবে । প্ৰতিবছৰেই যোগীবাৰী বিলত স্থানীয় ৰাইজৰ লগত একত্ৰিত হৈ পালন কৰি আহিছে গৰু বিহু। গৰু বিহুৰ দিনটোত স্থানীয় ৰাইজে যোগীবাৰী বিলৰ পাৰত বিহু গাই আনন্দত বিভোৰ হৈ পৰিছে ।3
- খাটোৱালৰ পৰা খেদি খেদি হাতীপুখুৰীৰ পৰা আটক কৰে জামাল উদ্দীন নামৰ ডকাইটিক। দীৰ্ঘদিননৰ পৰা আৰক্ষীৰ চকুত ফাঁকি দি পলায় ফুৰিছিল ডকাইত জামাল উদ্দীনে। জামাল উদ্দীনৰ বিৰুদ্ধে কেইবাটাও আৰক্ষী থানাত ডকাইতিৰ গোচৰ ৰুজু হৈ আছিল। গড়াজান আৰক্ষীয়ে ধৃত ডকাইত জামাল উদ্দীনক সম্প্ৰতি বেবেজীয়া আৰক্ষীক গতাই দিয়ে।1