logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

good morning 🌄

5 hrs ago
user_Love you Assam India
Love you Assam India
গোলাঘাট, গোলাঘাট, অসম•
5 hrs ago
644b4c9a-0ff7-4eb6-8c10-e921c4f2b0a2

good morning 🌄

More news from অসম and nearby areas
  • আগন্তক বিধান সভাৰ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি ৰাজনৈতিক দল সমূহৰ l পিচ পৰি ৰোৱা নাই গোলাঘাটত কংগ্ৰেছ দলো l গোলাঘাট বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ পাৰ্থী তথা অসম প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিতোপন শইকীয়াই মঙ্গলবাৰে সমষ্টিৰ বিভিন্ন স্থানত গৈ ৰাইজৰ লগত মত বিনিময় কৰে l লগতে ভাল বেয়া সকলো সময়ত কংগ্ৰেছ দলৰ লগ নেৰা ৰাইজক ধন্যবাদ জ্ঞাপন কৰে বিতোপন শইকীয়াই।
    1
    আগন্তক বিধান সভাৰ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি ৰাজনৈতিক  দল সমূহৰ l পিচ পৰি ৰোৱা নাই গোলাঘাটত কংগ্ৰেছ দলো l গোলাঘাট বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ  পাৰ্থী  তথা   অসম প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিতোপন শইকীয়াই মঙ্গলবাৰে সমষ্টিৰ বিভিন্ন স্থানত গৈ ৰাইজৰ লগত মত বিনিময় কৰে l লগতে  ভাল বেয়া সকলো সময়ত  কংগ্ৰেছ দলৰ  লগ নেৰা ৰাইজক ধন্যবাদ জ্ঞাপন কৰে বিতোপন শইকীয়াই।
    user_Malobika bora
    Malobika bora
    গোলাঘাট, গোলাঘাট, অসম•
    1 hr ago
  • hello friends 🤝
    1
    hello friends 🤝
    user_Love you Assam India
    Love you Assam India
    গোলাঘাট, গোলাঘাট, অসম•
    5 hrs ago
  • পাটনাৰ প্ৰখ্যাত অৰ্থ’পেডিক চাৰ্জন ড° শম্ভু কুমাৰ সিং এতিয়া আপোনাৰ ওচৰত! 📢 এতিয়া বাত বিষ, কঁকালৰ বিষ, আঁঠুৰ বিষ বা হাড়ৰ যিকোনো জটিল চিকিৎসাৰ বাবে পাটনালৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰৰ ওচৰতে পাওক বিশ্বমানৰ অৰ্থ’পেডিক সেৱা। ✅ বিশেষজ্ঞ চিকিৎসা: বাত বিষ, গাঁঠিৰ বিষ, হাড় ভঙা, আৰু লিগামেণ্টৰ সকলো সমস্যা। 📍 ঠিকনা: বৰপুখুৰীৰ বিপৰীতে, গহপুৰ। 📞 বুকিং কৰক: 9101728626 | 7896782332 আজিই নাম পঞ্জীয়ন কৰক!
    1
    পাটনাৰ প্ৰখ্যাত অৰ্থ’পেডিক চাৰ্জন ড° শম্ভু কুমাৰ সিং এতিয়া আপোনাৰ ওচৰত! 📢
এতিয়া বাত বিষ, কঁকালৰ বিষ, আঁঠুৰ বিষ বা হাড়ৰ যিকোনো জটিল চিকিৎসাৰ বাবে পাটনালৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰৰ ওচৰতে পাওক বিশ্বমানৰ অৰ্থ’পেডিক সেৱা।
✅ বিশেষজ্ঞ চিকিৎসা: বাত বিষ, গাঁঠিৰ বিষ, হাড় ভঙা, আৰু লিগামেণ্টৰ সকলো সমস্যা।
📍 ঠিকনা: বৰপুখুৰীৰ বিপৰীতে, গহপুৰ। 📞 বুকিং কৰক: 9101728626 | 7896782332
আজিই নাম পঞ্জীয়ন কৰক!
    user_NORTH EAST KHABAR
    NORTH EAST KHABAR
    Local News Reporter গহপুৰ, বিশ্বনাথ, অসম•
    10 hrs ago
  • সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা লাখিমপুৰ আৰু ধেমাজী জিলাৰ সমিতি সহযোগত লখিমপুৰ জিলা গৃহৰক্ষী বাহিনী সমাদেষ্টাৰ কাৰ্য্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
    1
    সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা লাখিমপুৰ আৰু ধেমাজী জিলাৰ সমিতি সহযোগত লখিমপুৰ জিলা গৃহৰক্ষী বাহিনী সমাদেষ্টাৰ কাৰ্য্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    5 hrs ago
  • জন-আৰ্শীবাদ যাত্ৰাত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ বাবে বাধ্য কৰোৱাঃ আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া।
    1
    জন-আৰ্শীবাদ যাত্ৰাত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ বাবে বাধ্য কৰোৱাঃ আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
  • আজি ১০ মাৰ্চ ৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি অতিৰিক্ত এহেজাৰ টকাসহ মুঠ ৯,০০০ টকাকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰি শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ জয়মতী গাওঁ পঞ্চায়তত মহিলাসকলৰ ব্যাপক আনন্দ-উলাহ ৷
    1
    আজি ১০ মাৰ্চ ৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি অতিৰিক্ত এহেজাৰ টকাসহ মুঠ ৯,০০০ টকাকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰি শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ জয়মতী গাওঁ পঞ্চায়তত মহিলাসকলৰ ব্যাপক আনন্দ-উলাহ ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    9 hrs ago
  • সোণাৰিৰ যুৱ লেখক দ্বীপেন বৰুৱাৰ শেহতীয়া প্ৰৱন্ধ সংকলন "নিৰীক্ষণ সমাজ জীবনৰ জলঙাইদি" আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে চৰাইদেউ জিলাৰ আয়ুক্ত ডা: নেহা যাদৱে। চৰাইদেউ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এক সভাত জিলা আয়ুক্ত গৰাকীৰ লগতে অতিৰিক্ত আয়ুক্ত নবদ্বীপ চাংমাই, সোণাৰিৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
    1
    সোণাৰিৰ যুৱ লেখক দ্বীপেন বৰুৱাৰ শেহতীয়া প্ৰৱন্ধ সংকলন "নিৰীক্ষণ সমাজ জীবনৰ জলঙাইদি" আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে চৰাইদেউ জিলাৰ আয়ুক্ত ডা: নেহা যাদৱে। চৰাইদেউ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এক সভাত জিলা আয়ুক্ত গৰাকীৰ লগতে অতিৰিক্ত আয়ুক্ত নবদ্বীপ চাংমাই, সোণাৰিৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    5 hrs ago
  • golaghat numaligarh pathar 👌👌👌
    1
    golaghat         numaligarh pathar  👌👌👌
    user_Love you Assam India
    Love you Assam India
    গোলাঘাট, গোলাঘাট, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.