Shuru
Apke Nagar Ki App…
যুৱ লেখক দ্বীপেন বৰুৱাৰ শেহতীয়া প্ৰৱন্ধ সংকলন "নিৰীক্ষণ সমাজ জীবনৰ জলঙাইদি" উন্মোচন। সোণাৰিৰ যুৱ লেখক দ্বীপেন বৰুৱাৰ শেহতীয়া প্ৰৱন্ধ সংকলন "নিৰীক্ষণ সমাজ জীবনৰ জলঙাইদি" আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে চৰাইদেউ জিলাৰ আয়ুক্ত ডা: নেহা যাদৱে। চৰাইদেউ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এক সভাত জিলা আয়ুক্ত গৰাকীৰ লগতে অতিৰিক্ত আয়ুক্ত নবদ্বীপ চাংমাই, সোণাৰিৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Charaideo news
যুৱ লেখক দ্বীপেন বৰুৱাৰ শেহতীয়া প্ৰৱন্ধ সংকলন "নিৰীক্ষণ সমাজ জীবনৰ জলঙাইদি" উন্মোচন। সোণাৰিৰ যুৱ লেখক দ্বীপেন বৰুৱাৰ শেহতীয়া প্ৰৱন্ধ সংকলন "নিৰীক্ষণ সমাজ জীবনৰ জলঙাইদি" আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে চৰাইদেউ জিলাৰ আয়ুক্ত ডা: নেহা যাদৱে। চৰাইদেউ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এক সভাত জিলা আয়ুক্ত গৰাকীৰ লগতে অতিৰিক্ত আয়ুক্ত নবদ্বীপ চাংমাই, সোণাৰিৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
More news from অসম and nearby areas
- সোণাৰিৰ যুৱ লেখক দ্বীপেন বৰুৱাৰ শেহতীয়া প্ৰৱন্ধ সংকলন "নিৰীক্ষণ সমাজ জীবনৰ জলঙাইদি" আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে চৰাইদেউ জিলাৰ আয়ুক্ত ডা: নেহা যাদৱে। চৰাইদেউ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এক সভাত জিলা আয়ুক্ত গৰাকীৰ লগতে অতিৰিক্ত আয়ুক্ত নবদ্বীপ চাংমাই, সোণাৰিৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।1
- আজি ১০ মাৰ্চ ৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি অতিৰিক্ত এহেজাৰ টকাসহ মুঠ ৯,০০০ টকাকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰি শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ জয়মতী গাওঁ পঞ্চায়তত মহিলাসকলৰ ব্যাপক আনন্দ-উলাহ ৷1
- বামুণপুখুৰী পঞ্চায়তত আজি ভাৰতীয় জনতা পাৰ্টিৰ এক বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন হয়।বনাইগড়পুৰীয়া নামঘৰৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই অনুষ্ঠানত পঞ্চায়তখনৰ প্ৰায় ৭০টা পৰিয়ালৰ শতাধিক লোকে বিজেপিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিকভাৱে দলত যোগদান কৰে। অনুষ্ঠিত এই সভাত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকি ন-কৰ্মীসকলক দলীয় গলবস্ত্ৰ আৰু টুপী পিন্ধাই উষ্ম আদৰণি জনায়। যোগদান কাৰ্যসূচীত অংশ লৈ বিধায়কগৰাকীয়ে কয় যে চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি পাইছে। ভাষণ প্ৰসংগত তেওঁ আগন্তুক দিনত মৰিয়নি সমষ্টিত আৰু অধিক উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰাৰ আশ্বাস প্ৰদান কৰে। উক্ত অনুষ্ঠানত কেইবাজনো জ্যেষ্ঠ কৰ্মকৰ্তা আৰু বিষয়ববীয়া উপস্থিত থাকে। এই যোগদান কাৰ্যসূচীয়ে অঞ্চলটোত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰি তুলিব বুলি দলীয় নেতৃত্বই আশা প্ৰকাশ কৰিছে।4
- ডিগবৈত অসম ভিত্তিত 'Fashion Icon Of Assam Season Four'ৰ ব্যাপক প্ৰস্তুতি। ডিগবৈৰ এগৰাকী উদ্যোমী মহিলা নিতু চক্ৰৱৰ্তী দাসৰ উদ্যোগত ২ আৰু ৩ এপ্ৰিলত ডিগবৈত অনুষ্ঠিত হ'বলগীয়া উক্ত সৌন্দৰ্য প্ৰতিযোগিতাত কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱতী মহিলা সকলোৱে অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰিও উক্ত অনুষ্ঠানৰ লগতে সংগতি ৰাখি গৃহিনী মহিলা সকলৰ স্বাৱলম্বিতাৰ উদ্দেশ্যে নিজৰ হাতেৰে নিৰ্মান কৰা সামগ্ৰীৰে প্ৰদৰ্শনীৰ বাবে ডিগবৈ ইণ্ডিয়া ক্লাৱত অহা চাৰি এপ্ৰিলৰ দিনা ষ্টলৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাই। অসম ভিত্তিত আয়োজিত উক্ত প্ৰতিযোগিতাত কণ কণ শিশুক সকলক প্ৰশিক্ষণ প্ৰদান কৰিব Miss Fashion Icon Of Assam 2021 ৰ বিজয়ী চিমাদ্ৰিতা কাশ্যপে। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাষ্ট্রীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ভাস্কৰ কাশ্যপ আৰু জুৰি সদস্য অসমৰে জীয়ৰী UMB Present ৰ Mrs India Director Choice 2025 ৰ অনিন্দিতা কাশ্যপ।3
- সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা লাখিমপুৰ আৰু ধেমাজী জিলাৰ সমিতি সহযোগত লখিমপুৰ জিলা গৃহৰক্ষী বাহিনী সমাদেষ্টাৰ কাৰ্য্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।1
- hello friends 🤝1
- Post by Sek Asik1
- অসম চাহ মজদুৰ সংঘ, সোণাৰি শাখাৰ 'চুপাৰ মাৰ্কেট কমপ্লেক্স'ৰ আধাৰশিলা স্থাপন। অসম চাহ মজদুৰ সংঘ, সোণাৰি শাখাৰ 'চুপাৰ মাৰ্কেট কমপ্লেক্স'টিৰ প্ৰাক্তন কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱৰ্নসিং ঘাটোৱাৰে আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ আঁত ধৰে সোণাৰি শাখা সংঘৰ সম্পাদক প্ৰকাশ নাগে। শাখা সংঘৰ সমূহ বিষয়ববীয়া আৰু সদস্য সকলৰ লগতে কাষৰীয়া চাহ বাগিচাৰ পৰিচালক সকলো অনুষ্ঠানত উপস্থিত থাকে।1