Shuru
Apke Nagar Ki App…
ঘগ্ৰাপাৰত দিনদুপৰতে চুৰি-ডকাইতিৰ ঘটনা। ঘগ্ৰাপাৰ অঞ্চলৰ এটা দৰিদ্ৰ পৰিয়ালৰ ঘৰত দিনদুপৰতে সংঘটিত হয় চুৰিৰ ঘটনা।
Democracy Time
ঘগ্ৰাপাৰত দিনদুপৰতে চুৰি-ডকাইতিৰ ঘটনা। ঘগ্ৰাপাৰ অঞ্চলৰ এটা দৰিদ্ৰ পৰিয়ালৰ ঘৰত দিনদুপৰতে সংঘটিত হয় চুৰিৰ ঘটনা।
More news from অসম and nearby areas
- ঘগ্ৰাপাৰত দিনদুপৰতে চুৰি-ডকাইতিৰ ঘটনা। ঘগ্ৰাপাৰ অঞ্চলৰ এটা দৰিদ্ৰ পৰিয়ালৰ ঘৰত দিনদুপৰতে সংঘটিত হয় চুৰিৰ ঘটনা।1
- গোৰেশ্বৰত মুখ্যমন্ত্ৰী আত্ম নিৰ্ভৰশীল অসমৰ অনদান বিতৰণ তামুলপুৰ জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ত গোৰেশ্বৰ বিধান সভাভিত্তিত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমৰ অনুদান হিতাধীকাৰীৰ মাজত বিতৰণ।অনুষ্ঠানত উপস্থিত থাকে তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্তা হিমাশ্ৰী খনিকৰ বিধায়ক ভিক্টৰ কুমাৰ দাস আৰু গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধক্ষা ড° প্ৰতিভা পাটোৱাৰীয়ে।1
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ "ৰৈ ৰৈ বিনালে" চিনেমাখন নাচালে। চিনেমাখন Youtube ত দিছে। পাৰিলে সকলোৱে চাব। #JusticeForZubeenGarg #highlights মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ "ৰৈ ৰৈ বিনালে" চিনেমাখন নাচালে।চিনেমাখন Youtube ত দিছে। পাৰিলে সকলোৱে চাব। #JusticeForZubeenGarg #highlights1
- নগাঁও লোকসভা উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। মনোনয়ন পত্ৰ দাখিল কৰিলে AIUDF ৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে।1
- সংখ্যালঘু খিলঞ্জীয়া নেকি? খিলঞ্জীয়াৰ Definition ৰাজ্য চৰকাৰ নহয়, কেন্দ্ৰীয় চৰকাৰেও দিব নোৱাৰেঃ আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি আবুল হুছেইনৰ বিস্ফোৰক মন্তব্য সংখ্যালঘু খিলঞ্জীয়া নেকি? খিলঞ্জীয়াৰ Definition ৰাজ্য চৰকাৰ নহয়, কেন্দ্ৰীয় চৰকাৰেও দিব নোৱাৰেঃ আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি আবুল হুছেইনৰ বিস্ফোৰক মন্তব্য #Barpetakhabar #বৰপেটাখবৰ #Newsupdate1
- বঙাইগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০ৰ অধীনত আর্থিক অনুদান বিতৰণ অনুষ্ঠান যুব প্রজন্মক স্বাবলম্বী কৰাৰ অনন্য পদক্ষেপ অসম চৰকাৰৰ বঙাইগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০ৰ অধীনত আর্থিক অনুদান বিতৰণ অনুষ্ঠান অনুষ্ঠানত উপস্থিত হৈ সাংসদ ফণী ভূষণ চৌধুৰী, বিধায়িকা দীপ্তিময়ী চৌধুৰী, জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়া, জিলা পৰিষদৰ সভানেত্ৰী মৃদুলা সিংহ , জিলা পৰিষদৰ সদস্যা মনালিছা কোচে হিতাধিকাৰী সকলক আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে উল্লেখ যোগ্য যে বঙাইগাঁও জিলাত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ অধীনত মুঠ ২৯৯ গৰাকী হিতাধিকাৰীক এক লাখ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০ অধীনত মুঠ ১৭৩১ গৰাকী হিতাধিকাীক পচিশ হাজাৰ টকাৰ অনুদান প্ৰদান কৰা হয় ।1
- মন্দিয়াত পোষণ মেলা | শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে সজাগতা অভিযান মন্দিয়াত পোষণ মেলা | শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে সজাগতা অভিযান #BarpetaKhabar #বৰপেটাখবৰ #NewsUpdate #PoshanMela #Mandia1
- ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰঃউদ্ধাৰ বহিঃ ৰাজ্যৰ দুই যুৱক সহ তিনিজনক উদ্ধাৰ ৰঙিয়াত আজি দিনৰ ভাগত আৰক্ষীয়ে চলোৱা অভিযানত মানৱ সৰবৰাহকাৰী চক্ৰ এটি উৎখাত কৰাৰ লগতে তিনিজনকৈ যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ৰঙিয়া সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া নগৰস্থিত ৰেল ষ্টেচনৰ সমীপৰ মুকুট আলী নামৰ লোকজনৰ ঘৰত চলোৱা অভিযানত তিনিওজন যুৱকক এটা কোঠালীৰ পৰা উদ্ধাৰ কৰা হয়।কোনো অসাধু চক্ৰই বহিঃ ৰাজ্যত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে ৰঙিয়ালৈ যুৱক তিনিজনক আনি মুকুট আলীক শোধাই দিছিল।ইয়াৰে দুজন যুৱক ত্ৰিপুৰাৰ যদিও আনজন যুৱক সোনাপুৰৰ বুলি জানিব পৰা গৈছে।বহিঃ ৰাজ্যৰ যুৱকদুজনে কৰ্মসংস্থাপন বিচাৰি গুৱাহাটী ৰে'ল ষ্টেচনত উপস্থিত হোৱাৰ সুযোগতে মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰে ।আনহাতে আনজন যুৱককো বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে মুকুট আলীৰ ঘৰত ৰখাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই তিনিওজনকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পোৱা মাত্ৰকে মুকুট আলীয়ে পলায়ন কৰে।আৰক্ষীয়ে উদ্ধাৰকৃত যুৱক তিনিজনক ৰঙিয়া থানালৈ লৈ অহাৰ সমান্তৰালকৈ মুকুট আলীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।1