Shuru
Apke Nagar Ki App…
বঙাইগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০ৰ অধীনত আর্থিক অনুদান বিতৰণ অনুষ্ঠান যুব প্রজন্মক স্বাবলম্বী কৰাৰ অনন্য পদক্ষেপ অসম চৰকাৰৰ বঙাইগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০ৰ অধীনত আর্থিক অনুদান বিতৰণ অনুষ্ঠান অনুষ্ঠানত উপস্থিত হৈ সাংসদ ফণী ভূষণ চৌধুৰী, বিধায়িকা দীপ্তিময়ী চৌধুৰী, জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়া, জিলা পৰিষদৰ সভানেত্ৰী মৃদুলা সিংহ , জিলা পৰিষদৰ সদস্যা মনালিছা কোচে হিতাধিকাৰী সকলক আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে উল্লেখ যোগ্য যে বঙাইগাঁও জিলাত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ অধীনত মুঠ ২৯৯ গৰাকী হিতাধিকাৰীক এক লাখ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০ অধীনত মুঠ ১৭৩১ গৰাকী হিতাধিকাীক পচিশ হাজাৰ টকাৰ অনুদান প্ৰদান কৰা হয় ।
Breaking Bongaigaon
বঙাইগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০ৰ অধীনত আর্থিক অনুদান বিতৰণ অনুষ্ঠান যুব প্রজন্মক স্বাবলম্বী কৰাৰ অনন্য পদক্ষেপ অসম চৰকাৰৰ বঙাইগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০ৰ অধীনত আর্থিক অনুদান বিতৰণ অনুষ্ঠান অনুষ্ঠানত উপস্থিত হৈ সাংসদ ফণী ভূষণ চৌধুৰী, বিধায়িকা দীপ্তিময়ী চৌধুৰী, জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়া, জিলা পৰিষদৰ সভানেত্ৰী মৃদুলা সিংহ , জিলা পৰিষদৰ সদস্যা মনালিছা কোচে হিতাধিকাৰী সকলক আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে উল্লেখ যোগ্য যে বঙাইগাঁও জিলাত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ অধীনত মুঠ ২৯৯ গৰাকী হিতাধিকাৰীক এক লাখ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০ অধীনত মুঠ ১৭৩১ গৰাকী হিতাধিকাীক পচিশ হাজাৰ টকাৰ অনুদান প্ৰদান কৰা হয় ।
More news from Assam and nearby areas
- বঙাইগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০ৰ অধীনত আর্থিক অনুদান বিতৰণ অনুষ্ঠান যুব প্রজন্মক স্বাবলম্বী কৰাৰ অনন্য পদক্ষেপ অসম চৰকাৰৰ বঙাইগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০ৰ অধীনত আর্থিক অনুদান বিতৰণ অনুষ্ঠান অনুষ্ঠানত উপস্থিত হৈ সাংসদ ফণী ভূষণ চৌধুৰী, বিধায়িকা দীপ্তিময়ী চৌধুৰী, জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়া, জিলা পৰিষদৰ সভানেত্ৰী মৃদুলা সিংহ , জিলা পৰিষদৰ সদস্যা মনালিছা কোচে হিতাধিকাৰী সকলক আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে উল্লেখ যোগ্য যে বঙাইগাঁও জিলাত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ অধীনত মুঠ ২৯৯ গৰাকী হিতাধিকাৰীক এক লাখ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০ অধীনত মুঠ ১৭৩১ গৰাকী হিতাধিকাীক পচিশ হাজাৰ টকাৰ অনুদান প্ৰদান কৰা হয় ।1
- সংখ্যালঘু খিলঞ্জীয়া নেকি? খিলঞ্জীয়াৰ Definition ৰাজ্য চৰকাৰ নহয়, কেন্দ্ৰীয় চৰকাৰেও দিব নোৱাৰেঃ আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি আবুল হুছেইনৰ বিস্ফোৰক মন্তব্য সংখ্যালঘু খিলঞ্জীয়া নেকি? খিলঞ্জীয়াৰ Definition ৰাজ্য চৰকাৰ নহয়, কেন্দ্ৰীয় চৰকাৰেও দিব নোৱাৰেঃ আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি আবুল হুছেইনৰ বিস্ফোৰক মন্তব্য #Barpetakhabar #বৰপেটাখবৰ #Newsupdate1
- ধুবুৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধিনত নিবনুৱা যুৱকযুৱতী সকলক আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান৷ ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান' (CMAAA) ১.০ আৰু ২.০ৰ অধীনত নিবনুৱা যুৱকযুৱতী সকলক আর্থিক অনুদান বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ কণ্ফাৰেন্সিংৰ জৰিয়তে মুকলি কৰে এই ধনৰাশি৷ সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাতো মুঠ ৩০০ গৰাকী যুৱকযুৱতী লৈ আগবঢ়োৱা হয় ২৫০০০,৭৫০০০ আৰু এক লাখ টকাকৈ চেক৷ অসম চৰকাৰৰ এই অভিলাষী আঁচনিখনে জিলাখনৰ যুৱ-প্ৰজন্মক আত্মনিৰ্ভৰশীল হোৱাৰ দিশত এক নতুন মাত্রা প্ৰদান কৰিছে বুলিও মন্তব্য কৰে অনুষ্ঠানটোৰ মুখ্য অতিথি তথা ধুবুৰী পৌৰসভাৰ পৌৰপতি ড°দেবময় সান্যালে৷ ইপিনে প্ৰথম অৱস্থাত মিনাক্ষী দাস চক্ৰৱৰ্তীয়ে ৭৫০০০ টকা লাভ কৰিছিল৷ লাভ কৰাৰ ফলত এটা Fast Food Corner খুলি স্বাভলম্বী হৈছিল।1
- ঘগ্ৰাপাৰত দিনদুপৰতে চুৰি-ডকাইতিৰ ঘটনা। ঘগ্ৰাপাৰ অঞ্চলৰ এটা দৰিদ্ৰ পৰিয়ালৰ ঘৰত দিনদুপৰতে সংঘটিত হয় চুৰিৰ ঘটনা।1
- 🔴 তামুলপুৰত ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ৰ বিত্তীয় সাহাৰ্য বিতৰণ 🔴 তামুলপুৰত ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ৰ বিত্তীয় সাহাৰ্য বিতৰণ 🔹 ১,৪৮০ গৰাকী হিতাধিকাৰীক সামৰি বিশেষ কাৰ্যসূচী 🔹 উপস্থিত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী 🔹 উদ্যমী যুৱক-যুৱতীক আৰ্থিক সাহাৰ্য প্ৰদান 🔹 অভিযান ১.০ৰ দ্বিতীয় কিস্তিৰ সুতমুক্ত ঋণ বিতৰণ 🔹 অভিযান ২.০ৰ অধীনত বাকী ২৫ হাজাৰ টকাৰ সাহাৰ্য প্ৰদান1
- গোৰেশ্বৰত মুখ্যমন্ত্ৰী আত্ম নিৰ্ভৰশীল অসমৰ অনদান বিতৰণ তামুলপুৰ জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ত গোৰেশ্বৰ বিধান সভাভিত্তিত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমৰ অনুদান হিতাধীকাৰীৰ মাজত বিতৰণ।অনুষ্ঠানত উপস্থিত থাকে তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্তা হিমাশ্ৰী খনিকৰ বিধায়ক ভিক্টৰ কুমাৰ দাস আৰু গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধক্ষা ড° প্ৰতিভা পাটোৱাৰীয়ে।1
- মন্দিয়াত পোষণ মেলা | শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে সজাগতা অভিযান মন্দিয়াত পোষণ মেলা | শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে সজাগতা অভিযান #BarpetaKhabar #বৰপেটাখবৰ #NewsUpdate #PoshanMela #Mandia1
- ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰঃউদ্ধাৰ বহিঃ ৰাজ্যৰ দুই যুৱক সহ তিনিজনক উদ্ধাৰ ৰঙিয়াত আজি দিনৰ ভাগত আৰক্ষীয়ে চলোৱা অভিযানত মানৱ সৰবৰাহকাৰী চক্ৰ এটি উৎখাত কৰাৰ লগতে তিনিজনকৈ যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ৰঙিয়া সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া নগৰস্থিত ৰেল ষ্টেচনৰ সমীপৰ মুকুট আলী নামৰ লোকজনৰ ঘৰত চলোৱা অভিযানত তিনিওজন যুৱকক এটা কোঠালীৰ পৰা উদ্ধাৰ কৰা হয়।কোনো অসাধু চক্ৰই বহিঃ ৰাজ্যত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে ৰঙিয়ালৈ যুৱক তিনিজনক আনি মুকুট আলীক শোধাই দিছিল।ইয়াৰে দুজন যুৱক ত্ৰিপুৰাৰ যদিও আনজন যুৱক সোনাপুৰৰ বুলি জানিব পৰা গৈছে।বহিঃ ৰাজ্যৰ যুৱকদুজনে কৰ্মসংস্থাপন বিচাৰি গুৱাহাটী ৰে'ল ষ্টেচনত উপস্থিত হোৱাৰ সুযোগতে মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰে ।আনহাতে আনজন যুৱককো বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে মুকুট আলীৰ ঘৰত ৰখাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই তিনিওজনকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পোৱা মাত্ৰকে মুকুট আলীয়ে পলায়ন কৰে।আৰক্ষীয়ে উদ্ধাৰকৃত যুৱক তিনিজনক ৰঙিয়া থানালৈ লৈ অহাৰ সমান্তৰালকৈ মুকুট আলীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।1