logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

অলপ পলম হোৱাৰ বাবে এজন পৰীক্ষাৰ্থীক NEET পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল। এই ঘটনাৰ ফলত মৰ্মাহত হৈ সেই দুৰ্ভগীয়া পিতৃ পৰীক্ষা কেন্দ্ৰৰ সন্মুখতে ঢলি পৰে।

1 hr ago
user_Golaghat খবৰ
Golaghat খবৰ
Local News Reporter Golaghat, Assam•
1 hr ago

অলপ পলম হোৱাৰ বাবে এজন পৰীক্ষাৰ্থীক NEET পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল। এই ঘটনাৰ ফলত মৰ্মাহত হৈ সেই দুৰ্ভগীয়া পিতৃ পৰীক্ষা কেন্দ্ৰৰ সন্মুখতে ঢলি পৰে।

More news from অসম and nearby areas
  • নেপালৰ ৰৌতাঘাটত প্ৰায় ১৫ ফুট দীঘল এটা প্ৰকাণ্ড প্ৰাপ্তবয়স্ক ৰজা ফেঁটী উদ্ধাৰ কৰা হৈছে।
    1
    নেপালৰ ৰৌতাঘাটত প্ৰায় ১৫ ফুট দীঘল এটা প্ৰকাণ্ড প্ৰাপ্তবয়স্ক ৰজা ফেঁটী উদ্ধাৰ কৰা হৈছে।
    user_RJ news digital
    RJ news digital
    Local News Reporter গোলাঘাট, গোলাঘাট, অসম•
    53 min ago
  • অলপ পলম হোৱাৰ বাবে এজন পৰীক্ষাৰ্থীক NEET পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল। এই ঘটনাৰ ফলত মৰ্মাহত হৈ সেই দুৰ্ভগীয়া পিতৃ পৰীক্ষা কেন্দ্ৰৰ সন্মুখতে ঢলি পৰে।
    1
    অলপ পলম হোৱাৰ বাবে এজন পৰীক্ষাৰ্থীক NEET পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল। এই ঘটনাৰ ফলত মৰ্মাহত হৈ সেই দুৰ্ভগীয়া পিতৃ পৰীক্ষা কেন্দ্ৰৰ সন্মুখতে ঢলি পৰে।
    user_Golaghat খবৰ
    Golaghat খবৰ
    Local News Reporter Golaghat, Assam•
    1 hr ago
  • বৰষুণ নাই সৰুপথাৰত, ৰাইজে পাতিলে ভেকুলী বিয়া #shorts #youtubeshorts #trending #viral #fogmarriage Cover Topic:- fog marriage marriage fog shorts youtube shorts short video viral trending #shorts #youtubeshorts #trending #viral #fogmarriage
    1
    বৰষুণ নাই সৰুপথাৰত, ৰাইজে পাতিলে ভেকুলী বিয়া
 #shorts #youtubeshorts #trending #viral #fogmarriage 
Cover Topic:-
fog marriage
marriage fog
shorts 
youtube shorts 
short video 
viral 
trending 
#shorts #youtubeshorts #trending #viral #fogmarriage
    user_সৰুপথাৰ Live
    সৰুপথাৰ Live
    Local News Reporter সৰুপথাৰ, গোলাঘাট, অসম•
    21 hrs ago
  • ৯০ দশকৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱালৰ এটা গীত সামাজিক মাধ্যমত ভাইৰেল হৈছে।
    1
    ৯০ দশকৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱালৰ এটা গীত সামাজিক মাধ্যমত ভাইৰেল হৈছে।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    49 min ago
  • লখিমপুৰ জিলাৰ লালুকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন এম্বুলেন্স আৰু এখন এল্টো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
    1
    লখিমপুৰ জিলাৰ লালুকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন এম্বুলেন্স আৰু এখন এল্টো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
    user_পুৰন্দৰ গগৈ
    পুৰন্দৰ গগৈ
    Graphic designer ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
    5 hrs ago
  • বিশ্বনাথ প্ৰশাসনৰ উদ্যোগত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। এই কাৰ্যসূচী বিশ্বনাথ সংহিতা জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হয়, য'ত 'স্বাস্থ্যকৰ বাৰ্ধক্যকৰ বাবে যোগ' শীৰ্ষক বিষয় হিচাপে লোৱা হৈছিল।
    1
    বিশ্বনাথ প্ৰশাসনৰ উদ্যোগত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। এই কাৰ্যসূচী বিশ্বনাথ সংহিতা জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হয়, য'ত 'স্বাস্থ্যকৰ বাৰ্ধক্যকৰ বাবে যোগ' শীৰ্ষক বিষয় হিচাপে লোৱা হৈছিল।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    20 hrs ago
  • শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “সমন্বয় সাংস্কৃতিক গোষ্ঠী”ৰ উদ্যোগত, অসম নাট্য সন্মিলন-শিৱসাগৰ শাখাৰ সৌজন্যত, শিৱসাগৰ জিলা ভাৰতীয় সাংবাদিক মহাসংঘ (আইজেএফ) আৰু শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ সহযোগত ২০ জুন, শনিবাৰে বিদ্যালয়ৰ প্ৰাৰ্থনা গৃহত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ স্মৃতি দিৱস আৰু কবি-গীতিকাৰ, সৰস্বতী ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম দিৱস দিনজোৰা কাৰ্যসূচীৰে একেলগে উদযাপন কৰা হয়। সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক তথা সাংবাদিক অমৃত কুমাৰ শৰ্মাই পৰিচালনা কৰা এই অনুষ্ঠানৰ কাৰ্যসূচীৰ পাতনি মেলে অসম নাট্য সন্মিলনৰ শিৱসাগৰ জিলা উপ-সভাপতি অনঙ্গ মোহন শৰ্মাই স্মৃতি তৰ্পণ কৰি। শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি জ্যোতি প্ৰসাদ দত্ত আৰু সৰস্বতী ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ পৰিয়ালৰ নিবিড় বৰদলৈয়ে দুয়োগৰাকী শিল্পীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতেই বিশিষ্ট কবি-লেখিকা অশ্ৰুমণি দত্ত ঘোষে কবি-গীতিকাৰ ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ এটা কবিতা আবৃত্তিৰে মঞ্চ মুকলি কৰে। এই দিৱসৰ উপলক্ষে সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উপ-সভাপতি জুৰীমণি দত্ত, মুখ্য সমন্বয়ক পৰী শইকীয়া, সাংস্কৃতিক সম্পাদক দেৱজানী ৰাজখোৱা আৰু ইমন হুছেইনৰ তত্ত্বাৱধানত দিনৰ ১ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিৱসাগৰ জিলা ভিত্তিত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ দুটা শাখাত মহান শিল্পী দুগৰাকীৰ গীতৰ আধাৰত এক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰায় অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনিত বিশিষ্ট শিল্পী জান্টুমণি শইকীয়াই বিচাৰকৰ আসন অলংকৃত কৰে। 'ক' শাখাত প্ৰাপ্তি দত্তই প্ৰথম স্থান, প্ৰিয়দৰ্শিনী শইকীয়াই দ্বিতীয় স্থান আৰু এঞ্জেল এনায়ট দাসে তৃতীয় স্থান লাভ কৰে। আনহাতে, 'খ' শাখাত ডেইজ মহনে প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে ধৰিত্ৰী দাসে দ্বিতীয় আৰু পংখী দত্তই তৃতীয় স্থান দখল কৰে। অনুষ্ঠানত আমন্ত্ৰিত কবি হিচাপে কবি মিনতি দত্ত দুৱৰা আদিয়ে কবিতা আবৃত্তি কৰে আৰু জান্টুমণি শইকীয়াই গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হোৱা এই দিৱসৰ অনুষ্ঠানত অদিত দত্ত, লাবন্য কলিতা, ময়ূৰী কোঁৱৰ, শিৱসাগৰ জিলা ভাৰতীয় সাংবাদিক মহাসংঘৰ সম্পাদক অৰ্পনা ভৰালী, মৌচুমী গগৈ শইকীয়া, ভাৰ্গৱ কোঁৱৰ আদিয়ে বিশেষ সহযোগিতা আগবঢ়ায়। অনুষ্ঠানৰ শেষত গোষ্ঠীৰ প্ৰধান সম্পাদক অমৃত কুমাৰ শৰ্মাই শলাগৰ শৰাই আগবঢ়ায় আৰু সভাপতি জিতেন কাকতিৰ নেতৃত্বত অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে।
    4
    শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “সমন্বয় সাংস্কৃতিক গোষ্ঠী”ৰ উদ্যোগত, অসম নাট্য সন্মিলন-শিৱসাগৰ শাখাৰ সৌজন্যত, শিৱসাগৰ জিলা ভাৰতীয় সাংবাদিক মহাসংঘ (আইজেএফ) আৰু শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ সহযোগত ২০ জুন, শনিবাৰে বিদ্যালয়ৰ প্ৰাৰ্থনা গৃহত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ স্মৃতি দিৱস আৰু কবি-গীতিকাৰ, সৰস্বতী ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম দিৱস দিনজোৰা কাৰ্যসূচীৰে একেলগে উদযাপন কৰা হয়।

সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক তথা সাংবাদিক অমৃত কুমাৰ শৰ্মাই পৰিচালনা কৰা এই অনুষ্ঠানৰ কাৰ্যসূচীৰ পাতনি মেলে অসম নাট্য সন্মিলনৰ শিৱসাগৰ জিলা উপ-সভাপতি অনঙ্গ মোহন শৰ্মাই স্মৃতি তৰ্পণ কৰি। শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি জ্যোতি প্ৰসাদ দত্ত আৰু সৰস্বতী ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ পৰিয়ালৰ নিবিড় বৰদলৈয়ে দুয়োগৰাকী শিল্পীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতেই বিশিষ্ট কবি-লেখিকা অশ্ৰুমণি দত্ত ঘোষে কবি-গীতিকাৰ ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ এটা কবিতা আবৃত্তিৰে মঞ্চ মুকলি কৰে।

এই দিৱসৰ উপলক্ষে সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উপ-সভাপতি জুৰীমণি দত্ত, মুখ্য সমন্বয়ক পৰী শইকীয়া, সাংস্কৃতিক সম্পাদক দেৱজানী ৰাজখোৱা আৰু ইমন হুছেইনৰ তত্ত্বাৱধানত দিনৰ ১ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিৱসাগৰ জিলা ভিত্তিত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ দুটা শাখাত মহান শিল্পী দুগৰাকীৰ গীতৰ আধাৰত এক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰায় অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনিত বিশিষ্ট শিল্পী জান্টুমণি শইকীয়াই বিচাৰকৰ আসন অলংকৃত কৰে। 'ক' শাখাত প্ৰাপ্তি দত্তই প্ৰথম স্থান, প্ৰিয়দৰ্শিনী শইকীয়াই দ্বিতীয় স্থান আৰু এঞ্জেল এনায়ট দাসে তৃতীয় স্থান লাভ কৰে। আনহাতে, 'খ' শাখাত ডেইজ মহনে প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে ধৰিত্ৰী দাসে দ্বিতীয় আৰু পংখী দত্তই তৃতীয় স্থান দখল কৰে।

অনুষ্ঠানত আমন্ত্ৰিত কবি হিচাপে কবি মিনতি দত্ত দুৱৰা আদিয়ে কবিতা আবৃত্তি কৰে আৰু জান্টুমণি শইকীয়াই গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হোৱা এই দিৱসৰ অনুষ্ঠানত অদিত দত্ত, লাবন্য কলিতা, ময়ূৰী কোঁৱৰ, শিৱসাগৰ জিলা ভাৰতীয় সাংবাদিক মহাসংঘৰ সম্পাদক অৰ্পনা ভৰালী, মৌচুমী গগৈ শইকীয়া, ভাৰ্গৱ কোঁৱৰ আদিয়ে বিশেষ সহযোগিতা আগবঢ়ায়। অনুষ্ঠানৰ শেষত গোষ্ঠীৰ প্ৰধান সম্পাদক অমৃত কুমাৰ শৰ্মাই শলাগৰ শৰাই আগবঢ়ায় আৰু সভাপতি জিতেন কাকতিৰ নেতৃত্বত অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে।
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    1 hr ago
  • গোলাঘাটৰ কাবৰু গাঁৱৰ বাবুল দাস আৰু ৰূপালী দাসৰ আঢ়ৈ বছৰীয়া সন্তানটি এক জটিল ৰোগত আক্ৰান্ত হোৱাত উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছে। এই কঠিন সময়ত ‘মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম’ এই বাণী আখৰে আখৰে পালন কৰি আলোড়ন যুৱক সংঘৰ উদ্যোগত নাক-কাতি কাবৰু গাঁওৰক্ষী বাহিনী, হিল্লোল যুৱক আৰু স্থানীয় যুৱকসকলৰ সহযোগত দুৱাৰে দুৱাৰে ঘূৰি আৰ্থিক সাহাৰ্য্য সংগ্ৰহ কৰি শিশুটিৰ চিকিৎসাৰ বাবে মানৱ সেৱা আগবঢ়াইছে।
    1
    গোলাঘাটৰ কাবৰু গাঁৱৰ বাবুল দাস আৰু ৰূপালী দাসৰ আঢ়ৈ বছৰীয়া সন্তানটি এক জটিল ৰোগত আক্ৰান্ত হোৱাত উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছে। এই কঠিন সময়ত ‘মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম’ এই বাণী আখৰে আখৰে পালন কৰি আলোড়ন যুৱক সংঘৰ উদ্যোগত নাক-কাতি কাবৰু গাঁওৰক্ষী বাহিনী, হিল্লোল যুৱক আৰু স্থানীয় যুৱকসকলৰ সহযোগত দুৱাৰে দুৱাৰে ঘূৰি আৰ্থিক সাহাৰ্য্য সংগ্ৰহ কৰি শিশুটিৰ চিকিৎসাৰ বাবে মানৱ সেৱা আগবঢ়াইছে।
    user_Golaghat খবৰ
    Golaghat খবৰ
    Local News Reporter Golaghat, Assam•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.