মাকুম–ডুমডুমা আৰক্ষীৰ যৌথ অভিযানত সন্দেহযুক্ত ড্ৰাগছ জব্দ তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত সোকানগুৰি নগাঁওত ডুমডুমা আৰু মাকুম থানাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই সন্দেহযুক্ত ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে চৈত্যন্দ্ৰ মৰাণৰ বাসগৃহত এক অভিযান চলায়। অভিযানত আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছৰ লগতে নগদ ১ লাখ ৭৫০ টকা, এখন পালচাৰ ১৫০ মটৰচাইকেল আৰু দুটা মোবাইল ফোন জব্দ কৰে। ইপিনে আৰক্ষীৰ দল উপস্থিত হোৱাৰ খবৰ পাই অভিযুক্ত চৈত্যন্দ্ৰ মৰাণ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে ঘৰ এৰি পলায়ন কৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বাসগৃহত তালাচী চলোৱাৰ সময়ত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ সিং ৰাথৰ, সমজিলা আৰক্ষী অধীক্ষক, মাকুম থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, সহ-উপ পৰিদৰ্শক, ডুমডুমা থানাৰ উপ-পৰিদৰ্শক, স্থানীয় ভিডিপি আৰু গাঁও প্ৰধান উপস্থিত থাকে। আৰক্ষীয়ে এই সন্দৰ্ভত অধিক অনুসন্ধান অব্যাহত ৰাখিছে।
মাকুম–ডুমডুমা আৰক্ষীৰ যৌথ অভিযানত সন্দেহযুক্ত ড্ৰাগছ জব্দ তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত সোকানগুৰি নগাঁওত ডুমডুমা আৰু মাকুম থানাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই সন্দেহযুক্ত ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে চৈত্যন্দ্ৰ মৰাণৰ বাসগৃহত এক অভিযান চলায়। অভিযানত আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছৰ লগতে নগদ ১ লাখ ৭৫০ টকা, এখন পালচাৰ ১৫০ মটৰচাইকেল আৰু দুটা মোবাইল ফোন জব্দ কৰে। ইপিনে
আৰক্ষীৰ দল উপস্থিত হোৱাৰ খবৰ পাই অভিযুক্ত চৈত্যন্দ্ৰ মৰাণ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে ঘৰ এৰি পলায়ন কৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বাসগৃহত তালাচী চলোৱাৰ সময়ত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ সিং ৰাথৰ, সমজিলা আৰক্ষী অধীক্ষক, মাকুম থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, সহ-উপ পৰিদৰ্শক, ডুমডুমা থানাৰ উপ-পৰিদৰ্শক, স্থানীয় ভিডিপি আৰু গাঁও প্ৰধান উপস্থিত থাকে। আৰক্ষীয়ে এই সন্দৰ্ভত অধিক অনুসন্ধান অব্যাহত ৰাখিছে।
- তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত সোকানগুৰি নগাঁওত ডুমডুমা আৰু মাকুম থানাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই সন্দেহযুক্ত ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে চৈত্যন্দ্ৰ মৰাণৰ বাসগৃহত এক অভিযান চলায়। অভিযানত আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছৰ লগতে নগদ ১ লাখ ৭৫০ টকা, এখন পালচাৰ ১৫০ মটৰচাইকেল আৰু দুটা মোবাইল ফোন জব্দ কৰে। ইপিনে আৰক্ষীৰ দল উপস্থিত হোৱাৰ খবৰ পাই অভিযুক্ত চৈত্যন্দ্ৰ মৰাণ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে ঘৰ এৰি পলায়ন কৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বাসগৃহত তালাচী চলোৱাৰ সময়ত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ সিং ৰাথৰ, সমজিলা আৰক্ষী অধীক্ষক, মাকুম থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, সহ-উপ পৰিদৰ্শক, ডুমডুমা থানাৰ উপ-পৰিদৰ্শক, স্থানীয় ভিডিপি আৰু গাঁও প্ৰধান উপস্থিত থাকে। আৰক্ষীয়ে এই সন্দৰ্ভত অধিক অনুসন্ধান অব্যাহত ৰাখিছে।2
- সোণাৰিত বুজন পৰিমাণৰ গুলী জব্দ আৰক্ষীৰ।সোণাৰি নামতোলা পথৰ পানীগছ অঞ্চলত আৰক্ষীয়ে তালাচী চলাই ডিমাপুৰৰ পৰা নাগালেণ্ডৰ মনলৈ গৈ থকা এন এল ০৪ চি ৩৫৯৮ নম্বৰৰ এখন বলেৰ বাহনৰ পৰা পইণ্ট ২২ৰ এশ ৰাউণ্ড সজীৱ গুলীৰ লগতে পইণ্ট ৩২ৰ পঞ্চাশ ৰাউণ্ড সজীৱ গুলী জব্দ কৰিছে।এইদৰে অবৈধ ভাবে গুলী সৰবৰাহ কৰা নাগালেণ্ডৰ টিংয়ন কন্যাক নামৰ লোকজনক চৰাইদেউ আৰক্ষীয়ে আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে।1
- ∆ শিৱসাগৰত পৰ্য্যাপ্ত বৰষুণ নোহোৱাৰ বাবে আশাকৰা ধৰণে সৰিয়হ উৎপাদন নোহোৱাত মুৰে কপালে হাত দিছে কৃষকে ৷ আনহাত বীমা কোম্পানী আৰু কৃষি বিভাগৰ কপকাটিং কিমান নিৰপেক্ষ, তাক লৈও সন্দেহ প্ৰকাশ ৰাইজৰ ৷ উল্লেখ যে, শিৱসাগৰ জিলা কৃষি বিভাগৰ অধীনৰ দিচাংমুখ, দিখৌমুখ আৰু দিহিংমুখৰ একাংশ কৃষকে দীৰ্ঘদিন ধৰি সৰিয়হ খেতি কৰি আহিছে ৷ এই সৰিয়হ খেতিৰ আলম লৈ জিলাখনত গঢ়ি উঠিছে কেইবাখনো মিঠাতেল পেৰা সমবায় সমিতি ৷ কিন্তু এইবাৰ পৰ্য্যাপ্ত বৰষুণ নোহোৱাৰ বাবে কৃষকৰ আশাকৰাধৰণে উৎপাদন নহ’ল সৰিয়হ ৷ ধাৰ ঋণেৰে খেতি কৰা কৃষকৰ খেতিত খৰছ কৰা ধনকেইটাও নোলাই উৎপাদিত সৰিয়হ বিক্ৰী কৰি ৷ যাৰ বাবে সৰিয়হ খেতিত জড়িত কৃষকে মুৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে ৷ ইফালে শিৱসাগৰ জিলা কৃষি বিভাগ আৰু সৰিয়হ খেতিৰ ফচল বীমা কোম্পানীয়ে যৌথভাৱে জিলাখনত পৰ্য্যাপ্ত সৰিয়হ উৎপাদন হৈছে নে নাই পৰীক্ষা কৰিবৰ বাবে কপকাটিং কৰিছে যদিও এই কপকাটিং কিমান নিৰপেক্ষ হ’ব তাকে লৈও ৰাইজৰ মাজত সন্দেহ উপজিছে ৷ কিয়নো কপকাটিংত সৰিয়হ উৎপাদন কম হ’লে ফচল বীমা কোম্পানীয়ে কৃষকক কোটি কোটি টকাৰ বীমাৰ ধন দিব লাগিব আৰু যদি এই বছৰৰ সৰিয়হ উৎপাদন সম-সাময়িকভাৱে হয়, তেনেহ’লে বীমা কোম্পানীয়ে কৃষকক ধন দিবলগীয়া নহয় ৷ তেনেক্ষেত্ৰত কৃষি বিভাগৰ কৰ্মচাৰীক মেনেজ কৰি কোটি টকা লোকচান হোৱাৰ পৰা বাচিবলৈ কোম্পানীয়ে চেষ্টা যে নকৰিব তাৰ কি নিশ্চয়তা আছে , সেইবাবে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত শিৱসাগৰীয়া কৃষকে এতিয়া কৃষিমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে ৷৷2
- জন-আৰ্শীবাদ যাত্ৰাত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ বাবে বাধ্য কৰোৱাঃ আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া।1
- বিজনী বিধানসভা সমষ্টিত বিধায়ক অজয় ৰায়ৰ পৰিবৰ্তে এইবাৰ যুৱনেতা অৰূপ কুমাৰ দেক বিচাৰিছে সমষ্টিৰ ৰাইজে1
- Post by Sek Asik1
- আগন্তক বিধান সভাৰ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি ৰাজনৈতিক দল সমূহৰ l পিচ পৰি ৰোৱা নাই গোলাঘাটত কংগ্ৰেছ দলো l গোলাঘাট বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ পাৰ্থী তথা অসম প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিতোপন শইকীয়াই মঙ্গলবাৰে সমষ্টিৰ বিভিন্ন স্থানত গৈ ৰাইজৰ লগত মত বিনিময় কৰে l লগতে ভাল বেয়া সকলো সময়ত কংগ্ৰেছ দলৰ লগ নেৰা ৰাইজক ধন্যবাদ জ্ঞাপন কৰে বিতোপন শইকীয়াই।1
- তিনিচুকীয়া জিলাৰ পেঙেৰীত ভয়ংকৰ পথ দুৰ্ঘটনা পেঙেৰী চাৰিআলিৰ পৰা মাত্ৰ ৩০০ মিটাৰ নিলগত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা দুৰ্ঘটনাত আহত কাজিৰঙা চাহ ফেক্টৰীৰ পৰিচালক অশোক দে সহ আন তিনিজন ডাম্পাৰ আৰু ব্যক্তিগত বাহনৰ মাজত হয় মুখামুখি সংঘৰ্ষ মুখামুখি সংঘৰ্ষত ব্যক্তিগত বাহনক ডাম্পাৰে প্ৰায় ৫০ মিটাৰ দুৰত্বৰ লৈকে মহতিয়াই নি পেলাই দিয়ে দহ খাৱৈত। ডাম্পাৰ খনে অসম মালা পথ নিৰ্মাণৰ বাবে মাটি কঢ়িয়াই আনিছিল অভিযোগ অনুসৰি সুৰামত্ত অৱস্থাত আছিল ডাম্পাৰ চালক ঘটনাৰ সংঘটিত কৰা পিছতেই ডাম্পাৰ চালক পলায়ন আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ ইতিমধ্যেই আঘাতপ্ৰাপ্ত লোক সকলক উদ্ধাৰ কৰি চিকিৎসালৈ প্ৰেৰণ কৰে1