Shuru
Apke Nagar Ki App…
বদরপুর থেকে প্রায় ৫০ লক্ষ টাকার মাদক বাজেয়াপ্ত করল পুলিশ,গ্রেফতার-২
BAHAR UDDIN LASKAR
বদরপুর থেকে প্রায় ৫০ লক্ষ টাকার মাদক বাজেয়াপ্ত করল পুলিশ,গ্রেফতার-২
More news from অসম and nearby areas
- প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ1
- গুৱাহাটীত বানপানীৰ বাবে ৩ টা মৃতদেহ উদ্ধাৰ, খাওকোছি অঞ্চলৰ বাহিনী নদীৰ পানীত এটা, আনটো পামোহীত আৰু তৃতীয়টো মৃতদেহ জ্যোতিকোছি মৰাভৰলু নদীত উটি যোৱা অৱস্থাত উদ্ধাৰ হয়। ৰাইজ আৰু প্ৰশাসনে কয় যে ১৯ তাৰিখে গুৱাহাটীত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বান সদৃশ পৰিস্থিতিত এই তিনিওজনৰ মৃত্যু হ’ব পাৰে। এজনৰ নাম আখতাৰ আলী আৰু আনটো মৃতদেহ মাৰ্ধুজা ৰাভা বুলি চিনাক্ত কৰা হৈছে। পামোহিত উদ্ধাৰ হোৱা মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই। #newsreport1
- মৈৰাবাৰীত উচ্ছেদ! ২৩ বছৰৰ অন্তত উচ্চতম ন্যায়ালয়ৰ ৰায়ত ভুক্তভোগীৰ ন্যায় লাভ। Voice: দক্ষিণ মৈৰাবাৰী অঞ্চলত আজি এক উচ্ছেদ অভিযান চলোৱা হয়, য’ত ২৩ বছৰৰ দীঘলীয়া আইনী সংগ্ৰামৰ অন্তত ভুক্তভোগীয়ে ন্যায় লাভ কৰিবলৈ সক্ষম হয়। প্ৰায় ২৩ বছৰ পূৰ্বে ৪ বিঘা ১ কঠা ১৪ লোচা মাটি আবুল হাই নামৰ এজন ব্যক্তিৰ হাতত বিক্ৰী কৰা হৈছিল। কিন্তু , উক্ত মাটিৰ ওপৰিও বলপূৰ্বকভাৱে অধিক ১ বিঘা ১৩ লোচা মাটি তেওঁ দখল কৰি ৰাখিছিল। এই বিষয়টো লৈ ভুক্তভোগী চৌধুৰী পৰিয়ালে প্ৰথমে জিলা আদালতত গোচৰ ৰুজু কৰে। তাৰ পিছত উচ্চ ন্যায়ালয় আৰু অৱশেষত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হয়। দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত উচ্চতম ন্যায়ালয়ে ভুক্তভোগীৰ পক্ষত ৰায়দান কৰে। উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশ অনুসৰি আজি প্ৰশাসনে দখল কৰা মাটিত থকা অবৈধ বাসগৃহত উচ্ছেদ অভিযান চলায় আৰু দখলমুক্ত কৰে। মৈৰাবাৰী অঞ্চলত এইটো প্ৰথম উচ্ছেদ অভিযান বুলি জনা গৈছে। ইফালে, দীঘলীয়া সময়ৰ পিছত ন্যায় লাভ কৰাত ভুক্তভোগী চৌধুৰী পৰিয়ালে সন্তোষ প্ৰকাশ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ক কৃতজ্ঞতা জ্ঞাপন কৰে।1
- yvitckirbkifvk3
- Post by Prime Time National1
- Post by Shahidul Islam1
- প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ। নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই ৰক্তদান কৰাৰ উপৰিও বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৰক্তদান শিবিৰত #DSL Live #Asom news1
- Post by Prime Time National1
- শিঙৰী চাহ বাগিছাৰ বেলশিৰি লাইনত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড পূজা1