logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধুবুৰী জিলাৰ গৌৰীপুৰৰ মধুশৌলমাৰী অঞ্চলত দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দুই সাংবাদিক ক্ৰমে অপিয়ল হক আৰু নুৰ হুছেইনক দুৰ্বৃত্তই আক্ৰমণ তথা অপদস্থ কৰা ঘটনাক তীব্ৰ গৰিহণা জনাইছে সদৌ অসম সাংবাদিক মঞ্চই। শনিবাৰে সংঘটিত হোৱা এই আক্ৰমণ আৰু অপদস্থৰ ঘটনাক ধিক্কাৰ জনাই মঞ্চৰ সভাপতি ছেলিম সেখে দোষী দুৰ্বৃত্তক অতি সোনকালে চিনাক্ত কৰি কৰায়ত্ত কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।

12 hrs ago
user_North East Bulletin
North East Bulletin
Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
12 hrs ago

ধুবুৰী জিলাৰ গৌৰীপুৰৰ মধুশৌলমাৰী অঞ্চলত দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দুই সাংবাদিক ক্ৰমে অপিয়ল হক আৰু নুৰ হুছেইনক দুৰ্বৃত্তই আক্ৰমণ তথা অপদস্থ কৰা ঘটনাক তীব্ৰ গৰিহণা জনাইছে সদৌ অসম সাংবাদিক মঞ্চই। শনিবাৰে সংঘটিত হোৱা এই আক্ৰমণ আৰু অপদস্থৰ ঘটনাক ধিক্কাৰ জনাই মঞ্চৰ সভাপতি ছেলিম সেখে দোষী দুৰ্বৃত্তক অতি সোনকালে চিনাক্ত কৰি কৰায়ত্ত কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।

More news from Assam and nearby areas
  • ধুবুৰীত এক ঐতিহাসিক অট্টালিকা কেনেকৈ খহি পৰিল, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আজিকালি মাটি দুৰ্বল হৈ থকাৰ বাবেই এই ঐতিহাসিক বিল্ডিংখন খহি পৰা বুলি উদ্বেগ প্ৰকাশ কৰা হৈছে।
    1
    ধুবুৰীত এক ঐতিহাসিক অট্টালিকা কেনেকৈ খহি পৰিল, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আজিকালি মাটি দুৰ্বল হৈ থকাৰ বাবেই এই ঐতিহাসিক বিল্ডিংখন খহি পৰা বুলি উদ্বেগ প্ৰকাশ কৰা হৈছে।
    user_ሃዐሁፕሁጌቿጋልሃ
    ሃዐሁፕሁጌቿጋልሃ
    General Contractor Dhubri, Assam•
    2 hrs ago
  • ধুবুৰী জিলাৰ গৌৰীপুৰৰ মধুশৌলমাৰী অঞ্চলত দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দুই সাংবাদিক ক্ৰমে অপিয়ল হক আৰু নুৰ হুছেইনক দুৰ্বৃত্তই আক্ৰমণ তথা অপদস্থ কৰা ঘটনাক তীব্ৰ গৰিহণা জনাইছে সদৌ অসম সাংবাদিক মঞ্চই। শনিবাৰে সংঘটিত হোৱা এই আক্ৰমণ আৰু অপদস্থৰ ঘটনাক ধিক্কাৰ জনাই মঞ্চৰ সভাপতি ছেলিম সেখে দোষী দুৰ্বৃত্তক অতি সোনকালে চিনাক্ত কৰি কৰায়ত্ত কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।
    1
    ধুবুৰী জিলাৰ গৌৰীপুৰৰ মধুশৌলমাৰী অঞ্চলত দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দুই সাংবাদিক ক্ৰমে অপিয়ল হক আৰু নুৰ হুছেইনক দুৰ্বৃত্তই আক্ৰমণ তথা অপদস্থ কৰা ঘটনাক তীব্ৰ গৰিহণা জনাইছে সদৌ অসম সাংবাদিক মঞ্চই। শনিবাৰে সংঘটিত হোৱা এই আক্ৰমণ আৰু অপদস্থৰ ঘটনাক ধিক্কাৰ জনাই মঞ্চৰ সভাপতি ছেলিম সেখে দোষী দুৰ্বৃত্তক অতি সোনকালে চিনাক্ত কৰি কৰায়ত্ত কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
    12 hrs ago
  • চিৰাং জিলাৰ ৩নং ওদালগুৰিৰ নুৰে জামে মছজিদৰ উন্নতিকল্পে মধুৰ সুৰত মিলাদ অনুষ্ঠিত কৰা হৈছে। এই মছজিদ ভাগৰ উন্নয়নৰ বাবেই অতি মধুৰ সুৰেৰে মিলাদ পাঠ কৰা হৈছে।
    1
    চিৰাং জিলাৰ ৩নং ওদালগুৰিৰ নুৰে জামে মছজিদৰ উন্নতিকল্পে মধুৰ সুৰত মিলাদ অনুষ্ঠিত কৰা হৈছে। এই মছজিদ ভাগৰ উন্নয়নৰ বাবেই অতি মধুৰ সুৰেৰে মিলাদ পাঠ কৰা হৈছে।
    user_Odalguritv viral
    Odalguritv viral
    চিডলি (পিটি), চিৰাং, অসম•
    3 hrs ago
  • ড্ৰাগছমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে অসম আৰক্ষীয়ে চলাই অহা অভিযানৰ অংশস্বৰূপ ১২ জুলাই তাৰিখে বঙাইগাঁও আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰে। বঙাইগাঁৱৰ বীৰঝোৰা চাহ বাগিচাত সম্পূৰ্ণ স্বচ্ছতা আৰু পাৰিপাৰ্শ্বিক নীতি-নিয়ম মানি চলি প্ৰায় ৬.৬৩ কোটি টকা বজাৰ মূল্যৰ জব্দকৃত ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰৱ্য জুইত পুৰি সফলতাৰে বিনষ্ট কৰা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নষ্ট কৰা ড্ৰাগছখিনিৰ সৰ্বমুঠ বজাৰ মূল্য আছিল ৬,৬৩,৩৫,৪৫০ টকা। ইয়াৰ ভিতৰত ৫,১৩,৫৪,৬৫০ টকা মূল্যৰ ১০২৭.০৯৩ কিলোগ্ৰাম গাঞ্জা, ৫৮,৯১,৮০০ টকা মূল্যৰ ২৯৪.৫৯ গ্ৰাম হেৰোইন, ২৫,৩৫,০০০ টকা মূল্যৰ ৫০৭০ টা টেবলেট, ৬৫,৪২,০০০ টকা মূল্যৰ ১৩.০৮৪ কিলোগ্ৰাম কানি (Opium) আৰু ১২,০০০ টকা মূল্যৰ ২৪ টা কেপচুল বিনষ্ট কৰা হয়। এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মাহাত্তা, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) জয়ন্ত বৰুৱা, উপ-আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। তেওঁলোকৰ লগতে ড্ৰাগছ নিষ্কাশন সমিতি, প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, গাওঁ প্ৰতিৰক্ষা বাহিনী, নাগৰিক সমিতি আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এই সামগ্ৰীসমূহ ধ্বংস কৰা হয়। আৰক্ষীৰ এই পদক্ষেপে অঞ্চলটোৰ ড্ৰাগছ সৰবৰাহকাৰী আৰু মাফিয়াসকলৰ প্ৰতি এক কঠোৰ সকীয়নি প্ৰদান কৰিছে।
    1
    ড্ৰাগছমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে অসম আৰক্ষীয়ে চলাই অহা অভিযানৰ অংশস্বৰূপ ১২ জুলাই তাৰিখে বঙাইগাঁও আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰে। বঙাইগাঁৱৰ বীৰঝোৰা চাহ বাগিচাত সম্পূৰ্ণ স্বচ্ছতা আৰু পাৰিপাৰ্শ্বিক নীতি-নিয়ম মানি চলি প্ৰায় ৬.৬৩ কোটি টকা বজাৰ মূল্যৰ জব্দকৃত ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰৱ্য জুইত পুৰি সফলতাৰে বিনষ্ট কৰা হয়।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নষ্ট কৰা ড্ৰাগছখিনিৰ সৰ্বমুঠ বজাৰ মূল্য আছিল ৬,৬৩,৩৫,৪৫০ টকা। ইয়াৰ ভিতৰত ৫,১৩,৫৪,৬৫০ টকা মূল্যৰ ১০২৭.০৯৩ কিলোগ্ৰাম গাঞ্জা, ৫৮,৯১,৮০০ টকা মূল্যৰ ২৯৪.৫৯ গ্ৰাম হেৰোইন, ২৫,৩৫,০০০ টকা মূল্যৰ ৫০৭০ টা টেবলেট, ৬৫,৪২,০০০ টকা মূল্যৰ ১৩.০৮৪ কিলোগ্ৰাম কানি (Opium) আৰু ১২,০০০ টকা মূল্যৰ ২৪ টা কেপচুল বিনষ্ট কৰা হয়।

এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মাহাত্তা, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) জয়ন্ত বৰুৱা, উপ-আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। তেওঁলোকৰ লগতে ড্ৰাগছ নিষ্কাশন সমিতি, প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, গাওঁ প্ৰতিৰক্ষা বাহিনী, নাগৰিক সমিতি আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এই সামগ্ৰীসমূহ ধ্বংস কৰা হয়। আৰক্ষীৰ এই পদক্ষেপে অঞ্চলটোৰ ড্ৰাগছ সৰবৰাহকাৰী আৰু মাফিয়াসকলৰ প্ৰতি এক কঠোৰ সকীয়নি প্ৰদান কৰিছে।
    user_Breaking Bongaigaon
    Breaking Bongaigaon
    Local News Reporter Bongaigaon (Pt), Assam•
    22 hrs ago
  • বঙাইগাওঁ জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত নিউ পিৰাধৰা হৰিপুৰ ৰাস্তাখন প্ৰায় ৫ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছে। সেয়েহে এই জৰাজীৰ্ণ ৰাস্তাটো মেৰামতি কৰাৰ বাবে আবেদন জনোৱা হৈছে।
    3
    বঙাইগাওঁ জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত নিউ পিৰাধৰা হৰিপুৰ ৰাস্তাখন প্ৰায় ৫ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছে। সেয়েহে এই জৰাজীৰ্ণ ৰাস্তাটো মেৰামতি কৰাৰ বাবে আবেদন জনোৱা হৈছে।
    user_Ahmed
    Ahmed
    শ্ৰীজংগ্ৰাম, বঙাইগাঁও, অসম•
    18 hrs ago
  • বিধানসভাৰ ভিতৰত বিধায়ক অখিল গগৈয়ে আদিত‍্য ৰাভা আৰু প্ৰণৱ দলেৰ মুক্তিৰ দাবী উত্থাপন কৰিছে।
    1
    বিধানসভাৰ ভিতৰত বিধায়ক অখিল গগৈয়ে আদিত‍্য ৰাভা আৰু প্ৰণৱ দলেৰ মুক্তিৰ দাবী উত্থাপন কৰিছে।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    1 hr ago
  • বৰপেটা জিলাৰ হাউলীত নিৰ্মালি দাসৰ কণ্ঠত এটি অসমীয়া গীত পৰিৱেশন কৰা হৈছে।
    1
    বৰপেটা জিলাৰ হাউলীত নিৰ্মালি দাসৰ কণ্ঠত এটি অসমীয়া গীত পৰিৱেশন কৰা হৈছে।
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    19 hrs ago
  • দৌলাশালত মুখ্য মন্ত্ৰীয়ে নিজে ৰোলাৰ চলাই ড্ৰাগছ ধ্বংস কৰিছে। এই ড্ৰাগছসমূহ ধ্বংস কৰিবলৈ মুখ্য মন্ত্ৰীগৰাকীয়ে নিজেই ৰোলাৰখন চলাইছিল।
    1
    দৌলাশালত মুখ্য মন্ত্ৰীয়ে নিজে ৰোলাৰ চলাই ড্ৰাগছ ধ্বংস কৰিছে। এই ড্ৰাগছসমূহ ধ্বংস কৰিবলৈ মুখ্য মন্ত্ৰীগৰাকীয়ে নিজেই ৰোলাৰখন চলাইছিল।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.