logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

গোসাইগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণত বজৰং দলৰ জিলা সংযোজক আহত ।তিনি চাৰিজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণৰ অভিযোগ গোসাইগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণত বজৰং দলৰ জিলা সংযোজক আহত ।তিনি চাৰিজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণৰ অভিযোগ 👍কোকৰাঝাৰ জিলা সংযোজক নাৰায়ন বৈষ্ণৱে নিজ গৃহৰ সন্মুখত এজনৰ সৈতে কথা পাতি থাকোতে তিনি চাৰি জনীয়া দুৰ্বৃত্তৰ দলে তেৱক পিছফালৰ পৰা মূৰত আক্ৰমন কৰেঃ 👍 তেজেৰে লুতুৰি পুতুৰি বৈষ্ণৱক ৰাইজে গোসাইগাঁও আৰ এন বি চিকিৎসালয়ত লৈ যায়ঃ 👍 দিনৰ পোহৰতে বজৰং দলৰ নেতাক আক্ৰমণ কৰাত গোসাইগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে: 👍 দোষীক আটক কৰি কঠোৰ শাস্তিৰ দাবী কৰিছে ভুক্তভোগীয়েঃ

6 hrs ago
user_STAR Live24
STAR Live24
Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
6 hrs ago

গোসাইগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণত বজৰং দলৰ জিলা সংযোজক আহত ।তিনি চাৰিজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণৰ অভিযোগ গোসাইগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণত বজৰং দলৰ জিলা সংযোজক আহত ।তিনি চাৰিজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণৰ অভিযোগ 👍কোকৰাঝাৰ জিলা সংযোজক নাৰায়ন বৈষ্ণৱে নিজ গৃহৰ সন্মুখত এজনৰ সৈতে কথা পাতি থাকোতে তিনি চাৰি জনীয়া দুৰ্বৃত্তৰ দলে তেৱক পিছফালৰ পৰা মূৰত আক্ৰমন কৰেঃ 👍 তেজেৰে লুতুৰি পুতুৰি বৈষ্ণৱক ৰাইজে গোসাইগাঁও আৰ এন বি চিকিৎসালয়ত লৈ যায়ঃ 👍 দিনৰ পোহৰতে বজৰং দলৰ নেতাক আক্ৰমণ কৰাত গোসাইগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে: 👍 দোষীক আটক কৰি কঠোৰ শাস্তিৰ দাবী কৰিছে ভুক্তভোগীয়েঃ

More news from অসম and nearby areas
  • গোসাইগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণত বজৰং দলৰ জিলা সংযোজক আহত ।তিনি চাৰিজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণৰ অভিযোগ 👍কোকৰাঝাৰ জিলা সংযোজক নাৰায়ন বৈষ্ণৱে নিজ গৃহৰ সন্মুখত এজনৰ সৈতে কথা পাতি থাকোতে তিনি চাৰি জনীয়া দুৰ্বৃত্তৰ দলে তেৱক পিছফালৰ পৰা মূৰত আক্ৰমন কৰেঃ 👍 তেজেৰে লুতুৰি পুতুৰি বৈষ্ণৱক ৰাইজে গোসাইগাঁও আৰ এন বি চিকিৎসালয়ত লৈ যায়ঃ 👍 দিনৰ পোহৰতে বজৰং দলৰ নেতাক আক্ৰমণ কৰাত গোসাইগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে: 👍 দোষীক আটক কৰি কঠোৰ শাস্তিৰ দাবী কৰিছে ভুক্তভোগীয়েঃ
    1
    গোসাইগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণত বজৰং দলৰ জিলা সংযোজক আহত ।তিনি চাৰিজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণৰ অভিযোগ
👍কোকৰাঝাৰ  জিলা সংযোজক নাৰায়ন বৈষ্ণৱে নিজ গৃহৰ সন্মুখত এজনৰ সৈতে কথা পাতি থাকোতে তিনি চাৰি জনীয়া দুৰ্বৃত্তৰ দলে তেৱক পিছফালৰ পৰা মূৰত আক্ৰমন কৰেঃ
👍 তেজেৰে লুতুৰি পুতুৰি বৈষ্ণৱক ৰাইজে গোসাইগাঁও আৰ এন বি চিকিৎসালয়ত লৈ যায়ঃ
👍 দিনৰ পোহৰতে বজৰং দলৰ নেতাক আক্ৰমণ কৰাত গোসাইগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে:
👍 দোষীক আটক কৰি কঠোৰ শাস্তিৰ দাবী কৰিছে ভুক্তভোগীয়েঃ
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    6 hrs ago
  • *DHUBRI* *SLUG- DHUBRI CONGRES WORKERS PRESS MEET. ধুবুৰী কংগ্ৰেছৰ জিলা কাৰ্যালয়ত সংবাদমেল। ধুবুৰী জিলা কংগ্ৰেছৰ সভানেত্ৰীৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন কৰি সংবাদমেল অনুষ্ঠিত কৰে কংগ্ৰেছ কৰ্মী সকলে। কংগ্ৰেছ কৰ্মীসকলক নিলম্বন কৰা কাৰ্যক অবৈধ আখ্যা দিয়ে APCC কাৰ্যকৰী সদস্য আবু তাহেৰ আলী বেপাৰীয়ে। প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীক সুৰক্ষা দিয়াৰ দায়িত্ব জিলা কংগ্ৰেছ সভানেত্ৰীৰ । যদি কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে কোনোবাই অভিযোগ দাখিল কৰিলে সেইবোৰ অভিযোগ APCC লৈ প্ৰেৰণ কৰিব লাগে জিলা কংগ্ৰেছ সভানেত্ৰীয়ে । আমি আজিলৈকে কোনো ৰাজনৈতিক দলৰ হৈ কাম কৰা নাই বুলিও মন্তব্য কৰে APCC কাৰ্যকৰী সদস্য আবু তাহেৰ আলী বেপাৰীয়ে। জিলা কংগ্ৰেছৰ প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীক নিলম্বন কৰি নিজেই নেতা হব বুলি ভাবিছে সেইটো কেনেকুৱা কথা বুলিও মন্তব্য কৰে কংগ্ৰেছ কৰ্মী আবু তাহেৰ আলী বেপাৰীয়ে। নিলম্বন প্ৰত্যাহাৰ কৰাৰ পিছতে আজিৰ সংবাদমেল যোগে APCC সভাপতি গৌৰৱ গগৈ, ধুবুৰীৰ সাংসদ ৰখিবুল হুছেইনক ধন্যবাদ জ্ঞাপন কৰে নিলম্বন প্ৰত্যাহাৰ হোৱা কংগ্ৰেছৰ কৰ্মী সকলে।
    1
    *DHUBRI*
*SLUG- DHUBRI CONGRES WORKERS PRESS MEET.
ধুবুৰী কংগ্ৰেছৰ জিলা কাৰ্যালয়ত সংবাদমেল।
ধুবুৰী জিলা কংগ্ৰেছৰ সভানেত্ৰীৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন কৰি সংবাদমেল অনুষ্ঠিত কৰে কংগ্ৰেছ কৰ্মী সকলে।
কংগ্ৰেছ কৰ্মীসকলক নিলম্বন কৰা কাৰ্যক অবৈধ আখ্যা দিয়ে APCC কাৰ্যকৰী সদস্য আবু তাহেৰ আলী বেপাৰীয়ে।
প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীক সুৰক্ষা দিয়াৰ দায়িত্ব জিলা কংগ্ৰেছ সভানেত্ৰীৰ ।
যদি কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে কোনোবাই অভিযোগ দাখিল কৰিলে সেইবোৰ অভিযোগ APCC লৈ প্ৰেৰণ কৰিব লাগে জিলা কংগ্ৰেছ সভানেত্ৰীয়ে ।
আমি আজিলৈকে কোনো ৰাজনৈতিক দলৰ হৈ কাম কৰা নাই বুলিও মন্তব্য কৰে APCC কাৰ্যকৰী সদস্য আবু তাহেৰ আলী বেপাৰীয়ে।
জিলা কংগ্ৰেছৰ প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীক নিলম্বন কৰি নিজেই নেতা হব বুলি ভাবিছে সেইটো কেনেকুৱা কথা বুলিও মন্তব্য কৰে কংগ্ৰেছ কৰ্মী আবু তাহেৰ আলী বেপাৰীয়ে।
নিলম্বন প্ৰত্যাহাৰ কৰাৰ পিছতে আজিৰ সংবাদমেল যোগে APCC সভাপতি গৌৰৱ গগৈ, ধুবুৰীৰ সাংসদ ৰখিবুল হুছেইনক ধন্যবাদ জ্ঞাপন কৰে নিলম্বন প্ৰত্যাহাৰ হোৱা কংগ্ৰেছৰ কৰ্মী সকলে।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    13 hrs ago
  • আজি কালি আমাৰ গাওঁ অঞ্চলত মোবাইল গেম খেলি পৰা শুনা শেষ কৰিলে। এই ফিৰিফেয়াৰ গেম খেলি সময় নষ্ট কৰিব ধৰিছে
    1
    আজি কালি আমাৰ গাওঁ অঞ্চলত 
মোবাইল গেম খেলি পৰা শুনা শেষ কৰিলে। এই ফিৰিফেয়াৰ গেম খেলি সময় নষ্ট কৰিব ধৰিছে
    user_Geramari pt 2
    Geramari pt 2
    আঠানি, ধুবুৰী, অসম•
    18 hrs ago
  • hi
    1
    hi
    user_Biswajit kr sutradhaar
    Biswajit kr sutradhaar
    চামাণ্ডা, পূব গাৰো পাহাৰ, মেঘালয়•
    18 hrs ago
  • বৰপেটা জিলাৰ কলগাছিয়াস্থিত আজমল ছুপাৰ ৪০ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত ফলাফল প্ৰদৰ্শন কৰি সমগ্ৰ অঞ্চলটোত আনন্দৰ বতৰা বিয়পাইছে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে দেখুওৱা এই সফলতা কেৱল ব্যক্তিগত কৃতিত্ব নহয়, ই শিক্ষানুষ্ঠানখনৰ মানদণ্ড, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অক্লান্ত পৰিশ্ৰম আৰু অভিভাৱকসকলৰ সহযোগিতাৰো এক সুন্দৰ প্ৰতিফলন। এইবাৰৰ ফলাফলত শুহানা পাৰবীন 90.4% (452 ) সৰ্বোচ্চ ৯০.৪ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ শীৰ্ষস্থান দখল কৰে। তেওঁৰ এই অসাধাৰণ সফলতাই সহপাঠীসকলক অনুপ্ৰাণিত কৰাৰ লগতে বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধি কৰিছে। তেখেতৰ পিছতে মুনছেৰ আলী 90.2% (451) শতাংশ নম্বৰ লাভ কৰি দ্বিতীয় স্থানত থাকে। একেদৰে জাইদ ইকবাল 89.8% ( 449 ) নম্বৰ লাভ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও বিদ্যালয়খনৰ আন কেইবাজনো মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উল্লেখযোগ্য ফলাফল প্ৰদৰ্শন কৰে। ৰবীয়াল আলী 89.8% (449) শতাংশ নম্বৰ লাভ কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰে। ওয়াজকুৰুণী 89.6% (448) আৰু জয় হাজৰিকা 89.0% (445) নাইমা নাছৰীন 89.0% (445) ৰুহুল আমিন 88.8% (444) মুছকান আফিয়া খানম 88.2% (441) হাবিবা ফাৰজানা আহমেদ 87.8% (439) জাবিৰ হুছেইন খান 87.4% (437) আঞ্জুম শবনম 87.0% (435) মেহেৰুল ইছলাম 86.4% (432) সৌৰভ দাস 86.4% (432) নুৰ জান্নাত আহমেদ 86.2% (431) লিটন মণ্ডল 86.0% (430) সাকিব আক্তাৰ আহমেদ ( 85.4)শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধি কৰে। বিদ্যালয়খনৰ অধ্যক্ষই কয় যে এই সফলতা আচলতে ছাত্ৰ-ছাত্ৰীৰ কঠোৰ অধ্যৱসায়, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিৰন্তৰ দিহা-নির্দেশনা আৰু অভিভাৱকসকলৰ সহযোগিতাৰ ফল। তেওঁ সকলো উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে আগন্তুক দিনত অধিক উন্নত ফলাফল লাভ কৰাৰ বাবে উৎসাহ দিয়ে। স্থানীয় ৰাইজ আৰু শুভাকাংক্ষীসকলে বিদ্যালয়খনৰ এই সাফল্যক উষ্ম আদৰণি জনাইছে। তেওঁলোকে আশা প্ৰকাশ কৰিছে যে আগন্তুক সময়তো বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে একেধৰণে সফলতাৰ ধাৰা অব্যাহত ৰাখিব আৰু অঞ্চলটোৰ নাম উজলাই ৰাখিব। এই সফল ফলাফল কেৱল এখন বিদ্যালয়ৰ জয়গান নহয়, ই সমগ্ৰ কলগাছিয়া অঞ্চলৰ শিক্ষাক্ষেত্ৰৰ উন্নতিৰ এক স্পষ্ট নিদৰ্শন বুলি বিবেচিত হৈছে।
    1
    বৰপেটা জিলাৰ কলগাছিয়াস্থিত আজমল ছুপাৰ ৪০ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত ফলাফল প্ৰদৰ্শন কৰি সমগ্ৰ অঞ্চলটোত আনন্দৰ বতৰা বিয়পাইছে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে দেখুওৱা এই সফলতা কেৱল ব্যক্তিগত কৃতিত্ব নহয়, ই শিক্ষানুষ্ঠানখনৰ মানদণ্ড, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অক্লান্ত পৰিশ্ৰম আৰু অভিভাৱকসকলৰ সহযোগিতাৰো এক সুন্দৰ প্ৰতিফলন।
এইবাৰৰ ফলাফলত শুহানা পাৰবীন 90.4% (452 ) 
সৰ্বোচ্চ ৯০.৪ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ শীৰ্ষস্থান দখল কৰে। তেওঁৰ এই অসাধাৰণ সফলতাই সহপাঠীসকলক অনুপ্ৰাণিত কৰাৰ লগতে বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধি কৰিছে। তেখেতৰ পিছতে 
মুনছেৰ আলী 90.2% (451)
শতাংশ নম্বৰ লাভ কৰি দ্বিতীয় স্থানত থাকে। একেদৰে জাইদ ইকবাল  89.8% ( 449 )
নম্বৰ লাভ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে।
ইয়াৰ উপৰিও বিদ্যালয়খনৰ আন কেইবাজনো মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উল্লেখযোগ্য ফলাফল প্ৰদৰ্শন কৰে। ৰবীয়াল আলী  89.8% (449) শতাংশ নম্বৰ লাভ কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰে। ওয়াজকুৰুণী  89.6%  (448)  আৰু জয় হাজৰিকা    89.0%  (445) 
নাইমা নাছৰীন    89.0%  (445)
ৰুহুল আমিন   88.8% (444)
মুছকান আফিয়া খানম   88.2%  (441)
হাবিবা ফাৰজানা আহমেদ   87.8% (439)
জাবিৰ হুছেইন খান    87.4%  (437) 
আঞ্জুম শবনম   87.0%  (435)
মেহেৰুল ইছলাম   86.4% (432) 
সৌৰভ দাস    86.4% (432)
নুৰ জান্নাত আহমেদ    86.2% (431)
লিটন মণ্ডল       86.0% (430)
সাকিব আক্তাৰ আহমেদ    ( 85.4)শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধি কৰে।
বিদ্যালয়খনৰ অধ্যক্ষই কয় যে এই সফলতা আচলতে ছাত্ৰ-ছাত্ৰীৰ কঠোৰ অধ্যৱসায়, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিৰন্তৰ দিহা-নির্দেশনা আৰু অভিভাৱকসকলৰ সহযোগিতাৰ ফল। তেওঁ সকলো উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে আগন্তুক দিনত অধিক উন্নত ফলাফল লাভ কৰাৰ বাবে উৎসাহ দিয়ে।
স্থানীয় ৰাইজ আৰু শুভাকাংক্ষীসকলে বিদ্যালয়খনৰ এই সাফল্যক উষ্ম আদৰণি জনাইছে। তেওঁলোকে আশা প্ৰকাশ কৰিছে যে আগন্তুক সময়তো বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে একেধৰণে সফলতাৰ ধাৰা অব্যাহত ৰাখিব আৰু অঞ্চলটোৰ নাম উজলাই ৰাখিব।
এই সফল ফলাফল কেৱল এখন বিদ্যালয়ৰ জয়গান নহয়, ই সমগ্ৰ কলগাছিয়া অঞ্চলৰ শিক্ষাক্ষেত্ৰৰ উন্নতিৰ এক স্পষ্ট নিদৰ্শন বুলি বিবেচিত হৈছে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    7 hrs ago
  • Post by Arshad Ali
    1
    Post by Arshad Ali
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    2 hrs ago
  • ⭕চিকিৎসক হৈ বিনামূলীয়াকৈ চিকিৎসা কৰাৰ সপোন বৰপেটাৰ নলীগাওঁৰ ছালমা আখতাৰাৰ। ⭕ HS পৰীক্ষাত ৮৬.২ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ছালমা আখতাৰা।
    1
    ⭕চিকিৎসক হৈ বিনামূলীয়াকৈ চিকিৎসা কৰাৰ সপোন বৰপেটাৰ নলীগাওঁৰ ছালমা আখতাৰাৰ।
⭕ HS পৰীক্ষাত ৮৬.২ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ছালমা আখতাৰা।
    user_Kayakuchi Express
    Kayakuchi Express
    Media house বৰপেটা, বৰপেটা, অসম•
    12 hrs ago
  • ধুবুৰী জিলাৰ ফুলবাৰী গাঁৱত অৱস্থিত হৈ বাংলাদেশী কৈছিল ফলিমাৰী গাওঁ পঞ্চায়তৰ অন্তর্গত কুন্তীৰচৰ যে বাংলাদেশ নহায় সেয়া ধুবুৰী জিলা প্রশাসনে অৱগত। কিন্তু এইজন ব্যক্তিয়ে কুন্তীৰচৰক বাংলাদেশ বুলি পৰিচয় দিয়া ধুবুৰী প্ৰশাসনক অপমান কৰিছে নে নাই।
    1
    ধুবুৰী জিলাৰ ফুলবাৰী গাঁৱত অৱস্থিত হৈ বাংলাদেশী কৈছিল 
ফলিমাৰী গাওঁ পঞ্চায়তৰ অন্তর্গত কুন্তীৰচৰ যে বাংলাদেশ নহায় সেয়া ধুবুৰী জিলা প্রশাসনে অৱগত। কিন্তু এইজন ব্যক্তিয়ে কুন্তীৰচৰক বাংলাদেশ বুলি পৰিচয় দিয়া ধুবুৰী প্ৰশাসনক অপমান কৰিছে নে নাই।
    user_Geramari pt 2
    Geramari pt 2
    আঠানি, ধুবুৰী, অসম•
    19 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.