Shuru
Apke Nagar Ki App…
ৰূপহীহাটৰ লাওখোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাকী বাহনৰ খুন্দাত মৃত্যু দুই যুৱকৰ। উত্তেজিত জনতাই পথ অৱৰোধ কৰি সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। তীব্ৰবেগী অচিনাকী বাহনে খুন্দিয়াই পলায়ণ কৰে ঘটনাস্থলীৰ পৰা। তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত নিহত ৰূপজ্যোতি দাস আৰু বিট্টো মণ্ডল নামৰ দুই বাইক আৰোহী। দুৰ্ঘটনাত নিহত দ্বয়ৰ ঘৰ লাওখোৱাত বুলি জানিব পৰা গৈছে। আমবাগানৰ পৰা লাওখোৱা অভিমুখে আহি থকা মটৰ চাইকেলক খুন্দিওৱাৰ ফলত দুই যুঁৱকৰ মৃত্যু হয়। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
AM News 24

More news from অসম and nearby areas
- নগাঁৱৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ ৷ গছ উভালি বিদ্যুৎ যোগান ব্যাহত....... নগাঁও কঠীয়াতলীৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ ৷ ধুমুহাৰ ফলত কঠিয়াতলীত কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতি ৷বেঙেনাআটিত ধুমুহাইউৰুৱাই নিলে ই ৰিক্সা। বতাহ বৰষুণৰ ফলত কথমপি শিশু সহ কেইবাজনো লোকৰ ৷ হঠাৎ অহা ধুমুহা বৰষুণত বহু লোকৰ টিনপাত উৰি যোৱাৰ লগতে গছ উভালি বিদ্যুৎ যোগান ব্যাহত হয় ৷1
- মৰিগাঁও সাংবাদিক সমাজে অহা ১৪ মে'ত চহৰত দিনজোৰা বসন্ত উৎসৱৰ আয়োজন কৰিছে। আছুৰ সভাপতি উৎপল শৰ্মাই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব, য'ত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰাই গীত পৰিৱেশন কৰিব। এই অনুষ্ঠানত সকলো স্তৰৰ ৰাইজক অংশগ্ৰহণ কৰিবলৈ উদযাপন সমিতিয়ে আহ্বান জনাইছে।1
- হোজাইত এজন বাইক আৰোহী পথৰ কুকুৰৰ আক্ৰমণৰ বলি হয়। কুকুৰে হঠাতে আক্ৰমণ কৰি কামোৰাত লোকজন সহায় বিচাৰি চিঞৰিছিল আৰু স্থানীয় লোকে তেওঁক উদ্ধাৰ কৰে। ইয়াৰ ফলত অঘৰী কুকুৰ নিয়ন্ত্ৰণৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে।1
- মৰিগাঁও জিলাৰ বাখৰবড়ীত অহা ১ জেঠ শনিবাৰে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। স্থানীয় লোকসকলক এই অনুষ্ঠানলৈ সাদৰে নিমন্ত্ৰণ জনোৱা হৈছে।1
- শোণিতপুৰ জিলাৰ ছিঙৰী আৰক্ষী চকী এলেকাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাৰ ফলত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।1
- হোজাইয়ে অনুষ্ঠিত হলো এক বৃহৎ কুইজ প্রতিযোগিতা। #janjulive1
- ৰূপহীহাটৰ লাওখোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাকী বাহনৰ খুন্দাত মৃত্যু দুই যুৱকৰ। উত্তেজিত জনতাই পথ অৱৰোধ কৰি সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। তীব্ৰবেগী অচিনাকী বাহনে খুন্দিয়াই পলায়ণ কৰে ঘটনাস্থলীৰ পৰা। তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত নিহত ৰূপজ্যোতি দাস আৰু বিট্টো মণ্ডল নামৰ দুই বাইক আৰোহী। দুৰ্ঘটনাত নিহত দ্বয়ৰ ঘৰ লাওখোৱাত বুলি জানিব পৰা গৈছে। আমবাগানৰ পৰা লাওখোৱা অভিমুখে আহি থকা মটৰ চাইকেলক খুন্দিওৱাৰ ফলত দুই যুঁৱকৰ মৃত্যু হয়। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে।1
- নগাঁও কঠীয়াতলীৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ ৷ ধুমুহাইউৰুৱাই নিলে ই ৰিক্সা নগাঁও কঠীয়াতলীৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ ৷ ধুমুহাৰ ফলত কঠিয়াতলীত কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতি ৷বেঙেনাআটিত ধুমুহাইউৰুৱাই নিলে ই ৰিক্সা। বতাহ বৰষুণৰ ফলত কথমপি শিশু সহ কেইবাজনো লোকৰ ৷ হঠাৎ অহা ধুমুহা বৰষুণত বহু লোকৰ টিনপাত উৰি যোৱাৰ লগতে গছ উভালি বিদ্যুৎ যোগান ব্যাহত হয় ৷1
- এয়াৰটেলে গ্ৰাহকৰ বাবে ১০০ টকাৰ তলত তিনিটা নতুন ধামাকা প্লেন মুকলি কৰিছে, যাৰ ভিতৰত মাত্ৰ ১১ টকীয়া প্লেনত আনলিমিটেড ডাটা পোৱা যাব। ইউটিউব, ফেচবুক আৰু অনলাইন ক্লাছ ব্যৱহাৰ কৰাসকলৰ বাবে এই অফাৰ বিশেষভাৱে লাভজনক হ'ব। সীমিত সময়ৰ এই অফাৰ এতিয়াই আপোনাৰ এয়াৰটেল ছিমত পৰীক্ষা কৰক।1