Shuru
Apke Nagar Ki App…
হোজাইয়ে অনুষ্ঠিত হলো এক বৃহৎ কুইজ প্রতিযোগিতা। #janjulive
JANJU LIVE
হোজাইয়ে অনুষ্ঠিত হলো এক বৃহৎ কুইজ প্রতিযোগিতা। #janjulive
More news from অসম and nearby areas
- হোজাইয়ে অনুষ্ঠিত হলো এক বৃহৎ কুইজ প্রতিযোগিতা। #janjulive1
- চাওকচোন কেনেকৈ এজন মানুহে স্প্লেণ্ডাৰ প্লাছ বাইক চলাই আছে আৰু হঠাতে কুকুৰে আক্ৰমণ কৰি কামোৰে। মানুহজনে "মোক বচাওক, মোক বচাওক" বুলি চিঞৰিছে আৰু স্থানীয় লোকে তেওঁক উদ্ধাৰ কৰিছে। অঘৰী কুকুৰৰ ওপৰত চৰকাৰে কিয় কোনো লিছ লগোৱা নাই..? এই সন্দৰ্ভত আপোনাৰ মতামত কি?1
- ৰূপহীহাটৰ ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক সময়মতে উপস্থিত নথকাৰ গুৰুতৰ অভিযোগ উঠিছে। প্ৰত্যেক দিনাই ১১/১২ বজাৰ পিছত উপস্থিত হোৱা চিকিৎসকৰ বাবে পুৱাৰ পৰা ভিৰ কৰা ৰোগীসকলে চিকিৎসাৰ বাবে দীৰ্ঘ সময় অপেক্ষা কৰিবলগীয়া হয়। স্থানীয় ৰাইজে কৰ্তব্যত ফাকি দিয়া এনে চিকিৎসকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে।1
- ১৩ বছৰীয়া প্ৰদীপ দাস আইতাকৰ সৈতে নগাঁও চহৰৰ বজাৰলৈ গৈ নিৰুদ্দেশ হৈছে। বাদাম কিনিবলৈ ৫০ টকা লৈ যোৱাৰ পিছৰে পৰা তেওঁ উভতি অহা নাই, যাৰ ফলত পৰিয়ালত হাহাকাৰ লাগিছে। পৰিয়ালে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু কিশোৰজনক বিচাৰি সহায়ৰ আহ্বান জনাইছে।1
- হোজাই জিলাৰ চিতলমাৰি ME স্কুলত সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বিদ্যালয়ৰ লাইব্ৰেৰীৰ ভিতৰত মাৰপিট কৰাৰ অভিযোগ উঠিছে। পৰিয়ালৰ লোকে দুজন শিক্ষকৰ বিৰুদ্ধে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছে, যাৰ ফলত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।1
- নগাঁও জিলাৰ হায়বৰগাঁও প্ৰেছ ক্লাৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংচন লাভ কৰা ২০ খন বিদ্যালয়ৰ ২৫১ গৰাকী ছাত্ৰ-ছাত্ৰীক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জনালে। জিলা আয়ুক্ত দেবাশীষ শৰ্মাই মূখ্য অতিথি হিচাপে অংশ লৈ ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰে আৰু কম নম্বৰো সফলতাৰ মানদণ্ড নহয় বুলি মন্তব্য কৰে। এই ইতিবাচক পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে, যি ভৱিষ্যতৰ প্ৰজন্মক অনুপ্ৰাণিত কৰিব।1
- सोमनाथ मंदिर के 1000 वर्ष पूर्ण होने के उपलक्ष में वाणावर पहाड़ में कार्यक्रम आयोजित, मंत्री रहे मौजूद सोमनाथ मंदिर के एक हजार वर्ष पूर्ण होने के उपलक्ष्य में जहानाबाद जिले के प्रसिद्ध वाणावर पहाड़ स्थित सतघरवा गुफा के पास विशेष राष्ट्रीय कार्यक्रम का सीधा प्रसारण किया गया। इस अवसर पर श्रद्धालुओं के लिए लाइव वेबकास्टिंग की व्यवस्था की गई, जिसमें बड़ी संख्या में लोगों ने भाग लिया। कार्यक्रम में बिहार सरकार के कला एवं संस्कृति विभाग-सह-खान एवं भूतत्व विभाग मंत्री डॉ. प्रमोद कुमार चंद्रवंशी शामिल हुए। उन्होंने वाणावर को धार्मिक एवं पर्यटन दृष्टि से महत्वपूर्ण बताते हुए इसे प्रमुख पर्यटन केंद्र के रूप में विकसित करने का आश्वासन दिया। मंत्री ने कहा कि श्रद्धालुओं की सुविधा के लिए रोपवे परियोजना पर तेजी से कार्य चल रहा है, जिससे पर्यटन को बढ़ावा मिलेगा और स्थानीय लोगों को रोजगार के अवसर प्राप्त होंगे। इस दौरान सांस्कृतिक कार्यक्रमों की प्रस्तुति भी की गई। कार्यक्रम में जनप्रतिनिधि, प्रशासनिक अधिकारी, पुजारीगण एवं बड़ी संख्या में श्रद्धालु उपस्थित रहे।1
- মৰিগাঁৱত ১৪ মে'ত সাংবাদিক সমাজৰ বসন্ত উৎসৱ। সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ।1