Shuru
Apke Nagar Ki App…
Aam Aadmi Party MP Raghav Chadha delivered a fiery speech in Parliament during the Budget 2026 debate, strongly voicing concerns of India’s middle class. Criticising rising taxes, inflation, and stagnating incomes, he said the budget failed to provide adequate relief to salaried taxpayers and small families, and urged the government to prioritise affordability, savings, and economic security for the middle-income population.
Namsai update news
Aam Aadmi Party MP Raghav Chadha delivered a fiery speech in Parliament during the Budget 2026 debate, strongly voicing concerns of India’s middle class. Criticising rising taxes, inflation, and stagnating incomes, he said the budget failed to provide adequate relief to salaried taxpayers and small families, and urged the government to prioritise affordability, savings, and economic security for the middle-income population.
More news from Namsai and nearby areas
- Post by Namsai update news1
- তিনিচুকীয়া চলিহা নগৰত পুনৰ চুৰিকাণ্ড । বাণিজ্যিক চহৰ তিনিচুকীয়াত দিন দুপৰতে চুৰিকাণ্ড তলা ভাঙি চোৰে চলালে দুটাকৈ ভাড়া ঘৰত চাফাই অভিযান ৷ কিছুদিনৰ পূৰ্বে চলিহা নগৰত চিলনী চোৰে এগৰাকী মহিলাৰ অলংকাৰ কাঢ়ি লৈ যোৱা ঘটনা মাৰ নাযাওঁতেই তিনিচুকীয়া চলিহা নগৰত বাস কৰা ভাড়াতিয়া কৃষ্ণা কুমাৰ মিশ্ৰ ঘৰত চোৰে চাফাই অভিযান চলায় । কৃষ্ণা মিশ্ৰ ঘৰৰ পৰা নগদ ২৫ হাজাৰ টকা আৰু প্ৰায় ৫ লাখ টকাৰ আ অলংকাৰ লুটি লৈ যায় । চলিহা নগৰত বাস কৰা আন এজন ভাড়াতীয়া মনোজ গুপ্তাৰ ঘৰৰ পৰাও তলা ভাঙি চোৰে নগদ ধনসহ ২ লাখ টকাৰ গহনা চুৰি লুটি নিয়ে । উক্ত ঘটনাৰ পাছতে তিনিচুকীয়া চহৰত চাঞ্চল্যই বিৰাজ কৰাৰ লগতে ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।1
- আটছাৰ জিলা আৰু বিভিন্ন আঞ্চলিক সমিতিৰ উদ্যোগত চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত আজি তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। শাসনাধীন চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আটছাই। ভূমি পট্টা প্ৰদান,দৈনিক মজুৰি বৃদ্ধি আৰু জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদ আটছাৰ।1
- ”অসম লোকসেৱা আয়োগৰ কাণ্ডজ্ঞানহীন কাৰ্যৰ বিৰোধিতা। অসম লোকসেৱা আয়োগৰ সংস্কাৰৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ পৰাও জবাব বিচাৰিছে -”আছুৰ সভাপতি উৎপল শৰ্মাই।1
- সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ। আলোচনীয় সভা।1
- জনজাতিকৰনৰ লগতে চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত আটছাৰ প্ৰতিবাদ l আটছা কেন্দ্ৰীয় সাধাৰণ পৰিষদ সভাৰ সিদ্ধান্ত ও নিৰ্দেশমৰ্মে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্য্যলয় সন্মুখত আজি শ্ৰমিক সকলক ভূমি আৱন্টন দিয়া বিৰোধিতা কৰি বাগিছাৰ মালিক পক্ষই আদালতৰ দ্বাৰস্থ হোৱা, জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি নুন্যতম মজুৰি আইন ১৯৪৮ চনৰ অনুসৰি প্ৰদান কৰা দাবীত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু আটুৱা গোলাঘাট জিলা সমিতি,গোলাঘাট বোকাখাট,দেৰগাঁৱ,বৰপথাৰ সৰুপথাৰ সহযোগত ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে l আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ,আমাৰ দাবী মানিবই লাগিব,প্ৰাপ্য মজুৰি প্ৰদান কৰক আদি বিভিন্ন শ্ল'গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ l শীঘ্ৰে যদি চৰকাৰে তেওঁলোকৰ দাবী সমূহ মানি নলয় তেনেহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।1
- সমাগত বিধানসভা নিৰ্বাচন ।নিৰ্বাচনৰ বাবে প্ৰাৰ্থী সকলক প্ৰয়োজন হব ।কিন্তু এজন জনপ্ৰতিনিধিক কিমান ভাল পালে প্ৰদান কৰিব পাৰে বৃদ্ধ বয়সত এটকা দুটকাকৈ সাঁচি ৰখা ধনৰ টেকেলি।কিন্তু কত ...?কোনে...?কিয়....?কোন জনপ্ৰতিনিধিক...? প্ৰদান কৰিলে সাঁচতীয়া ধনৰ টেকেলি।হয় আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বোকাখাট সমষ্টিৰ বিধায়ক কৃষিমন্ত্ৰী অতুল বৰালৈ নিৰ্বাচনৰ পূঁজিৰ বাবে সাঁচতীয়া ধনৰ টেকেলী আগবঢ়ালে ৮৪ বছৰীয়া উপেন শইকীয়া নামৰ এজন ককাই।বছৰ বছৰ ধৰি উন্নয়নৰ মুখ নেদেখা এটা পথ পকীকৰণৰ বাবে চৰকাৰী ধন আবণ্টন হোৱাৰ পাছতেই উৎফুল্লিত হৈ নুমলীগড়ৰ কাষৰীয়া কমাৰগাঁৱৰ বুধবাৰীৰ ৮৪ বছৰীয়া উপেন শইকীয়া ককাই আগবঢ়ালে এটকা দুটকাকৈ সাঁচি ৰখা ধনৰ টেকেলিটো।2
- চৰাইদেউ জিলাৰ মথুৰাপুৰত অৱস্থিত কৈলাশ ধামত শিৱৰাত্ৰীৰ উপলক্ষে তৃতীয় দিনাও অগণণ ভক্তপ্ৰাণ লোকৰ আগমণ ঘটিছে । বিগত বৰ্ষ সমুহৰ দৰে এইবাৰো মহাশিৱৰাত্ৰী তিনিদিনীয়া আয়োজন কৰা হয় ।1