logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

Bengalore local news

on 3 November
user_Robert Bhengra
Robert Bhengra
Biswanath, Assam•
on 3 November

Bengalore local news

More news from অসম and nearby areas
  • Post by Mahendra Pqgag
    1
    Post by Mahendra Pqgag
    user_Mahendra Pqgag
    Mahendra Pqgag
    গহপুৰ, বিশ্বনাথ, অসম•
    1 hr ago
  • ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপিৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে পুৱা নিজৰ চাইকেলখন লৈ ৰাইজৰ কাষলৈ যায়। পূৱা চাইকেলখন লৈ কোনো এটি পৰিয়ালৰ চোতালত বহি একাপ চাহ খাই মত বিনিময় কৰিছে ৰাইজৰ সৈতে। এই সন্দৰ্ভত চাওক নুমলীগড়ৰ পৰা ভৰত দাসৰ এক প্ৰতিবেদন।
    3
    ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে   অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপিৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে পুৱা নিজৰ চাইকেলখন লৈ ৰাইজৰ কাষলৈ যায়। পূৱা চাইকেলখন লৈ কোনো এটি পৰিয়ালৰ চোতালত বহি একাপ চাহ খাই মত বিনিময় কৰিছে ৰাইজৰ সৈতে। এই সন্দৰ্ভত চাওক নুমলীগড়ৰ পৰা ভৰত দাসৰ এক প্ৰতিবেদন।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    14 hrs ago
  • চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচনী গৰমৰ মাজতে আজি এ আই ইউ ডি এফ (AIUDF) দলৰ এক বিশেষ প্ৰচাৰ সভাই আমোদজনক মোৰ লয়। সমষ্টিটোৰ দলীয় প্ৰাৰ্থী আব্দুল আজিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ। কিন্তু এক নাটকীয় পৰিস্থিতিত তেওঁৰ হেলিকপ্টাৰখন আকাশৰ পৰাই পুনৰ উভতি যায়।
    1
    চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচনী গৰমৰ মাজতে আজি এ আই ইউ ডি এফ (AIUDF) দলৰ এক বিশেষ প্ৰচাৰ সভাই আমোদজনক মোৰ লয়।
সমষ্টিটোৰ দলীয় প্ৰাৰ্থী আব্দুল আজিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ। কিন্তু এক নাটকীয় পৰিস্থিতিত তেওঁৰ হেলিকপ্টাৰখন আকাশৰ পৰাই পুনৰ উভতি যায়।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    9 hrs ago
  • চামগুৰিত এ আই ইউ ডি এফৰ বিফল প্ৰচাৰ অভিযান হেলিকপ্টাৰ লৈ আধাতে উভতিল বদৰুদ্দিন আজমল। তাৰ কাৰণ ব্যাখ্যা কৰিলে এ আই ইউ ডি এফৰ একালৰ কৰ্মী সকলে। এ আই ইউ ডি এফৰ ধিং বিধায়ক আমিনুল ইছলাম কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা বিজেপি ৰ হৈ কাম কৰি আছে বুলি অভিযোগ আনে। প্ৰাক্তন বিধায়ক আব্দুল আজিজ এ আই ইউ ডি এফত যোগদান কৰাৰ পিছত বহুতো পুৰণি কৰ্মকৰ্তা দল এৰি কংগ্ৰছত যোগদান কৰে। প্ৰাক্তন বিধায়ক আব্দুল আজিজ ৰূপহী হাটৰ বিধায়ক ২০০৬ চনৰ পৰা ২০১১ চনলৈ আছিল। সেইটো সময়ত ৰাইজৰ কি কাম কৰিছিল তাৰ বিৱৰণ উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত। ৰাজ্যসভাত ভোট কাক দিছিল ৰাইজৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল তাকো উল্লেখ কৰে কৰ্মী সকলে। নেতা জন ৰাইজৰ কেনেকুৱা বিশ্বাস যোগ্য হয় তাৰ কথা দাঙি দৰে পুৰণি কৰ্মী সকলে।
    1
    চামগুৰিত এ আই ইউ ডি এফৰ বিফল প্ৰচাৰ অভিযান হেলিকপ্টাৰ লৈ আধাতে উভতিল বদৰুদ্দিন আজমল। 
তাৰ কাৰণ ব্যাখ্যা কৰিলে এ আই ইউ ডি এফৰ একালৰ কৰ্মী সকলে। 
এ আই ইউ ডি এফৰ ধিং বিধায়ক আমিনুল ইছলাম কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা বিজেপি ৰ হৈ কাম কৰি আছে বুলি অভিযোগ আনে।  
প্ৰাক্তন বিধায়ক আব্দুল আজিজ এ আই ইউ ডি এফত যোগদান কৰাৰ পিছত বহুতো পুৰণি কৰ্মকৰ্তা  দল এৰি কংগ্ৰছত যোগদান কৰে।  
প্ৰাক্তন বিধায়ক আব্দুল আজিজ ৰূপহী হাটৰ বিধায়ক ২০০৬ চনৰ পৰা ২০১১ চনলৈ আছিল। 
সেইটো সময়ত ৰাইজৰ কি  কাম কৰিছিল তাৰ বিৱৰণ উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত।
ৰাজ্যসভাত ভোট কাক দিছিল ৰাইজৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল তাকো উল্লেখ কৰে কৰ্মী সকলে। 
নেতা জন ৰাইজৰ কেনেকুৱা বিশ্বাস যোগ্য হয় তাৰ কথা দাঙি দৰে পুৰণি কৰ্মী সকলে।
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    10 hrs ago
  • কাৰিকৰী বিজুতিৰ বাবে হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰি উভতি গ'ল এ আই ইউ ডি এফ প্ৰধান বদৰ উদ্দিন আজমল
    1
    কাৰিকৰী বিজুতিৰ বাবে হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰি উভতি গ'ল এ আই ইউ ডি এফ প্ৰধান বদৰ উদ্দিন আজমল
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    13 hrs ago
  • আজমলৰ নিৰ্বাচনী সভাত অথন্তৰ। প্ৰায় ২০ মিনিট সময় আকাশতে উৰি থাকিল হেলিকপ্টাৰ। অৱতৰণ কৰিব নোৱাৰি কাৱৈমাৰীৰ সভা স্থলীৰ পৰা আঁতৰি গৈছে আজমলৰ হেলিকপ্টাৰ। বৰ্তমানেও জানিব পৰা মতে যান্ত্ৰিক বিজুতিৰ বাবে অৱতৰণ কৰিব পৰা নাই হেলিকপ্টাৰ। চামগুৰিৰ কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা AIUDF ৰ সভাত অংশগ্ৰহণ কৰাৰ কথা আছিল আজমলৰ।
    1
    আজমলৰ নিৰ্বাচনী সভাত অথন্তৰ।
প্ৰায় ২০ মিনিট সময় আকাশতে উৰি থাকিল হেলিকপ্টাৰ।
অৱতৰণ কৰিব নোৱাৰি কাৱৈমাৰীৰ সভা স্থলীৰ পৰা আঁতৰি গৈছে আজমলৰ হেলিকপ্টাৰ।
বৰ্তমানেও জানিব পৰা মতে যান্ত্ৰিক বিজুতিৰ বাবে অৱতৰণ কৰিব পৰা নাই হেলিকপ্টাৰ। 
চামগুৰিৰ কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা AIUDF ৰ সভাত অংশগ্ৰহণ কৰাৰ কথা আছিল আজমলৰ।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    14 hrs ago
  • গোলাঘাট ঘিলাধাৰীত অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ,২০০ লিটাৰতকৈ অধিক সুৰা জব্দ। মঙ্গলবাৰে অবৈধ মদৰ বিৰুদ্ধে ঘিলাধাৰী পি এছৰ উদ্যোগত অভিযান । পি এছৰ অধীনত থকা সমাজবাদী পাথেৰ গাঁৱত অভিযান চলাই মঙ্গলবাৰে পুৱা ২০০ লিটাৰ অবৈধ সুৰাৰ লগতে আনুষংগিক সামগ্ৰী ধ্বংস কৰে আৰক্ষী আৰু আবকাৰী দলটোৱে।
    1
    গোলাঘাট ঘিলাধাৰীত অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ,২০০ লিটাৰতকৈ অধিক সুৰা জব্দ।  মঙ্গলবাৰে অবৈধ মদৰ বিৰুদ্ধে ঘিলাধাৰী পি এছৰ উদ্যোগত অভিযান ।  পি এছৰ অধীনত থকা সমাজবাদী পাথেৰ গাঁৱত অভিযান চলাই মঙ্গলবাৰে পুৱা  ২০০ লিটাৰ অবৈধ সুৰাৰ লগতে আনুষংগিক সামগ্ৰী ধ্বংস কৰে আৰক্ষী আৰু আবকাৰী দলটোৱে।
    user_Malobika bora
    Malobika bora
    গোলাঘাট, গোলাঘাট, অসম•
    19 hrs ago
  • চামগুৰি সমষ্টিৰ কাৱৈমাৰীত AIUDF দলৰ সভাত আজমলৰ হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰাত দলীয় সমৰ্থকৰ ক্ষোভ।
    1
    চামগুৰি সমষ্টিৰ কাৱৈমাৰীত AIUDF দলৰ সভাত আজমলৰ হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰাত দলীয় সমৰ্থকৰ ক্ষোভ।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.