logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

লখিমপুৰ জিলাৰ কাটৰি চাপৰি সংযোগী ৰূপহী দলং উন্নতভাৱে মেৰামতিৰ দাবী লখিমপুৰ জিলাৰ কণানদীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাটৰি চাপৰি সংযোগী পথৰ ৰূপহী দলঙখন উন্নতৰূপত মেৰামতি কৰাটো অত্যন্ত প্ৰয়োজন হৈ পৰিছে।প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনাৰ  অধীনত ২০১৭-১৮ বৰ্ষত নিৰ্মাণ হৈছিল দলঙখন।এই পথৰ‌ বৰবালিৰ অংশত থকা ৰূপহী দলং নিৰ্মাণত ঠিকাদাৰে যথেষ্ট বিসংগতি কৰিছিল।এটা অংশত পানী নিষ্কাষণৰ ব্যৱস্থা নথকাত সামান্য বৰষুণ দিলেও পানী জমা হৈ থকাত যাতায়তত দুৰ্ভোগ ভোগিছিল ৰাইজে । এই সম্পৰ্কে ৰাইজে তদানীন্তন জিলা আয়ুক্তক অৱগত কৰাত দলংখন মেৰামতি কৰিছিল যদিও পুনৰ কিছুদিনৰ পিছত দলংখনৰ অৱস্থা পূৰ্বৰ দৰেই হৈ পৰিছিল। বাৰে বাৰে দলংখনৰ মেৰামতিৰ নামত নিম্নমানৰ কাম কৰা হয় যদিও পুনৰ কিছুদিনৰ পাছত একেই অৱস্থা হৈ পৰে । জানিব পৰামতে , দলংখনৰ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ আছিল ৰাণাদেৱ শইকীয়া নামৰ এজন ব্যক্তি। বৰ্তমান দলংখনৰ এটা অংশৰ পকী বখলা-বখলে এৰাই গৈ বিধ্বস্ত হৈ পৰিছে। যাতায়তৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰা ৰূপহী দলংখনক উন্নতভাৱে মেৰামতি কৰাৰ ক্ষেত্ৰত ঠিকাদাৰক দায়িত্ব অৰ্পণ কৰাৰ সলনি আয়ুক্তক নিজৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আয়ুক্ত প্ৰণৱজিৎ কাকতিক আহ্বান জনাইছে।

23 hrs ago
user_Dip Pratim borah
Dip Pratim borah
Media Consultant কদম, লখিমপুৰ, অসম•
23 hrs ago
87ffeedf-0e23-4ece-914b-89ad82b12ed3

লখিমপুৰ জিলাৰ কাটৰি চাপৰি সংযোগী ৰূপহী দলং উন্নতভাৱে মেৰামতিৰ দাবী লখিমপুৰ জিলাৰ কণানদীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাটৰি চাপৰি সংযোগী পথৰ ৰূপহী দলঙখন উন্নতৰূপত মেৰামতি কৰাটো অত্যন্ত প্ৰয়োজন হৈ পৰিছে।প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনাৰ  অধীনত ২০১৭-১৮ বৰ্ষত নিৰ্মাণ হৈছিল দলঙখন।এই পথৰ‌ বৰবালিৰ অংশত থকা ৰূপহী দলং নিৰ্মাণত ঠিকাদাৰে যথেষ্ট বিসংগতি কৰিছিল।এটা অংশত পানী নিষ্কাষণৰ ব্যৱস্থা নথকাত সামান্য বৰষুণ দিলেও পানী জমা হৈ থকাত যাতায়তত দুৰ্ভোগ ভোগিছিল ৰাইজে । এই সম্পৰ্কে ৰাইজে তদানীন্তন জিলা আয়ুক্তক অৱগত কৰাত দলংখন মেৰামতি কৰিছিল যদিও পুনৰ কিছুদিনৰ পিছত দলংখনৰ অৱস্থা পূৰ্বৰ দৰেই হৈ পৰিছিল। বাৰে বাৰে দলংখনৰ মেৰামতিৰ নামত নিম্নমানৰ কাম কৰা হয় যদিও পুনৰ কিছুদিনৰ পাছত একেই অৱস্থা হৈ পৰে । জানিব পৰামতে , দলংখনৰ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ আছিল ৰাণাদেৱ শইকীয়া নামৰ এজন ব্যক্তি। বৰ্তমান দলংখনৰ এটা অংশৰ পকী বখলা-বখলে এৰাই গৈ বিধ্বস্ত হৈ পৰিছে। যাতায়তৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰা ৰূপহী দলংখনক উন্নতভাৱে মেৰামতি কৰাৰ ক্ষেত্ৰত ঠিকাদাৰক দায়িত্ব অৰ্পণ কৰাৰ সলনি আয়ুক্তক নিজৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আয়ুক্ত প্ৰণৱজিৎ কাকতিক আহ্বান জনাইছে।

More news from অসম and nearby areas
  • ৰক্তদান আৰু মানৱ সেৱাৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়াই অহা মঙলদৈৰ ৰক্তমিত্ৰ শেখৰ মজুমদাৰক অযোধ্যা ধামত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰক্তদান মহোৎসৱ আৰু ৰাষ্ট্ৰীয় সেৱা ৰত্ন সন্মান সমাৰোহত বিশেষভাৱে সন্মানিত কৰা হয়। ৰক্তদান আৰু মানৱ সেৱাৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়াই অহা মঙলদৈৰ ৰক্তমিত্ৰ শেখৰ মজুমদাৰক অযোধ্যা ধামত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰক্তদান মহোৎসৱ আৰু ৰাষ্ট্ৰীয় সেৱা ৰত্ন সন্মান সমাৰোহত বিশেষভাৱে সন্মানিত কৰা হয়।
    1
    ৰক্তদান আৰু মানৱ সেৱাৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়াই অহা মঙলদৈৰ ৰক্তমিত্ৰ শেখৰ মজুমদাৰক অযোধ্যা ধামত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰক্তদান মহোৎসৱ আৰু ৰাষ্ট্ৰীয় সেৱা ৰত্ন সন্মান সমাৰোহত বিশেষভাৱে সন্মানিত কৰা হয়। 

    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    3 hrs ago
  • মহাপুৰুষ মাধৱদেৱ অধ্যয়ন গৱেষণা আৰু বৌদ্ধিক জাগৰণ পৰিষদৰ পৰৱৰ্তী পদক্ষেপ বৰগীত বিহপুৰীয়া মহাবিদ্যালয়ত উপস্হিত হোৱা বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰাই আজি মহাপুৰুষ গৰাকীৰ সৃষ্টি ৰাজীক নৱ প্ৰজন্মৰ বাবে কঢ়িয়াই নিবলৈ গঠন কৰা জাগৰণ পৰিষদৰ ওপৰত কৰা মন্তব্য আৰু পৰিষদৰ দুগৰাকীকৈ যুটীয়া সম্পাদকে কৰা মন্তব্য৷ নৱজ্যোতি। শৰ্মা বিহকুৰীয়া৷
    2
    মহাপুৰুষ মাধৱদেৱ অধ্যয়ন গৱেষণা আৰু বৌদ্ধিক জাগৰণ পৰিষদৰ পৰৱৰ্তী পদক্ষেপ বৰগীত
বিহপুৰীয়া মহাবিদ্যালয়ত উপস্হিত হোৱা বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰাই আজি মহাপুৰুষ গৰাকীৰ সৃষ্টি ৰাজীক নৱ প্ৰজন্মৰ বাবে কঢ়িয়াই নিবলৈ গঠন কৰা জাগৰণ পৰিষদৰ ওপৰত কৰা মন্তব্য আৰু পৰিষদৰ দুগৰাকীকৈ যুটীয়া সম্পাদকে কৰা মন্তব্য৷
নৱজ্যোতি। শৰ্মা 
বিহকুৰীয়া৷
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    6 hrs ago
  • কফিনত আবদ্ধ হৈ ঘৰলৈ উভতিল মাজুলী জামুৱনি গাৱঁৰ দিগন্ত দত্ত। জামুৱনি গাৱঁত কান্দোনৰ ৰোল, চকু চলচলীয়া প্ৰতিজনৰ। সপোন খেদি যোৱা দিগন্ত উভতিল কফিনত!' ​'অনাথ হ'ল ৪ বছৰীয়া সন্তান, জামুৱনিত হিয়াভঙা কান্দোন'। দেউতা আহিব ফ্লাইতত ঘৰলৈ, বিশ্বকৰ্মা পূজাত দেউতাৰ লগত একেলগে গাৱঁৰ নামঘৰত ভাওঁনা চাম। কিন্তু দেউতাক আহিল ঘৰলৈ কফিনত। দেউতাকৰ লগত একেলগে নহল ভাওঁনা চোৱাৰ। ​সুস্থ শৰীৰেৰে হাতত এটা বেগ লৈ যিজন যুৱকে মাথোঁ দুমাহ পূৰ্বে সপোন খেদি হায়দাবাদলৈ ঢাপলি মেলিছিল... আজি তেওঁ উভতি আহিল। কিন্তু কোনো হাঁহি লৈ নহয়, এটা কাঠৰ কফিনত আবদ্ধ হৈ, নিথৰ হৈ। ​স্ব-গৃহত পালেহি বহিঃৰাজ্যত অকাল মৃত্যুক সাবটি লোৱা মাজুলীৰ জামুৱনি গাঁৱৰ ৩৩ বছৰীয়া যুৱক দিগন্ত দত্তৰ নশ্বৰ দেহ। দিগন্তৰ নিথৰ দেহ চোতালত ভৰি পৰাৰ লগে লগেই এক কৰুণ ক্ৰন্দনে সেমেকাই তুলিলে বহু জনৰ বুকু। হায়ডাবাদৰ কৰ্ম স্থলীতে অসুস্থ হৈ পৰা জামুৱনি গাৱঁৰ দিগন্ত দত্ত স্ব-গৃহলৈ আহি থাকোতে কলিকতাত মৃত্যুক সাবতি লগা হয়। পত্নী, অবোধ সন্তান আৰু আত্মীয়ৰ হিয়াভঙা কান্দোনে স্তব্ধ কৰি তুলিলে সমগ্ৰ জামুৱনি গাঁৱৰ পৰিৱেশ। ​ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল দিগন্ত। সৰু হৈ থকা লৰাতোৰ এটা সুন্দৰ ভৱিষ্যত দিয়াৰ বাবেই, পৰিয়ালটোক পোহপাল দিয়াৰ তাড়নাতেই তেওঁ বুকুত মৰসাহ বান্ধি বহিঃৰাজ্যলৈ গৈছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। কামলৈ যোৱাৰ মাত্ৰ দুমাহৰ পাছতেই, হঠাতে নিয়তিৰ ওচৰত হাৰ মানিলে দিগন্তই। ​কোনে কাক বুজাব? যাৰ ওপৰত ভৰসা কৰি সমগ্ৰ পৰিয়ালটো জীয়াই আছিল, সেই মূৰব্বীজনেই আজি চিৰদিনৰ বাবে বিদায় ল’লে। দিগন্তৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিল। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ অধীনত দিগন্তৰ নশ্বৰ দেহ বহিঃ ৰাজ্যৰ পৰা বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ আৰু তাৰ পিছত এম্বুলেন্সযোগে মাজুলীৰ বাসগৃহলৈ অনা হয়। ​এই সমগ্ৰ প্ৰক্ৰিয়াত মাজুলী জিলা আৰক্ষী-প্ৰশাসন, স্থানীয় বিধায়ক, জিলা প্ৰশাসন ললে বিশেষ দায়িত্ব। শেষত হিন্দু পৰম্পৰা আৰু ৰীতি-নীতিৰে জন্মস্থান জামুৱনি গাৱঁতে সম্পন্ন কৰা হয় দিগন্তৰ শেষকৃত্য। ​ইয়াৰ লগতে, চকুৰ সন্মুখতে আন্ধাৰ দেখা অনাথ সৰু সন্তান আৰু অসহায় পৰিয়ালটোক চৰকাৰে যাতে উপযুক্ত আৰ্থিক সহায় প্ৰদান কৰে, তাৰ বাবেও চৰকাৰলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। ​ কফিনত আবদ্ধ হৈ ঘৰলৈ উভতিল মাজুলী জামুৱনি গাৱঁৰ দিগন্ত দত্ত। জামুৱনি গাৱঁত কান্দোনৰ ৰোল, চকু চলচলীয়া প্ৰতিজনৰ। সপোন খেদি যোৱা দিগন্ত উভতিল কফিনত!' ​'অনাথ হ'ল ৪ বছৰীয়া সন্তান, জামুৱনিত হিয়াভঙা কান্দোন'। দেউতা আহিব ফ্লাইতত ঘৰলৈ, বিশ্বকৰ্মা পূজাত দেউতাৰ লগত একেলগে গাৱঁৰ নামঘৰত ভাওঁনা চাম। কিন্তু দেউতাক আহিল ঘৰলৈ কফিনত। দেউতাকৰ লগত একেলগে নহল ভাওঁনা চোৱাৰ। ​সুস্থ শৰীৰেৰে হাতত এটা বেগ লৈ যিজন যুৱকে মাথোঁ দুমাহ পূৰ্বে সপোন খেদি হায়দাবাদলৈ ঢাপলি মেলিছিল... আজি তেওঁ উভতি আহিল। কিন্তু কোনো হাঁহি লৈ নহয়, এটা কাঠৰ কফিনত আবদ্ধ হৈ, নিথৰ হৈ। ​স্ব-গৃহত পালেহি বহিঃৰাজ্যত অকাল মৃত্যুক সাবটি লোৱা মাজুলীৰ জামুৱনি গাঁৱৰ ৩৩ বছৰীয়া যুৱক দিগন্ত দত্তৰ নশ্বৰ দেহ। দিগন্তৰ নিথৰ দেহ চোতালত ভৰি পৰাৰ লগে লগেই এক কৰুণ ক্ৰন্দনে সেমেকাই তুলিলে বহু জনৰ বুকু। হায়ডাবাদৰ কৰ্ম স্থলীতে অসুস্থ হৈ পৰা জামুৱনি গাৱঁৰ দিগন্ত দত্ত স্ব-গৃহলৈ আহি থাকোতে কলিকতাত মৃত্যুক সাবতি লগা হয়। পত্নী, অবোধ সন্তান আৰু আত্মীয়ৰ হিয়াভঙা কান্দোনে স্তব্ধ কৰি তুলিলে সমগ্ৰ জামুৱনি গাঁৱৰ পৰিৱেশ। ​ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল দিগন্ত। সৰু হৈ থকা লৰাতোৰ এটা সুন্দৰ ভৱিষ্যত দিয়াৰ বাবেই, পৰিয়ালটোক পোহপাল দিয়াৰ তাড়নাতেই তেওঁ বুকুত মৰসাহ বান্ধি বহিঃৰাজ্যলৈ গৈছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। কামলৈ যোৱাৰ মাত্ৰ দুমাহৰ পাছতেই, হঠাতে নিয়তিৰ ওচৰত হাৰ মানিলে দিগন্তই। ​কোনে কাক বুজাব? যাৰ ওপৰত ভৰসা কৰি সমগ্ৰ পৰিয়ালটো জীয়াই আছিল, সেই মূৰব্বীজনেই আজি চিৰদিনৰ বাবে বিদায় ল’লে। দিগন্তৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিল। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ অধীনত দিগন্তৰ নশ্বৰ দেহ বহিঃ ৰাজ্যৰ পৰা বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ আৰু তাৰ পিছত এম্বুলেন্সযোগে মাজুলীৰ বাসগৃহলৈ অনা হয়। ​এই সমগ্ৰ প্ৰক্ৰিয়াত মাজুলী জিলা আৰক্ষী-প্ৰশাসন, স্থানীয় বিধায়ক, জিলা প্ৰশাসন ললে বিশেষ দায়িত্ব। শেষত হিন্দু পৰম্পৰা আৰু ৰীতি-নীতিৰে জন্মস্থান জামুৱনি গাৱঁতে সম্পন্ন কৰা হয় দিগন্তৰ শেষকৃত্য। ​ইয়াৰ লগতে, চকুৰ সন্মুখতে আন্ধাৰ দেখা অনাথ সৰু সন্তান আৰু অসহায় পৰিয়ালটোক চৰকাৰে যাতে উপযুক্ত আৰ্থিক সহায় প্ৰদান কৰে, তাৰ বাবেও চৰকাৰলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। ​
    1
    কফিনত আবদ্ধ হৈ ঘৰলৈ উভতিল মাজুলী জামুৱনি গাৱঁৰ দিগন্ত দত্ত। 
জামুৱনি গাৱঁত কান্দোনৰ ৰোল, চকু চলচলীয়া প্ৰতিজনৰ।

সপোন খেদি যোৱা দিগন্ত উভতিল কফিনত!'
​'অনাথ হ'ল ৪ বছৰীয়া সন্তান, জামুৱনিত হিয়াভঙা কান্দোন'।

দেউতা আহিব ফ্লাইতত ঘৰলৈ, বিশ্বকৰ্মা পূজাত দেউতাৰ লগত একেলগে গাৱঁৰ নামঘৰত ভাওঁনা চাম। কিন্তু দেউতাক আহিল ঘৰলৈ কফিনত। দেউতাকৰ লগত একেলগে নহল ভাওঁনা চোৱাৰ।  

​সুস্থ শৰীৰেৰে হাতত এটা বেগ লৈ যিজন যুৱকে মাথোঁ দুমাহ পূৰ্বে সপোন খেদি হায়দাবাদলৈ ঢাপলি মেলিছিল... আজি তেওঁ উভতি আহিল। কিন্তু কোনো হাঁহি লৈ নহয়, এটা কাঠৰ কফিনত আবদ্ধ হৈ, নিথৰ হৈ।

​স্ব-গৃহত পালেহি বহিঃৰাজ্যত অকাল মৃত্যুক সাবটি লোৱা মাজুলীৰ জামুৱনি গাঁৱৰ ৩৩ বছৰীয়া যুৱক  দিগন্ত দত্তৰ নশ্বৰ দেহ। 

দিগন্তৰ নিথৰ দেহ চোতালত ভৰি পৰাৰ লগে লগেই এক কৰুণ ক্ৰন্দনে সেমেকাই তুলিলে বহু জনৰ বুকু।

হায়ডাবাদৰ কৰ্ম স্থলীতে অসুস্থ  হৈ পৰা জামুৱনি গাৱঁৰ দিগন্ত দত্ত স্ব-গৃহলৈ আহি থাকোতে কলিকতাত মৃত্যুক সাবতি লগা হয়। 

পত্নী, অবোধ সন্তান আৰু আত্মীয়ৰ হিয়াভঙা কান্দোনে স্তব্ধ কৰি তুলিলে সমগ্ৰ জামুৱনি গাঁৱৰ পৰিৱেশ।

​ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল দিগন্ত। সৰু হৈ থকা লৰাতোৰ  এটা সুন্দৰ ভৱিষ্যত দিয়াৰ বাবেই, পৰিয়ালটোক পোহপাল দিয়াৰ তাড়নাতেই তেওঁ বুকুত মৰসাহ বান্ধি বহিঃৰাজ্যলৈ গৈছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস।  কামলৈ যোৱাৰ মাত্ৰ দুমাহৰ পাছতেই,   হঠাতে নিয়তিৰ ওচৰত হাৰ মানিলে দিগন্তই।

​কোনে কাক বুজাব? যাৰ ওপৰত ভৰসা কৰি সমগ্ৰ পৰিয়ালটো জীয়াই আছিল, সেই মূৰব্বীজনেই আজি চিৰদিনৰ বাবে বিদায় ল’লে।

দিগন্তৰ  মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিল। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ অধীনত দিগন্তৰ নশ্বৰ দেহ বহিঃ ৰাজ্যৰ  পৰা বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ  আৰু তাৰ পিছত এম্বুলেন্সযোগে মাজুলীৰ বাসগৃহলৈ অনা হয়।
​এই সমগ্ৰ প্ৰক্ৰিয়াত মাজুলী জিলা আৰক্ষী-প্ৰশাসন, স্থানীয় বিধায়ক, জিলা প্ৰশাসন ললে বিশেষ দায়িত্ব। 

শেষত হিন্দু পৰম্পৰা আৰু ৰীতি-নীতিৰে জন্মস্থান জামুৱনি গাৱঁতে সম্পন্ন কৰা হয় দিগন্তৰ শেষকৃত্য।

​ইয়াৰ লগতে, চকুৰ সন্মুখতে আন্ধাৰ দেখা অনাথ সৰু সন্তান আৰু অসহায় পৰিয়ালটোক চৰকাৰে যাতে উপযুক্ত আৰ্থিক সহায় প্ৰদান কৰে, তাৰ বাবেও চৰকাৰলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।

​

    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    7 hrs ago
  • উজনি অসমৰ টীয়কত বলৰাম জয়ন্তী তথা কৃষক দিৱস উদযাপন |"সুস্থ জীৱন, জৈৱিক কৃষি, স্বাৱলম্বী গাঁও" বাৰ্তাৰে বলৰাম জয়ন্তী উদযাপন | ​ভাৰতীয় কিষাণ সংঘৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত টীয়ক কেন্দ্ৰীয় প্ৰেক্ষাগৃহত "সুস্থ জীৱন, জৈৱিক কৃষি, স্বাৱলম্বী গাঁও" বাৰ্তাৰে বলৰাম জয়ন্তী উদযাপন কৰা হয়। জিলা সম্পাদক বিৰেণ দত্তই আঁত ধৰা এই অনুষ্ঠানত বিষয়াসকলে কৃষকসকলক জৈৱিক কৃষি আৰু আত্মনিৰ্ভৰশীলতাৰ বিষয়ে দিকদৰ্শন দিয়ে। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সফল ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৃষকসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
    2
    উজনি অসমৰ টীয়কত বলৰাম জয়ন্তী তথা কৃষক দিৱস উদযাপন |"সুস্থ জীৱন, জৈৱিক কৃষি, স্বাৱলম্বী গাঁও" বাৰ্তাৰে বলৰাম জয়ন্তী উদযাপন |

​ভাৰতীয় কিষাণ সংঘৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত টীয়ক কেন্দ্ৰীয় প্ৰেক্ষাগৃহত "সুস্থ জীৱন, জৈৱিক কৃষি, স্বাৱলম্বী গাঁও" বাৰ্তাৰে বলৰাম জয়ন্তী উদযাপন কৰা হয়। জিলা সম্পাদক বিৰেণ দত্তই আঁত ধৰা এই অনুষ্ঠানত বিষয়াসকলে কৃষকসকলক জৈৱিক কৃষি আৰু আত্মনিৰ্ভৰশীলতাৰ বিষয়ে দিকদৰ্শন দিয়ে। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সফল ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৃষকসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে অসমবাসীক ১৭ ছেপ্তেম্বৰত এগছি আশীৰ্বাদৰ বন্তি জ্বলাবলৈ আহ্বান বিজেপিৰ ৰাজ্যিক সভাপতিৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ হকে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়তে অহা ১৭ ছেপ্টেম্বৰৰ পৰা এমাহজোৰা কাৰ্যসূচীৰে নৰেন্দ্ৰ মোদীৰ ওপজা দিন উদ্‌যাপন কৰিবলৈ সমগ্ৰ দেশবাসী সাজু হৈছে। মাহজোৰা 'সেৱা সংকল্প অভিযান'ৰ এক অংশস্বৰূপে অহা ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত অসমবাসী ৰাইজক নিজৰ বাসভৱন, মঠ-মন্দিৰ, অনুষ্ঠান,প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে এগছি আশীৰ্বাদৰ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া এ৷
    1
    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে অসমবাসীক ১৭ ছেপ্তেম্বৰত এগছি আশীৰ্বাদৰ বন্তি জ্বলাবলৈ আহ্বান বিজেপিৰ ৰাজ্যিক সভাপতিৰ
দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ হকে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়তে অহা ১৭ ছেপ্টেম্বৰৰ পৰা এমাহজোৰা কাৰ্যসূচীৰে নৰেন্দ্ৰ মোদীৰ ওপজা দিন উদ্‌যাপন কৰিবলৈ সমগ্ৰ দেশবাসী সাজু হৈছে। মাহজোৰা 'সেৱা সংকল্প অভিযান'ৰ এক অংশস্বৰূপে অহা ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত অসমবাসী ৰাইজক নিজৰ বাসভৱন, মঠ-মন্দিৰ, অনুষ্ঠান,প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে এগছি আশীৰ্বাদৰ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া এ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক শিৱসাগৰ, শিৱসাগৰ, অসম•
    18 hrs ago
  • Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City.
    1
    Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City 
Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City.
    user_Debojit Kumar Bordoloi
    Debojit Kumar Bordoloi
    Photographer যোৰহাট পশ্চিম, যোৰহাট, অসম•
    2 hrs ago
  • বামপথাৰ বেঙেনাবাৰী চৰকাৰী MVSৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ:: বামপথাৰ বেঙেনাবাৰী চৰকাৰী MVSৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ:: সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত সাপেখাতী উন্নয়ন খণ্ডৰ বামপথাৰ বেঙেনাবাৰী চৰকাৰী MVSৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে আজি DAJGUA আঁচনিৰ অধীনত ৭৫ লাখ টকা ব্যয়সাপেক্ষ Major Renovation কামৰ আধাৰশিলা স্থাপন কৰা হয়। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি আনুষ্ঠানিকভাৱে এই উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে। Tribal Affairs (Plains) বিভাগৰ অধীনত আৰু APTDC Ltd.-ৰ ৰূপায়ণত কামটো সম্পন্ন কৰা হ’ব। এই উপলক্ষে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয় যে, বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধিক সুন্দৰ, উন্নত আৰু সুবিধাজনক শিক্ষাৰ পৰিৱেশ সৃষ্টি কৰাই এই পদক্ষেপৰ মূল লক্ষ্য। বিদ্যালয়খনৰ উন্নয়নমূলক কামে শিক্ষাৰ্থীসকলৰ শৈক্ষিক পৰিৱেশ অধিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। আধাৰশিলা স্থাপনৰ অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মিনু ফুকন, বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জুৰি দেৱী ফুকন, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰিণ গগৈ, স্থানীয় সমাজকৰ্মী ৰঞ্জন বসুমতাৰী, বেঙেনাবাৰী গাঁও পঞ্চায়তৰ সভাপতি মোহন দিহিঙীয়া, লংপতীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰিতুমণি বৰুৱা বসুমতাৰী, সমাজকৰ্মী পৰাগ বসুমতাৰীৰ লগতে স্থানীয় ৰাইজ, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ এই পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনোৱাৰ লগতে ইয়াৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱেশ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰে।
    1
    বামপথাৰ বেঙেনাবাৰী চৰকাৰী MVSৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ::
বামপথাৰ বেঙেনাবাৰী চৰকাৰী MVSৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ::
সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত সাপেখাতী উন্নয়ন খণ্ডৰ বামপথাৰ বেঙেনাবাৰী চৰকাৰী MVSৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে আজি DAJGUA আঁচনিৰ অধীনত ৭৫ লাখ টকা ব্যয়সাপেক্ষ Major Renovation কামৰ আধাৰশিলা স্থাপন কৰা হয়।
সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি আনুষ্ঠানিকভাৱে এই উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে। Tribal Affairs (Plains) বিভাগৰ অধীনত আৰু APTDC Ltd.-ৰ ৰূপায়ণত কামটো সম্পন্ন কৰা হ’ব।
এই উপলক্ষে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয় যে, বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধিক সুন্দৰ, উন্নত আৰু সুবিধাজনক শিক্ষাৰ পৰিৱেশ সৃষ্টি কৰাই এই পদক্ষেপৰ মূল লক্ষ্য। বিদ্যালয়খনৰ উন্নয়নমূলক কামে শিক্ষাৰ্থীসকলৰ শৈক্ষিক পৰিৱেশ অধিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
আধাৰশিলা স্থাপনৰ অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী  মিনু ফুকন, বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা  জুৰি দেৱী ফুকন, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰিণ গগৈ, স্থানীয় সমাজকৰ্মী  ৰঞ্জন বসুমতাৰী, বেঙেনাবাৰী গাঁও পঞ্চায়তৰ সভাপতি  মোহন দিহিঙীয়া, লংপতীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী  ৰিতুমণি বৰুৱা বসুমতাৰী, সমাজকৰ্মী  পৰাগ বসুমতাৰীৰ লগতে স্থানীয় ৰাইজ, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ এই পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনোৱাৰ লগতে ইয়াৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱেশ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    8 hrs ago
  • বিহপুৰীয়া মহাবিদ্যালয়ত নৱাগত আদৰণি সভাত শৈক্ষিক বটা বিতৰণ বিহপুৰীয়াঃআজি বিহপুৰীয়া মহাবিদ্যালয়ত অনুস্হিত কৰা নৱাগত আদৰণি সভা খনত মাধৱদেৱ গৱেষনা অধ্যয়ন আৰু বৌদ্ধিক জাগৰণ পৰিষদে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শংকৰদেৱ মহাবিদ্যালয় খেৰাজখাট মহাবিদ্যালয় বিহপুৰীয়া মহাবিদ্যালয় মাধৱদেৱ মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ মাজত অনুস্হিত কৰা ঠাইতে লিখা ৰচনা প্ৰতিযোগিতাত ১১০ গৰাকী ছাত্ৰছাত্ৰী ৰ ভিতৰত ১২ গৰাকীয়ে স্হান দখল কৰিছিল৷ ইয়াৰে প্ৰথম গৰাকী কাৱেৰী বৰাই বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰা প্ৰথম স্হান দখল কৰি মহাবিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনে৷ আজি শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সোনাৰাম কলিতা খেৰাজখাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃমৃদুল বুঢ়াগোহাই মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধক্ষ্য বিৰেন্দ্ৰনাথ ভাগৱতী বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰা উপস্হিত থাকি এই শৈক্ষিক বটা বিতৰণ কৰে৷ মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ অমূল্য হাজৰিকাই সঞ্চালনা কৰা সভা খনত এই অনুস্হানৰ আত ধৰে জাগৰণ পৰিষদৰ সম্পাদক মনোৰঞ্জন শৰ্মা আৰু বিনোদ কৃষ্ণ শৰ্মাই৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷
    4
    বিহপুৰীয়া মহাবিদ্যালয়ত নৱাগত আদৰণি সভাত শৈক্ষিক বটা বিতৰণ
বিহপুৰীয়াঃআজি বিহপুৰীয়া মহাবিদ্যালয়ত অনুস্হিত কৰা নৱাগত আদৰণি সভা খনত  মাধৱদেৱ গৱেষনা অধ্যয়ন আৰু বৌদ্ধিক জাগৰণ পৰিষদে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত  শংকৰদেৱ মহাবিদ্যালয় খেৰাজখাট মহাবিদ্যালয় বিহপুৰীয়া মহাবিদ্যালয় মাধৱদেৱ মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ মাজত অনুস্হিত কৰা ঠাইতে লিখা ৰচনা প্ৰতিযোগিতাত ১১০ গৰাকী ছাত্ৰছাত্ৰী ৰ ভিতৰত ১২ গৰাকীয়ে স্হান দখল কৰিছিল৷ ইয়াৰে প্ৰথম গৰাকী কাৱেৰী বৰাই বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰা প্ৰথম স্হান দখল কৰি মহাবিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনে৷ আজি শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সোনাৰাম কলিতা খেৰাজখাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃমৃদুল বুঢ়াগোহাই মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধক্ষ্য বিৰেন্দ্ৰনাথ ভাগৱতী বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰা উপস্হিত থাকি এই শৈক্ষিক বটা বিতৰণ কৰে৷ মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ অমূল্য হাজৰিকাই সঞ্চালনা কৰা সভা খনত এই অনুস্হানৰ আত ধৰে জাগৰণ পৰিষদৰ সম্পাদক মনোৰঞ্জন শৰ্মা আৰু বিনোদ কৃষ্ণ শৰ্মাই৷
নৱজ্যোতি শৰ্মা 
বিহপুৰীয়া৷
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    8 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.