Shuru
Apke Nagar Ki App…
ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অনুষ্ঠিত হৈছে সৰস্বতী দেৱীৰ পূজাঃ উপস্থিত ঢেকীয়াজুলি সম-জিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱ মুণি দাস
Assam sangbad 24
ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অনুষ্ঠিত হৈছে সৰস্বতী দেৱীৰ পূজাঃ উপস্থিত ঢেকীয়াজুলি সম-জিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱ মুণি দাস
More news from Sonitpur and nearby areas
- ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহুনাছ,ঢোলবাদন আৰু জেং বিহুৰ কৰ্মশালা1
- দুবাৰকৈ ৰূপহী হাটৰ বিধায়ক নুৰুল হুদাই বৃহস্পতিবাৰে তৃতীয় বাৰৰ বাবে মনোনয়ন দাখিল কৰে। তেওঁৰ সৈতে সংগ দিয়ে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। নুৰুল হুদাই মনোনয়ন দাখিল কৰিবলৈ আহি ক'লে মই ৰূপহী বাসীৰ অন্তৰত আছো।1
- চামগুৰিত বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই মুখ্যমন্ত্রী ড'হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনিল শইকীয়াৰ বাসগৃহত আজি দলীয় কৰ্মীৰ আতচবাজী ফুটাই আনন্দ উল্লাস পালন কৰে। চামগুৰি সমষ্টিৰ প্ৰতিটো ঘৰেই অনিল শইকীয়াৰ পৰিয়াল গতিকে ঘৰৰ লৰাক জিকোৱাৰ ক্ষেত্রত সকলোৱে আগ-ভাগ সব বুলি মন্তব্য কৰে। চামগুৰিত এইবাৰ ৰজাঘৰীয়া লৰা আৰু সাধাৰণ ঘৰৰ লৰাৰ মাজত যুঁজ হব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অনিল শইকীয়াই।1
- চামগুৰি সমষ্টিত টিকট লাভ কৰি প্ৰথমটো প্ৰতিক্ৰিয়া বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ1
- প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পাছতেই অনিল শইকীয়াৰ কঢ়ালি গাওঁ স্থিত বাসভৱনত কৰ্মী সমৰ্থকৰ ভীৰ1
- Post by Mahesh kumar das1
- Mur lgot kio jhora mani krisili randi hot tu hotok moi sini ne pau buli mur lgot jhora mani kribhi kla randi hot1
- টম্টম্ৰ বিৰুদ্ধে আজি কঠোৰ হ’ল ঢেকীয়াজুলি যান-বাহন আৰক্ষী৷ উল্লেখ্য যে বিগত কিছুদিনৰ পৰাই একাংশ টম্টম্ চালকে জধেমধে টম্টম্ চলাই ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত তীব্ৰ যানজঁটৰ সৃষ্টি কৰি আহিছে ৷ সেয়েহে আজি ৫০ খনৰো অধিক টম্টম্ জব্দ কৰিলে ঢেকীয়াজুলি যান-বাহন আৰক্ষীয়ে ৷1