logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

23 hrs ago
user_Assam Update
Assam Update
Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
23 hrs ago

More news from অসম and nearby areas
  • Post by Mustak ali
    1
    Post by Mustak ali
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    21 hrs ago
  • গোলাঘাটৰ লুৰুকীহাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । এখন টেংকাৰে মহতিয়াই লৈ যায় এজন বাইক আৰোহীক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন। তেওঁক তৎক্ষণাত সংকটজনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত পতিত হোৱা বাইকৰ নম্বৰ হৈছে AS-05T-2781 আৰু AS-05AC-0597 নম্বৰ টেংকাৰখনৰ । আহত বাইক আৰোহীজন মৰঙি চাৰিআলিৰ "বিমান ঠাকুৰ" বুলি জানিব পৰা গৈছে।
    2
    গোলাঘাটৰ লুৰুকীহাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । এখন টেংকাৰে মহতিয়াই লৈ যায় এজন বাইক আৰোহীক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন। তেওঁক তৎক্ষণাত সংকটজনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত পতিত হোৱা বাইকৰ নম্বৰ হৈছে AS-05T-2781 আৰু  AS-05AC-0597 নম্বৰ টেংকাৰখনৰ । আহত বাইক আৰোহীজন মৰঙি চাৰিআলিৰ  "বিমান ঠাকুৰ" বুলি জানিব পৰা গৈছে।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    3 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    4 hrs ago
  • *যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস পালন* ...........................…............ *যোৰহাট, ২৮ এপ্ৰিলঃ* যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ আজি দশম প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। বিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত দশম শ্ৰেণীৰ পৰীক্ষাত সফলতা অৰ্জন কৰা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। লগতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক আৰু প্ৰতিভা প্ৰদৰ্শনেৰে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে। বিদ্যালয়খন শৈক্ষিক উৎকৰ্ষতা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা বুলি উপস্থিত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উল্লেখ কৰিছে। অনুষ্ঠানত যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। *(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*
    1
    *যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস পালন*
...........................…............
*যোৰহাট, ২৮ এপ্ৰিলঃ*
যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ আজি দশম প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। বিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত দশম শ্ৰেণীৰ পৰীক্ষাত সফলতা অৰ্জন কৰা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।
লগতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক আৰু প্ৰতিভা প্ৰদৰ্শনেৰে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে। বিদ্যালয়খন শৈক্ষিক উৎকৰ্ষতা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা বুলি উপস্থিত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উল্লেখ কৰিছে।
অনুষ্ঠানত যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
*(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*
    user_Huntu sen kachari
    Huntu sen kachari
    Dancer Dhemaji, Assam•
    7 hrs ago
  • Commonwealth Youth and Junior Weightlifting Championship (Samoa)ত চৰাইদেউৰ অভিনৱ গগৈয়ে ৭১ কেজি Youth & Junior শ্ৰেণীত ৪টা ৰেকৰ্ড গঢ়ি স্বৰ্ণ পদক জয় কৰে । তেওঁৰ দৰ্শনীয় প্ৰদৰ্শন— 🏋️‍♂️ Snatch: ১২৯ কেজি 🏋️‍♂️ Clean & Jerk: ১৫৫ কেজি 🏋️‍♂️ Total: ২৮৪ কেজি
    1
    Commonwealth Youth and Junior Weightlifting Championship (Samoa)ত চৰাইদেউৰ অভিনৱ গগৈয়ে ৭১ কেজি Youth & Junior শ্ৰেণীত ৪টা ৰেকৰ্ড গঢ়ি স্বৰ্ণ পদক জয় কৰে ।  
তেওঁৰ দৰ্শনীয় প্ৰদৰ্শন—
🏋️‍♂️ Snatch: ১২৯ কেজি
🏋️‍♂️ Clean & Jerk: ১৫৫ কেজি
🏋️‍♂️ Total: ২৮৪ কেজি
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    8 hrs ago
  • ৮০% নম্বৰসহ চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰা দীক্ষিতাৰ ঘৰত শোকাকুল পৰিৱেশ আজি তিলনি দিনাই আহিল দীক্ষিতাৰ ফলাফলৰ খবৰটো মৰাণৰ এটা পৰিয়ালত বিৰাজ কৰিছে শোকাকুল পৰিৱেশে । মৰাণৰ ডোমৰ দলং গাঁ‌ৱৰ পিতৃ ৰত্ন শইকীয়া আৰু মাতৃ প্ৰয়াত জোনালী শইকীয়াৰ কন্যা দীক্ষিতা শইকীয়াই আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ ফলাফলত ৮০% নম্বৰসহ চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে । কিন্তু এই ফলাফললৈ ৰৈ নাথাকিলে দীক্ষিতা শইকীয়া । মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰী গৰাকী । যোৱা শনিবাৰে ছাত্ৰী গৰাকীৰ হঠাৎ পেটৰ বিষ হোৱাত ডিব্ৰুগড় এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আৰু এই চিকিৎসালয়খনতে দেওবাৰে পুৱতি নিশা মৃত্যুক আকোৱালি ললে ছাত্ৰী গৰাকীয়ে । আজি তাইৰ তিলনি । এক শোকাকুল পৰিৱেশৰ মাজত তিলনী চলি থকাৰ মাজতে আহিল পৰীক্ষা ফলাফলৰ খবৰটো । যাৰ বাবে তাত উপস্থিত থকা সকলোৱে চকুত চকুলো ববলৈ ধৰে ।
    1
    ৮০% নম্বৰসহ চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰা দীক্ষিতাৰ ঘৰত শোকাকুল পৰিৱেশ
আজি তিলনি দিনাই আহিল দীক্ষিতাৰ ফলাফলৰ খবৰটো
মৰাণৰ এটা পৰিয়ালত বিৰাজ কৰিছে শোকাকুল পৰিৱেশে । মৰাণৰ ডোমৰ দলং গাঁ‌ৱৰ পিতৃ  ৰত্ন শইকীয়া আৰু মাতৃ প্ৰয়াত জোনালী শইকীয়াৰ কন্যা দীক্ষিতা শইকীয়াই আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ ফলাফলত ৮০% নম্বৰসহ চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে । কিন্তু এই ফলাফললৈ ৰৈ নাথাকিলে দীক্ষিতা শইকীয়া ।  মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰী গৰাকী । যোৱা শনিবাৰে ছাত্ৰী গৰাকীৰ হঠাৎ পেটৰ বিষ হোৱাত ডিব্ৰুগড় এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আৰু এই চিকিৎসালয়খনতে দেওবাৰে পুৱতি নিশা মৃত্যুক আকোৱালি ললে ছাত্ৰী গৰাকীয়ে । আজি তাইৰ তিলনি । এক শোকাকুল পৰিৱেশৰ মাজত তিলনী চলি থকাৰ মাজতে আহিল পৰীক্ষা ফলাফলৰ খবৰটো । যাৰ বাবে তাত উপস্থিত থকা সকলোৱে চকুত চকুলো ববলৈ ধৰে ।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    22 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    23 hrs ago
  • *উত্তৰ-পশ্চিম যোৰহাটত ছাত্ৰ-ছাত্ৰীৰ সাফল্যৰ জিলিকনি* ...................................... *যোৰহাট, ২৮ এপ্ৰিলঃ* আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত উত্তৰ-পশ্চিম যোৰহাটৰ সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ে উজ্জ্বল সাফল্য অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয় খনৰ বাণিজ্য শাখাত ২৬ জন ছাত্ৰ-ছাত্ৰীৰ সকলোয়ে উত্তীৰ্ণ হয়। ইয়াৰে ৬ জনে প্ৰথম বিভাগ, ১৭ জনে দ্বিতীয় বিভাগ আৰু ৩ জনে তৃতীয় বিভাগ লাভ কৰে। আনহাতে, কলা শাখাত ২১০ জনৰ ভিতৰত ১৯৭ জনে উত্তীৰ্ণ হৈ ৯৪ শতাংশ ফলাফল অৰ্জন কৰে। বিদ্যালয়খনৰ এই সাফল্যত অধ্যক্ষ জয়ন্ত বৰদলৈৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলবাসীয়ে গৌৰৱ প্ৰকাশ কৰিছে।### *(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*
    1
    *উত্তৰ-পশ্চিম যোৰহাটত ছাত্ৰ-ছাত্ৰীৰ সাফল্যৰ জিলিকনি*
......................................
*যোৰহাট, ২৮ এপ্ৰিলঃ*
আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত উত্তৰ-পশ্চিম যোৰহাটৰ সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ে উজ্জ্বল সাফল্য অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
বিদ্যালয় খনৰ বাণিজ্য শাখাত ২৬ জন ছাত্ৰ-ছাত্ৰীৰ সকলোয়ে উত্তীৰ্ণ হয়। ইয়াৰে ৬ জনে প্ৰথম বিভাগ, ১৭ জনে দ্বিতীয় বিভাগ আৰু ৩ জনে তৃতীয় বিভাগ লাভ কৰে। আনহাতে, কলা শাখাত ২১০ জনৰ ভিতৰত ১৯৭ জনে উত্তীৰ্ণ হৈ ৯৪ শতাংশ ফলাফল অৰ্জন কৰে।
বিদ্যালয়খনৰ এই সাফল্যত অধ্যক্ষ জয়ন্ত বৰদলৈৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলবাসীয়ে গৌৰৱ প্ৰকাশ কৰিছে।###
*(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*
    user_Huntu sen kachari
    Huntu sen kachari
    Dancer Dhemaji, Assam•
    7 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.