logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

পিতৃৰ বিয়োগৰ বৈদিক কৰ্মৰ লগতে চলাই গৈছে দলীয় দায়িত্ব। সমষ্টিৰ বিভিন্ন প্ৰান্তত চলাই গৈছে নিৰ্বাচনী সভা আৰু জনসম্পৰ্ক। পিতৃৰ বিয়োগৰ বৈদিক কৰ্মৰ লগতে চলাই গৈছে দলীয় দায়িত্ব। সমষ্টিৰ বিভিন্ন প্ৰান্তত চলাই গৈছে নিৰ্বাচনী সভা আৰু জনসম্পৰ্ক।

2 hrs ago
user_NAlive24
NAlive24
Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
2 hrs ago

পিতৃৰ বিয়োগৰ বৈদিক কৰ্মৰ লগতে চলাই গৈছে দলীয় দায়িত্ব। সমষ্টিৰ বিভিন্ন প্ৰান্তত চলাই গৈছে নিৰ্বাচনী সভা আৰু জনসম্পৰ্ক। পিতৃৰ বিয়োগৰ বৈদিক কৰ্মৰ লগতে চলাই গৈছে দলীয় দায়িত্ব। সমষ্টিৰ বিভিন্ন প্ৰান্তত চলাই গৈছে নিৰ্বাচনী সভা আৰু জনসম্পৰ্ক।

More news from অসম and nearby areas
  • পিতৃৰ বিয়োগৰ বৈদিক কৰ্মৰ লগতে চলাই গৈছে দলীয় দায়িত্ব। সমষ্টিৰ বিভিন্ন প্ৰান্তত চলাই গৈছে নিৰ্বাচনী সভা আৰু জনসম্পৰ্ক।
    1
    পিতৃৰ বিয়োগৰ বৈদিক কৰ্মৰ লগতে   চলাই গৈছে দলীয় দায়িত্ব। সমষ্টিৰ বিভিন্ন প্ৰান্তত চলাই গৈছে নিৰ্বাচনী সভা আৰু জনসম্পৰ্ক।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    2 hrs ago
  • ৰঙিয়াত সংবাদমেল যোগে গোৰেশ্বৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰবিন্দ্ৰ বালা বিশ্বাসৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ ।আজি ৰঙিয়া প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত অংশগ্ৰহণ কৰি নিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ নকৰাৰ সিদ্ধান্তৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে প্ৰাৰ্থী গৰাকীয়ে। আনহাতে গোৰেশ্বৰ সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভিক্তৰ দাসক সমৰ্থন আগবঢ়াব ঘোষণা কৰে ৰবীন্দ্ৰ বালা বিশ্বাসে ।প্ৰাৰ্থীত্বৰ মনোনয়ন প্ৰত্যাহাৰৰ সময় উকলি যোৱাৰ পৰিপ্ৰেক্ষিটত নিৰ্বাচনী আত্ম প্ৰচাৰ নকৰাৰ আনুষ্ঠানিক ঘোষণা আগবঢ়াই ৰবিন্দ্ৰ বালা বিশ্বাসে ।উল্লেখ্য যে ইয়াৰ পূৰ্বে বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিআৰৰ কাৰ্যবাহী সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰা ৰবীন্দ্ৰবালা বিশ্বাসে বিজেপি দলৰ উন্নয়ন মূলক পদক্ষেপৰ প্ৰতি আকৰ্ষিত হৈ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীক সমৰ্থন আগবঢ়োৱাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলিও সংবাদমেলত দোহাৰে ।
    1
    ৰঙিয়াত সংবাদমেল 
যোগে গোৰেশ্বৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰবিন্দ্ৰ বালা বিশ্বাসৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ ।আজি  ৰঙিয়া প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত অংশগ্ৰহণ কৰি নিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ নকৰাৰ সিদ্ধান্তৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে প্ৰাৰ্থী গৰাকীয়ে। আনহাতে গোৰেশ্বৰ সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভিক্তৰ দাসক সমৰ্থন আগবঢ়াব ঘোষণা কৰে ৰবীন্দ্ৰ বালা বিশ্বাসে ।প্ৰাৰ্থীত্বৰ  মনোনয়ন প্ৰত্যাহাৰৰ সময় উকলি  যোৱাৰ পৰিপ্ৰেক্ষিটত  নিৰ্বাচনী আত্ম প্ৰচাৰ নকৰাৰ আনুষ্ঠানিক ঘোষণা আগবঢ়াই ৰবিন্দ্ৰ বালা বিশ্বাসে ।উল্লেখ্য যে ইয়াৰ পূৰ্বে বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিআৰৰ কাৰ্যবাহী সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰা ৰবীন্দ্ৰবালা বিশ্বাসে বিজেপি দলৰ উন্নয়ন মূলক পদক্ষেপৰ প্ৰতি আকৰ্ষিত হৈ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীক সমৰ্থন আগবঢ়োৱাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলিও সংবাদমেলত দোহাৰে ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    6 hrs ago
  • 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ ফাতেমাবাদ চাহ বাগিচাত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা । 📌সমষ্টিটোৰ বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ শালবাৰীৰ পাৰিষদ দিগন্ত গয়াৰীৰ। 📌NDAৰ জয় সুনিশ্চিত বুলি মন্তব্য দিগন্ত গয়াৰীৰ।
    1
    📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ ফাতেমাবাদ চাহ বাগিচাত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা ।
📌সমষ্টিটোৰ বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ শালবাৰীৰ পাৰিষদ দিগন্ত গয়াৰীৰ।
📌NDAৰ জয় সুনিশ্চিত বুলি মন্তব্য দিগন্ত গয়াৰীৰ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    14 hrs ago
  • #
    1
    #
    user_Achad Hussain laskar
    Achad Hussain laskar
    বজালী, বজালী, অসম•
    12 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    3 hrs ago
  • সোণতলীত এআইইউডিএফৰ (AIUDF) বিশাল নিৰ্বাচনী প্ৰচাৰ সভা। ছমৰীয়া সমষ্টিত এইবাৰ আন কোনো দলৰ অস্তিত্ব নাই! আনকি ৰেকিব উদ্দিন আহমেদৰ পৰিয়ালৰ সদস্যইও এইবাৰ মোকহে ভোট দিব — এই দাবী এআইইউডিএফ প্ৰাৰ্থী ইমদাদ হুছেইনৰ।
    1
    সোণতলীত এআইইউডিএফৰ (AIUDF) বিশাল নিৰ্বাচনী প্ৰচাৰ সভা।
ছমৰীয়া সমষ্টিত এইবাৰ আন কোনো দলৰ অস্তিত্ব নাই! আনকি ৰেকিব উদ্দিন আহমেদৰ পৰিয়ালৰ সদস্যইও এইবাৰ মোকহে ভোট দিব — এই দাবী এআইইউডিএফ প্ৰাৰ্থী ইমদাদ হুছেইনৰ।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    4 hrs ago
  • RGVN ৰ প্ৰকল্পৰ ক্ষেত্ৰ সমন্বয়ক উদয় কুমাৰ শৰ্মা মহোদয়ে ফিটা কাটি আজি টাজা- টি ২৩৫৫ ভেৰাইটিৰ মাকৈ চপোৱা অনুস্থানটি আনুষ্ঠানিক উদ্বোধন কৰে।* 📌*উদ্বোধনী অনুষ্ঠানটোত স্থানীয় কৃষক সমাজৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হয়। প্ৰগতিশীল মাকৈ খেতিয়ক প্ৰফুল্ল কোঁৱৰ, সোণমণি বৰদলৈ আৰু কুশল দাসক সম্বৰ্ধনা জনাই সন্মানিত কৰা হয়
    1
    RGVN ৰ প্ৰকল্পৰ ক্ষেত্ৰ সমন্বয়ক উদয় কুমাৰ শৰ্মা মহোদয়ে ফিটা কাটি আজি টাজা- টি ২৩৫৫ ভেৰাইটিৰ মাকৈ চপোৱা অনুস্থানটি আনুষ্ঠানিক উদ্বোধন কৰে।*
📌*উদ্বোধনী অনুষ্ঠানটোত স্থানীয় কৃষক সমাজৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হয়। প্ৰগতিশীল মাকৈ খেতিয়ক প্ৰফুল্ল কোঁৱৰ, সোণমণি বৰদলৈ আৰু কুশল দাসক সম্বৰ্ধনা জনাই সন্মানিত কৰা হয়
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter Marigaon, Assam•
    6 hrs ago
  • ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ এনডিএ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ সমৰ্থনত নাগ্ৰীজুলি আৰু লাতিবাৰীত এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা হয়। নাগ্ৰীজুলি চাহ বাগিচাত আয়োজিত নিৰ্বাচনী সভাত বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী দাসে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ খতিয়ান দাঙি ধৰে আৰু অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত প্ৰতিগৰাকী মহিলাক ভৱিষ্যতে সামৰি লোৱাৰ আশ্বাস প্ৰদান কৰে। সভাত উপস্থিত থাকি প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসে ৰাইজৰ সঁহাৰিত উৎসাহিত হৈ সকলো জাতি-জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰাৰ সংকল্প লয়। ইয়াৰ পাছতে বিয়লি অহিয়াবাৰী খেলপথাৰত অনুষ্ঠিত আন এক বিশাল জনসভাত বিজেপি, বিপিএফ আৰু অগপৰ শীৰ্ষ নেতৃবৃন্দই অংশগ্ৰহণ কৰি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়। বাইট-- লক্ষী দাস (ভজন) (পাৰিষদ BTC)
    1
    ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ এনডিএ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ সমৰ্থনত নাগ্ৰীজুলি আৰু লাতিবাৰীত এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা হয়। নাগ্ৰীজুলি চাহ বাগিচাত আয়োজিত নিৰ্বাচনী সভাত বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী দাসে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ খতিয়ান দাঙি ধৰে আৰু অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত প্ৰতিগৰাকী মহিলাক ভৱিষ্যতে সামৰি লোৱাৰ আশ্বাস প্ৰদান কৰে। সভাত উপস্থিত থাকি প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসে ৰাইজৰ সঁহাৰিত উৎসাহিত হৈ সকলো জাতি-জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰাৰ সংকল্প লয়। ইয়াৰ পাছতে বিয়লি অহিয়াবাৰী খেলপথাৰত অনুষ্ঠিত আন এক বিশাল জনসভাত বিজেপি, বিপিএফ আৰু অগপৰ শীৰ্ষ নেতৃবৃন্দই অংশগ্ৰহণ কৰি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়।
বাইট-- লক্ষী দাস (ভজন) (পাৰিষদ BTC)
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.