logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আজি ইংৰাজী ১০/৫/২০২৬ তাৰিখে সদৌ অসম টংলা সমাজ চৰাইদেউ জিলা সমিতি ৰ আন্তুগত বৰাহী প্ৰাথমিক সমিতি ২১জনীয়া টংলা সমাজ নতুনকৈ গঠন কৰা হয় হেই সভাত নৱনিৰ্বাচিত সভাপতি নুমল টংলা আৰু সাধাৰণ সম্পাদক পীতাম্বৰ টংলা

4 hrs ago
user_Moran Dorpon
Moran Dorpon
মৰাণ, ডিব্ৰুগড়, অসম•
4 hrs ago
79142958-7470-43d9-8d07-fcd30b7dd820

আজি ইংৰাজী ১০/৫/২০২৬ তাৰিখে সদৌ অসম টংলা সমাজ চৰাইদেউ জিলা সমিতি ৰ আন্তুগত বৰাহী প্ৰাথমিক সমিতি ২১জনীয়া টংলা সমাজ নতুনকৈ গঠন কৰা হয় হেই সভাত নৱনিৰ্বাচিত সভাপতি নুমল টংলা আৰু সাধাৰণ সম্পাদক পীতাম্বৰ টংলা

More news from অসম and nearby areas
  • পুৱাই মৰাণৰ খোৱাং বাগান তিনিআলিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা ।
    1
    পুৱাই মৰাণৰ খোৱাং বাগান তিনিআলিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা ।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    22 min ago
  • অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মুছলমানসকলক উদ্দেশ্যি এক বিশেষ মন্তব্য কৰিছে। তেওঁৰ এই গুৰুত্বপূৰ্ণ আহ্বান এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চাৰ বিষয়।
    1
    অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মুছলমানসকলক উদ্দেশ্যি এক বিশেষ মন্তব্য কৰিছে। তেওঁৰ এই গুৰুত্বপূৰ্ণ আহ্বান এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চাৰ বিষয়।
    user_Nazima Begum
    Nazima Begum
    মৰাণ, ডিব্ৰুগড়, অসম•
    13 hrs ago
  • চৰাইদেউত অনুষ্ঠিত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দ্বাদশ প্ৰতিষ্ঠা দিৱসত পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দূৰ্বা ঘোষক 'ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা' প্ৰদান কৰা হয়। পৰ্যটন ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা এই দিৱসত জুবিন গাৰ্গলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
    1
    চৰাইদেউত অনুষ্ঠিত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দ্বাদশ প্ৰতিষ্ঠা দিৱসত পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দূৰ্বা ঘোষক 'ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা' প্ৰদান কৰা হয়। পৰ্যটন ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা এই দিৱসত জুবিন গাৰ্গলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    19 hrs ago
  • শিৱসাগৰৰ দেওপানীত সংগ্ৰামী সেনা অসমে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। এই উপলক্ষে দেওপানী চাহ বাগিছাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ পংকজ দাসৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গলৈ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
    4
    শিৱসাগৰৰ দেওপানীত সংগ্ৰামী সেনা অসমে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। এই উপলক্ষে দেওপানী চাহ বাগিছাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ পংকজ দাসৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গলৈ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    15 hrs ago
  • শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন হোণ্ডাই চেণ্ট্ৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি খালত সোমাই পৰে। এই দুৰ্ঘটনাত ৰভি বাৰ্মা আৰু দীপাংকৰ বাৰ্মা নামৰ দুজন যুৱক গুৰুতৰভাৱে আহত হৈছে। দুয়োজনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।
    1
    শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন হোণ্ডাই চেণ্ট্ৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি খালত সোমাই পৰে। এই দুৰ্ঘটনাত ৰভি বাৰ্মা আৰু দীপাংকৰ বাৰ্মা নামৰ দুজন যুৱক গুৰুতৰভাৱে আহত হৈছে। দুয়োজনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    17 hrs ago
  • সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত তিনিচুকীয়াত চতুৰ্থ বাৰ্ষিক 'আমাৰ ৰঙালী বিহু অনুষ্ঠান' উলহ-মালহেৰে উদযাপন কৰা হ'ল। এই অনুষ্ঠানত জনপ্ৰিয় গায়ক জুবিন গাৰ্গ আৰু হীৰালাল শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিভিন্ন ভাষাভাষী সমাজৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
    1
    সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত তিনিচুকীয়াত চতুৰ্থ বাৰ্ষিক 'আমাৰ ৰঙালী বিহু অনুষ্ঠান' উলহ-মালহেৰে উদযাপন কৰা হ'ল। এই অনুষ্ঠানত জনপ্ৰিয় গায়ক জুবিন গাৰ্গ আৰু হীৰালাল শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিভিন্ন ভাষাভাষী সমাজৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    14 hrs ago
  • Jagun, "A press release addressed by the Nepali villagers তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংগমণ্ডলৰ লেখাপানী বন বিষয়া কাৰ্যালয়ৰ অধীনৰ লেখাপানী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৪০ বিঘাৰো অধিক ভূমিৰ গছ বন কাটি বেদখল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে দুস্কৃতি কাৰীয়ে । উক্ত বিষয়টোৰ সন্দৰ্ভত সংৰক্ষিত বনাঞ্চল খনৰ গাতেই লাগি থকা লেখাপানী নেপালী গাৱৰ বাসিন্দাই সংৰক্ষিত বনাঞ্চলখনৰ ৰক্ষাৰ স্বাৰ্থত এক সংবাদ মেল যোগে চৰকাৰ তথা বন বিভাগক উক্ত বিষয়টোৰ সন্দৰ্ভত সঠিক ভাৱে তদন্ত কৰি দূখিক কৰায়ত্ব কৰিবলৈ আব্বাহন জনায় ।
    1
    Jagun, "A press release addressed by the Nepali villagers
তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংগমণ্ডলৰ লেখাপানী বন বিষয়া কাৰ্যালয়ৰ অধীনৰ লেখাপানী সংৰক্ষিত বনাঞ্চলৰ  প্ৰায় ৪০ বিঘাৰো অধিক ভূমিৰ গছ বন কাটি বেদখল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে দুস্কৃতি কাৰীয়ে । উক্ত বিষয়টোৰ সন্দৰ্ভত সংৰক্ষিত বনাঞ্চল খনৰ গাতেই লাগি থকা লেখাপানী নেপালী গাৱৰ বাসিন্দাই সংৰক্ষিত বনাঞ্চলখনৰ ৰক্ষাৰ স্বাৰ্থত এক সংবাদ মেল যোগে চৰকাৰ তথা বন বিভাগক উক্ত  বিষয়টোৰ সন্দৰ্ভত সঠিক ভাৱে তদন্ত কৰি দূখিক কৰায়ত্ব কৰিবলৈ আব্বাহন জনায় ।
    user_Deepak Das
    Deepak Das
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    1 hr ago
  • শপত গ্ৰহণৰ প্ৰাকমুহূৰ্তত সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই (আক্ৰাছু) মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এক ডাঙৰ দাবী উত্থাপন কৰিছে। সংগঠনটোৱে ১০ নিৰ্বাচিত প্ৰতিনিধিৰ ভিতৰত দুগৰাকী কোঁচ ৰাজবংশী প্ৰতিনিধিক অসম কেবিনেটত মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ কৈছে। এই পদক্ষেপৰ জৰিয়তে জনগোষ্ঠীটোৰ উন্নয়ন আৰু জনজাতিকৰণৰ মৰ্যাদা লাভৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব বুলি তেওঁলোকে আশা কৰিছে।
    1
    শপত গ্ৰহণৰ প্ৰাকমুহূৰ্তত সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই (আক্ৰাছু) মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এক ডাঙৰ দাবী উত্থাপন কৰিছে। সংগঠনটোৱে ১০ নিৰ্বাচিত প্ৰতিনিধিৰ ভিতৰত দুগৰাকী কোঁচ ৰাজবংশী প্ৰতিনিধিক অসম কেবিনেটত মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ কৈছে। এই পদক্ষেপৰ জৰিয়তে জনগোষ্ঠীটোৰ উন্নয়ন আৰু জনজাতিকৰণৰ মৰ্যাদা লাভৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব বুলি তেওঁলোকে আশা কৰিছে।
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    23 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.