logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

তামুলপুৰ জিলাৰ দৰংগা, পাগলদিয়া আৰু মটঙা নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। পুৱা প্ৰথমে তেওঁ বেলখুঁটিত দৰংগা নদীয়ে সৃষ্টি কৰা তীব্ৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে চৰণ জংগল অঞ্চলত পাগলাদিয়া নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল আৰু উলুবাৰীত মটঙা নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। গৰাখহনীয়া পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীনভাৱে পাৰ্কুপাইন স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে, এই সমস্যাৰ বিজ্ঞানসন্মত আৰু স্থায়ী সমাধানৰ দিশত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিষয়ববীয়া তথা স্থানীয় অঞ্চলবাসীৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰী দৈমাৰীয়ে।

1 hr ago
user_NAlive24
NAlive24
Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
1 hr ago

তামুলপুৰ জিলাৰ দৰংগা, পাগলদিয়া আৰু মটঙা নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। পুৱা প্ৰথমে তেওঁ বেলখুঁটিত দৰংগা নদীয়ে সৃষ্টি কৰা তীব্ৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে চৰণ জংগল অঞ্চলত পাগলাদিয়া নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল আৰু উলুবাৰীত মটঙা নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। গৰাখহনীয়া পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীনভাৱে পাৰ্কুপাইন স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে, এই সমস্যাৰ বিজ্ঞানসন্মত আৰু স্থায়ী সমাধানৰ দিশত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিষয়ববীয়া তথা স্থানীয় অঞ্চলবাসীৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰী দৈমাৰীয়ে।

More news from অসম and nearby areas
  • তামুলপুৰ জিলাৰ নাগ্ৰিজুলীৰ ২ নং পাহাৰপুৰ আৰু হস্তীনাপুৰ গাঁৱত ১২ জুলাইত একেদিনাই দুটাকৈ উন্নতমানৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী ভজন দাসে এক মাংগলিক কাৰ্যসূচীৰে ফিটা কাটি দুয়োখন কেন্দ্ৰৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে। শিশুৰ প্ৰাৰম্ভিক শিক্ষা, খেল-ধেমালি, পুষ্টি আৰু সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে আধুনিক সা-সুবিধাৰে এই কেন্দ্ৰ দুটা নিৰ্মাণ কৰা হৈছে, যিয়ে অঞ্চলটোৰ শিশু আৰু অভিভাৱকসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি কাৰ্যবাহী সদস্য লক্ষী ভজন দাসে শিশুৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত অংগনবাড়ী কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে পৰ্যায়ক্ৰমে জিলাৰ সকলো জৰাজীৰ্ণ অংগনবাড়ী কেন্দ্ৰক আদৰ্শ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অতি শীঘ্ৰেই তামুলপুৰ জিলাত আৰু কেইবাটাও আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে। এই অনুষ্ঠানত টিচিএলচিচিৰ অধ্যক্ষ শংকৰ দাস, সহকাৰী আয়ুক্ত প্ৰাগ্যজ্যোতি লস্কৰ, স্থানীয় ভিচিডিচিৰ অধ্যক্ষ, সদস্যসকল, শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াসকল, অংগনবাড়ী কৰ্মী-সহায়িকা আৰু স্থানীয় ৰাইজ উপস্থিত আছিল। নতুন কেন্দ্ৰ দুটা লাভ কৰি স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে।
    1
    তামুলপুৰ জিলাৰ নাগ্ৰিজুলীৰ ২ নং পাহাৰপুৰ আৰু হস্তীনাপুৰ গাঁৱত ১২ জুলাইত একেদিনাই দুটাকৈ উন্নতমানৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী ভজন দাসে এক মাংগলিক কাৰ্যসূচীৰে ফিটা কাটি দুয়োখন কেন্দ্ৰৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে। শিশুৰ প্ৰাৰম্ভিক শিক্ষা, খেল-ধেমালি, পুষ্টি আৰু সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে আধুনিক সা-সুবিধাৰে এই কেন্দ্ৰ দুটা নিৰ্মাণ কৰা হৈছে, যিয়ে অঞ্চলটোৰ শিশু আৰু অভিভাৱকসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে।

উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি কাৰ্যবাহী সদস্য লক্ষী ভজন দাসে শিশুৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত অংগনবাড়ী কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে পৰ্যায়ক্ৰমে জিলাৰ সকলো জৰাজীৰ্ণ অংগনবাড়ী কেন্দ্ৰক আদৰ্শ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অতি শীঘ্ৰেই তামুলপুৰ জিলাত আৰু কেইবাটাও আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে। এই অনুষ্ঠানত টিচিএলচিচিৰ অধ্যক্ষ শংকৰ দাস, সহকাৰী আয়ুক্ত প্ৰাগ্যজ্যোতি লস্কৰ, স্থানীয় ভিচিডিচিৰ অধ্যক্ষ, সদস্যসকল, শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াসকল, অংগনবাড়ী কৰ্মী-সহায়িকা আৰু স্থানীয় ৰাইজ উপস্থিত আছিল। নতুন কেন্দ্ৰ দুটা লাভ কৰি স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    1 hr ago
  • ৰঙিয়াৰ দক্ষিণ পশ্চিম অঞ্চলৰ বাসিন্দাসকলৰ আধ্যাত্মিক পীঠস্থান ম'হখলিস্থিত হৰি মন্দিৰত যোৱা নিশা চোৰে তলা ভাঙি এক ভয়ংকৰ লুটপাত চলায়। চোৰে মন্দিৰৰ মূল তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি সোণ-ৰূপৰ অলংকাৰ, পিতলৰ বন্তি গছা আৰু ডাঙৰ টিলিঙা আদিকে ধৰি সকলো সামগ্ৰী লৈ নিৰ্বিঘ্নে পলায়ন কৰে। ইয়াৰ উপৰিও চোৰে দান পাত্ৰত থকা সকলো ধন হস্তগত কৰে। কেৱল হৰি মন্দিৰেই নহয়, চোৰে মন্দিৰ চৌহদৰ মূল কাৰ্যালয়ৰ তলা ভাঙি পেলোৱাৰ লগতে মা বৈষ্ণু দেৱী মন্দিৰৰো তলা ভঙাৰ চেষ্টা চলায়। ৰঙিয়াত ধাৰাবাহিকভাৱে চলি থকা এনে চুৰিকাণ্ডৰ ঘটনাত এতিয়া স্থানীয় আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
    1
    ৰঙিয়াৰ দক্ষিণ পশ্চিম অঞ্চলৰ বাসিন্দাসকলৰ আধ্যাত্মিক পীঠস্থান ম'হখলিস্থিত হৰি মন্দিৰত যোৱা নিশা চোৰে তলা ভাঙি এক ভয়ংকৰ লুটপাত চলায়। চোৰে মন্দিৰৰ মূল তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি সোণ-ৰূপৰ অলংকাৰ, পিতলৰ বন্তি গছা আৰু ডাঙৰ টিলিঙা আদিকে ধৰি সকলো সামগ্ৰী লৈ নিৰ্বিঘ্নে পলায়ন কৰে। ইয়াৰ উপৰিও চোৰে দান পাত্ৰত থকা সকলো ধন হস্তগত কৰে।

কেৱল হৰি মন্দিৰেই নহয়, চোৰে মন্দিৰ চৌহদৰ মূল কাৰ্যালয়ৰ তলা ভাঙি পেলোৱাৰ লগতে মা বৈষ্ণু দেৱী মন্দিৰৰো তলা ভঙাৰ চেষ্টা চলায়। ৰঙিয়াত ধাৰাবাহিকভাৱে চলি থকা এনে চুৰিকাণ্ডৰ ঘটনাত এতিয়া স্থানীয় আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    9 hrs ago
  • বাক্সাৰ গাৰামদেউত আৱাহন থিয়েটাৰৰ বতৰীয়া আৰু VIP টিকট বিক্ৰীৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হৈছে। অহা ১৭, ১৮ আৰু ১৯ ছেপ্টেম্বৰত তিনিটা নিশাৰ নাট্য নিবেদন লৈ গাৰামদেউলৈ আৱাহন থিয়েটাৰ আহিব।
    1
    বাক্সাৰ গাৰামদেউত আৱাহন থিয়েটাৰৰ বতৰীয়া আৰু VIP টিকট বিক্ৰীৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হৈছে। অহা ১৭, ১৮ আৰু ১৯ ছেপ্টেম্বৰত তিনিটা নিশাৰ নাট্য নিবেদন লৈ গাৰামদেউলৈ আৱাহন থিয়েটাৰ আহিব।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    8 hrs ago
  • অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ তীব্ৰ যুঁজৰ হুংকাৰ দিছে ছাত্ৰ সংগঠন SFI-য়ে। এক সংবাদমেল সম্বোধন কৰি SFI ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক ৰাজদ্বীপ মহন্তই মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ কৰে। তেওঁ স্পষ্টকৈ কয় যে হিমন্ত বিশ্ব শৰ্মা সংবিধানৰ উৰ্ধত নহয়। ইয়াৰ উপৰিও জেললৈ যোৱাৰ ভয় কেৱল হিমন্ত বিশ্ব শৰ্মা আৰু RSS ৰহে আছে, SFI ৰ তেনেকুৱা কোনো ভয় নাই বুলি তেওঁ দাবী কৰে। সংবাদমেলত SFI ৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা ‘ভাইৰাছ’ বুলি আখ্যা দিয়া হয়। ৰাজদ্বীপ মহন্তই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে মুখ্যমন্ত্ৰীৰ আসনত বহি হিমন্ত বিশ্ব শৰ্মাই বাটৰ গুণ্ডা আৰু মাৱালিৰ দৰে ভাষ্য প্ৰদান কৰে। তেওঁৰ মতে, মুখ্যমন্ত্ৰীগৰাকী বাটৰ গুণ্ডা আৰু মাৱালিৰ পৰা কোনো কাণতে পৃথক নহয়।
    1
    অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ তীব্ৰ যুঁজৰ হুংকাৰ দিছে ছাত্ৰ সংগঠন SFI-য়ে। এক সংবাদমেল সম্বোধন কৰি SFI ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক ৰাজদ্বীপ মহন্তই মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ কৰে। তেওঁ স্পষ্টকৈ কয় যে হিমন্ত বিশ্ব শৰ্মা সংবিধানৰ উৰ্ধত নহয়। ইয়াৰ উপৰিও জেললৈ যোৱাৰ ভয় কেৱল হিমন্ত বিশ্ব শৰ্মা আৰু RSS ৰহে আছে, SFI ৰ তেনেকুৱা কোনো ভয় নাই বুলি তেওঁ দাবী কৰে।

সংবাদমেলত SFI ৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা ‘ভাইৰাছ’ বুলি আখ্যা দিয়া হয়। ৰাজদ্বীপ মহন্তই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে মুখ্যমন্ত্ৰীৰ আসনত বহি হিমন্ত বিশ্ব শৰ্মাই বাটৰ গুণ্ডা আৰু মাৱালিৰ দৰে ভাষ্য প্ৰদান কৰে। তেওঁৰ মতে, মুখ্যমন্ত্ৰীগৰাকী বাটৰ গুণ্ডা আৰু মাৱালিৰ পৰা কোনো কাণতে পৃথক নহয়।
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    4 hrs ago
  • দক্ষিণ কামৰূপৰ can ছয়গাঁৱত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। ছয়গাঁৱৰ শিংখাটৰ আমজেদ খান ওৰফে দ্বীপ নামৰ এজন ব্যক্তিক দুৰ্বৃত্তৰ দলে হাত-ভৰি বান্ধি হত্যা কৰি থৈ যায়। মৃত আমজেদ আলী এগৰাকী আদা ব্যৱসায়ী আছিল। দুৰ্বৃত্তৰ দলটোৱে দ্বীপ আলীৰ পত্নী, কন্যা আৰু মাতৃ ঘৰত নথকাৰ সুযোগ লৈ এই হত্যাকাণ্ড সংঘটিত কৰে। হত্যা কৰাৰ পিছত দুৰ্বৃত্তই ঘৰৰ আচবাব আৰু গড্ৰেজ ভাঙি লণ্ডভণ্ড কৰে। ইতিমধ্যে ঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
    1
    দক্ষিণ কামৰূপৰ can ছয়গাঁৱত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। ছয়গাঁৱৰ শিংখাটৰ আমজেদ খান ওৰফে দ্বীপ নামৰ এজন ব্যক্তিক দুৰ্বৃত্তৰ দলে হাত-ভৰি বান্ধি হত্যা কৰি থৈ যায়। মৃত আমজেদ আলী এগৰাকী আদা ব্যৱসায়ী আছিল।

দুৰ্বৃত্তৰ দলটোৱে দ্বীপ আলীৰ পত্নী, কন্যা আৰু মাতৃ ঘৰত নথকাৰ সুযোগ লৈ এই হত্যাকাণ্ড সংঘটিত কৰে। হত্যা কৰাৰ পিছত দুৰ্বৃত্তই ঘৰৰ আচবাব আৰু গড্ৰেজ ভাঙি লণ্ডভণ্ড কৰে। ইতিমধ্যে ঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    18 min ago
  • দৌলাশালত মুখ্য মন্ত্ৰীয়ে নিজে ৰোলাৰ চলাই ড্ৰাগছ ধ্বংস কৰিছে। এই ড্ৰাগছসমূহ ধ্বংস কৰিবলৈ মুখ্য মন্ত্ৰীগৰাকীয়ে নিজেই ৰোলাৰখন চলাইছিল।
    1
    দৌলাশালত মুখ্য মন্ত্ৰীয়ে নিজে ৰোলাৰ চলাই ড্ৰাগছ ধ্বংস কৰিছে। এই ড্ৰাগছসমূহ ধ্বংস কৰিবলৈ মুখ্য মন্ত্ৰীগৰাকীয়ে নিজেই ৰোলাৰখন চলাইছিল।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    1 hr ago
  • বৰপেটা জিলাৰ হাউলীত নিৰ্মালি দাসৰ কণ্ঠত এটি অসমীয়া গীত পৰিৱেশন কৰা হৈছে।
    1
    বৰপেটা জিলাৰ হাউলীত নিৰ্মালি দাসৰ কণ্ঠত এটি অসমীয়া গীত পৰিৱেশন কৰা হৈছে।
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    6 hrs ago
  • তামুলপুৰ জিলাৰ দৰংগা, পাগলদিয়া আৰু মটঙা নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। পুৱা প্ৰথমে তেওঁ বেলখুঁটিত দৰংগা নদীয়ে সৃষ্টি কৰা তীব্ৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে চৰণ জংগল অঞ্চলত পাগলাদিয়া নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল আৰু উলুবাৰীত মটঙা নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। গৰাখহনীয়া পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীনভাৱে পাৰ্কুপাইন স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে, এই সমস্যাৰ বিজ্ঞানসন্মত আৰু স্থায়ী সমাধানৰ দিশত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিষয়ববীয়া তথা স্থানীয় অঞ্চলবাসীৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰী দৈমাৰীয়ে।
    1
    তামুলপুৰ জিলাৰ দৰংগা, পাগলদিয়া আৰু মটঙা নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। পুৱা প্ৰথমে তেওঁ বেলখুঁটিত দৰংগা নদীয়ে সৃষ্টি কৰা তীব্ৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে চৰণ জংগল অঞ্চলত পাগলাদিয়া নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল আৰু উলুবাৰীত মটঙা নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে।

গৰাখহনীয়া পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীনভাৱে পাৰ্কুপাইন স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে, এই সমস্যাৰ বিজ্ঞানসন্মত আৰু স্থায়ী সমাধানৰ দিশত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিষয়ববীয়া তথা স্থানীয় অঞ্চলবাসীৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰী দৈমাৰীয়ে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.