Shuru
Apke Nagar Ki App…
AIUDF ৰ সৈতে মিত্ৰতা নহ'ব। দলীয় মনোনয়ন দাখিল কৰাৰ পাছত ৰূপহী হাটৰ বিধায়ক নুৰুল হুদাৰ মন্তব্য
ৰূপহী অসম দৈনিক
AIUDF ৰ সৈতে মিত্ৰতা নহ'ব। দলীয় মনোনয়ন দাখিল কৰাৰ পাছত ৰূপহী হাটৰ বিধায়ক নুৰুল হুদাৰ মন্তব্য
- User5309Mazbat, Udalguri😤on 28 January
- User7546Balijana, Goalpara🙏on 24 January
- User1139Assam💣on 23 January
More news from অসম and nearby areas
- 👉মৈৰাবাৰীত AIUDF ৰ সভাত জনসমুদ্ৰত পৰিণত। 👉লাহৰীঘাটৰ মৈৰাবাৰীত উপস্থিত AIMIM প্ৰধান আছাদুদ্দিন ওৱেইছি। 👉বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ অসমলৈ উপস্থিত আছাদুদ্দিন ওৱেইছি 👉আজি মৈৰাবাৰীত উপস্থিত আছাদুদ্দিন ওৱেইছি1
- বাবুল আলীৰ বাসগৃহত ৰকিবুল হুছেইন আৰু চামগুৰিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ উপস্থিতিত গেৰুৱা দল এৰি কংগ্ৰেছত যোগদান কৰে বাবুল আলীয়ে।নিৰ্বাচনৰ পূৰ্বে চামগুৰিত বিজেপিৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছে। বিজেপিৰ প্ৰভাৱশালী নেতা বাবুল আলীয়ে আজি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। কেৱল বাবুল আলীয়েই নহয়, তেওঁৰ সৈতে বিজেপিৰ হাজাৰ হাজাৰ কৰ্মীয়ে আজি কংগ্ৰেছৰ হাত ধৰে।1
- Post by Mahesh kumar das1
- ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ চপাই চাহ বাগিছাত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷ বিজেপিৰ বাধা উফৰাই কংগ্ৰেছ দলে অনুষ্ঠিত কৰিলে সভা ৷1
- Post by KHABAR 24 BISWANATH1
- Post by Mahendra Pqgag1
- উত্তৰ পেটবঢ়াত ১৯৩৫ চনৰ ১০ জানুৱাৰীত জন্মগ্ৰহণ কৰা বিশিষ্ট শিক্ষক, শিক্ষাবিদ, লেখক, অভিনেতা, সমাজ সংগঠক মনিৰাম বৰাই যোৱা ২২ মাৰ্চ, ২০২৬ তিৰিখে ৯২ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰে। আজি তেখেতৰ বাসগৃহত শ্ৰাদ্ধ কৰ্মৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। মণিৰাম বৰাৰ পুত্ৰ লক্ষ্যজ্যোতি বৰাই আঁত ধৰা স্মৃতিচাৰণ সভাখনিত সভাপতিত্ব কৰে ভকচং কলেজৰ বিষয় শিক্ষক ৰেবকান্ত হাজৰিকাই। এই স্মৃতিচাৰণ সভাতে প্ৰয়াত শিক্ষাবিদ মণিৰাম বৰাৰ স্মৃতিত এখনি স্মৃতিগ্ৰন্থ "মণিবীক্ষণ" উন্মোচন কৰা হয়। স্মৃতি গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট অভিনেতা, সমাজকৰ্মী, অসম চৰকাৰৰ প্ৰাক্তন মীন মন্ত্ৰী উমেশ চন্দ্ৰ দাসে।1
- গোৰেশ্বৰ সমষ্টিত এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ হৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ ---- ভিক্টৰ কুমাৰ দাস হব গোৰেশ্বৰ সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক -- দিলীপ শইকীয়া : তামুলপুৰ, ২ এপ্ৰিল: তামুলপুৰ জিলাৰ ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ বিজেপি তথা এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ সমৰ্থনত আজি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সমষ্টিটোৰ কাউলীত অনুষ্ঠিত জনাকীৰ্ণ সভাখনত ভাষণ প্ৰদান কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এনডিএ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে । লগতে তেওঁ কয় ভিক্টৰ কুমাৰ দাসেই হব নৱ গঠিত গোৰেশ্বৰ বিধানসভা সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক । ভাষণত তেওঁ গণতন্ত্ৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি সকলো লোককে এশ শতাংশ ভোটধিকাৰ সাব্যস্ত কৰিবলৈ সকলোকে আহ্বান জনায়। বিশেষকৈ কৰ্মসূত্ৰে সমষ্টিৰ বাহিৰত থকা লোকসকলক ৯ এপ্ৰিলৰ পূৰ্বেই নিজ গৃহলৈ উভতি আহি ভোটদান কৰিবলৈ তেওঁ বিশেষ অনুৰোধ জনায়। তেওঁ আকৌ কয় এই অঞ্চলত উন্নয়নৰ কাম আৰু কৰিবলগীয়া আছে । উন্নয়নৰ এই কাম সমূহ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীয়ে । এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসক প্ৰশংসা কৰি তেওঁ কয় ভিক্টৰ কুমাৰ দাসে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সমষ্টিটোৰ ৰাইজৰ বাবে দিনক ৰাতি কৰি ৰাতিক দিন কৰি কাম কৰিব । বিগত বহু বছৰ ধৰি ভিক্টৰ কুমাৰ দাসে অসমী আই আৰু ভাৰতী আইৰ নামত সমৰ্পিত কৰি ৰাখিছে । বিজেপি নেতা ৰাম বাস্তলাই আঁত ধৰা সভাখনত বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী (ভজন) দাস আৰু এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসেও ভাষণ ৰাখে । সভাত তামুলপুৰ জিলা বিজেপিৰ সভাপতি ৰাজেশ বড়ো , অগপ নেতা ভবেন ৰাজবংশী , বিপিএফ নেতা উত্তম দাসৰ লগতে বিজেপি , অগপ আৰু বিপিএফ দলৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে । ইপিনে সভাৰ মাজতে আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ শীৰ্ষক গীতটোত আটায়ে নাচি বাগি স্ফূৰ্তি কৰে । সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় গোৰেশ্বৰ বিধান সভা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাস বিপুল ভোটৰ ব্যৱধানত জয়ী হোৱাৰ লগতে বিটিচিৰ ১৫ খন আসনৰ ভিতৰত আটাইকেইখনতে মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়লাভ কৰাটো নিশ্চিত । ###1
- খুমটাই বিধান সভা সমষ্টিৰ মৰঙিত ঝাৰখণ্ডৰ মূখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ প্ৰচাৰ সভা। ভাষন প্ৰসংগত মূখ্যমন্ত্ৰী গৰাকীয়ে ক্ষুৰধাৰ সমালোচনা কৰে বিজেপি শাসিত চৰকাৰ খনক।অসমৰ অৱস্থা ডাৱল ইঞ্জিন চৰকাৰৰ দিনত ঝাৰখণ্ড তকৈও শোচনীয়। বিশেষকৈ গাঁও অঞলৰ পথ, মানুহৰ ঘৰ দুৱাৰ, বিজুলী ব্যৱস্থা সকলোৰে অৱস্থা অতিকৈ শোচনীয়। ডাৱল ইঞ্জিন চৰকাৰৰ দিনত চাহ শ্ৰমিকৰ অৱস্থা অতি দুখ লগা।2