Shuru
Apke Nagar Ki App…
📌হোজাই ৰেল আৰক্ষীৰ অব্যাহত আছে বাৰমিজ চুপাৰিৰ বিৰুদ্ধে অভিযান।
Joyanta Kumar singh
📌হোজাই ৰেল আৰক্ষীৰ অব্যাহত আছে বাৰমিজ চুপাৰিৰ বিৰুদ্ধে অভিযান।
More news from Hojai and nearby areas
- ()রমজান আলী।And চিংলা মিয়া হোজাই আঞ্চলিক নাটক1
- 📌হোজাই ৰেল আৰক্ষীৰ অব্যাহত আছে বাৰমিজ চুপাৰিৰ বিৰুদ্ধে অভিযান।1
- নগাওঁ/মৰিগাওঁ/হোজাই লৰা -ছোৱালী AB/UB running 🚨1
- তেখেতৰ আছে আন এখন সুকীয়া চকী - ডবকা আগৰ ঊদ মাৰ্কেটত। য'ত দৈনিক সন্ধিয়া লাখ লাখ টকাৰ লেনদেন হয়। তেখেত বিভিন্ন সামাজিক কাম-কাজৰ সৈতে জড়িত থকাৰ সমান্তৰালকৈ দেশ-বিদেশত আগৰ ঊদ #agarwood ব্যৱসায়তো দক্ষ। তেখেত আন কোনো নহয় তেখেত হৈছে আমাৰ ডবকাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান Doboka Academy Sr.Sec.School cum super 50 ৰ সন্মানীয় অধ্যক্ষ তথা ট্ৰাষ্ট্ৰী প্ৰধান Mr. #Ikram_Uddin মহাশয়। ধন্যবাদ। ০৫/১০/২৪1
- আকৌ ডবকা নিউজক ধন্যবাদ এগৰাকী যুৱতীৰ! কিয় দিলে ধন্যবাদ চাওঁ আহঁক আজিৰ প্ৰতিবেদন।1
- অহা ১৪ নৱেম্বৰ/২০২৪ ত JDP NEWS ৰ চতুৰ্থ বৰ্ষপূৰ্তি আৰু শিশুদিৱস উপলক্ষে শিশু প্ৰতিভা বিকাশ মঞ্চ অসমে নগাঁও জিলাৰ কামপুৰ স্বৰাজ ভৱনত বিশেষ অনুষ্ঠান আয়োজন কৰিছে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব। এই প্ৰতিযোগিতাৰ মুখ্য বিচাৰক হিচাবে থাকিব জনপ্ৰিয় Choreographer অসীম গগৈ। দুটা শাখা ("ক" শাখা-১০ বছৰৰ তলৰ, "খ" শাখা-১০ বছৰৰ ওপৰৰ)ত অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতাত মাত্ৰ ১০০ জন প্ৰতিযোগীয়েহে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিজন প্ৰতিযোগীকে স্থান অনুপাতে পুৰস্কৃত কৰা হ'ব। প্ৰতিযোগীৰ পঞ্জীয়ন মাচুল ৫০০/- টকা। আগ্ৰহী প্ৰতিযোগী সকলে আগতীয়াকৈ নাম পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়নৰ ক্ৰমিক মতেহে নৃত্য কৰিব পাৰিব। ইয়াৰোপৰি ২০ জন বিভিন্ন দিশত প্ৰতিভা থকা শিশুৱে নিজৰ প্ৰতিভা পৰিবেশন কৰিব পাৰিব। উক্ত অনুষ্ঠানত শতাধিক প্ৰতিভাৱান শিশুক "শিশুশিল্পী সন্মান-২০২৪" প্ৰদান কৰাৰ ওপৰিও বিভিন্ন দিশত দখল থকা শতাধিক প্ৰতিভাৱান লোকক বিভিন্ন সন্মানেৰে সন্মানিত কৰা হ'ব। ইফালে দিনৰ ভাগতে এখন বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰো অনুষ্ঠিত হ'ব। উক্ত দিনা নিশালৈ সদৌ অসম ভিত্তিত সৌন্দৰ্য্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলোকে বিভিন্ন সন্মানেৰে পুৰস্কৃত কৰা হ'ব।1
- বিগত ২৭ মাহে দৰমহা নোপোৱাৰ প্ৰতিবাদত দুদিনীয়া কৰ্মবিৰতি কামপুৰ পৌৰসভাৰ ।1
- CNG pump Nagaon bordua1